Рет қаралды 133,382
সন্তান জন্মৰ ক্ষেত্ৰত স্বামী-স্ত্ৰীৰ সমস্যা আছে নেকি? যদি আছে তেন্তে IVF পদ্ধতিৰে জীৱনলৈ আনক সুখ। IVF পদ্ধতিৰে লাভ কৰক সন্তান লাভৰ সুখ। কেনেকৈ চিকিৎসা কৰা হয় IVF পদ্ধতিত? ২১ বছৰ লৈকে কেনেদৰে ভ্ৰুন সংৰক্ষণ কৰি সন্তান লাভ কৰিব পাৰি? এই পদ্ধতিত কিমান টকা খৰচ হয় ? IVF পদ্ধতিৰ সৰু-ডাঙৰ তথ্যৰ সৈতে চাওক বাৰ্তালাপ।
Contact us more details : 8811052000 ( Janitva)
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/