ককা-আইতাৰ বিয়া। ৭১ বছৰীয়া ককাৰ গানৰ প্ৰেমত পৰিল ৬৫ বছৰীয়া আইতা।

  Рет қаралды 150,199

DY365

DY365

Күн бұрын

Пікірлер: 157
@lalitabrahma9161
@lalitabrahma9161 Ай бұрын
সুন্দৰ সুখী হোৱা ককা আইতা প্ৰেম জনমে জনমে স্বৰ্গীয় ❤❤❤
@DalimiDas-u4j
@DalimiDas-u4j Ай бұрын
প্ৰেম জনমে জনমে কাকা আইতা যুগ্ম জীৱনৰ মধুৰ হক সুন্দৰ সুখৰ হক❤❤❤🙏🙏
@RulyMech
@RulyMech Ай бұрын
😮😂🎉 16:11 16:11 16:13 😊
@sabitrisvlog721
@sabitrisvlog721 Ай бұрын
প্ৰেম হেনো স্বৰ্গীয়। জন্ম, মৃত্যু বিবাহ এই কথা কোনেও কব নোৱাৰে। আপোনালোকৰ অনুষ্ঠানক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏🏼🙏🏼🙏🏼🙏🏼❤️❤️❤️ দৰা কইনাক আশীৰ্বাদ কৰিছোঁ 🙏🏼❤️ তেওঁলোকৰ যুগ্ম জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ 🙏🏼❤️🙏🏼
@rumibarman8007
@rumibarman8007 Ай бұрын
ককা আইতাৰ যুগ্মজীৱন সুখৰ হ ও ক দুয়ো জনলৈ শুভেচ্ছা থাকিল ❤️❤️❤️
@bimolakhanikor870
@bimolakhanikor870 Ай бұрын
আইতা ককাৰ প্ৰেম জনমে জনমে। আশীৰ্বাদ কৰিছোঁ সুখৰ হওঁক।❤❤❤❤❤
@rinjuborah1758
@rinjuborah1758 Ай бұрын
ভাল লাগিল দয়োজনক যুগ্মজীৱনৰ শুভকামণা সৰিলো।
@basantiboro4314
@basantiboro4314 Ай бұрын
এতিয়া বৃদ্ধা আশ্ৰমত থাকি লাভ নাই দুয়ো বুঢ়া বুঢ়ী কৰ্ম কৰক জীৱন সুন্দৰ কৰক।
@alpanapakgharandvlog6312
@alpanapakgharandvlog6312 Ай бұрын
বহুত ভাল লাগিছে।ককা আইতা সদায় সুখী হ‌ওক 💐💐💐
@SuvachekanidharaSuva
@SuvachekanidharaSuva Ай бұрын
ভগৱানে আপোনালোকক ভালে ৰাখক তাৰে কামনা কৰিলো । ❤❤❤
@Prasantapegu-c5z
@Prasantapegu-c5z Ай бұрын
এই মহান কাৰ্যক ইশ্বৰে আপোনালোকক আশীৰ্বাদ কৰিব
@anjanabezbaruah9617
@anjanabezbaruah9617 Ай бұрын
প্ৰেম জনমে জনমে ❤ বহুত ভাল লাগিল 🙏
@jaanneog-fm3ok
@jaanneog-fm3ok Ай бұрын
আপোনালোকৰ যুগ্মজীৱন সুখী হওক ককা আইতা আপোনালোক দুইজনলৈ বহুত বহুত মৰম থাকিল🎉🎉🎉
@jintubora5471
@jintubora5471 Ай бұрын
সুন্দৰ , বহুত ভাল লাগিল । দুয়োজনলৈ শুভেশ্বা থাখিল ।
@janarddansenapati8904
@janarddansenapati8904 Ай бұрын
সচাকৈ , জীৱনৰ কি যে ৰহস্য ! কত কেনেকৈ কাৰ জীৱন মৰন বিবাহ ! আচৰিত নহৈও নোৱাৰি , কিন্তু ই এক প্ৰকৃতিৰ নীতি নিয়ম । প্ৰকৃতিৰ বতৰৰ পৰশ , সময়ৰ উলট উভত ইটো সিটো হলেও যে এক শক্তিয়ে আন এক শক্তিৰ ওপৰত / ওচৰত শেহতীয়া কৈও হলেও যে আশ্ৰয় কৰিব লাগিব এইয়াই এই নিদৰ্শন - ককা আইতাৰ বিয়া , যুগ্ম জীৱনৰ নতুন পথ । শুভেচ্ছা থাকিল ককা আইতা । ❤❤❤
@awalminajannat6192
@awalminajannat6192 Ай бұрын
Koko itar bia.71_65 bosoria mor jiboner prothom salu. Allah a solote tewlokok dujonor jora bridho boyokhot he likhise. Allah aponalokot dampotto jibon sukhi korok ❤❤❤❤❤❤❤❤
@bhupendas3078
@bhupendas3078 Ай бұрын
Great work🎉শুভেচ্ছাৰে
@gobinboruah3226
@gobinboruah3226 Ай бұрын
ককা আইতা যুগ্ম জীৱন সুখী হওঁক।
@DipamoniDoley-b5s
@DipamoniDoley-b5s Ай бұрын
ককা আইতা অভিনন্দন জনাইছো আপোনালোকৰ বিয়াত যাব লাগিব
@udayshankarbhuyan7872
@udayshankarbhuyan7872 Ай бұрын
জীৱন মৰন বিবাহ বিধিৰ লিখন🙏🙏🙏
@nilnath2005
@nilnath2005 Ай бұрын
এয়াই মানুহৰ জীৱন। দাম্পত্য জীৱন সুখী হওক ❤❤
@DevaaDass
@DevaaDass Ай бұрын
Val lagila ❤❤❤
@pgaxom435
@pgaxom435 Ай бұрын
এইয়া বাল্যবিবাহৰ তালিকাত পৰিছে কিয়নো এতিয়া একো কাম নাই আৰু না কিবা হব না কিবা হব যি কি নহঁওক দুয়োজনলৈ চিৰকৃতজ্ঞ কামনা কৰিলো
@diptibharali2532
@diptibharali2532 Ай бұрын
ককা আইতাৰ বিয়া অসম বুৰঞ্জীত সোনালী আখৰেৰে জিলিকী থাকিব ।
@rumidas4087
@rumidas4087 Ай бұрын
বহুত ভাল লাগিল ককা আৰু আইতা যুগ্ম জীৱন সুখী হওঁক
@AmalBasumatari-bm7fo
@AmalBasumatari-bm7fo Ай бұрын
Dheke vhal lagel . Thanks
@jumpiNath-uv8mh
@jumpiNath-uv8mh Ай бұрын
কৃষ্ণ যুগ্ম জীৱন সুখী হওঁক ককা আইতা,, 🙏
@KarabiSarmah-qc5hz
@KarabiSarmah-qc5hz Ай бұрын
বৰ সুন্দৰ!
@ProbinBorah-m4p
@ProbinBorah-m4p Ай бұрын
দুই জনৰ যুগ্ম জীৱন কুশল কামনা কৰিলোঁ ।
@swapnadevi7519
@swapnadevi7519 Ай бұрын
Bor Dhuniya Laghisay
@krishnaprasaddeka8090
@krishnaprasaddeka8090 Ай бұрын
ককা-আইতালৈ শুভেচ্ছা থাকিল।❤❤❤❤
@MainuGogoi-h6b
@MainuGogoi-h6b Ай бұрын
ভাল হৈছে dae ❤
@AnilSaikia-s1i
@AnilSaikia-s1i Ай бұрын
Bohut val lagise❤ 😅
@mohannath2757
@mohannath2757 Ай бұрын
প্ৰেম কেনেকৈ আহে কোনে কব? দুয়োগৰাকী অবিবাহিত, বিবাহ এক পবিত্ৰ বান্ধোন, শিৱ বাবাই মা পাৰ্বতীৰ পবিত্র ভাল পোৱাক এৰাব নোৱাৰি বিবাহৰ বান্ধোনত বান্ধ খাই পৰিছিল। সংসাৰ ধৰ্মত থাকিও কেনেকৈ মানুহে আধ্যাত্মিক উন্নতি সাধন কৰি পৰমধাম পাব পাৰি সেই পথৰ সন্ধান আমাক বাবা শিৱ আৰু মা পাৰ্বতী য়ে দি দিছে।মই ভাবো এওঁলেকৰ প্ৰেম বান্ধোন, মুক্ত আকাশৰ দৰে বিশাল হওঁক! আকৌ এহাল ৰাজ হংস দৰে প্ৰেম বান্ধোৰে উৰি যাওঁক সিটো পাৰলৈ য'ত থাকিব কেৱল মুক্তি আৰু মুক্তি-------
@gitadeka1520
@gitadeka1520 Ай бұрын
Very very best of luck to both of you.
@DhanistaBaruah
@DhanistaBaruah Ай бұрын
বহুত বহুত ধন্যবাদ।
@ChampaThakuria-dm1wo
@ChampaThakuria-dm1wo Ай бұрын
Bohata val ligel ❤❤❤🎉🎉🎉
@BanphulDas-o6k
@BanphulDas-o6k Ай бұрын
Wow nice koka aaeta ,, ❤❤❤
@rajibhussain1780
@rajibhussain1780 Ай бұрын
শুভেচ্ছা থাকিল ককা আইতা
@HemanthChetia
@HemanthChetia Ай бұрын
Congratulations happy marriage bosa kusa din keita duniya koi kotauk aro
@UpasanaUpasnasarma
@UpasanaUpasnasarma Ай бұрын
Bhut Val lagil Jani amio jaam de koka aitar biyat all the best
@TapanPhukan-xu4lx
@TapanPhukan-xu4lx Ай бұрын
Bhut bhut vl lagisa
@sunaligogoi8551
@sunaligogoi8551 Ай бұрын
মনে নামানে বয়সৰ সাৰ মিত্যু ক্ষণ গনাৰ সময়তো প্ৰেমৰ যোৱাৰ , সকলো ভগৱানৰেই লীলা,জিকি নহওঁক যুগ্মজীৱন সুখৰ হওঁক
@gitanjalimedhi4349
@gitanjalimedhi4349 Ай бұрын
সদাই ভালে থাকক আপোনালোক দুয়োগৰাকীয়ে
@Rashvlogs-yc5lv
@Rashvlogs-yc5lv Ай бұрын
God bless both of you❤❤❤ from Rash vlogs
@rupadainapali9248
@rupadainapali9248 Ай бұрын
সুখী হক কৰা আইতা ❤
@bobybaruah2072
@bobybaruah2072 Ай бұрын
Buha buhi prem mohur hoisa❤❤❤ buha boyokhot buhik log lage
@AliBoruah-ee8sb
@AliBoruah-ee8sb Ай бұрын
Happy marriage life koka and aita ❤
@jatinkonwar883
@jatinkonwar883 Ай бұрын
প্ৰেম জনমে জনমে
@shahjahanali3627
@shahjahanali3627 Ай бұрын
Bor val lagise teolokor jibon hukhi hog
@chakradharsonowal8047
@chakradharsonowal8047 Ай бұрын
এখেত লোকৰ বিয়াৰ খবৰ পাই নথৈ আনন্দিত হৈছোঁ হয় পাৰিলে এপাক মাৰিম
@MinuMinubordoloi
@MinuMinubordoloi Ай бұрын
Val,lagil
@SanjaySarma-yf1yc
@SanjaySarma-yf1yc Ай бұрын
ককা আইতাৰ বিয়াত যাব লাগিব।
@AgamPegu-mt3ur
@AgamPegu-mt3ur Ай бұрын
Uttapal da great man
@diptigogoi8456
@diptigogoi8456 Ай бұрын
এইয়া ভাগ্যৰ মুকলি,,কাৰণ জীৱনৰ বিয়লি বেলাত ।।
@binuphukan-tp3yx
@binuphukan-tp3yx Ай бұрын
ল'ৰা ছোৱালীক বোৰক নতুন শিক্ষা দিছে
@chitrabhuyanbhaskar2789
@chitrabhuyanbhaskar2789 Ай бұрын
Love you koka aita❤️❤️❤️❤️❤️
@sikhadas7687
@sikhadas7687 Ай бұрын
এইবোৰক প্ৰেম বুলি নকয় , চৰিত্ৰ হীন বুলি কয় , চৰিত্ৰ দুখত ল'ৰা ছোৱালীয়ে আশ্ৰমত খেদি দিলে |
@LateBudhimanneopanichetryLps
@LateBudhimanneopanichetryLps 4 күн бұрын
😊😮❤❤❤
@AnjaliDutta-nx2kz
@AnjaliDutta-nx2kz Ай бұрын
Biya kot hobo amiu jam buli vanisu bor anando lagise
@jatingogoiankur1166
@jatingogoiankur1166 Ай бұрын
আমাৰ অসমখনত আৰু জীয়াই থকা অৱস্থাত কি কিনো দেখিব পাম আৰু
@nanditanarzary7294
@nanditanarzary7294 Ай бұрын
Janma mrittu bibah Bhagabanehe jane ,thik kori thoi . Bhagobane mongol korok.❤
@HarekrishnaBora
@HarekrishnaBora Ай бұрын
বিয়াৰ ভিডিঅ এটা দিব। দুয়োজনে বিয়াৰ শুভেচ্ছা জনালো।
@villagelife9307
@villagelife9307 Ай бұрын
ভাল দে
@pravadutta9333
@pravadutta9333 Ай бұрын
Ooh আচৰিত সুখী হ ওক। বিহু ফাকিও বৰ ভাল লাগিল।
@safikulsenuzaman1847
@safikulsenuzaman1847 Ай бұрын
Mur sokur pani ulai goise o video tu sai. Hunkale biya khon pati koka aitar..... Koka aitar akha puron houk.ovinondon thakil koka aita loi.hosa prem biya....
@ujjalsaikia261
@ujjalsaikia261 Ай бұрын
Very good 👍
@jatingogoiankur1166
@jatingogoiankur1166 Ай бұрын
একেবাৰে মূল্যহীন কথা এইবোৰ ৷
@BobiPhukan
@BobiPhukan Ай бұрын
Vagobane kripa korak koka aaitak 🙏🙏❤
@sangitasaikia2927
@sangitasaikia2927 Ай бұрын
God bless you both 🙏🙏❤️❤️
@ParchiPhukan748
@ParchiPhukan748 Ай бұрын
ধন্যবাদ ককা আইতা।
@RubiSharma-d8j
@RubiSharma-d8j Ай бұрын
দুয়োজন সুখী হওক কিন্তু, এই বয়সত তেওঁ লোকৰ মূখত সুভা পোৱা নাই দেই কথাকেইষাৰ।ইচৰাম আই লাভ ইউ😂😂😂
@HemantaDeka-x7e
@HemantaDeka-x7e Ай бұрын
দুয়ো জনলৈ শুভেচ্ছাথাকিল
@GHOSTXYGT
@GHOSTXYGT Ай бұрын
Jibonor biyoli belat vogowanor nam loi thakile basi hanti aru mukti paleheten ..i love u ata boyokhot he huba pai... btw congratulations thakil
@dwijendramohansarma5826
@dwijendramohansarma5826 Ай бұрын
Koka. Aaitaloi. Bahut. Bahut. Dhanyabad. Thakil.
@jadabdas
@jadabdas Ай бұрын
❤ মৰমৰ নাতী
@KabitaDas-p6d
@KabitaDas-p6d Ай бұрын
😂😂
@sunitadeka3189
@sunitadeka3189 Ай бұрын
Sri sri prajapataye namah.
@tapanthaosen4247
@tapanthaosen4247 Ай бұрын
Bor bhal lagise jibonto hukhi houk.
@JoyshreeBoruah-k1e
@JoyshreeBoruah-k1e Ай бұрын
Vogobanr Lila aibur o ami nu ki Kom kin2 val lagise
@norenborah9010
@norenborah9010 Ай бұрын
Laj ha lagesa dee
@deepanwita252
@deepanwita252 Ай бұрын
True love 😅❤
@RafiqulIslam-zo7uh
@RafiqulIslam-zo7uh Ай бұрын
ককা আইতাৰ বৈবাহিক জীৱন শুকৰ হওঁক।
@prodiptayung1803
@prodiptayung1803 Ай бұрын
Thank you so much 19:52
@gitaliburagohain8072
@gitaliburagohain8072 Ай бұрын
Ai prithibit jiman din thake duijon hukhi hoi thakok
@MaduDas-l5i
@MaduDas-l5i 28 күн бұрын
Prmo Koro bule know promoti nopora probably holo esrro Dano
@MousumiNath-o6s
@MousumiNath-o6s Ай бұрын
❤❤❤❤ 🥰🥰🥰
@pranitabarman3082
@pranitabarman3082 Ай бұрын
Bura boyokhot Prem aru deka bur ki hbo deka burr Prem video bonabe ki ki j kbo mnhu bure atia ki kbo a boyokhot Prem bur dekhi. Duniya belg hol 😂
@Riyabegum123
@Riyabegum123 Ай бұрын
Aito dekhibo baki asil😢😢
@kabiranjanbrahma4489
@kabiranjanbrahma4489 Ай бұрын
Real love
@mamonipator7640
@mamonipator7640 Ай бұрын
🙏🙏♥️♥️
@nayanjitasarania3686
@nayanjitasarania3686 Ай бұрын
❤❤🤗
@user-kw4if4bb3h
@user-kw4if4bb3h Ай бұрын
❤❤❤❤❤❤❤❤❤❤
@Prasantapegu-c5z
@Prasantapegu-c5z Ай бұрын
❤❤❤
@nayanboruah5866
@nayanboruah5866 Ай бұрын
Seh seh .,...ke katha aibur.val bondhu huok ,kolngo nhanebo pls.beyai hah nohoi.....
@biswajithazarika1090
@biswajithazarika1090 Ай бұрын
🙏🙏
@bedabratsaikia8664
@bedabratsaikia8664 Ай бұрын
Kokae laj korise. Happy married life advance
@karishmasaikia5279
@karishmasaikia5279 Ай бұрын
কি যে ফটোৱা এইবোৰ
@tapanbaishya6208
@tapanbaishya6208 Ай бұрын
Right
@KabitaDas-p6d
@KabitaDas-p6d Ай бұрын
Paglami
@tapanbaishya6208
@tapanbaishya6208 Ай бұрын
@KabitaDas-p6d umm
@MoheshMili-uu5ik
@MoheshMili-uu5ik Ай бұрын
Ess laz lagi jai dei n i love you 🤭
@ranjandasvarious....7424
@ranjandasvarious....7424 Ай бұрын
❤🎉🎉
@jutikadutta9993
@jutikadutta9993 Ай бұрын
❤❤❤❤🎉🎉🎉
@julkaimahmed3637
@julkaimahmed3637 Ай бұрын
Good
@MR_gogoi1432
@MR_gogoi1432 Ай бұрын
Good luck to both of you
Chain Game Strong ⛓️
00:21
Anwar Jibawi
Рет қаралды 41 МЛН
99.9% IMPOSSIBLE
00:24
STORROR
Рет қаралды 31 МЛН
Мен атып көрмегенмін ! | Qalam | 5 серия
25:41
“Don’t stop the chances.”
00:44
ISSEI / いっせい
Рет қаралды 62 МЛН
'জান' আৰু 'বাবু'ৰ বিয়া
5:14
News Live
Рет қаралды 19 М.
Chain Game Strong ⛓️
00:21
Anwar Jibawi
Рет қаралды 41 МЛН