Рет қаралды 1,962
গোলাঘাটৰ নুমলীগড়ৰ ৰঙালাউৱে বজাৰ দখল কৰিছে কলিকতাত।নুমলীগড়ৰ মিঠাআমচাপৰিৰ দুজনমান শিক্ষিত যুৱকে চৰকাৰী চাকৰি আশা বাদ দি ৫০০ বিঘাৰো অধিক ভূমিত ৰঙালাউ খেতিৰে কৃষি বিপ্লৱৰ সূচনা কৰিছে। প্ৰায় ১২০০ টন ৰঙালাউ উৎপাদনৰে আনুমানিক ৫০ লক্ষাধিক টকাৰ মুনাফা লাভ কৰি সকলোৰে বাবে আদৰ্শ হৈ পৰিছে মিঠাআমচাপৰি শিক্ষিত কৃষক। গোলাঘাটৰ পৰা আমাৰ এক প্ৰতিবেদন।
#Pratidintime #golaghat