গান গাবলৈ মন নাই! মঞ্চৰ পৰা নামি গ’ল জুবিন

  Рет қаралды 535,760

DY365

DY365

Күн бұрын

Пікірлер: 754
@srihirakdas2392
@srihirakdas2392 5 ай бұрын
❤❤❤
@অসমUjjal
@অসমUjjal Жыл бұрын
God ❤❤❤❤❤❤🎉🎉🎉
@JaduBora-o7o
@JaduBora-o7o 26 күн бұрын
Zubeen da tumi য়ি kora tumar kotha tumak Ami vall pua i love you 😘😘😘
@iveehazarika3737
@iveehazarika3737 7 ай бұрын
Good.❤🎉❤
@optjgaming8782
@optjgaming8782 2 ай бұрын
joi zubben daa
@bodolendNarzary
@bodolendNarzary 6 ай бұрын
জুবন দাদা গা বেয়া 😆😆😆😆😆😆😆😆
@NortheastExplorerRH
@NortheastExplorerRH 6 ай бұрын
শাৰীৰিক অসুস্থতাৰ বাবেও কেতিয়াবা গান গাব নোৱৰা হয়..... যিজন মানুহে কম বয়সৰপৰা ইমানখিনি সৃষ্টি কৰিলে সেয়া বুজাই বুজে 🙏
@PranabKakati-wk3kq
@PranabKakati-wk3kq 6 ай бұрын
Buja usit lv zg ❤❤
@lifehereandthere
@lifehereandthere Жыл бұрын
মই শিৱসাগৰ বাসী, জুবিন জুবিনেই,,, গান গায় বা নাগায়,,, তেওঁৰ প্ৰতি আমাৰ মৰম নকমে,, গায়ক হল বুলিয়েই সকলো সময়তে গান গাবলে মন নাথাকিব পাৰে,,, তেওঁ মদ খাই সকলোৱে জানে,, মদৰ নিচাতেই তেওঁ আগতেও উৰে ৰাতি গান গাইছে,, এইখন field তে লৰাই বোকাত লোতুৰি পুতুৰি হৈ নাচিছে,, এদিন নাগালে নাই আৰু
@BikasKonch
@BikasKonch 2 ай бұрын
𝙄 𝙡𝙤𝙫𝙚 𝙮𝙤𝙪 𝙯𝙪𝙗𝙚𝙚𝙣 𝙙𝙖 ❤❤❤
@Nitul_yt
@Nitul_yt 6 ай бұрын
Bya lagil bht 🥲💔
@JamalJamal-xz4fq
@JamalJamal-xz4fq Жыл бұрын
Zubeen Garg you will
@Jioshorts-ec5fl
@Jioshorts-ec5fl Жыл бұрын
জয় জুৱিন মদাহী ✊
@mrinmoymedhi8920
@mrinmoymedhi8920 5 ай бұрын
Bapero murtu
@jumandasjumandas292
@jumandasjumandas292 13 күн бұрын
Toi nije
@AnjanBaniya-ft3vb
@AnjanBaniya-ft3vb 3 ай бұрын
Good
@vinodjoysowal9055
@vinodjoysowal9055 Жыл бұрын
জুবিন দাৰ বিষয়ে কোনেও যাতে কোনো ধৰণৰ কটু মন্তব্য নকৰক আমাৰ বিনম্ৰ অনুৰোধ। অসমৰ তথা ভাৰতৰে সুউজ্জ্বল তৰা। অসমী আইৰ সূপুত্ৰ তেওঁ। তেওঁৰ উদাৰতা আৰু বিশালতা আমি গম পাওঁ। তেওঁক অপমান কৰা মানে অসমৰ আকাশক কৰা। সকলোৱে বুজিব লৈ চেষ্টা কৰিব, মানসিক আৰু শাৰীৰিক অসুস্থতাৰ বাবেই তেওঁ গান গাবলৈ অপৰাগ হৈ পৰিছিল ।( ক'ব নালাগে তথাপিও কৈছোঁ,.... মনত সকলোৰেই আছে আৰু আপোনা সকলোৱে জানে k k চাৰৰ সেই মঞ্চ program ।) তাৎক্ষণিক শাৰীৰিক মানসিক চাপে জুবিন দা মঞ্চ কৰিব নিদিলে । সেয়া কেৱল দাদাহে জানে। এয়া জুবিন দাৰ বাহাদুৰী বা দৰ্শক শ্ৰোতাক অপমান কৰা বুলি ভূলতো নাভাবিব। আমি তেওঁক ভালদৰে জানো...
@bhargabblack1284
@bhargabblack1284 Жыл бұрын
আপুনি কথাষাৰ ঠিকেই কৈছে ❣️❣️❣️
@monikumar1724
@monikumar1724 Жыл бұрын
Love you zubeen da গাবলৈ মন নাই নাই আৰু নগাও ako
@assamcomady9785
@assamcomady9785 Жыл бұрын
জুবিন দাক যিসকলে ভাল পাই লাইক কৰা
@lalitabora912
@lalitabora912 Жыл бұрын
Xonmaniya Baideyu Sir Nomoste nomoste nomoste Dr Xonget Xurjya Best Cook Women Most Beauty Ful Most Beaty Ful Most Beauty Full
@SimantaKakati-mp3vp
@SimantaKakati-mp3vp 7 ай бұрын
মই ভাল নাপাও
@Dailyvlog9778
@Dailyvlog9778 6 ай бұрын
❤Hi❤ Tumar Biyar
@nitiskitchen4659
@nitiskitchen4659 7 ай бұрын
হথাৎ হয়টো তেওঁৰ মনটো কিবা কাৰণত বেয়া হৈছিল।
@aranyadas9172
@aranyadas9172 Жыл бұрын
Jubin da main
@AxomorLora07
@AxomorLora07 Жыл бұрын
নিজৰ ঠাই এদুখৰত আহি এনেকুৱা ব্যৱহাৰ কৰা টো ভুল। নিজৰ যি খিনি আত্ম সন্মান সেইখিনি অথলে যাবলৈ দিব নালাগিছিল আৰু সুৰাপান কৰাটো সাইস্থৰ পক্ষে ক্ষতিকাৰক। যি কি নহওঁক কিয় অনাগত দিনত এনে ভুল নকৰিব আৰু যি সকলে অনুষ্ঠান ভাগ উৎযাপন কৰিছে তেওঁ লোকক মনত দুখ নিদিব। শেষত জয় জুবিন দা।love you ❤️❤️
@lakhyajitsonowal2135
@lakhyajitsonowal2135 Жыл бұрын
মোৰ মতে... যি কেইজন মানুহে জুবিনদাক বেয়া পায় ন...সেইকেজন মানুহে দাদাৰ কোনো ভিডিও,ফটো,গীত,বজাব বা ফোনত ৰাখিব নালাগে চিধা কথা😊মানুহজনক ইমান বেয়া ব্যৱহাৰ কৰি...সেই মানুহজনৰ গীত শুনাৰ যোগ্য নহয় সেইবোৰ মানুহ। ❤জয় জুবিন দা❤
@bhargabblack1284
@bhargabblack1284 Жыл бұрын
Love you Zubeen daa 🥰🙏
@bhargabblack1284
@bhargabblack1284 Жыл бұрын
Zubeen daa r নিচিনা আৰু আমি এই জনমত কেতিয়াও নাপাওঁ
@jakirgamingyt7094
@jakirgamingyt7094 7 ай бұрын
এটাও থাকিব নোৱাৰে
@SimantaKakati-mp3vp
@SimantaKakati-mp3vp 7 ай бұрын
মই শুনিয়ে পোৱা নাই আৰু নুশুনো
@zubeennath934
@zubeennath934 3 ай бұрын
Hari Naam Sage xunai Nai toi Axomot Kio Aso Jhraa​@@SimantaKakati-mp3vp
@mixtvne6684
@mixtvne6684 7 ай бұрын
Moja
@nayan7755
@nayan7755 Жыл бұрын
Legend watching In 2023
@ritukalita3670
@ritukalita3670 7 ай бұрын
I ❤️ you Zubeen Garg
@Mrrikulahkar
@Mrrikulahkar 6 ай бұрын
❤ jai zubeen daa i love you zubeen daa❤
@ranjulabora
@ranjulabora 4 ай бұрын
Manuhar katiab mon val nathakibow para ❤❤❤❤
@updas6200
@updas6200 Жыл бұрын
𝓛𝓸𝓿𝓮 𝔂𝓸𝓾 𝔃𝓾𝓫𝓮𝓮𝓷 𝓭𝓪
@ChandanDas-f6p
@ChandanDas-f6p Жыл бұрын
Joy zubeen da ❤❤❤❤
@arupnath7101
@arupnath7101 Жыл бұрын
Mabahi hi😊
@binnmoran2130
@binnmoran2130 Жыл бұрын
❤❤❤you Zubin da
@Hindu_Facts_
@Hindu_Facts_ Жыл бұрын
Adin gan nagale buli a nalage ane kuwa Zubeen Garg wah kya baat 👍👍
@jakirgamingyt7094
@jakirgamingyt7094 Жыл бұрын
আপোনালোকে এতিয়া জুবিন দা ক বেয়া বেয়া কৈ আছে 😢 😢 কিন্তু যেতিয়া জংকী বাৰ নিছিনা জুবিন দা ক হেৰাবো তেতিয়া আপোনালোকে কান্দিব 😢😭😭😭
@kishordeka5582
@kishordeka5582 Жыл бұрын
Hoi de moi o mori jam😢
@mrinalsarma6870
@mrinalsarma6870 7 ай бұрын
😅😅😅😅😂😂😂😂
@simantaborgohain1459
@simantaborgohain1459 Жыл бұрын
🥰Hartbet zuben da.... From sivasagar but ... Anekuwa korily vhl nlge zuben da🙏
@yb6281
@yb6281 7 ай бұрын
Dada plz iman mod naxabo😭
@niranjansarma4552
@niranjansarma4552 7 ай бұрын
জুবিন গাৰ্গ আৰু মঞ্চত গান গোৱাৰ উপযুক্ত গায়ক হৈ থকা নাই। তেখেতৰ মঞ্চত গান গোৱাৰ দিন উকলিল। দাই তেখেত নিজেই...মই জুবিন গাৰ্গৰ শত্ৰু নহয়...
@deepjyotinath5255
@deepjyotinath5255 Жыл бұрын
জয় জুবিন গাৰ্গ I love zubeen
@bijoymili805
@bijoymili805 7 ай бұрын
Very good ZUBEEN DA
@hirokjyotihaloi3371
@hirokjyotihaloi3371 Жыл бұрын
Jodi HS exam aru HSLC exam r majot function pate tente kio gan gabo mon jabo . Joi zubeen da ♥️
@dibyanganaborahsumkiborah7785
@dibyanganaborahsumkiborah7785 Жыл бұрын
Hoi diyok ....seikarone hoitu tekhete gan gabo mn nkrile....
@biswavlogs1673
@biswavlogs1673 Жыл бұрын
Tur leura2 sudurvai
@biswavlogs1673
@biswavlogs1673 Жыл бұрын
Anuragir moromei buji napai zubeen dai..mal khai thio hboi nuare kor pora gaan gabo paribo..kintu amar zubeen dar pagol anuragibur bule HS aru Hslc exam huar bbe nagale..oi pagl hott agreement krute date saisil nai ketiya program ase..tetiyai cancel kri dibo lgisil exam ase moi najau buli..Kiman manuh kiman anuragi kimn akhare baat sai asil j zubeen dai gaan gabo aru ami nasim..anuragir proti ki eku emotion ai nai ne zubeen dar
@hirokjyotihaloi3371
@hirokjyotihaloi3371 Жыл бұрын
@@biswavlogs1673 kotha kobo Jodi xika nai ahibi mur tat tution koraii dim gali tur gharar manuhk dibi muk nohoii ,jatiya bhall dore xikhaii puwa naii toii tuk koi ki lav hobo agote school goii xiki aha manuhk bebohar keneke koribo lage
@biswavlogs1673
@biswavlogs1673 Жыл бұрын
@@hirokjyotihaloi3371 Aikhar ktha tur hei zubeen dak kua j manuhor lgt kidore byobohar kra hoi..aru school toi ja tuk hee gyanor proyujon ase goru...nije sage ghur modahi toi n?? Poha huna nai..dangorok kneke ktha kbo lge horuk knekoi ktha kbo lage ghoror manuhe nihikale tuk idiot..mur usorole ahibi vlke gyan dim tuk understand
@mudukirani1935
@mudukirani1935 Жыл бұрын
Kamrup lagend zuben da
@bodoassameseyoutuber4357
@bodoassameseyoutuber4357 Жыл бұрын
Zubeen Da provhu amar karone gwa nogua Zubeen dar kotha tat manhu bor koi ako lavh nai😊
@pinkusaikia5373
@pinkusaikia5373 11 ай бұрын
Zubeen da khoday zubeen hoi rouk❤❤❤❤
@arupgamer2504
@arupgamer2504 Жыл бұрын
Aibur soru kotha..gorom thanda mili asy no ga baya hoboi aru upai nai ..
@bhaskarborah7873
@bhaskarborah7873 Жыл бұрын
জুবিন দা সদায় জুবিনেই।কাকো খাটি নকৰে।।
@khirodsonowal2224
@khirodsonowal2224 2 ай бұрын
Besi hoi goise ghkmonti..
@ranjulabora
@ranjulabora 4 ай бұрын
Jubin ❤❤❤❤❤❤ 😂
@ruhonmedak727
@ruhonmedak727 Жыл бұрын
তাক মাতিবই নালাগে সি বেছিকৈ মাল খাই আকৌ
@B-tube-24
@B-tube-24 Жыл бұрын
Tonic ka kamal...tonic cinkara
@abhijitgogoi000
@abhijitgogoi000 Жыл бұрын
পৰিস্থিতি সাপেক্ষে মানুহৰ মন বোজা উচিত। প্ৰতিজন ব্যক্তিয়ে কিবা ভূল পথ বাছি লোৱাৰ আঁৰত আৰু কিছুমান দুখ কষ্ট থাকে যাক সেই পৰিস্থিতিৰ পৰা ওভটাই অনাটো ভগৱানৰ বাহিৰে আন কাৰো ওচৰত ক্ষমতা নাথাকে। তেওঁ মদ খাই বা নিজৰAttitude ক লৈ এনেকুৱা কৰিছে বুলি ক'ব নোৱাৰি, গতিকে তেওঁ এনেকুৱা কাম কৰাটো উচিত অনুচিত বিচাৰ কৰা আগত অসমৰ গৌৰৱ তথা জনপ্ৰিয় গায়ক এজনে এনেকুৱা কাম কিয় কৰিব লগা হ'ল তাক বিচাৰ কৰা উচিত বুলি মই ভাবো। মনৰ কথা প্ৰকাশ কৰোতে যদি কিবা ভূল হৈছে আঙুলিয়াই দিয়াৰ লগতে সুধৰাই দিব বুলি আশা ৰাখিলোঁ।❤️🙏
@bijoypegu5262
@bijoypegu5262 Жыл бұрын
I aggre 👍👍👍👍👍
@assamrhinoff6972
@assamrhinoff6972 Жыл бұрын
Gus njwaar pora janu kiba rasta asel??? Tar... Emn tokat loi anise public joma huise... Mod Tu kom khai ahbo lgsl
@Manalisha2.0
@Manalisha2.0 Жыл бұрын
@@assamrhinoff6972 তেখেতে এইবাৰ এই যে সুৰা পান কৰি আহি প্ৰগাম কৰিছে তেনে নহয় অতীতৰ পৰা এনেকৈ এই তেখেতে অনুষ্ঠান কৰি আহিছে💝 এজন ব্যক্তিৰ জীৱনত কৈ কোটি কোটি টকা ডাঙৰ হ'ব নোৱাৰে, মানুহ জনৰ অলপ বয়স হৈছে শৰীৰ টোৱে টানিব নোৱাৰা হৈছে হ'লে ও কিন্তু তেখেতে আমাক লগ এৰা নাই প্ৰতিটো ক্ষেত্ৰত আমাৰ সোনালী অসম খনৰ কাৰণে অলেখ বৰঙনি আগবঢ়াই আহিছে তেখেতে কিয় অনুষ্ঠান স্হগিত ৰাখিলে তাৰ আৰৰ কাৰণটো চাই হে কথা কব যি টি কৈ নিদিব এজন ব্যক্তি ৰ জীৱনৰ লগত টকা তুলনা নকৰিব ধন্যবাদ 👿
@lenasarma8918
@lenasarma8918 Жыл бұрын
Thik koisai
@rahulboruah7471
@rahulboruah7471 Жыл бұрын
@@assamrhinoff6972 sok tekhete agote ane kora nai ami agor video sale gom pam je khujr khele mele agoteu hoi moi bhabu tekhetor oinyo kiba tentionu hb pare n .tekhetok June bhal paisele sobei agolekeu bhal pai jabo.bhul hoise jode khyomaa korebo🙏joi Zubeen da🙏
@selfbelieve818
@selfbelieve818 7 ай бұрын
Zubeen is king
@Rihanhaque-fs6zr
@Rihanhaque-fs6zr 7 ай бұрын
Zubeen da Apuni gaan naga lao tabu o Apunaka vhal pau.I love Zubeen da.@MaYa ZiNdAgI@❤❤❤❤
@nabaranjangohain4093
@nabaranjangohain4093 Жыл бұрын
Jubin Garg go back
@gangaramchetry2094
@gangaramchetry2094 Жыл бұрын
Rock dada lv u
@nirbandeka4017
@nirbandeka4017 Жыл бұрын
Jai da Zubeen da........Love u Belsor
@putulibegum9186
@putulibegum9186 Жыл бұрын
জুবিন গাৰ্গ মদ খাই বুলি সকলোৱে জানে নিচা ত থকা কথা কৈ লাভ নাই জুবিনে যিমান নিচাহত নাথাকক কৰোঁ লগত বেয়া ব্যৱহাৰ কৰা নাই কিবা কাৰণত গা বেয়া লাগিব পাৰে বা হঠাৎ কিবা আবেগিক হৈ পৰিল গান গাবলৈ মন নগল কৈ দিছে .. অপমান বা অভদ্ৰমি কৰিব হলে ইমান দূৰৰ পৰা নগলে হয় অলপ বুজিব লাগে তেখেত এজন মানুহ হয় ন
@adityaborah5120
@adityaborah5120 Жыл бұрын
Love you forever zubeen da ❤
@chakrabortykartik9752
@chakrabortykartik9752 Жыл бұрын
দেখিয়ে অনুমান লব পাৰি জুবিন দাৰ গা টো ভাল নহয়। ৰাইজে যেন বিষয় টোক বেছি সমালোচনা নকৰে। ঠিক এনেদৰে যোৱা বছৰত আমি KK sir ওক হেৰাইছিলো। Keep love him Don't forget the contribution he given to the Assamese culture 🙏
@utpalxfitnz
@utpalxfitnz Жыл бұрын
গা বেয়া নহয় নিছা টো হে বেছি হল
@Dayofmemories
@Dayofmemories Жыл бұрын
Umm gat মদ লাগিছে নেকি
@roonydeka6042
@roonydeka6042 Жыл бұрын
gaa beya atchaa. 🤣🤣
@AliShah-em2on
@AliShah-em2on Жыл бұрын
Right
@narayanroy4679
@narayanroy4679 Жыл бұрын
Chil kora besi hoice😅
@sanjivnimbiswas9805
@sanjivnimbiswas9805 Жыл бұрын
Mon beya ZG rocksss💕💕💕💕
@yogeshassam2825
@yogeshassam2825 Жыл бұрын
গান গাবলৈ মন নাই, তাতে আপোনালোকৰ কি হল? মন নাই নেগায় তেওঁ। বাদ দিয়া হে। নিজৰ কামত মনোযোগ দে শবে
@sweetchildhood3479
@sweetchildhood3479 Жыл бұрын
Sudurbhai ame Manuh borar babay ai selpi sakaloway Billa bonai asay.
@bidyutnath1467
@bidyutnath1467 Жыл бұрын
Joi z-u-b-e-e-n da apuar logot Ami bur hodai asu 🤍🤍💟💟🤍🤍🙏
@panibina444
@panibina444 7 ай бұрын
জুবিন গান নাগালেও আপত্তি নাই।মিছাতে কিয় মাতে
@pranjitmahanta9686
@pranjitmahanta9686 Жыл бұрын
Zubeen da is lgnd Guwahati zinada bad nd sibsagar koti maro 🤮💩🤌🏿👈🏿🤣🤣❤️‍🔥❤️‍🔥
@RekhaHazariks
@RekhaHazariks 7 ай бұрын
মদাহী ক কিমান টকা দিলে তাতকৈ দুখীয়া ক দান নকৰিলে কিয়
@bishusvlog8981
@bishusvlog8981 7 ай бұрын
Dada apuni amar bogoban apuni olop mod tu olop khabo louk besi nakhabo please dada
@JUG2023
@JUG2023 Жыл бұрын
Ajir pora baad dilu Zubeen dak... Politics kora manuh ajikali....
@parinitabarman5421
@parinitabarman5421 Жыл бұрын
Ketiaba negaboleo mn jai..........gan..
@pranjaldas969
@pranjaldas969 11 ай бұрын
Zubeen da king 👑👑
@haluakhelebgmi5565
@haluakhelebgmi5565 Жыл бұрын
ভাগৰুৱা হৈ পৰিছে নেকি বাৰু লাহে লাহে
@SimantaKakati-mp3vp
@SimantaKakati-mp3vp 7 ай бұрын
নিজৰ গুন নিজে গায় জুবিনে🤣🤣🤣
@nabakumarbrahma6147
@nabakumarbrahma6147 Жыл бұрын
Jubeen boor romantic manuh.
@rumideka92
@rumideka92 Жыл бұрын
Gaa beya habo pare xasakoi.😮
@AsmitAmphi-cd7xp
@AsmitAmphi-cd7xp Жыл бұрын
Kun ooo goru keta zubin daa mein
@monitamang8880
@monitamang8880 Жыл бұрын
Eh ek number modahi yatkoi dangar modhahi hoitu assam ot nai 🤔🤔🤔
@Madona_taid
@Madona_taid Жыл бұрын
জুবিন ছাৰৰ গানবোৰ ভাল লাগে কিন্তু এনেকৈ মদ খাই আহি মঞ্চত ওলোটা পোলোটা কৰিলে বেয়া পাওঁ
@BiswaJit-ft9vr
@BiswaJit-ft9vr 11 ай бұрын
Rock men❤😎🤟
@Karabi91
@Karabi91 Жыл бұрын
Zubeen garg legend buli koi kisumane..ena kamor babe koi niki??
@ankitakalita5742
@ankitakalita5742 Жыл бұрын
Luv uuuuu
@sangitasonuwal2240
@sangitasonuwal2240 7 ай бұрын
Mosto fotua hoi aitu
@Official_jintu
@Official_jintu Жыл бұрын
Zubeen da ❤️❣️ heartbeat 🥺💓🫁🫀
@BITU.-DUSAD
@BITU.-DUSAD Жыл бұрын
Jody gaan gabole Mone nai tenehole program loisile kiyo cancelled koribo lagisile apunar karone kiman hajar hajar apunar onuragi roi asile baru apuna karone uddjapon homitiu kiman lojjar porise Moi manisu apunar ga beya buli Apuni olop din rest louk tar pasot program koribo Kin2 ga beya huwar folotu program loi program nokora beya dekhai nohoi Apuni Amar axomor babe ek gourabor protik kintu aapuni enekuwa koratu vall nohoi Love you jubin da
@babluh908
@babluh908 Жыл бұрын
জুবিন গাৰ্গৰ সুৰ টো গুনক মানুহ তোক নহয়।।। ইমান বেছি মৰম দিলে এনেকুৱাই হয়।।। যোগ্য নহয় ইমান বেছি মৰমৰ এনেকুৱা ব্যৱহাৰ ।।অন্ধ ভক্ত সকলো বেছি ভাগ অনুৰাগী।।। মানিছো তেখেতৰ নিচিনা আন এজন কোনো হব নোৱাৰে তেখেতৰ নিচিনা গাব নোৱাৰে ।। Singer হে হয় তেখেত Artist ।। ইমান পাগল হৈ কি লাভ ।।এজন ব্যক্তিৰ হৈ, গান শুনক ।।। বাহিৰৰ artist বিলাক এনেকুৱা নহয়।।।অনুৰাগী মৰম বুজি পায় তেখেত সকলে।। মদ্যপান কৰিব এহুপা মান ।।কত গান গাব পাৰিব।।
@nilanjeetbaruah9394
@nilanjeetbaruah9394 Жыл бұрын
ঠিকে কৈছে।
@arnab_borah
@arnab_borah Жыл бұрын
Thik koise
@lakhyatalukdar2557
@lakhyatalukdar2557 Жыл бұрын
Hosa kotha koise..
@shivaroy2201
@shivaroy2201 Жыл бұрын
Joi zubeen daa
@jodujunakakashmusical266
@jodujunakakashmusical266 Жыл бұрын
100 ta val kam korile ata beya kam korile aku nai aru aeitu aku bya km bulli nkw . Joy zubeen da ❤️
@prodipneog5641
@prodipneog5641 Жыл бұрын
Tekhetok olp bujiboloi sesta korok 🙏🙏 enekuwa sasthyo jonito karonor babe ami singer kk sir k heruwalu 🥺. Sondromatu daag thake no
@anjelbarbi6409
@anjelbarbi6409 Жыл бұрын
Diny Diny zubenok val nalaga hol tar ovap Ni he gan nagalyu hobo kun raij kar akha baddy zuben h dangor asloty manu baci giyani holy lahy lahy pagol hobo dhory haaaaaaa😭😭😭😭
@sdyoutube9586
@sdyoutube9586 Жыл бұрын
Joy zubeen da
@xunoraxamrengoni2467
@xunoraxamrengoni2467 Жыл бұрын
Hbo diok hodai manihor mon thik nathakibou pare...zubeen dai sivasagar bakhik bea pai tenekua kora nai sage..montu kiba bea ase sage
@Army_boy_radhe_
@Army_boy_radhe_ Жыл бұрын
Zg ❤️
@kishordeka5582
@kishordeka5582 Жыл бұрын
Tomi mor popiya tora dada kio emn khuwa manuh bori apunak beya ki koli bht beya lage val pao o dada apunak 😢
@BipulRajbongshi-o4m
@BipulRajbongshi-o4m 7 ай бұрын
আজিলৈ ম‌ই জুবিনৰ সংগীত অনুষ্ঠান চাবলৈ নাজাও কাৰন সঁচা কথা জুবিনৰ গান বোৰ ভাল লাগে মানুজন মোৰ একে বাৰে ভাল নালাগে
@advidio135
@advidio135 Жыл бұрын
Xei krne zubben Garg Main😐😐
@hengulia3203
@hengulia3203 Жыл бұрын
Joi zubeen da ❤️
@Ishubaa
@Ishubaa Жыл бұрын
Gela pani besi khai bisonaloi monot poril sage
@hengulia3203
@hengulia3203 Жыл бұрын
@@Ishubaa he is my heart 💜❤️
@moonroy2889
@moonroy2889 Жыл бұрын
Joi Zubeen daa💣❤
@PragyanJyotibhuyan
@PragyanJyotibhuyan 5 ай бұрын
Jubeen daar lebele beleg karon olop lal khai asil😂😂
@kandarpanath4610
@kandarpanath4610 Жыл бұрын
অসমৰ বিখ্যাত মদাহী ।।।
@MitaliMedhi-ll5fy
@MitaliMedhi-ll5fy 6 ай бұрын
Toi nakha niku kukur
@mrinmoymedhi8920
@mrinmoymedhi8920 5 ай бұрын
Tur bapere val
@HarenKalita-yz2eu
@HarenKalita-yz2eu Жыл бұрын
I love ZG
@advlog8244
@advlog8244 Жыл бұрын
Zubeen da ata nomuna manhu ami kosto kri jau teur gan saboloi teur aru ahi kine lebel dekhai gusi jai
@SimantaKakati-mp3vp
@SimantaKakati-mp3vp 7 ай бұрын
Xei karone moi zebeenor gaan nuhuno
@monumili4513
@monumili4513 Жыл бұрын
Jubin dak hpman krile jubindak aneka bibhar krib nalagisi
Do you love Blackpink?🖤🩷
00:23
Karina
Рет қаралды 23 МЛН
Papon & Zubeen Sing Together | Shyamkanu Mahanta | North East Festival 2018
5:07