অন্য কবিতাৰ দৰে এইটোও এটা মন চুই যোৱা অৰ্থবহ কবিতা... এনেকুৱা ৰচনা আগলৈও পাম বুলি আশা থাকিল হিমাংশু দা...
@digantatalukdar967 Жыл бұрын
khundor dada apunar protitu kobita oh poetry baa cinemai amak xai khukhita bonsita amar dore xadharon manuhor haa humonia hothakhar proyakh bur xuni pau moi mamar ghrt apunar aii suwali abar val pai sabi nki n Aishwarya rai khai tahanite porha class 8 thakute apuni monoj daar lgt cotton colege l porhute dada aguai juaaa ami asi pise di biplobo xotya Zinda baad ... ❤️❤️
@kalyaniborkataki54464 жыл бұрын
কিমান বাৰ যে শুনিছোঁ ,প্ৰায় নতুনত্বৰ সোৱাদ
@hunmonichetia74814 жыл бұрын
Himangshu daa r Kobita premor duwarot khuj thoutai khuna , ajiu val lage khuni , part 2 super hit
@bhargavkalita26816 жыл бұрын
বহুত দিনৰ পিছত বঢ়িয়া কবিতা এটা শুনিলো। salute u sir....👌👌👍👍
@rupamlahkar57546 жыл бұрын
ধুনীয়া কবিতা হিমাংশু দা, আবৃত্তি কৰাৰ আন্দাজ বহুত বঢ়িয়া লাগিল । আৰু কবিতা তোৰ speciality হল গোটেই কবিতা টোত ওলমি থকা সেই attitude টো, যিটোৱে মোক দিবানা বনালে।
@jintukalita79116 жыл бұрын
We love you Himangshu Da Carry on all we with you Don't stop
@tokvalpau13903 жыл бұрын
Mojja
@urmilasultana42524 жыл бұрын
Himanshu sir আপোনাৰ poem ৰ কথা ৰবি দা আৰু বৰষা বাৰ "let its grey" চুটি ছবি খনত গম পালো , পিছত আপোনাৰ chnl টো বিচাৰি বিচাৰি উলিয়াই একেবাৰে শেষৰ পৰা শুনি গৈ আছো এটাইবোৰ থিয়েটাৰ song বিলাক কবিতা বিলাক... ভাল আবৃতিয়ে কবিতা এটি জীয়াই তোলে সেয়া আপোনাৰ তাত বিচাৰি পাওঁ..। big fan hoi goisu sir apunar...💚💚
@barnalidas36496 жыл бұрын
ki buli km aru bhut vl lge apunr kbita ei2o tre biporit nhy so vry swttt👌👌👌
@jyotismitasaha5790 Жыл бұрын
সুন্দৰ লিখনি। হৃদয়স্পৰ্শী ।
@SanjayKumar-dk9fo2 жыл бұрын
অতুলনীয় দাদা ।
@bhargabsarma10856 жыл бұрын
চাৰ বহুত ভাল লাগিল।
@hemenchamuah22446 жыл бұрын
tamam disa dei himanshu da
@bijoyaborah54252 жыл бұрын
বহুত ভাল লাগিল ।
@Sing_a_Song146 жыл бұрын
সুন্দৰ হৈছে দাদা । ✍❤
@nikitadutta75632 жыл бұрын
💙💙💙
@nekibuddinahmed81866 жыл бұрын
mojja himakhu da......hosai mukhot ata misikia hahi ani dibole honkhom apuni aru apunar kobita ......bht val lagise huni thakile o hepah nopoluwa kobita
@ahadurphysio59653 жыл бұрын
Bohut val lagil
@bhargabdeka30506 жыл бұрын
ধুনীয়া হৈছে
@hirakjyotimedhii4 жыл бұрын
প্ৰত্যেক জন কলেজীয়া লৰাৰ মুখৰ কথা এইটো কবিতা, আমাৰ মাথোঁ এটাই আন্দাজ: এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি