গোলাঘাটত আজৱ ঘটনা। দাহ কৰিবলৈ চিতাত তোলা মৃতদেহৰ কাষতে জীৱন্তে ওলাল মৃত্য ব্যক্তি

  Рет қаралды 69,113

News Live

News Live

Ай бұрын

📌গোলাঘাটত আজৱ ঘটনা। দাহ কৰিবলৈ চিতাত তোলা মৃতদেহৰ কাষতে জীৱন্তে ওলাল মৃত্য ব্যক্তি। গোলাঘাটৰ মিলনপুৰত ট্ৰেইনৰ খুন্দাত নিহত হৈছিল ৩০ বছৰীয়া যুৱক দেৱ পূজৰ। চিনাক্তকৰণৰ পিছত আত্মীয়ই শালমৰা চাহ বাগিচাৰ ঘৰলৈ আনিছিল মৃতদেহ। মৃতদেহ সৎকাৰৰ যো-জা কৰোতেই আবিৰ্ভাৱ হ'ল দেৱ পূজৰ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 11
@assam2006
@assam2006 Ай бұрын
সি মৰিল বোলি চাবলৈ আহিছিল।
@jatinkonwar883
@jatinkonwar883 Ай бұрын
হে ভগৱান সি মৰিল বুলি চাবলৈ আহিল.😊
@BubulBaruah-bq5wh
@BubulBaruah-bq5wh Ай бұрын
অতি আচৰিত খবৰ । আশা কৰিছো হৰি পেোজৰ আয়ুস বেছি হওক। 🙏🙏
@AnupamGogoi-nb9ij
@AnupamGogoi-nb9ij Ай бұрын
, মৃত ফটো খন কেমেৰাত দেখুৱাই দিব চোন
@RosardRoird
@RosardRoird Ай бұрын
কাপোৰৰ মিল😆😆😆গেলাৰ নিচাৰ🤔🤔🤔পৰিনাম।
@deep_and_deepika_life_style
@deep_and_deepika_life_style Ай бұрын
Bah nijor make sini puwa nai ki hb 😅
@nituln9961
@nituln9961 Ай бұрын
😂😂😂Dhat tare 😂😂😂😂😂
@jyotikadutta5187
@jyotikadutta5187 Ай бұрын
😁
@dhanmoni9901
@dhanmoni9901 Ай бұрын
😂😂😂😂
@Sky_proEdits
@Sky_proEdits Ай бұрын
Faltu background music.. Please change it
@jollywoodworld7395
@jollywoodworld7395 10 күн бұрын
😂
Llegó al techo 😱
00:37
Juan De Dios Pantoja
Рет қаралды 59 МЛН
Can A Seed Grow In Your Nose? 🤔
00:33
Zack D. Films
Рет қаралды 28 МЛН
Llegó al techo 😱
00:37
Juan De Dios Pantoja
Рет қаралды 59 МЛН