গাড়ী স্পীডত চলালেও জৰিমনা কিয়?

  Рет қаралды 21,869

The CrossCurrent

The CrossCurrent

Күн бұрын

গাড়ী স্পীডত চলালেও জৰিমনা কিয়?
টোলগেটৰ পিছত এতিয়া ঘাইপথত চলিছে জৰিমনাৰ আতংক-
ৰাজকোষ টনকিয়ালৰ বাবেই ৰামটাঙোন নেকি জনতাৰ মূৰত?

Пікірлер: 90
@ditulchutia7246
@ditulchutia7246 3 жыл бұрын
এইযা জি হৈছে ভালেই হৈছে।মজা মজা মজা
@ahmed786jalal
@ahmed786jalal 3 жыл бұрын
আগন্তুক দিনত সাধাৰণ জনতাৰ পৰা আদায় কৰা কৰৰ (টেক্স) ওপৰতে দেশ পৰিচালিত হব যেন অনুমান হয় ৷
@Karma_is_Life.
@Karma_is_Life. 3 жыл бұрын
চাইকেলখনৰ ওপৰত কেতিয়ালৈকে বা চালান লগাই😢 চিন্তাই হৈছে। 2024 লৈ বহু দিন বাকি........ তেতিয়ালৈকে উশাহ নিশাহ লৈকে চালান গৈ পাব যেন পাইছো। কৃষ্ণ প্ৰভু তুমি কাৰ পাল্লাত দেশখন গতাই দিছা.....
@bitukalita8244
@bitukalita8244 2 жыл бұрын
Thela riksha solabole u lisenc lgibo. Rod tax dibo lgibo
@rintukonwar6474
@rintukonwar6474 3 жыл бұрын
এই ‌আইন আমি মানিম কিন্তু আমাৰ লগতে মন্ত্ৰী এমেলে সকলেও‌ মানিব লাগিব তেওঁ লোকৰ গাড়ীৰ ভিডি'অ ৰেকৰ্ড কৰিম আৰু যি জৰিমনা হব সেইয়া পৰিবহন‌ বিভাগে ৰাজহুৱা কৰিব লাগিব
@ranjitthapa9940
@ranjitthapa9940 3 жыл бұрын
Next election khomaiot vote nidile hol public hurresment dile 5 yrs pisot public results dibo
@mpeguchenelofficial7451
@mpeguchenelofficial7451 3 жыл бұрын
লাহে লাহে গ'লে ও বিপদ জোৰে গ'লে ও বিপদ ।
@sanjivkpeguonguitar
@sanjivkpeguonguitar 3 жыл бұрын
আজিকালিৰ কোন গাড়ী টপ গিয়েৰত ৪০ কিলোমিটাৰত চলে পৰিবহন বিভাগে জানিব দিলে ভাল হয়...
@dilipmahanta8479
@dilipmahanta8479 3 жыл бұрын
মন্ত্ৰীৰ কনভয়ৰ ক্ষেত্ৰত কিয় নিয়ম মনা নহয়।জনপৰতিনিধি সকলৰ এইবোৰৰ ক্ষেত্ৰত ভাৱিবলগীয়া একো নাই নেকি।যদিহে হাজাৰকোটিটকীয়া ফোৰলেন সাজে তেনতে গৰু গাড়ীৰ চিন্তা কিয়।জনতাক লুটাৰ ষড়যন্ত্ৰৰ বাদে উন্নতি ৰ কথা ভাৱক।
@GT-dm8pw
@GT-dm8pw 3 жыл бұрын
China logot pher maribo jai amar gangu tai sorkare Chinat NH't 100kmph karon tat manuhor homoi nai Amar eaat business joldi, dekhor kam kaj bad diya kunuba moribole holeu 40kmpl k jabo lagibo Montri gole kin2 rokhya nupuwake fali jai Luta luti kam thake j joldi niptabo lage Pesa hi pesa
@monoranjangoswami132
@monoranjangoswami132 3 жыл бұрын
সকলো ধৰণেৰে ৰাইজৰ পৰা ধন সংগ্ৰহত নামিছে চৰকাৰ। অধিক বোজা কঢ়িওৱা অজুহাততো ২০০০০(বিছ হাজাৰ)ৰ পৰা ৯০০০০ (নব্বৈ হাজাৰ)পৰ্য্যন্ত বোজাই কৰা গাড়ীৰ ওপৰত জৰিমনা বিহি কোটিয়ে কোটিয়ে টকা সংগ্ৰহ কৰি ৰজা ঘৰৰ ভড়াল টনকিয়াল কৰিছে। আৰক্ষী আৰু পৰিবহন এই দুই বিভাগক এনেকৈ টকা সংগ্ৰহৰ লক্ষ (Target) বান্ধি দিছে বুলি শুনিলোঁ।
@sarangapanid6074
@sarangapanid6074 3 жыл бұрын
এইয়া জনতাৰ ওপৰত চৰকাৰে চলোৱা অত্যাচাৰ। কিমান লাগান ( কৰ ) দিব জনতাই। মানুহৰ কামাই নাই। কাম নোহোৱা হৈছে তাৰ পিছত আকৌ এনেকৈ যদি মাধমাৰ সোধাই জনতা কোন দিশে যাব। ৰাইজে এখন চৰকাৰ আনে ৰাইজৰ সুখৰ বাবে আৰু সেই চৰকাৰেই যদি দুখ দিবলৈ হয় কি কৰিব কলৈ যাব জনতা।
@debenborah2905
@debenborah2905 3 жыл бұрын
এয়াতকৈও আৰু দূৰ্ভাগ্যজনক কথা কিবা থাকিব পাৰেনে! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত speedometer স্থাপন কৰাটো আদৰণীয় লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দীঘল দলং কেইখনত ইয়াক স্থাপন কৰাটো সমৰ্থন কৰোঁ । কিন্তু হোৱাই-নোহোৱাই 4 lane যুক্ত (express Highway)ত speedometer বোৰ বহুৱাই অযথা হাৰাশাস্তি কৰা আৰু জৰিমনা বিহাতো নিত্যান্তই চিন্তনীয় বিষয়। যদিহে চৰকাৰে দূৰ্ঘটনা প্ৰশমনৰ বাবে এনে পদক্ষেপ লৈছে, তেন্তে তাৰ আগতে প্ৰতিখন গাড়ীৰ চালকৰ নথি-পত্ৰ আৰু চালকৰ আসনত থকা সময়ত কিবা নিচাজাতীয় দ্ৰব্য গ্ৰহণ কৰিছে নেকি তাৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনালোঁ। অন্যথা ই বুমেৰাংৰ ৰূপ ল'ব পাৰে।
@drkobitadekachoudhury1897
@drkobitadekachoudhury1897 3 жыл бұрын
যি বুজা গৈছে speed লিমিট অতিক্ৰম নকৰোঁতেও জৰিমনা বিহিলে গতিকে চালান খন আমি কি বুলি গন্য কৰিম... Govt sponsored extortion notice নে Demand note????
@prodipdeori2726
@prodipdeori2726 3 жыл бұрын
মহম্মদ বিন টোগলৰ ৰাজ্য।ধন্য ধন্য অসম চৰকাৰ।
@jatinboraik3546
@jatinboraik3546 3 жыл бұрын
অশান্তি কৰি দিছে,চৰকাৰে
@kilarchandan2688
@kilarchandan2688 3 жыл бұрын
কেলা ঘৰৰ পৰা এ নোলাও 10 বছৰ মান.... চালান ও নিদো...
@rajuhandique574
@rajuhandique574 3 жыл бұрын
A, Moja Aeya 2 poribotan akou abar BJP Mama Modi sorkar 📢💃🙏
@altafhussain1877
@altafhussain1877 3 жыл бұрын
Change the name from Highway to slow way, there is no need of Highway, no need of NHAI
@hemantarabha9484
@hemantarabha9484 3 жыл бұрын
আমি ইংৰাজ শাসনত থকাই ভাল আছিল ?
@dineshkumarnarah476
@dineshkumarnarah476 3 жыл бұрын
চৰকাৰৰ ঠাঙুণ
@pangkusvlogs4984
@pangkusvlogs4984 3 жыл бұрын
Ji dekhisu Assam'r bahirot goi korbaat ghr bonabo lagibo 😎😎😎😎😎😎😎
@ashishali8724
@ashishali8724 3 жыл бұрын
Moiu tu bhabu maje maje
@arup0502
@arup0502 3 жыл бұрын
Jodi kaziranga goi thakute kiba jontuye Pisa kore ,aru challanr voyot 20kmph jaute jodi poriyal tur kiba Hoi, tar responsibility kune Lobo.
@ganeshadhikari2202
@ganeshadhikari2202 3 жыл бұрын
Nice
@sahmed1134
@sahmed1134 3 жыл бұрын
Sudir bhai sarkar
@loyal1556
@loyal1556 3 жыл бұрын
এইয়া ডকাইতি
@nipandas5010
@nipandas5010 3 жыл бұрын
জহৰা চৰকাৰ এইখন
@topangogoi7987
@topangogoi7987 3 жыл бұрын
Sonowal C m ketiya hob?👍 Komsokom ai paglami bilk dur hob.ki j fal2 nupuwa puwadi pale gadi
@lalithazarika0110
@lalithazarika0110 3 жыл бұрын
সাৱধান cycle চলোৱা বোৰ আৰু খোজ কঢ়া বোৰ।
@prasantakumardas9082
@prasantakumardas9082 3 жыл бұрын
Vote for BJP again we are proud taxpayers
@rahulgogoi6119
@rahulgogoi6119 3 жыл бұрын
পথ কিমান ,, ভাল হল।।।
@sanjaydutta8904
@sanjaydutta8904 3 жыл бұрын
Moi futa koriu ata udibole nai Ji monjabo take koribni
@B-tube-24
@B-tube-24 3 жыл бұрын
Hunadi i10 garir 4th aru 5th gear bikibo bisarisu....hadakhoi byok tiye DM juge juga jug karok.....4th gear rs 1 5th gear rs2..
@abhijit...1679
@abhijit...1679 2 жыл бұрын
Ako abar Modi Sarkar...bjp zindabad. Hbs zindabad...
@altafhussain1877
@altafhussain1877 3 жыл бұрын
Foreign countryt high speed n slow speed lane thake ammar yeat kot, sob full paagol hoise dekh progotir pothot
@b.bs.7862
@b.bs.7862 3 жыл бұрын
Gari nikibi vakai korilu, ha vogoban🙏🙏
@paramanandabora1047
@paramanandabora1047 2 жыл бұрын
অসমৰ চৰকাৰন অসমীয়া ৰাইজৰ ওপৰত ভুতৰ ওপৰত দানহ পৰাদি পৰিছে। কিছুমান পৰিয়ালৰ কাৰণে গাড়ী এখন বিলাসিতা নহয়। এজন মানুহে গাড়ী এখন কিনোতে গাড়ী খনৰ দামৰ উপৰিও আন বহুত টকা ভৰিব লাগে । প্ৰায়বোৰ গ্ৰাহকে গাড়ীখন লন লৈহে কিনে । গতিকে গাড়ীৰ লন মাৰোঁতেই বহুত টকা যায় । তাৰ উপৰিও চৰকাৰক ভালেমান টকা দিব লাগিব। road tax, registration tax, driving licence ৰ tax petrol কিনোতে tax, গাড়ীখন parts কিনোতে tax, ,গাড়ীখন insurance tax, ,গাড়ীখন ৰ servicng tax pollution tax । এই সোপা taxৰ উপৰিও আৰু কিছুমান tax ,GST বছৰে বছৰে দিওঁতেই গাড়ীখনৰ মালিকৰ কপালৰ ঘাম মাটিত পৰে। মই ইয়াত ধনী মানুহৰ কখা কোৱা নাই। এনেবোৰ tax দিয়াৰ পিছতো আমাৰ গাড়ীখন চৰকাৰী ৰাষ্টাত গাড়ীখন চলাবৰ অধিকাৰ নাই। road tax তেনেহলে কিয় লব লাগে । এইয়াই আমাৰ জনকল্যাণ চৰকাৰৰ ( জনকল্যাণ বিৰোধী) চৰকাৰৰ নমুনা?
@hiumangogoi4161
@hiumangogoi4161 3 жыл бұрын
A mojja...ako ebar modi sorkar ,,
@jitumedhi7854
@jitumedhi7854 3 жыл бұрын
আমাৰ মন্ত্ৰীবোৰৰ বাবে বাবে একেই নিয়ম প্ৰযোজ্য হব নে ।
@junalibora1082
@junalibora1082 3 жыл бұрын
Aru keman laga porebohon bebhagor porone basbelak beke deyok faintka base pabo
@pranpratim6487
@pranpratim6487 3 жыл бұрын
britisei vall
@ashishali8724
@ashishali8724 3 жыл бұрын
Natun Govt Assam hol HBS Sir CM hol tarpisot kintu Pariborton ahise fine diok aru fine diok Helmet, Over Speed,Toll Gate, No Parking fine uprot amar Assam kon soliase niki Public mariase Govt.Petrol aru Diesel price Kotha nakoleu hobo
@pareshneog6190
@pareshneog6190 3 жыл бұрын
Ki Kariba sarkarak review laga Aiya Lara rajar hakhan , nahalanu kanaka salaba rajya
@monuranjangogoi6276
@monuranjangogoi6276 3 жыл бұрын
আৰু কি কি লাগিব চৰকাৰে লিস্ত এখন বনাই ঘৰে ঘৰে দি দিলে আমাৰ কস্ত তো কম হব আৰু চৰকাৰৰ ও সহজ হব
@kuldeepsaikia3593
@kuldeepsaikia3593 3 жыл бұрын
ৰাস্তাত থকা পুখুৰি কেইটা চিচি কেমেৰাত দেখিবনে সিঁহতে
@gyanmonikonwar8009
@gyanmonikonwar8009 3 жыл бұрын
How Transport deptt know your m/ number ?
@dhrubakoch5860
@dhrubakoch5860 3 жыл бұрын
Atia gari kini lobh nai ,toll gate tax,speed fine
@nabajitkatharnaba2150
@nabajitkatharnaba2150 3 жыл бұрын
rendi sarkar,boinakoksuda
@manashkonwar3115
@manashkonwar3115 3 жыл бұрын
Kam ata Kora val car xomuh sokarok de hero 🚲 akhon roi 1h 20km jaboi palim aru ga2u val hoi thakiboi
@pulinchandraboruah5976
@pulinchandraboruah5976 3 жыл бұрын
Aakou abaar Modi Sorkar ?? Atiya gom paalene ??? Petrol , Disel , rondhon gass r daame jola kola khuwaise , tool gate aasei , taatei aakou poribohon bibhagor ai xontrash ?? Maanuh kot more morok ?? Sorkar dokait buli kobo paari .
@mexi1344
@mexi1344 3 жыл бұрын
ভাল কথা speed over take কৰিলে ফাইন পিছে লিমিট ত গলেও ২০০০/- টকা দিব লাগিব নেকি? এতিয়া automatic car t speed record save hoi থাকে prove থাকিব কিন্তু যদি DTO য়ে এক্সট্ৰা OVER speed দেখাই ফাইন calan কাটে কোনটো শুদ্ধ হব জনাব। automatic car R speed ধৰিব নে DTO ৰ SPEEDO METER RECORD too ধৰিব ?
@AkashDas-nh8hr
@AkashDas-nh8hr 3 жыл бұрын
Fal2 Sarkar aikhon
@rajudeka4679
@rajudeka4679 3 жыл бұрын
Cycle r গতিবেগ কিমান কৰিছে বাৰু। কি থাৰ্ডক্লাছ নিয়ম এইখন চৰকাৰৰ। ঠুই চালা পৰিবহন মন্ত্ৰী । সিহঁতৰ বাপেকৰ পইচাৰে কিনা বুলি ভাবে নেকি
@ashokhazarika5725
@ashokhazarika5725 3 жыл бұрын
Axom ejoni khiroti gai buli enai zujona asil neki....
@ganeshnathdhobakota3043
@ganeshnathdhobakota3043 3 жыл бұрын
ৰাজপথত খোজ কা৯
@susenchetia1551
@susenchetia1551 2 жыл бұрын
Vat.kiman.Miniuts.khabo.Lagibo.notice.Pale.dibole.Val.hobo.karon.Sorkaror.Lengta.hol.toka.Lage.Party.khabole
@hirakjyotideka2029
@hirakjyotideka2029 3 жыл бұрын
Aaru ki ki system ot tax lobo pari...montri bure rati vabi vabi khoi thake....
@sonmanidas2917
@sonmanidas2917 3 жыл бұрын
এই খন চৰকাৰ আৰু কেতিয়াও নালাগে বকা suda চৰকাৰ দম আছে যদি মোৰ ঘৰত পইচা নিব আহিবি কাটি পিছ পিছ কৰিম
@ramenboruah7706
@ramenboruah7706 3 жыл бұрын
Agote pukhurisadhik gatbur bonai louk.
@sentonungmedok7547
@sentonungmedok7547 3 жыл бұрын
Ambulance 🚑loi jabo lagibo etia r pora.
@jintukumar6492
@jintukumar6492 3 жыл бұрын
Aha election ot raiz a govt or challan katile hol
@ritumonibora3175
@ritumonibora3175 3 жыл бұрын
4 line goru gari salabo bonise kela
@TrigyaPhukon7086
@TrigyaPhukon7086 3 жыл бұрын
Himonto topa murot aku dal ni...
@thepranjalsaikiavlog8283
@thepranjalsaikiavlog8283 3 жыл бұрын
ধুই কিলা nathaku a ja Assam ot
@nipendranarayanmedhi876
@nipendranarayanmedhi876 2 жыл бұрын
Iman tax kio lage sarkaarok
@souravbhowmick5524
@souravbhowmick5524 3 жыл бұрын
G mon jai taka korebo loisa ai Sorkar khon a.....
@travellingexperiences1519
@travellingexperiences1519 3 жыл бұрын
Eman sinta raaijor karone..poisa khua onko..
@mukshedullah6863
@mukshedullah6863 3 жыл бұрын
Atche din.....!!!!
@priyankurdutta8266
@priyankurdutta8266 3 жыл бұрын
This is completely a type of looting money of public or we can also call it a noble robbery.
@TrigyaPhukon7086
@TrigyaPhukon7086 3 жыл бұрын
St montri gitar gari speed jabi aru kela ami lahe lahe jam.... Bal bjp st
@mantoshroy1562
@mantoshroy1562 3 жыл бұрын
Pagole banowa niyam ami manibo lagibo
@daisyrabharabha2078
@daisyrabharabha2078 3 жыл бұрын
এইটো ঠিক হোৱা নাই
@kishormalakar4178
@kishormalakar4178 3 жыл бұрын
বি.জে. পি ভাল কাম এ কৰি আছে । মই ভাল পাইছো। আকৌ এবাৰ মামা জিন্দাবাদ।
@rajuhandique574
@rajuhandique574 3 жыл бұрын
A, Moja 🔥
Andro, ELMAN, TONI, MONA - Зари (Official Audio)
2:53
RAAVA MUSIC
Рет қаралды 8 МЛН
GIANT Gummy Worm #shorts
0:42
Mr DegrEE
Рет қаралды 152 МЛН
Good Morning J & K" | 25/1/2025
1:00:40
DD Kashir
Рет қаралды 657
Andro, ELMAN, TONI, MONA - Зари (Official Audio)
2:53
RAAVA MUSIC
Рет қаралды 8 МЛН