Atiya ai rupjyoti kurmik dekhile hahibo mon jay...muk khuli....😂😂😂😂😂😂😂😂😂😂😅😅😅😅😅😅😅😅😅😅😂😂😂😂😂😅😅😅😅😅😂😂😂😂😂😂😅😅😅😅
@AdvAltafhussain3 ай бұрын
❤গৌৰৱ 2026 ত
@pranabkhakhalary5393 ай бұрын
অৰুণোদয়ৰ বাবে যদি বিজেপি ক ভোট দিব লাগে তেন্তে ৮৫০০ টকাৰ বাবে কিয় ভোট নিদিব ? আগতে নিজৰ কথা ভাবক পিছে লোকৰ কথা ক'ব।
@bhabensaikia50283 ай бұрын
এই কুৰূপ জ্যোতি বোলা জনে মৰিয়নিবাসী ৰাইজৰ মান সন্মান সকলো শেষ কৰি দিলে ৷ এনেকুৱা এজন মানুহে মৰিয়নিবাসী ৰাইজক প্ৰতিনিধিত্ব কৰাতো বৰ দুৰ্ভাগ্যৰ কথা ৷
@PrasantaKukurachowa3 ай бұрын
যি দলৰে নহওঁক লাগে, মৰিয়নি বাসিয়ে এজন ভাল বিচাৰ বিবেচনা কৰি কথা কব জনা বিধায়ক 26ত নিৰ্বাচিত কৰে যেন।এইজনৰ কথা বতৰা ভাৱ ভংগীমা বোৰ দেখিলে বিধায়কৰ যোগ্য নহয় যেন লাগে
@munindoley51953 ай бұрын
Sarkar haloni halehe kunubai nirbasanar pratisruti rakhiba pare. Hei kathatu murkhatue nichoy jane Tar shradhar biswagurutue 15 lakh deshar hakaluke dia kathatu aji 10 Basar hal he pahorile neki ?
@banjitchangmai40473 ай бұрын
যি ফ্ৰী খাই দালাল কৰি খায় সেই জনৰ সমস্যা কৰি খোৱা,, নিজৰ ওপৰত্ বিশ্বাস থকা মানুহে সদায় সঁচা পথত যায়,, কি চিন্তা,,,