গীতা দান দিলে মনোমত ভাৰ্যা বা স্বামী পাইনে নাপাই || শ্ৰীমদ্ভাগৱতগীতা পাঠ ও ব্যাখ্যা || হৰেশ দত্ত ||

  Рет қаралды 64,872

ভক্তিৰ  সাগৰ Bhaktir Sagor

ভক্তিৰ সাগৰ Bhaktir Sagor

Күн бұрын

#শ্ৰীমদ্ভগৱতগীতা_পাঠ_ও_ব্যাখ্যা
#হৰেশ_দত্ত
#শিৱসাগৰ
#অনিল_তাঁতী
#লক্ষীৰাম_বৰা_বাপজনাৰ_গৃহত
#টেকজুৰী_ধেমাজি
©️Copyright Notice :- Please do not copy this video or you will be given a copyright strike (অনুগ্ৰহ কৰি এই ভিডিঅ'টো কপি নকৰিব নহ'লে কপিৰাইট ষ্ট্ৰাইক দিয়া হ'ব )

Пікірлер: 93
@PradipGogoi-i7b
@PradipGogoi-i7b 5 ай бұрын
নমস্কাৰ দত্ত বাপ ঈশ্বৰ। সেৱা গ্ৰহণ কৰিব। আমি গুৰু দুজনাৰ মূল্যৱান চমু কথা কেই বহলাই থাকি ভাল পাওঁ। ‌। এ ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে। ভগৱন্তক ভজিয়া পৰম গতি পাৱে ভগৱন্তক নভজিয়া যাৱে যমৰ ঠাৱে।। ভাৱে যি ভাৱক সি ।মনে ভাৱে। ভাৱকৰ ভাৱনা সদায় সৎ মহৎ আৰু কূষ্ণ ভাৱনাময় হ'ব লাগে। নানান মায়াময় জগতৰ কামনা বাসনা আশা আকাংক্ষা লোভ মোহ কাম ক্ৰোধ মদ মাচায্য ৰজ তম হিঙসা দুৰ্নীতি অত্যাচাৰ অবিচাৰ বেভ্যিচাৰ অহ্ঙকাৰ পাপীস্থ নিকৃষ্ট শোষণ নিস্পেষন অমানুষিক কাৰ্যকলাপ সামাজিক বৈষম্যতা ইন্দ্ৰিয় আসক্তিৰ ক্ষুধা আদিৰ বিপৰীতে হ্নদয়ত সত্য শৌচ ক্ষমা দয়া শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস আগ্ৰহ নিগূন নিষ্কাম ৰসময়ী কূষ্ণ ভাৱধাৰাৰ হ্নদয়ত গভীৰ নিৰৱিচ্ছিন্ন ভগৱন্তৰ ভক্তিৰ সোতৰ বৈ থাকিব লাগিব। ব্ৰহ্ম সত্য তাক চিনি পালে জন্ম মৃত্যু বন্ধনৰ শিকলিডাল চিগিলে ব্ৰহ্মত স্থান লাভ কৰিব। যিহেতু আত্মা বিলাক ব্ৰহ্মৰ প্ৰতিবিম্ব মাএ। ইয়াকে নকৰিলে নিজৰ কৰ্ম ফলে যম মানে যান্তনা ভোগী জন্ম মৃত্যু বন্ধনৰ হাত সাৰিব নোৱাৰে। প্ৰদীপ গগৈ। অসম।
@Balamurali8039
@Balamurali8039 7 ай бұрын
🙏🏾🙏🙏🏾. Krishna krishna❤Prabhu pranam 🙏
@jackergaming1983
@jackergaming1983 7 ай бұрын
❤❤🎉🎉bap apunak satakuti pranam iman sundar voice sule suni thakiba mon jai ❤❤🎉😢🎉
@shilpaborah8986
@shilpaborah8986 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জন সেৱাহেপভু প্ৰায় এনে দৰে আমক ভাগবত সুনাইথাকে যেন প্ৰভু কৃষ্ণ কৃষ্ণ কৃষ্ণ পেলালে
@JatinChandraBoruah-nh6kt
@JatinChandraBoruah-nh6kt 7 ай бұрын
Krishna krishna krishna
@kalpanahazarika7631
@kalpanahazarika7631 7 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু।
@chinugogoi5411
@chinugogoi5411 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ জনা শত কোটি প্ৰণাম জনাইছো কৃষ্ণ
@Balamurali8039
@Balamurali8039 5 ай бұрын
🙏🏾🙏🙏🏾🙏আপোনাৰভাগবত পাঠ শুনি ময় বৰ ভাল পাও
@kamalpayeng4938
@kamalpayeng4938 Жыл бұрын
হৰি কৃষ্ণ হৰি ৰাম জয় গুৰু শংকৰদেৱ প্ৰনাম গুৰু বাপ৷
@moinakakoti5019
@moinakakoti5019 4 ай бұрын
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ ৷
@bubulgogoi9061
@bubulgogoi9061 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ আপোনা সব শৰত সেৱা নিবেদন কৰা হৈছে আপোনা সবে কলিযুগৰ মানুহৰ মাজত ধৰ্ম প্ৰচাৰ কৰাৰ যি চেষ্টা কৰা হৈছে ভগৱানে আপোনা সবক কৃপা কৰক কৃষ্ণ
@birajdas8481
@birajdas8481 Жыл бұрын
কলিত হৰিনামৰ সম একো নাই । কৃষ্ণ কৃষ্ণ ।
@bhaktaborgohain5015
@bhaktaborgohain5015 Жыл бұрын
হৰেশ,দত্ত, প্ৰভুক ধন্যবাদ
@junmoniborah7443
@junmoniborah7443 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏 🙏 বপ আমি ইয়াৰ পৰাই সেৱা 🙏 🙏জনাইছো । 🙏 🙏
@DimbeswarKochari
@DimbeswarKochari 10 ай бұрын
কৃষ্ণ প্ৰভু দয়া কৰা
@rimpidas954
@rimpidas954 Жыл бұрын
Kriasno kriasno parbhu.....
@Parnjol-pp5bp
@Parnjol-pp5bp 8 ай бұрын
কৃষ্ণ কৃষ্ণ ৰাম বাপ কৃষ্ণ
@anjalibaruah7669
@anjalibaruah7669 4 ай бұрын
বৰ সুন্দৰ ব্যাখ্যা শতকোটি প্ৰণাম বাপ🙏🙏🙏🙏🙏🙏🙏
@anantasaikia1103
@anantasaikia1103 4 ай бұрын
Bohut bar hunilu apunar aivag bakya kintu hunile hepah nopolai aru kiman hunim sage taru hima nai apunak pronam he Ram Ram Krishna krishna
@gayatritamuly2780
@gayatritamuly2780 Жыл бұрын
Joi Krishnar joi prabhu apunasobok aami odhormie sotokoti sewa nibedisu krishna krishna prabhu
@SuchilKonwar-hb4ju
@SuchilKonwar-hb4ju 10 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
@RajatHazarika-ol9ed
@RajatHazarika-ol9ed Жыл бұрын
কৃষ্ণ অমৃত বৰষিছে।
@debalatalukdar278
@debalatalukdar278 10 ай бұрын
কৃষ্ণ কৃষ্ণ বৰ ভাল লাগিল
@keshabbora7742
@keshabbora7742 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ
@umeshhatimuria7525
@umeshhatimuria7525 Жыл бұрын
হে প্ৰভু কৃপা
@PhulmatiKalita
@PhulmatiKalita Жыл бұрын
Krishna krishna prabhu joy krishna
@PronobGogoi-e5c
@PronobGogoi-e5c 8 ай бұрын
Krishnan Krishna Krishna
@MrinmoyDeka-h3m
@MrinmoyDeka-h3m 5 ай бұрын
Hari ram
@gajenborah-ee8yl
@gajenborah-ee8yl Жыл бұрын
Krishna bap uponr vagoni bor vallagey
@gitalineog930
@gitalineog930 Жыл бұрын
Krishna pranam Prabhu Krishna 🙏🙏🙏
@tarinideka6587
@tarinideka6587 7 ай бұрын
Krisha
@pashantadas-wg6rj
@pashantadas-wg6rj 8 ай бұрын
Krishn.prbhu Gita khasttor
@poreshborah6765
@poreshborah6765 Жыл бұрын
🙏🙏🙏
@kamanadutta2160
@kamanadutta2160 Жыл бұрын
Krishna bap satakouti pranam .
@nitudas2643
@nitudas2643 Жыл бұрын
কৃষ্ণ কৃষ্ণ আৰু
@ManuranjanChetia-oi6uq
@ManuranjanChetia-oi6uq 6 ай бұрын
কৃষ্ণ
@rajpriyamborah5747
@rajpriyamborah5747 10 ай бұрын
Bor val lagile 🙏dada
@lukumailekharu1022
@lukumailekharu1022 9 ай бұрын
Krishna krishna.
@mamoniboruahsaikia5631
@mamoniboruahsaikia5631 Жыл бұрын
কৃষ্ণ , শুনি বৰ সন্তোষ পালো আৰু শুনিবলৈ আশা কৰিলোঁ । কৃষ্ণ ।
@khagenbhuyan6727
@khagenbhuyan6727 Жыл бұрын
Krishna, Krishna, 🙏🙏🙏🙏
@GautamNath-cj9tn
@GautamNath-cj9tn 11 ай бұрын
​@@khagenbhuyan67279
@kXiNeebfewyearsago
@kXiNeebfewyearsago Жыл бұрын
Krisna madhaba
@jadavgogoi4008
@jadavgogoi4008 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@junumech7558
@junumech7558 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰণ সেৱা নিবেদিলে ‌🪔👏👏👏👏 কৃষ্ণ কৃষ্ণ অতি সুন্দৰ ব্যাখ্যা কৃষ্ণ কৃষ্ণ
@bhatmounarayanpur711
@bhatmounarayanpur711 Жыл бұрын
Rupali. Hazarika bhatmow howajan bhaut Val ligal karishna
@Mridul_Hazarika.
@Mridul_Hazarika. Жыл бұрын
মৃত পিতৃ মাতৃ সকলৰ হৈ ৰাম নাম শ্রবন কীৰ্তন কৰাটো পাপ নিচয় নহয় ।মৃত্যুৰ পাছত কল্পনাৰ 😅নৰক বৈকুণ্ঠৰ প্রয়োজন অনুভৱ নকৰাই ভাল ।শুনিবলৈ পায় ভাল লাগিল ।
@gajenborah-ee8yl
@gajenborah-ee8yl Жыл бұрын
Krishna bap uponr vagoni bor Val lageel
@gunamaidevi4570
@gunamaidevi4570 Жыл бұрын
Krishna Krishna 🙏🏿 Bap Satkokuti pranam
@dipalihazarika9280
@dipalihazarika9280 Жыл бұрын
কৃষ্ণ বাপ জনা আপোনাৰ ব্যাখ্যা বহুত ভাল লাগিল আপোনাৰ চৰণত xotkruti প্ৰনাম জনাইছোঁ
@deetimonidas2780
@deetimonidas2780 11 ай бұрын
Krishna
@KhirendraBhuyan
@KhirendraBhuyan 4 ай бұрын
@akhilgogoi1869
@akhilgogoi1869 Жыл бұрын
Krishna Krishna bap bhal bhal Krishna Krishna.
@BiswaBora-jd2cy
@BiswaBora-jd2cy Жыл бұрын
Jay Shree Krishna 🙏🙏🙏
@gajenborah-ee8yl
@gajenborah-ee8yl Жыл бұрын
Bap Krishna bor Val lageel uponr vagoni vag moi Army
@punakanbora5803
@punakanbora5803 Жыл бұрын
Krishna krishna prabhu apunak ai obhajone bhakti bhora sewa nibedisu krishna krishna krishna
@anantabhuyan
@anantabhuyan Жыл бұрын
কৃষ্ণ বাপ
@mintubharali3092
@mintubharali3092 Жыл бұрын
Krishna krishna...... Bap..., heua dhorilu
@AnilTantibhagawat
@AnilTantibhagawat Жыл бұрын
কলিৰ ধৰ্ম হৰি নাম জান পাপীৰ নিন্দা ত নেদিবা কাণ
@daduldas1643
@daduldas1643 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@rupalidas1570
@rupalidas1570 Жыл бұрын
Ramkrishna,🙏🙏🙏🙏
@AtulBorahOfficial
@AtulBorahOfficial Жыл бұрын
Krishna 🙏
@dolidas6581
@dolidas6581 Жыл бұрын
Krishna krishna.long live.God biess you.
@RitaBorah-o2t
@RitaBorah-o2t 6 ай бұрын
Kishna kishna
@Request_motivation
@Request_motivation Жыл бұрын
কৃষ্ণ 🪔🪔🪔 🙏🙏🙏
@atulborah1665
@atulborah1665 Жыл бұрын
কৃষ্ণ বাপ।
@likheswarkhanikar
@likheswarkhanikar Жыл бұрын
😊,
@kamruptourism4992
@kamruptourism4992 Жыл бұрын
যিমানেই যি নক‌ওক কিয় ভগৱতী শ্ৰেষ্ঠ
@ranjanbhuyan8601
@ranjanbhuyan8601 Жыл бұрын
Hunee Haantee Paalu KRISNA KRISNA KRISNA
@aikankalita6733
@aikankalita6733 Жыл бұрын
Din bandu ram doya sil deb he tuwa pod sarone hodai heb krisha krishna
@updeshmala2737
@updeshmala2737 Жыл бұрын
🙏কৃষ্ণই শংকৰ ৰুপ লোৱা নাছিল। শিবই শংকৰ ৰুপ লৈছিল। সেয়েহ তেওঁৰ নাম শংকৰ হৈছিল। কুসুম্বৰ ভুঞাই শিব লিংগ পুজন কৰিছিল। তাৰ ফলত শিবৰ কৃপাত শংকৰ জন্ম। দ্বিতীয়তে এটা কথা জানিব লগীয়া থাকিল 1)শ্ৰীমন্তশঙ্কৰদেৱে মুল ভাগৱত ভাগ অনুবাদ কৰিছিল। ভাগৱত শ্ৰীমন্ত শঙ্কৰদেৱৰ ৰচনা নহয়। 2)সকলো পুৰাণৰ আখ্যান যুগুত কৰি কীৰ্ত্তন ঘোষা ৰচনা কৰিছিল। 3)শ্ৰীমন্ত শঙ্কৰদেৱে অসমীয়া ভাষাৰ বাহিৰে অন্য কোনো ভাষাৰ দ্বাৰা শাস্ত্ৰ লিখা নাছিল। আনৰ শাস্ত্ৰ অনুবাদ কৰি আৰু আনৰ ধৰ্ম গ্ৰন্থ নকল কৰি যদি জগত গুৰু হয় তেন্তে যিজনে নিজৰ ধ্যান শক্তিৰ দ্বাৰা ধৰ্ম গ্ৰন্থ লিখি থৈ জগতক উদ্ধাৰ কৰি আছে সেইজন কোন ? প্ৰভূ ঈশ্বৰ নাজানো বাবে আপোনাৰ পৰা জানি সংশয় দুৰ কৰিব বিচাৰিছো। 🙏
@gajenborah-ee8yl
@gajenborah-ee8yl Жыл бұрын
Krishna bap uponer vagoni vag bor Val lageel uponr phon no debo bap
@JogenDas-s8g
@JogenDas-s8g 9 ай бұрын
Maik phonetu stand Kari diyahole bapjonor subidha hole heten krishna
@dipaksaikiamusic5852
@dipaksaikiamusic5852 Жыл бұрын
"ও" নে "আৰু "? দুটা শব্দৰ মাজত "ও" বঙালী ভাষাত লিখে
@অসম_Gamer_69
@অসম_Gamer_69 Жыл бұрын
Krishna pravu muk j kipa krok tar akhida die
@AnilTantibhagawat
@AnilTantibhagawat Жыл бұрын
Krishna bap ami tanti bap joy guru Sankara 🙏👏🙏👏🌷🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏👏🙏👏👏🌷👏👏🌷🌷👏🙏🌷👏🙏🌷,abirat jatra houk
@gajenborah-ee8yl
@gajenborah-ee8yl Жыл бұрын
Bap Krishna uponr phon no to debo choun
@horenchetia7504
@horenchetia7504 Жыл бұрын
P un in TV TV TV ft ji ji ji bhi bhi ni CT CT CT😅😊
@hargobindapathak6123
@hargobindapathak6123 Жыл бұрын
M😊😊ä😅pm
@anantasaikia1103
@anantasaikia1103 4 ай бұрын
Contact number tu dibosun moi kintu path he koru but apunar pora hikibole hompurnoy ase baki
@rinabarman5723
@rinabarman5723 9 ай бұрын
🙏🙏🙏🙏🙏
@sanahigogoi381
@sanahigogoi381 Жыл бұрын
কৃষ্ণ
@ramcharandeka9143
@ramcharandeka9143 Жыл бұрын
Krishna
@indrajithazarika3411
@indrajithazarika3411 Жыл бұрын
Krishna 🙏🙏🙏
@kabitadas61
@kabitadas61 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@krishnagogoi1657
@krishnagogoi1657 Жыл бұрын
কৃষ্ণ আই |
@Perfect008
@Perfect008 Жыл бұрын
​@@krishnagogoi1657 ❤❤
@hamyadapatgiri4685
@hamyadapatgiri4685 9 ай бұрын
​@@krishnagogoi1657😊
@surasikalita4834
@surasikalita4834 8 ай бұрын
😅😅😅😅​@@krishnagogoi1657
@munmigogoi2377
@munmigogoi2377 Жыл бұрын
কৃষ্ণ
@anitaborgohain1949
@anitaborgohain1949 Жыл бұрын
🙏🙏
@nitugogoi8090
@nitugogoi8090 Жыл бұрын
কৃষ্ণ
@rubisaikia9970
@rubisaikia9970 Жыл бұрын
Krishna
إخفاء الطعام سرًا تحت الطاولة للتناول لاحقًا 😏🍽️
00:28
حرف إبداعية للمنزل في 5 دقائق
Рет қаралды 82 МЛН
Sigma baby, you've conquered soap! 😲😮‍💨 LeoNata family #shorts
00:37
НИКИТА ПОДСТАВИЛ ДЖОНИ 😡
01:00
HOOOTDOGS
Рет қаралды 2,6 МЛН
What's in the clown's bag? #clown #angel #bunnypolice
00:19
超人夫妇
Рет қаралды 21 МЛН
গীতা পাঠ,মূল পাঠক পদ্ম কাকতি
47:41
শ্ৰৱণ কীৰ্তন DEBOJIT NEOG
Рет қаралды 227 М.
إخفاء الطعام سرًا تحت الطاولة للتناول لاحقًا 😏🍽️
00:28
حرف إبداعية للمنزل في 5 دقائق
Рет қаралды 82 МЛН