গৰুখুটি কৃষি প্ৰকল্পৰ সজীৱ পাচলি আৰু গুজৰাটৰ পৰা অহা গিৰ গাইৰ দৈ আৰু গাখীৰৰ সোৱাদ ললে মুখ্যমন্ত্ৰীয়ে

  Рет қаралды 10,824

News Live

News Live

Күн бұрын

আজি পুৱাই নিজৰ চৰকাৰী বাসভৱনত গৰুখুটি কৃষি প্ৰকল্পৰ সজীৱ পাচলি আৰু সুদুৰ গুজৰাটৰ পৰা অহা গিৰ গাইৰ দৈ আৰু গাখীৰৰ সোৱাদ ললে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য, স্থানীয় বিধায়কৰ নেতৃত্বত গৰুখুটিৰ কৃষকৰ এটা দলে আজি পুৱাই উপস্থিত হয় মুখ্যমন্ত্ৰীৰ বাসভৱনত। উত্তৰ অসমলৈ যাত্ৰা কৰাৰ প্ৰাকমুহূৰ্তত ঘৰৰ বাৰাণ্ডাতে গিৰ গাইৰ দৈ গাখীৰৰ সোৱাদ লৈ আপ্লুত হৈ পৰে মুখ্যমন্ত্ৰী। গৰুখুটিৰ কৃষি প্ৰকল্পই সমগ্ৰ গুৱাহাটীৰ লগতে চৌপাশৰ বজাৰক সমৃদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 21
@bhaskaryapratimsarma346
@bhaskaryapratimsarma346 2 жыл бұрын
All time best cm of assam Dr himanta biswa sarma
@mamu1469
@mamu1469 2 жыл бұрын
BJP jb HBS jb Mojja mojja mojja mojja mojja mojja
@prasantkasyap3922
@prasantkasyap3922 2 жыл бұрын
অসমীয়া গিৰি যে মুখেৰে নহয় কৰ্মৰে হে তাৰেই উদাহৰণ এই প্ৰকল্প। এই প্ৰকল্পটোৰ জৰিয়তে অসমৰ বহু অসমীয়া যুৱক নিজকে সংস্থাপন কৰিবলৈ সক্ষম হ'ব। মূখ্য মন্ত্ৰী মহোদয়লৈ ধন্যবাদ এই পদক্ষেপৰ বাবে।🙏
@The_Passionate_SSCian
@The_Passionate_SSCian 2 жыл бұрын
বিভিন্ন ফাৰ্মীঙৰ ওপৰত প্ৰতিবেদন বনাওক আৰু অসমীয়া যুবকসকলক ফাৰ্মীঙৰ প্ৰতি উতসাহিত কৰক
@dipanjalimohanta4800
@dipanjalimohanta4800 2 жыл бұрын
আমাৰ উজনিৰ ফালেও এনে এক প্ৰকল্পৰ কাম হাতত লব নোৱাৰিনে?বিধায়ক তথা উদ্যোগিক সকলে চিন্তা কৰিলে ভাল হয়।
@joydeka6029
@joydeka6029 2 жыл бұрын
মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ যাতে প্ৰতিখন জিলাতে এনে পদক্ষেপ লয় আৰু অসমৰ জনগণক সকাহ দিয়ে।
@purbadribanerjee3289
@purbadribanerjee3289 2 жыл бұрын
wah...only HBS
@sujoychoudhury4689
@sujoychoudhury4689 2 жыл бұрын
Aatmanirbhar Asom
@pinajsarma6411
@pinajsarma6411 2 жыл бұрын
Thanks .
@kapilsaikia1387
@kapilsaikia1387 2 жыл бұрын
Aapunaloke dhukhia kun cini napale. Plz moi zodiac a bar dareck ka ba pariluheten. Hosai cini paleheten.
@rameshnath5483
@rameshnath5483 2 жыл бұрын
5
@tejusharma5890
@tejusharma5890 2 жыл бұрын
Ram Ram Ramji
@dhunborgohain2023
@dhunborgohain2023 2 жыл бұрын
Mama apuni hosai juii oo tumi he
@Traveling577
@Traveling577 2 жыл бұрын
যোৰহাটটো লাগে
@KitchenSewali
@KitchenSewali 2 жыл бұрын
"অসমীয়াগিৰি" পুৰনি হ'ল "ভাৰতীয়গিৰি" কবৰ সময় হ'ল।
@phuleswarnath7580
@phuleswarnath7580 2 жыл бұрын
ধন্য
@somiransarma5574
@somiransarma5574 2 жыл бұрын
গীৰ গাই কিদৰে কিনিব পাৰি জনাবচোন।দাম কিমান পৰে।জনালে সুখী হম।
@joygogoi9828
@joygogoi9828 2 жыл бұрын
সুন্দৰ
@sujoychoudhury4689
@sujoychoudhury4689 2 жыл бұрын
Salute Everyone
@dilipray7198
@dilipray7198 2 жыл бұрын
Thanks
@pravakarpegu7876
@pravakarpegu7876 2 жыл бұрын
Hundor
Стойкость Фёдора поразила всех!
00:58
МИНУС БАЛЛ
Рет қаралды 3,7 МЛН
The day of the sea 😂 #shorts by Leisi Crazy
00:22
Leisi Crazy
Рет қаралды 2,2 МЛН
How A Poor Boy Built Oberoi Hotels
17:18
Shivanshu Agrawal
Рет қаралды 2,6 МЛН
Why are Indians so RACIST
16:40
Nikita Thakur
Рет қаралды 647 М.
Стойкость Фёдора поразила всех!
00:58
МИНУС БАЛЛ
Рет қаралды 3,7 МЛН