Srimanta Sankardeva | Important Questions | Assamese Language | LP/UP TET | Imp GS MCQ

  Рет қаралды 111,813

eKuhipath

eKuhipath

Күн бұрын

Пікірлер: 135
@nilotpalpatowary8126
@nilotpalpatowary8126 3 жыл бұрын
ভাল লাগিল। ২৩ নং প্ৰশ্নটো ভুল হৈছে। কিয়নো মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ দুগৰাকী জীয়ৰী আছিল। এগৰাকীৰ নাম মনু বা হৰিপ্ৰিয়া (সূৰ্যৱতীৰ ফালৰ)। আনগৰাকী হ'ল - ৰুক্মিণী বা বিষ্ণুপ্ৰিয়া (আই কালিন্দী ফালৰ)। ধন্যবাদ 🙏
@eKuhipath2020
@eKuhipath2020 3 жыл бұрын
অনুগ্ৰহ কৰি আপোনাৰ তথ্যৰ উৎসটো জনাব। আমাৰ দ্বাৰা সংগৃহীত তথ্যানুসৰি এগৰাকী কন্যাৰ নামেই আমি লাভ কৰিছিলোঁ‌। অনাকাংক্ষিত ত্ৰুটিৰ বাবে দুঃখিত।
@nilotpalpatowary8126
@nilotpalpatowary8126 3 жыл бұрын
@@eKuhipath2020 হয়। তথ্যটো পাব - ১) যুগনায়ক শ্ৰীমন্ত শংকৰদেৱ, দীপক হাজৰিকা। ২) যাকেৰি নাহিকে উপাম, লক্ষ্মীনন্দন বৰা। ৩। পূৰ্ণাঙ্গ কথা গুৰুচৰিত, ড. সঞ্জীৱ কুমাৰ বৰকাকতী। ৪। গুৰু চৰিত কথা, সম্পাদনা : মহেশ্বৰ নেওগ।
@eKuhipath2020
@eKuhipath2020 3 жыл бұрын
ধন্যবাদ । আমি দৰ্শকৰ সুবিধাৰ্থে আপোনাৰ কমেন্টটো pin কৰি দিছো ।
@nilotpalpatowary8126
@nilotpalpatowary8126 3 жыл бұрын
@@banajibarman সুন্দৰ তথ্য।
@bhagyashrighimireh2971
@bhagyashrighimireh2971 3 жыл бұрын
Hoi...Rukmini anjoni
@letslearntogether6965
@letslearntogether6965 3 жыл бұрын
Thank you থাকিল ইমান ধুনীয়া কৈ বুজাই দিয়াৰ বাবে ,মই আশা কৰোঁ সম্পূৰ্ণ কবিসকলক এনেদৰেই আলোচনা আমাক আগবঢ়াই উপকৃত কৰিব। Chandamita বাইদেউ ক বিশেষ ধায়নবাদ থাকিল।
@Barokhamoran
@Barokhamoran 3 жыл бұрын
খুবেই ভাল লাগিল আজিৰ পাঠদান।পিছে আপোনাৰ অনুৰোধহে ৰক্ষা কৰিবলৈহে একেবাৰে অসমৰ্থ তাৰ বাবে ক্ষমা বিচাৰিছো।পৰৱৰ্তী সময়ত সহায়ৰ হাত আগবঢ়াব পালে নিশ্চয়কৈ ভাল লাগিব।আৰ্শীবাদ কৰিব যাতে সফল হব পাৰোঁ।চেনেলৰ প্ৰতিটো ভিডিঅ চাও বৰ ভাল লাগে বাইদেউ পাঠদান সমূহ।আগলৈয়ো ভিডিঅবোৰ দি থাকিব।সহযোগিতা সদায় থাকিব।
@Asadulhassan5777
@Asadulhassan5777 3 жыл бұрын
Bahut kotha janibo parilu sir ...... thank you so much...aru vedio di thakibo ......
@dikuentertainment7768
@dikuentertainment7768 3 жыл бұрын
অতি সুন্দৰ ৷ অতি কম সময়তে বহুত কথা শিকিলোঁ #dkdipakkumar
@radhemalik6349
@radhemalik6349 3 жыл бұрын
Thanks to the entire team of ekuhipath. You all doing a really great work. ( মই এতিয়া আৰ্থিক ভাৱে চাপৰ্ট কৰিব নাই পৰা তাৰ বাবে দোষী,কিন্তু বিশ্বাস ৰাখক এদিন মই তাৰ উপযোগী হৈ সাধ্যনুসাৰে আগ বঢ়াম। আশীৰ্বাদ কৰিব।
@eKuhipath2020
@eKuhipath2020 3 жыл бұрын
শুভকামনা থাকিল 'টীম ইকুঁ‌হিপাঠ'ৰ তৰফৰ পৰা।
@rashmidevi8777
@rashmidevi8777 3 жыл бұрын
S. Thakuria wow. What a personality, what a knowledge, salute u. And u sir I like your speed. Notunottore vora apunalukr vdo bur sokolure babe upokaror jugyo
@কুলদীপকলিতা
@কুলদীপকলিতা 3 жыл бұрын
"হাতী মাৰি ভুৰুকাত ভৰোৱা" কথাখিনিৰ অৰ্থ পুথিখন একে ৰাতিতে লিখি উলিওৱা বা প্ৰায় অসম্ভৱক সম্ভৱ কৰাতো বুজোৱা নাই কিজানি । মই জনাত , ৰজা নৰনাৰায়ণৰ অনুৰোধ অনুসৰি তেখেতৰ পাৰিষদ হিচাপে গুৰুজনাই ভাগৱত পুৰাণৰ(গোটেইকেইটা ভাগেই) সাৰমৰ্মখিনি মুঠিতে ৰাখিব পৰা পুথি এখনত লিখি উলিয়াইছিল । ভাগৱত পুৰাণৰ কায়া আৰু তত্বৰ সেই বিশাল ৰূপক এটা মুঠিতে ৰাখিব পৰা আকাৰ প্ৰদান কৰা এই কাৰ্যক(🙏) হাতী মাৰি ভুৰুকাত ভৰোৱা বুলি কোৱা হয় । যদি মোৰ অশুদ্ধ হৈছে শুধৰাই দিব । আৰু ভিডিওবিলাকৰ বাবে বহুত বহুত ধন্যবাদ ।
@eKuhipath2020
@eKuhipath2020 3 жыл бұрын
ধন্যবাদ কুলদীপ কলিতা। আপোনাৰ তথ্যপূৰ্ণ বিৱৰণৰ লগত আমাৰ কোনো দ্বিমত নাই। হয়, মূলতঃ ভাগৱত পুৰাণৰ সুবিশাল তত্ত্বৰাজিক সংক্ষিপ্ত ৰূপায়ণৰ মহৎ কৰ্ম গুৰুজনাই সম্ভৱ কৰি দেখুৱাইছিল গুণমালাৰ জৰিয়তে, যাক ৰজা নৰনাৰায়ণৰ আনসকল পাৰিষদে অসম্ভৱ আখ্যা দিছিল। কিন্তু বিভিন্ন উৎসত উক্ত গ্ৰন্থৰ ৰচনা একে ৰাতিতে হৈছিল বুলি তথ্য উপলব্ধ। বাকী 'হাতী মাৰি ভুৰুকাত ভৰোৱা'ক বৰ্তমান এক জতুৱা ঠাঁ‌ছ বা খণ্ডবাক্য স্বৰূপেও ব্যৱহাৰ কৰা হয়, অসম্ভৱক সম্ভৱ কৰা অৰ্থত।
@কুলদীপকলিতা
@কুলদীপকলিতা 3 жыл бұрын
❤️ ধন্যবাদ
@Lxangell
@Lxangell 3 ай бұрын
Dhuniya lagil ❤❤
@snigdhahazarika9759
@snigdhahazarika9759 3 жыл бұрын
Khub bhal lagil.axesh dhanyabad.
@touhidaahmed147
@touhidaahmed147 3 жыл бұрын
Well explained... Thanks to all educators of ekuhipat🙏
@prasenjithajongHajong
@prasenjithajongHajong 2 ай бұрын
Sankardev the visionary saint and reformer of Assam
@ankitaborah5949
@ankitaborah5949 3 жыл бұрын
Thank u so much... Got to know so many unknown things about our 'Sankardeva'... Keep posting...
@pankajhazarika4832
@pankajhazarika4832 3 жыл бұрын
নাট - পকাকেৰুপাৰা । মনত ৰাখিবলৈ সহজ
@bhubanduarah303
@bhubanduarah303 3 жыл бұрын
Bahut bahut dhanybad mur Jan. Koto koti pranam. Jai Jajatguru shrimanta Sankardev
@bhadreswardeka1695
@bhadreswardeka1695 3 ай бұрын
বহুত ভাল লাগিল। Krishna Krishna Krishna
@muslimakhatun4598
@muslimakhatun4598 3 жыл бұрын
Thank you sir ...bht nojona kotha janibo parilu
@TECHNICAL-rz5ns
@TECHNICAL-rz5ns 3 жыл бұрын
Thanks sir aneke class dibo val lagise
@prasantakashyap5662
@prasantakashyap5662 3 жыл бұрын
খুব ভাল লাগিল। জয় গুৰু শংকৰ।
@rupsreessimplelife3630
@rupsreessimplelife3630 3 жыл бұрын
বহুত নজনা কথা জানিব পাৰিলে আপোনাৰ ভিডিওটোৰ পৰা,,, কিন্তু অনুগ্রহ কৰি অনাদি পাতন আৰু অমৃত মন্থন শব্দ কেইটা মন কৰিবচোন,,, মথন আৰু পতন হৈ আছে
@প্ৰতিভাৰপাঞ্চৈ
@প্ৰতিভাৰপাঞ্চৈ Жыл бұрын
New subscriber, val lagil dada☺🙏
@tejaswinin7936
@tejaswinin7936 3 жыл бұрын
ধন্যবাদ
@dharjensaikia9367
@dharjensaikia9367 3 жыл бұрын
Thanks a lot for such very very informative video. Thanks again.
@ranjitadeka3998
@ranjitadeka3998 3 жыл бұрын
Dhoynobad sir🙏🙏🙏
@KarbiyouthGeneration
@KarbiyouthGeneration 3 жыл бұрын
Apunar video bur sai bohut khini janibo parisu..bohut bohut thnx..
@anjaliinduwar4472
@anjaliinduwar4472 3 жыл бұрын
Thank you sir 🙏🙏 bht bht helpful
@himaprovabaruah9137
@himaprovabaruah9137 3 жыл бұрын
Clear explanation 👍👍.
@rimidoley7752
@rimidoley7752 3 жыл бұрын
Thank you apunar voice tu huni bhal lage
@priyadoleypegu597
@priyadoleypegu597 3 жыл бұрын
ভাল লাগিল। কৃষ্ণ❤🙏🙏🙏, ধন্যবাদ।
@poleeboruah875
@poleeboruah875 3 жыл бұрын
Agloiu dibosun val lagil bahut jailu
@barnalisaphukan3809
@barnalisaphukan3809 3 жыл бұрын
Dhonyobad sir...
@chandanadeka612
@chandanadeka612 3 жыл бұрын
Thank you 🙏
@asrafulalom2267
@asrafulalom2267 3 жыл бұрын
Thank you so much Sir
@srikhageswarpegu397
@srikhageswarpegu397 3 жыл бұрын
Thanku Sir
@jerinapegu6623
@jerinapegu6623 3 жыл бұрын
Thank you sir 😊
@udhabkrnath6889
@udhabkrnath6889 3 жыл бұрын
Best MCQ, Thank You Sir
@amazingvideo7562
@amazingvideo7562 3 жыл бұрын
Thankyou sir and next vedio
@SR-eg7lb
@SR-eg7lb 3 жыл бұрын
Too good 👍
@asrafulalom2267
@asrafulalom2267 3 жыл бұрын
Thank you so much
@gunajitdas6366
@gunajitdas6366 3 жыл бұрын
Well presentetion sir ...
@nabajyotibezboruah9962
@nabajyotibezboruah9962 3 жыл бұрын
Thanks you so much 😘😘
@mukutanath5711
@mukutanath5711 3 жыл бұрын
Thanks sir
@kankanadevi6910
@kankanadevi6910 3 жыл бұрын
Thq sir
@jatinpegu9059
@jatinpegu9059 6 ай бұрын
Tqq👍
@insanaliyyes8634
@insanaliyyes8634 3 жыл бұрын
Lots of thank to you sir
@khirodagogoi625
@khirodagogoi625 3 жыл бұрын
আজি বহু নজনা কথা জানিলো । আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল ।
@inotechzstudy7517
@inotechzstudy7517 3 жыл бұрын
Sir plzzzz make more vidioooo for us...we would be greatful to you 🙏🙏🙏🙏🙏🙏🙏
@shaakhash4277
@shaakhash4277 3 жыл бұрын
Thank you
@archanabarman2414
@archanabarman2414 3 жыл бұрын
Very helpful
@mehbubhassan2635
@mehbubhassan2635 Жыл бұрын
120 বছৰ জীয়াই আছিল শংকৰ দেৱ মই আজি হে গম পালোঁ 😮😮😮
@bulennehar6629
@bulennehar6629 3 жыл бұрын
Best❤️
@nitulkalita4223
@nitulkalita4223 3 жыл бұрын
জয় গুৰু শংকৰ
@amshibikash3670
@amshibikash3670 3 жыл бұрын
dada ata ktha kou kintu apuna mat bohutei vl lgee bohut bohute val lgiseee video moi val koi hopunr koi nusuakoi mat huni sai thkib mn gl
@AssamVallay
@AssamVallay 3 жыл бұрын
দাদা অসমীয়াৰ বিষয়ৰ সৰৱ আৰু নিৰৱ পঠনৰ এটি বিস্তৃত ভিডিঅ বনোৰ যাতে আমাৰ উপকাৰ ত আহে
@PranjitBaishya-97
@PranjitBaishya-97 3 жыл бұрын
Thanks❤
@mofiztalukdar8208
@mofiztalukdar8208 3 жыл бұрын
Good sir ab ub lage
@musicworld676
@musicworld676 2 жыл бұрын
👌
@apurbakumartalukdar7865
@apurbakumartalukdar7865 3 жыл бұрын
গুৰু জনাৰ দুগৰাকী ছোৱালী আছিল ।মনু আছিল সূৰ্যৱতীৰ আৰু ৰুক্মিণী ওৰফে বিষ্ণুপ্ৰিয়া আছিল কালিন্দী আইৰ দুহিতা
@bhaswatiikalitaa1176
@bhaswatiikalitaa1176 3 жыл бұрын
শংকৰদেৱৰ আৰু এজনী ছোৱালীৰ নাম- বিষ্ণু প্ৰিয়া বা ৰুক্মিণী। দ্বিতীয় পত্নীৰ কন্যা।
@bikeehazarika9504
@bikeehazarika9504 3 жыл бұрын
Nice
@junumandal3579
@junumandal3579 3 жыл бұрын
Thnku so much sr
@junumandal3579
@junumandal3579 3 жыл бұрын
Sr bki bro discus kribo...
@Hemanta356
@Hemanta356 3 жыл бұрын
শংকৰদেৱ জনাই মুঠ বৰগীত ২৪০টা ৰচনা কৰিছিলনে ২৫০টা অনুগ্ৰহ কৰি সঠিকৈ কব॥মই ক্লাচ দশম শ্ৰেণী কিতাপ বোৰত ২৫০টা বুলি পাইছিলো॥
@bhaswatideka1962
@bhaswatideka1962 3 жыл бұрын
Rambijoy. .. Naranarayan ne silarai hbo. .
@trinajitkalita7825
@trinajitkalita7825 3 жыл бұрын
Thank u sir Sir up Tet science or vedio dibo sun
@tapanpegu236
@tapanpegu236 3 жыл бұрын
Dàdar soundtu Val . Baidew jonir soundtu olop milale Val hobo.
@bakkaralimondal7796
@bakkaralimondal7796 3 жыл бұрын
Sir pls jonai dibosun . 1.what is the real name of sankardev?
@narayansaikia11
@narayansaikia11 3 жыл бұрын
গ্ৰাহগজেন্দ্ৰ আখ্যান কাব্য বুলি পাইছো।
@mousumipatowary6568
@mousumipatowary6568 2 жыл бұрын
14 no question ...29 hobo
@OsmanGoni-lp3gw
@OsmanGoni-lp3gw 3 жыл бұрын
বেছি খৰকৈ মাতি থাকে। অলপ লাহে লাহে কব
@lakhijan2366
@lakhijan2366 3 жыл бұрын
Wcome Sundar Abhinondan Jonaisu
@rinkudeka7302
@rinkudeka7302 3 жыл бұрын
kzbin.info/www/bejne/iKilm6iZh56Kbc0 ভাৰতীয় ইতিহাসৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন
@namamiassam4936
@namamiassam4936 3 жыл бұрын
25 tu 35 o paysu sir
@mijuentertainment8721
@mijuentertainment8721 3 жыл бұрын
English pedagogy r vdo dibo sir
@arunimakalita968
@arunimakalita968 3 жыл бұрын
Asamese r padagogy topic khini alosona kribo sun plz.. Upkrito holu hoi bht khini.. Aapunalkr vidio pra bht upkrito hoisu
@firemanniharjyoti4469
@firemanniharjyoti4469 3 жыл бұрын
সন্ধি লাগে
@abhijitdas2555
@abhijitdas2555 3 жыл бұрын
🤘🤘🤘🥰🙏🙏🙏🙏🙏
@assamboy1421
@assamboy1421 Жыл бұрын
sir, Rukmini Naat u hoi aru kaibya u neki baru. buji napalu.
@ChandanDas-iy7kn
@ChandanDas-iy7kn 3 жыл бұрын
ইংৰাজী, অসমীয়াৰ সংমিশ্ৰণ ঘটাই বৰ শ্ৰুতিকটু হৈছে। বাৰে বাৰে so, so বুলি নাথাকি সেয়েহে, গতিকে বুলি ক'ব চোন ভাল লাগিব। (বেয়া নাপায় যেন।)
@tapanpegu236
@tapanpegu236 3 жыл бұрын
লিখনি যাৰয়ে নহওঁক পঠন আপুনি কৰিলে বেছি ভাল হব ।
@pratidhwanibora9717
@pratidhwanibora9717 3 жыл бұрын
গ্ৰাহ গজেন্দৰ যুদ্ধ শংকৰদেৱৰ কাব্য নেকি? কাব্য ৬ খন নে ৭ খন??
@eKuhipath2020
@eKuhipath2020 3 жыл бұрын
ইতিমধ্যে আন এটা কমেন্টত উত্তৰ দিছে এইটো প্ৰশ্নৰ। অনুগ্ৰহ কৰি চাই ল'ব।
@sadiqur82
@sadiqur82 3 жыл бұрын
kindly provide pdf of vedio in youtube link
@manashreesaikia7364
@manashreesaikia7364 3 жыл бұрын
Mai apunr like hoi mm Mai Bisnath general tet dim kisu help korib
@kingarthur4827
@kingarthur4827 Жыл бұрын
Pdf bur website puwa nai
@ritechnology4389
@ritechnology4389 3 жыл бұрын
ভ্ৰান্তিহীন কবি কোন ?
@himasripatgiri7164
@himasripatgiri7164 3 жыл бұрын
Ma'am ভাষাৰ ক্ৰমবিকাশ ৰ video 2 delete কৰিলে নেকি
@chandamitathakuria1968
@chandamitathakuria1968 3 жыл бұрын
আপুনি Channelৰ Playlist লৈ গৈ LP UP TET sectionত চালেই ভাষাৰ ক্ৰমবিকাশৰ ভিডিঅ’টো পাব৷
@khairuzzaman4437
@khairuzzaman4437 3 жыл бұрын
Sankerdev rosona bur kaita bhagot bhag koribo pari.?? Ans tu dibo
@chandamitathakuria1968
@chandamitathakuria1968 3 жыл бұрын
সত্যেন্দ্ৰনাথ শৰ্মাই ৬টা ভাগত ভাগ কৰি দেখুৱাইছে৷ কাব্য, ভক্তিতত্ত্বমূলক, অনুবাদমূলক, অংকীয়া নাট, গীত, নাম প্ৰসংগমূলক৷
@pranjalkalita4477
@pranjalkalita4477 3 жыл бұрын
Sankardevr 1st borgeet mon meri ram. . .eitut ki Rag use hoise.. jdi jane jonabo.
@chandamitathakuria1968
@chandamitathakuria1968 3 жыл бұрын
ৰাগ- ধনশ্ৰী
@pranjalkalita4477
@pranjalkalita4477 3 жыл бұрын
@@chandamitathakuria1968 Thnx a lot.chandamita.
@resminabegum4898
@resminabegum4898 3 жыл бұрын
Sankardevk hiromoni bhuyan bhuli kuny aaykhya disily?
@nabajyotibora763
@nabajyotibora763 4 ай бұрын
Parile pdf tu dibo nki
@dipankardeka6620
@dipankardeka6620 3 жыл бұрын
apunaloke assam policer question dibo sn importnt
@roshnirowshon6684
@roshnirowshon6684 3 жыл бұрын
14 no vul hoise naki,,,29 hob lage
@jakirali6986
@jakirali6986 3 жыл бұрын
English alp basi hoisi naki
@meghalibailung1553
@meghalibailung1553 3 жыл бұрын
Sir pdf link dib🙏
@arunpathak2120
@arunpathak2120 3 жыл бұрын
শঙ্কৰদেৱহে । আপোনাৰ বানান সলনি কৰিব।
@anuragkayshab9228
@anuragkayshab9228 2 жыл бұрын
Sangkar dev gupta nam ki hoi jonabo sun Bar bhuya buli koi kinto moi kunu kitapt pua nai
@bcccsc3904
@bcccsc3904 3 жыл бұрын
2 min t koi besi khamaye dekhun lecture diute gol....
@bhaswatideka1962
@bhaswatideka1962 3 жыл бұрын
Kabya axon roise nki. .. Grajya gajendra. . Plz jonabo sn
@chandamitathakuria1968
@chandamitathakuria1968 3 жыл бұрын
গ্ৰাহ- গজেন্দ্ৰ যুদ্ধৰ চমু ৰূপ এটি কীৰ্তন ঘোষাত পোৱা যায়৷ কিন্তু এই কাহিনীক কেন্দ্ৰ কৰি স্বতন্ত্ৰ কাব্য ৰচনা হোৱা নাই৷ - অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সত্যেন্দ্ৰনাথ শৰ্মা৷
@JaminiBaishya-s5c
@JaminiBaishya-s5c Жыл бұрын
😂
@sultanalisk9021
@sultanalisk9021 3 жыл бұрын
l.p course but not up
@prachurjya6335
@prachurjya6335 3 жыл бұрын
ধন্যবাদ।
@gilpindas6881
@gilpindas6881 3 жыл бұрын
Thank you so much Sir
JISOO - ‘꽃(FLOWER)’ M/V
3:05
BLACKPINK
Рет қаралды 137 МЛН