এইজন পুলিচ কৰ্মীক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে।
@ritamoni39344 сағат бұрын
ই ঘৈনীয়েক ক কিমান মাৰে বুজিবলৈ বাকী নাই
@aanupchetry41405 сағат бұрын
Dehkat iman bhal lora, kintu aitu je ata johora..asorot lalig....himanta biswakarma r smart police 😅😅😅
@cyber93452 сағат бұрын
Police aru mama r haa.....hosai jodi CM hoi...ai dukhiya family tuk niya daa..
@sonvitocorleonedon21452 сағат бұрын
Hosaa dei right👍🏻
@sashibhatta51982 сағат бұрын
ৰাইজে 'আৰক্ষী বিষয়া' 'আৰক্ষী বিষয়া' বুলি সন্মান জনাই থাকে ইহঁত মূৰত উঠিছে ৷ আমি পৰিদৰ্শক পৰ্যায়ৰহে 'বিষয়া' বুলি কওঁ আৰু ভাবোঁ ৷ পুলিচ, শিক্ষা আৰু পৰিসংখ্যা বিভাগত 'চাব-ইন্সপেক্টৰ' পদবী থাকে ৷ এই পদৰ কৰ্মচাৰী সকলক বিভাগ কেইটাৰ কনিষ্ঠ বিষয়া বুলিহে ধৰা হয় ৷