Рет қаралды 6,060
দিহিঙ্গীয়া কলিতা গাঁও চাপানী শিৱ মন্দিৰৰ উদ্যোগত
স্থানীয় যুৱক বৃন্দৰ দ্বাৰা
ভাওনা প্রদর্শন
"গজকেতু উপাখ্যান ত্ৰিশিৰাসুৰ বধ"
দোহাৰঃ
নিতু নিয়ৰ আৰু সংগীবৃন্দ
পৰিচালক:
"ভাওনাৰত্ন” শ্রীযুত কৃষ্ণপদ কলিতা
স্থান: দিহিঙ্গীয়া কলিতা গাঁও, চাপানী শিৱ মন্দিৰৰ প্ৰাঙ্গন
সমূহ শিল্পী বৃন্দলৈ আমাৰ চেনেলৰ তৰফৰ পৰা অফুৰন্ত মৰম জনোৱাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিলো🙏🙏
আপোনালোকৰ যিকোনো সাংস্কৃতিক অনুষ্ঠান প্ৰচাৰৰ বাবে যোগাযোগ কৰক: 9101139884
#Vawna #Bhawna #AnupomBitupon #prantik_hazarika
#Gajaketu_Upakhyan
#Dhruba_Charitro
#অসমীয়াভাওনাসংস্কৃতি
অসমীয়া ভাওনা সংস্কৃতি
#গজকেতু উপাখ্যান ত্ৰিশিৰাসুৰ বধ
#bhawna #shortvideo