শংকৰসংঘত ৩ দিনৰ পৰা ১০ দিনলৈ ভাগৱত পাঠৰ দ্বাৰা শুদ্ধ কৰে।১১ দিনত আৰু ১২ দিনত কাজ আৰু চাউল কৰে।১২দিনৰ লৈকে নাম ভাগৱত কীৰ্তন কৰি নিয়মীয়াকৈ বিদাই দিয়ে। আচলতে ৩ দিনৰ পৰা সদায় পিনদ হয়। কিন্তু বামুনীয়াত ৩ দিন আৰু ১০ দিনতহে দিয়া দেখা যায়।১৭,২১ আৰু ৩০ দিনত পাতিলে আত্মাই দেখুন বহুত কষ্ট পাব।
@rurururu6447 Жыл бұрын
Nice
@TukuHazarika-ls5yh Жыл бұрын
Krishna Krishna
@birajpatar6537 Жыл бұрын
Joi shree Krishna 🙏🙏 vedeo TU sai bout val lagil ☺️☺️
Jai Shri Ram, Jai Shri Krishnab🙏🙏🙏 Ram name sabotke srestho. Ji Ram Name loi tak Jom dute Olop o kosto nidye. He Boikunth dham jabo loi pai... Ram Name a Hokolu paap khondon kori diye..... Jai Sri Ram Probhu 🙏🙏🙏
@dharanidas6125 Жыл бұрын
সুন্দৰ জয় শ্ৰীকৃষ্ণ
@nizarakalita4043 Жыл бұрын
Bahut Val lagil
@zubeendas7070 Жыл бұрын
Bahut val lagile 👌👌
@dkbhai96613 ай бұрын
Bohut xundor kotha koisa nojona kothabur koi disa dada.
@himangshukalita1712 Жыл бұрын
ভগবানে এক কৰে তথাকথিত কিছুমান ভকতেহে ভাগ ।বিপদত পৰিছো আমি।কৃষ্ণ ৰাম কৃষ্ণ ।
বহুত নজনা কথা এটা জানিব পাৰি খুব ভাল লাগিল ! হয়, আপুনি ভিডিঅ' টিত কোৱাৰ দৰে কাৰো ধৰ্মীয় আস্থা বা শ্ৰদ্ধাক কোনেও হাঁহিব নালাগে ! নিজৰ কাম নিজে কৰি যাব লাগে ! সেয়াই প্ৰকৃত ধৰ্ম ! জয় শ্ৰী কৃষ্ণ !
@ndnabajyoti3 ай бұрын
জীৱনত দহদিনৰ পিন্দুদিয়া দৰে দুখ এই জীৱনত নাই
@Boramaina.01 Жыл бұрын
সুন্দৰ
@amorrajbonshi6198 Жыл бұрын
JAI shree Krishna 🙏🙏🌷
@misingcultureshailendoleyo8767 Жыл бұрын
Amar Hindu dhormo r mote pindo dan koratu শ্ৰেয় আৰু ভক্তিমান । আৰু আমাৰ হিন্দু ধৰ্মৰ মতে সেই মৃতকক পিন্দদান কৰাটো আগৰ দিনৰ পৰাই পৰম্পৰাগত ভাবে চলি আহিছে, লগতে আমাৰ আজোককাক আৰু আজোআইতা হতে আমাক হিন্দু ধৰ্মৰ, হিন্দু সমাজৰ পৰম্পৰাগত নীতি - নিয়মৰ লগতে মৃতকক পিন্দ দিয়াৰ কথা আঙুলিয়াই থৈ গৈছে।