Рет қаралды 126
#folkdance #dance #mizoram #PROGRAMME
Folk dance | Inter State Youth Exchange Programme | BONGAIGAON NYKS
চুবুৰীয়া ৰাজ্য মিজোৰামৰ খজোল জিলাৰ পাহাৰীয়া অঞ্চলৰ যুৱক যুৱতীৰ দলে বঙাইগাঁও চহৰলৈ আহি অসমৰ বিভিন্ন কলা সংস্কৃতি পৰিদৰ্শন কৰাৰ লগতে বঙাইগাঁও চহৰৰ বিভিন্ন ব্যক্তিৰ লগতে মত বিনিময় কৰে