Рет қаралды 15,343
Assamese grammar for Class 10 | ছন্দ | SEBA | HSLC-2021 | NET | APSC | Language Paper | Part 1
অসমীয়া ব্যাকৰণৰ ক্ষেত্ৰত আজিৰ দিনতো অনলাইন মাধ্যমসমূহত খুবেই সীমিত পৰিমাণতহে সময়োপযোগী Content উপলব্ধ। সেই অভাৱ সীমিত মাত্ৰাত হ'লেও দূৰ কৰাৰ অভিলাষী প্ৰয়াসেৰে টীম 'eKuhipath' এ আপোনালোকলৈ আজি আগবঢ়াইছে অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ঃ 'ছন্দ' (খণ্ড-১)
মূলতঃ দশম শ্ৰেণী তথা উচ্চ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ সহায়ক হোৱাকৈ পাঠতো প্ৰস্তুত কৰা হৈছে যদিও APSC, TET কে আদি কৰি যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে ই সহায়ক হ'ব।
Join the telegram channel given below to get the pdf:
t.me/eKuhipath
Please like, share and subscribe to the e-learning video platform of Assam. #eKuhipath
KZbin channel link:
/ ekuhipath2020
Facebook page link:
/ ekuhipath2020
Our other Social media links
Instagram #eKuhipath
Twitter #eKuhipath