Рет қаралды 160,371
গাহৰি পালনৰ কিছু নিয়ম জানো আহক Piggery farming in Asaam
গাহৰি পালনত নতুন গাহৰি পালকে কিছুমান সৰু সৰু ভূল কৰে ৷ এই ভূলবোৰেই পাছলৈ ডাঙৰ ৰূপ লয় আৰু গাহৰি বেমাৰত আক্ৰান্ত হয় ৷
প্ৰতিষ্ঠিত গাহৰি পালক ৰবীন্দ্ৰ গগৈয়ে প্ৰকাশ কৰিছে কেইটিমান
পালন কৰিব লগা নিয়মৰ বিষয়ে...
uparjan.in