Explore The Great Wall Of China😲😮আহক চাওঁ ২১ হাজাৰ কিলোমিটাৰ দীঘল Wall . by Bhukhan Pathak. 🇨🇳 Assam

  Рет қаралды 83,617

Assamese Mixture

Assamese Mixture

Күн бұрын

Explore The Great Wall Of China😲😮
আহক চাওঁ ২১ হাজাৰ কিলোমিটাৰ দীঘল Wall
. by Bhukhan Pathak. 🇨🇳
Assamese vlog
Assamese mixture
china
#bhukhanpathak #TheGreatWallofChina #Beijing

Пікірлер: 795
@DeepBora-x1q
@DeepBora-x1q 18 сағат бұрын
ইমান বিখ্যাত ঠাই ঘৰত থাকিয়েই চাবলৈ সুবিধা কৰি দিয়া বাবে বহুত বহুত ধন্যবাদ ! আতাইকেইটা ভিডিঅ'ই চাই আছোঁ, নগাঁৱৰ পৰা। আন্তৰিক শুভেচ্ছা থাকিল !
@bharatibarkataki7592
@bharatibarkataki7592 18 сағат бұрын
ভূষণ জন্মদিনৰ আশীৰ্বাদ দিলোঁ , ভগৱানে তোমাক সদায় সু-স্বাস্থ্যৰে দীৰ্ঘায়ু কৰক তাৰেই কামনা ৷ বহুত সুন্দৰ সুন্দৰ ভিডিঅ’ আমাক উপহাৰ দি আছা , অশেষ ধন্যবাদ ৷
@LokeswarGogoi-xh9ef
@LokeswarGogoi-xh9ef 15 сағат бұрын
চীনৰ প্ৰাচীৰ প্ৰকৃততে পৃথিৱীৰ আচৰিত কৃৰ্তীচিহ্ন । ভূষণৰ জন্ম দিনটো অসমৰ ইউটিউবাৰ ভিতৰত আচৰিত ধৰণে উদযাপিত হৈছে, অতি ৰুমাঞ্চেৰে ভৰপূৰ। বহুত বহুত ভাল লাগিল। শলাগ, অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ 🙏🙏🙏🙏
@manjudaschoudhury2224
@manjudaschoudhury2224 19 сағат бұрын
জন্ম দিনৰ মৰম , আশীৰ্বাদ থাকিল তোমালৈ । বহুত আচৰিত বস্তু দেখুৱালে । বহুত ভাল লাগিল ❤❤❤
@rupalichetiahandique4442
@rupalichetiahandique4442 18 сағат бұрын
তোমাৰ নামত অলপ সময় উৰ্চগা কৰিছোঁ কাৰণ চাইনাৰ প্ৰত্যেকটো ভিডিঅ চাইছো তথাপি আজি আকৌ গোটেই কেইটা চালোঁ। যথেষ্ঠ ভাল লাগিছে।
@sushilkonwar7012
@sushilkonwar7012 19 сағат бұрын
ভূষণ জন্ম দিনৰ বাবে আন্তৰিক শুভেচ্ছা -- লগতে। চীনৰ important place বিলাক দেখুওৱা বাবে বহুত উপকৃত হৈছোঁ -- ধন্যবাদ ভূষণ।
@manuborah4135
@manuborah4135 15 сағат бұрын
ভূষণ আপোনাক আচৰিত পালোঁ দেই অকলে চীনা সকলৰ লগত ইমান ওপৰলৈ গৈ আছে ।ভগৱানে সদায় শক্তি আৰু সাহস দিয়ক।ওপজা দিনৰ শুভেচ্ছা থাকিল ❤️❤️
@RatulRaj-n8r
@RatulRaj-n8r 19 сағат бұрын
বহুত বহুত ভাল লাগিছে চাই ভগৱানে তোমাক সদায় ভালে ৰাখক গুৱাহাটীৰ পৰা চাই আছো
@assamorjyotish
@assamorjyotish 11 сағат бұрын
অসমীয়াৰ মান অসমীয়াৰ সন্মান ভূষণ দাৰ লগত সদাই থাকে❤
@SangitaboruahSangitaboruah-j9l
@SangitaboruahSangitaboruah-j9l 19 сағат бұрын
বহুত বহুত ভাল লাগিছে চাই ভগৱানে তোমাক সদায় ভালে ৰাখক।শিৱসাগৰ বকতা পৰা চাই আছো।
@IndiavillagesmanM
@IndiavillagesmanM 14 сағат бұрын
😂
@IndiavillagesmanM
@IndiavillagesmanM 14 сағат бұрын
অ জহনী কাম নাই তোৰ 😂
@BhawajitDoley
@BhawajitDoley 9 сағат бұрын
চীনৰ প্ৰাচীৰখন ঘৰত বহিয়েই দেখা পোৱাৰ সৌভাগ্য ।ভূষণলৈ অশেষ ধন্যবাদ থাকিল।
@manabrinkuvlog
@manabrinkuvlog 20 сағат бұрын
দাদা আপোনাক বহুত বহুত ধন্যবাদ আমাক ঘৰত থাকি আপোনাৰ ভিডিয়ৰ জৰিয়তে চীনৰ ইমান সুন্দৰ সুন্দৰ ঠাই দেখুওৱাৰ বাবে।।।।।❤❤❤❤❤❤❤❤
@durnakantasaikia8574
@durnakantasaikia8574 19 сағат бұрын
বহুত ভাল লাগিছে। তোমাৰ জন্ম দিনৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ধন্যবাদ।
@hridyanshugogoi2943
@hridyanshugogoi2943 9 сағат бұрын
ভাল লাগিল নেদেখা ঠাই দেখুৱাই দিয়া বাবে বহুত বহুত ধন্যবাদ
@borahskitchengarden2487
@borahskitchengarden2487 10 сағат бұрын
খুউব ভাল লাগিল। শুভেচ্ছা থাকিল। ধন্যবাদ।
@bantigoswamibora9726
@bantigoswamibora9726 18 сағат бұрын
জন্ম দিনৰ মৰম আৰু শুভাশিষ থাকিল তোমালৈ ভগৱানে আগুৱাই যোৱাত সহায় কৰক 🎉🎉🎂🎂
@Nitali-o1v
@Nitali-o1v 18 сағат бұрын
Bhukhan dar karone ata ke like kori ja....
@HemantakumarDas-s6q
@HemantakumarDas-s6q 13 сағат бұрын
Salute ভূষণ দা আপুনি ইমানখিনি দেখুৱাৰ বাবে....⚔️💯
@gopaldeka7861
@gopaldeka7861 18 сағат бұрын
ভূষণ বহু ধন্যবাদ আপোনাক বিদেসোৰবেদেও অনাৰ বেব
@Misssikfan
@Misssikfan 13 сағат бұрын
Happy Birthday Mr.Bhukhan pathok...v❤🎉💐... very informative video... hubhessa jonalu 💐 aru agbarhi jua
@animapatar67
@animapatar67 18 сағат бұрын
জন্ম দিনৰ বহুত বহুত শুভেচ্ছা থাকিল
@kumkumhazarika4830
@kumkumhazarika4830 18 сағат бұрын
Happy birthday Bhuson বৰ ধুুনীয়াকৈ দেখালা
@JitenChetia-l5q
@JitenChetia-l5q 18 сағат бұрын
অতি সুন্দৰ হৈছে।
@anjalipathak4964
@anjalipathak4964 14 сағат бұрын
বহুত বহুত ধন্যবাদ তোমাক। ভগৱান সহায় হওঁক।
@dimpiray7175
@dimpiray7175 18 сағат бұрын
Rokhi asilu eitu video r karone very nice
@BiplabBiswas-d4f
@BiplabBiswas-d4f 19 сағат бұрын
Wow খুব দুনিয়া হইছে video টো
@jss996
@jss996 19 сағат бұрын
Dhuniya bro duniya nhy
@pegurock421
@pegurock421 18 сағат бұрын
ধুনীয়া ছোৱালী
@pagalm-rk5xy
@pagalm-rk5xy 17 сағат бұрын
Dhuniya hoi bro duniya nhoi
@DidarulBapu9631
@DidarulBapu9631 14 сағат бұрын
বাল লাগিল নহয় , ভাল লাগিল।
@BiplabBiswas-d4f
@BiplabBiswas-d4f 14 сағат бұрын
@@DidarulBapu9631 ,😂😂😂😂
@manashmohan3271
@manashmohan3271 18 сағат бұрын
গামোচা মেইন❤জ‌য় আই অসম
@bobybaruah4478
@bobybaruah4478 15 сағат бұрын
বহুত ভাল লাগিল 👌 --ধন্যবাদ ভাইটি !
@ThaneswarSaikia-rh6nh
@ThaneswarSaikia-rh6nh 15 сағат бұрын
The great wall of China nice video
@jayantadeka9876
@jayantadeka9876 15 сағат бұрын
ওপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।
@rajubarman6122
@rajubarman6122 18 сағат бұрын
অকলে অকলে bhukhan daa , salute
@RameshKonwar-t2y
@RameshKonwar-t2y 12 сағат бұрын
জীৱন ধন্য হৈ গল তোমাৰ। ধন্য
@oldisgoldassamessong8782
@oldisgoldassamessong8782 10 сағат бұрын
বহুত বহুত ধন্যবাদ ভূষণদা । জন্ম দিনৰ শুভেচ্ছা জনালোঁ। আহিবলগীয়া দিনবোৰ যেন আৰু ভাল হয়। আপোনাৰ চীনৰ সকলো ভিদিও চাই আছোঁ। শিৱসাগৰ বেতবাৰী পৰা।❤❤❤❤
@ImranHussain-in1zp
@ImranHussain-in1zp 14 сағат бұрын
ঠাইখিনিৰ নাম সৰু পৰা শুনিহে আছিলো আজি আপোনাৰ video ৰ দ্বাৰা দেখিলো বহুত বেছি ভাল লাগিল❤❤👌 ,,,সুন্দৰ ভিদিও দাদা মজা লাগিল চাই লগতে আপোনাক বহুত বেছি ধন্যবাদ ❤💖 .....& Happy birthday to you💖❤🎉
@bontigogoi8505
@bontigogoi8505 18 сағат бұрын
Bahut bahut val lagil ❤️
@arnabgogoi9998
@arnabgogoi9998 8 сағат бұрын
বৰ সুন্দৰ ভাল লাগিল আগলৈ আগ বাঢ়ি যোৱা
@r.p7883
@r.p7883 19 сағат бұрын
❤❤❤❤❤❤Axmor first KZbin explore china..great job...moi xai karonae bhukhon val Pao best contane creater in assames
@musichub3129
@musichub3129 9 сағат бұрын
জন্ম দিনৰ আন্তৰিক শুভেচ্ছা লগতে চীনৰ vdo bur চাই খুউব ভাল লাগিছে ।
@travel-x1693
@travel-x1693 15 сағат бұрын
ভাল লাগিল চাই ৷ ছোৱালীবোৰৰ এটা Video বনাবা 😂৷ Happy Birthday .
@santanaboro5173
@santanaboro5173 18 сағат бұрын
Bahut dhuniya hoise.
@anjanasom-t4z
@anjanasom-t4z 20 сағат бұрын
ভূষণৰ ওপজা দিনৰ শুভেচ্ছা বাৰ্তা দিলোঁ। চীনা প্ৰাচীৰ আজি আচল উদ্দেশ্য পূৰণ কৰা হৈছে।ভাল কথা পিছে চীনৰ সেই বিখ্যাত চাওলিং মন্দিৰৰ চৌহদত আমাৰ ভাইটিয়ে খোজ পেলাব পৰা হ'লে ভাল আছিল।
@taherali4929
@taherali4929 8 сағат бұрын
Nice vedio amazing outstanding fantastic Super se upar 🙏🏾🙏🏾🙏🏾
@runuhazarika8290
@runuhazarika8290 11 сағат бұрын
Wow বহুত ভাল লাগিল ভিডিঅতো ছাই ্তোমার
@banjitkashyap3289
@banjitkashyap3289 20 сағат бұрын
Dhuniya ❤️😊 Love From Tamulpur ❤
@HiteshDeka-tc2mz
@HiteshDeka-tc2mz 18 сағат бұрын
Wow aji tumar videot the great wall of china dekhi bohut val lagil 👍❤❤❤
@bantidutta7191
@bantidutta7191 17 сағат бұрын
জন্ম দিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ ভুষন ইমান সুন্দৰ ভিডিঅ' ভাল লাগিছে 🎉
@UpenAmsong
@UpenAmsong 10 сағат бұрын
ইমান ধুনীয়া ঠাই ভাল লাদিছে দাদা
@jayantagogoi8117
@jayantagogoi8117 19 сағат бұрын
Happy, birthday, bhuban Pathok
@BalenRajbongshi-m6e
@BalenRajbongshi-m6e 13 сағат бұрын
বহুত ভাল লাগিল দেই তোমাৰ এই ধাৰণাই নমস্কাৰ
@smritidutta93
@smritidutta93 9 сағат бұрын
দেৰিকৈ হ'লেও ওপজা দিনৰ শুভকামনা জনালোঁ ভূষণ দাদা ❤
@binodkakati7300
@binodkakati7300 16 сағат бұрын
বহুত নজনা কথা জানিব পাৰিলোঁ ভূষণ ! তোমাৰ ভিডিঅ' চাই আছোঁ ! বহুত ভাল লাগিল ! তোমালৈ আশীৰ্বাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ !
@nurulislam560
@nurulislam560 11 сағат бұрын
আপোনাৰ ভিডিঅ বোৰ চাই ভাল লাগিল ৷ আপোনাৰ জন্মদিনৰ অলেখ শুভেচ্ছা জনালোঁ ৷
@jitulkalita1335
@jitulkalita1335 11 сағат бұрын
ওপজা দিনৰ বহুত বহুত মৰম যাচিলোঁ । তেজপুৰৰ ডেকাৰগাওঁৰ পৰা ।
@jibanphukon9459
@jibanphukon9459 17 сағат бұрын
সকলো বিলাক video চাই খুউব ভাল লাগিছে। indoor stadium আৰু কোনো ডাঙৰ stadium পালে দেখাব।ভগৱানে আপোনাক কুশলে ৰাখক।" চৰাইদেউ জিলাৰ সোণাৰি পৰা চাই আছোঁ "
@yamunaYtube
@yamunaYtube 10 сағат бұрын
Historical place bur moi val paw videotu Sai khub val lagil❤️🙌🙌
@NabojyotiBora-d9j
@NabojyotiBora-d9j 18 сағат бұрын
Happy birthday brother❤ always keep smiling and gd bless you 🎂 .. Video Tu sai vl lgil.. From jorhat❤
@shipramcfarlane8908
@shipramcfarlane8908 17 сағат бұрын
ওপজা দিনৰ অলেখ শুভকামনা জ্ঞাপন কৰিলো। ভালে থাকা।🎉❤
@jitukalita4559
@jitukalita4559 14 сағат бұрын
বহুত বহুত ভাল লাগিছে । বহুত বহুত ধন্যবাদ ।
@pranjaldas9783
@pranjaldas9783 5 сағат бұрын
তোমাক এটা কথা কও, চীনৰ পৰা অসমীয়া video চাব বহুত মন আছিল। তোমাৰ চেনেলত পাই ভাল লাগিল। বহুতে চাই ভাল পাইছে।
@ashimkrhajong7979
@ashimkrhajong7979 19 сағат бұрын
Happy birthday to u.aakha koru enekuwa bhal bhal video pai thakim.Long live Bhukhon.
@eyebeesvlogs4544
@eyebeesvlogs4544 17 сағат бұрын
Technology aamar Axom or Tolatol ghor or logot bohut mil ase kintu ❤❤😊
@kalpanachoudhury3973
@kalpanachoudhury3973 17 сағат бұрын
ভূষন জন্মদিনৰ হিয়াভৰা মৰম ও শুভেচ্ছা জনালো তোমাক সুন্দৰ ভিডিও ভাল লাগিল চাই ❤
@emanitravelvlogs4841
@emanitravelvlogs4841 18 сағат бұрын
Moja bhukhon da aru dhuniya thai dekha pam buli akha thakil.victor sena
@junaliphukan3894
@junaliphukan3894 4 минут бұрын
Bhut val lagil vukhn tumar babe nedekha Thai vidio juge d sab parilu bhut bhut Dhanyawad amak anekua video dekhua babe .aru tumaloiu arxibad thakil tumi jate aru aguai jua hfl hua tumar mn kamna bur purn hok .
@india-rl3on
@india-rl3on 20 сағат бұрын
Nihaaoooooo😂😂😂😂😂😂 vidio juiiiii dada
@manashits
@manashits 6 сағат бұрын
সুন্দৰ প্রদর্শন পাঠক দা
@nabanilborah1954
@nabanilborah1954 13 сағат бұрын
Happy birthday ভূষন দা ❤ আগবাঢ়ি যোৱা। ধন্যবাদ আপোনাৰ আমাক ইমান কষ্টৰে বিশ্ব আচৰিত বস্তু এটা দেখুৱালে ❤।
@raktimjsarmah
@raktimjsarmah 8 сағат бұрын
ওপজা দিনৰ ওলগ জনালোঁ। ঘৰতে বহি চোৱাৰ সুবিধাকণ দিয়াৰ বাবে বহু ধন্যবাদ। মোৰ ঘৰ ছিপাঝাৰত।
@MinatiR-z5q
@MinatiR-z5q 18 сағат бұрын
Bhal loga ata video dekhuwala thanks
@jyotishrajbongshi3271
@jyotishrajbongshi3271 14 сағат бұрын
খুবেই ভাল লাগিল...
@hemanjali-yb4dp
@hemanjali-yb4dp 19 сағат бұрын
অতি সুন্দৰ ।
@dp22vlogs123
@dp22vlogs123 12 сағат бұрын
অতি সুন্দৰ ভিডিঅ' দাদা‌ ❤❤❤ আপোনাৰ ভিডিঅ' জৰিয়তে চীনৰ প্ৰাচীৰ চাবলৈ পালো। চীনা গাঁৱৰ পৰিৱেশৰ ভিডিঅ' দিবচোন তেওঁলোকে কেনেকৈ জীৱন নিৰ্বাহ কৰে। লগে আপোনাৰ জন্ম দিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ 🎉🎉🎉🎉 Happy Birthday Bhukhan da 🎉🎉🎉🎉
@pranabjyotihazarika7145
@pranabjyotihazarika7145 17 сағат бұрын
Happy birthday 🎂🎂🎂 সুন্দৰ video বনাইছা ভূষণ ❤❤❤❤
@monimonsterofficial7112
@monimonsterofficial7112 9 сағат бұрын
নিজে china ত যোৱা যেন লাগিল ❤❤ Love from Morigaon ❤️❤️
@usharanitalukdar9311
@usharanitalukdar9311 14 сағат бұрын
বহুত ভাল লাগিছে
@kartiknath8056
@kartiknath8056 19 сағат бұрын
Val hoise
@durgadas1078
@durgadas1078 17 сағат бұрын
খুব ভাল লাগিল ভাইটি তুমাৰ এই ভিডিওটো চাই মই পাঠশালা পৰা ঢাই আছো ❤❤❤
@mridulkumartalukdar3584
@mridulkumartalukdar3584 19 сағат бұрын
Salute bar dhuniya lagil.barpeta sarupeta
@hridaysarma5182
@hridaysarma5182 18 сағат бұрын
best KZbinr of assam.... happy birthday bhukhan da....
@bontiborah8524
@bontiborah8524 19 сағат бұрын
ধুনীয়া
@atulbasu696
@atulbasu696 11 сағат бұрын
Tenekua dekhuabo lage first subscriber.good
@binabora5025
@binabora5025 18 сағат бұрын
Bhout dhunia lagise dei 👍🙏
@Lucky_Saikia60
@Lucky_Saikia60 14 сағат бұрын
ভাল লাগিল দেই ভিডিঅ'টো চাই 👍🏻 ভূষণ দা আপুনি ভালে থাকক ❤
@DiptiChetia-bs5vh
@DiptiChetia-bs5vh 18 сағат бұрын
তোমাৰ জন্ম দিনৰ বাবে বহুত আশীৰ্বাদ ও শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
@DipakDas-hv2cg
@DipakDas-hv2cg 17 сағат бұрын
ভাল লাগিল ভিদিঅ চাই
@RahulMili-om7kc
@RahulMili-om7kc 5 сағат бұрын
Val lagil deki🎉🎉
@ParagSarma-f2w
@ParagSarma-f2w 9 сағат бұрын
Awesome Content Bhukhan Da 🔥🔥
@bhrigukalita6479
@bhrigukalita6479 10 сағат бұрын
সুন্দৰ
@AmarendraDeka-j1c
@AmarendraDeka-j1c 18 сағат бұрын
Very informative videos . I hope your endeavours will come to fruition.
@tulyajitsaikia7515
@tulyajitsaikia7515 17 сағат бұрын
জন্মদিনৰ অলেখ শুভ কামনা জনালো । ❤❤❤🎉🎉❤❤
@amarendradeka5253
@amarendradeka5253 14 сағат бұрын
ধুনীয়া লাগীছে❤❤❤
@Mainabora-jt4ru
@Mainabora-jt4ru 19 сағат бұрын
বহুত বহুত ধন্যবাদ দাদা আমি নেদেখা বস্তু বোৰ দেখোৱা বাবে 🙏🥰💞
@chinuBorah-w8g
@chinuBorah-w8g 14 сағат бұрын
বহুত ভাল লাগিছে ভুষন👌👌👌
@runtisarmah420
@runtisarmah420 14 сағат бұрын
Bor dhunia lagisa dakhi.bohut bohut suvisa gonalu.❤❤
@jimisaikia1851
@jimisaikia1851 9 сағат бұрын
সুন্দৰ ❤ ভাল লাগিল 🥰
@mriduldakua204
@mriduldakua204 8 сағат бұрын
7টা অযুবা যে আছে ভূষণ দাদায় দেখাব বুলি আশা কৰিলো চাব পাম। Jai Aai Assam
@akhilbhuyan7322
@akhilbhuyan7322 9 сағат бұрын
বৰ ভাল লাগিল চাই। জাবো নোৱাৰিলোঁ ও তোমাৰ পৰা ভালকৈ দেখা পালোঁ। আগলৈ আৰু ভাল ভাল ভেডিও দেশাই জাবা
@TheJyotishka
@TheJyotishka 8 сағат бұрын
Happy birthday.......Glad to see you From top of the THE GREAT WALL...QUALITY VLOG,,,,
@miniminivedo7578
@miniminivedo7578 16 сағат бұрын
আপোনাৰ ভিদিও বোৰ চাই আৰু কি কম ভাষা নাই ❤😊,🙏🏼🙏🏼
@mintuali9030
@mintuali9030 11 сағат бұрын
নেদেখা থাই দেখীলু ভুষন বন্ধু তুমাৰ কাৰণে ভাল লাগিল
Article 370 & 35-A : Jammu-Kashmir (1947 to 2019) by Dr. @vikasdivyakirti
3:22:40
Don't look down on anyone#devil  #lilith  #funny  #shorts
00:12
Devil Lilith
Рет қаралды 10 МЛН
Ozoda - Lada ( Official Music Video 2024 )
06:07
Ozoda
Рет қаралды 19 МЛН
Spongebob ate Michael Jackson 😱 #meme #spongebob #gmod
00:14
Mr. LoLo
Рет қаралды 10 МЛН
Phehujali (Dawn) I Assamese Feature I Biswajeet Bora
1:43:33
Quatermoon Productions
Рет қаралды 18 М.
This is also Assam ❤️❤️
15:55
Dimpu's Vlogs
Рет қаралды 233 М.
Blender 3D Hindi/Urdu Full Course
3:46:46
Nafay 3D
Рет қаралды 6 МЛН