Gaurav Gogoi visit Majuli | মাজুলীত ঢোলে-ডগৰেৰে বিপুল আদৰণি গৌৰৱ গগৈক | N18ER

  Рет қаралды 187,157

News18 Assam/Northeast

News18 Assam/Northeast

Ай бұрын

Gaurav Gogoi visit Majuli | মাজুলীত ঢোলে-ডগৰেৰে বিপুল আদৰণি গৌৰৱ গগৈক | N18ER
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#gauravgogoi #lspolls #loksabhaelctionresults #guwahati #rokibul #kokrajhar #gauravgogoi #bijulikalitamedhi #miraborthakur #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/desc-youtube
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Пікірлер: 267
@mamoniborah8809
@mamoniborah8809 Ай бұрын
গৌৰৱ অসমৰে নহয় ভাৰতৰ গৌৰৱ।জনগণৰ হৈ ভাল কাম কৰি যাব।জনগণেই আপোনাৰ ভৱিষ্যতৰ জীৱন সুৰক্ষিত কৰিব।ৰাইজ সদায় আপোনাৰ লগত থাকিব।❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@MunniBai-ob9qx
@MunniBai-ob9qx Ай бұрын
অসমৰ ভাবী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ । গৌৰৱ গগৈ ভাৰতবৰ্ষৰ গৌৰৱ। হিমন্তৰ চামচা পিয়াজ হাজৰিকা এতিয়া তাৰ মাইকীৰ মেখেলাৰ তলত লোকই আছে পদত্যাগ কৰাৰ ভয়ত ।
@bhabensaikia5028
@bhabensaikia5028 Ай бұрын
গৌৰৱ গগৈ অসমৰ বেষ্ট্ পলিটিচিয়ান ৷ গৌৰৱ গগৈলৈ বহুত বহুত শুভেচ্ছা যাচিছোঁ ৷
@sahidulsvlogs7862
@sahidulsvlogs7862 Ай бұрын
ধন্যবাদ মাজুলী বাসী ৰাইজ।
@rsaikia6841
@rsaikia6841 Ай бұрын
মাজুলীবাসীৰ এই মৰম সততে অন্য ঠাইত পোৱা নাযায়।ধন্য মাজুলীবাসী।
@parag_gogoi
@parag_gogoi Ай бұрын
যোৰহাট, শিৱসাগৰ আৰু মাজুলীবাসী ৰাইজ লোভ আৰু টকাত বিক্ৰী নগ'ল।❤
@hridoybabuassampolice2591
@hridoybabuassampolice2591 Ай бұрын
Barpeta amar baki juriahat gourovoddin
@yogeshborpatragohain6775
@yogeshborpatragohain6775 Ай бұрын
@@hridoybabuassampolice2591 gubor
@TulukiDeka
@TulukiDeka Ай бұрын
,
@TulukiDeka
@TulukiDeka Ай бұрын
,
@TulukiDeka
@TulukiDeka Ай бұрын
,
@jaandas8693
@jaandas8693 Ай бұрын
সুন্দৰ এটি দৃশ্য দেখা পালোঁ।ভাল লাগিল
@deephazarika887
@deephazarika887 Ай бұрын
গম পালে মানুহ কাক কয় 🙏🙏🙏👍👍👍
@mamonisaikia39
@mamonisaikia39 Ай бұрын
গৰৌব গগৈ মন্তব্য শুনি থাকিলে শুনি থাকিবৰ মন জায়
@hemantamahanta5578
@hemantamahanta5578 Ай бұрын
গৌৰৱ গগৈ জিন্দাবাদ
@user-bq3vt8ot6h
@user-bq3vt8ot6h Ай бұрын
গৌৰৱ গগৈ অসমৰ সম্পদ, অসমৰ গৌৰব, অসমৰ ভবিষ্যত মূখ্যমন্ত্ৰী 🎉🎉🎉❤❤❤🎉🎉🎉❤❤❤
@rambalram2610
@rambalram2610 Ай бұрын
গৌৰৱ গগৈক ৰাইজেইই জিত কৰি জিকালে... নিৰ্বাচনৰ আগৰে পৰা ৰাইজ সদল বলে তেওঁৰ পক্ষত থিয় হল..😊😊😊 আৰু এইয়া ৰাইজে তেওঁৰ উপৰত কোনো দয়া উপজি কৰা নাই... তেওঁৰ সাংসদ হিচাপে দক্ষতা, বিষই বস্তু উপস্থাপনৰ শৈলী, জি কোনো অসমৰ বা মনিপুৰকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা ৰাজিৰ উপৰত তেওঁৰ জ্ঞানৰ গভীৰতা তথা মূল্য বৃদ্ধিকে ধৰি নিবনুৱা সমস্যাৰ উপৰত তেওঁ জি গুৰুত্ব সহকাৰে এক বলিষ্ঠ কণ্ঠ ভাৰতৰ সদনত ৰাখিছে অসমৰ ৰাইজ তাত সম্পূৰ্ণ ১০০% গুণ মুগ্ধ হৈছে। তেওঁ তেওঁৰ পিতৃ অবিহনে, কোনো মুচলমান সম্প্ৰদায়ৰ ভোট বেংক নোহোৱাকৈ সম্পূৰ্ণ অসমীয়া স্বভিমানেৰে নিজৰ অৰ্হতাৰ ভিত্তিত জয় যুক্ত হল...!! 😊😊😊 তেওঁক অশেষ ধন্যবাদ...!! সত্যৰ সদায় জয়.... বুৱটি নদীক কোনে ধৰি ৰাখিব পৰিছে...??? মীৰা বৰঠাকুৰ বাইদেউ লগতে জিকা হলে আৰু ভাল লাগিল হয়.…😊😊😊 ধনৰ বল, জনৰ বল, বতলৰ যোগান আদিৰ স্বত্বেও গৌৰৱ গগৈক ভেটিব নোৱাৰিলে বিজেপি য়ে... ই এক লাজৰ বিষয় হিচাপেই পৰিগণিত হব BJP ৰ বাবে.... 😊😊😊 ৰাইজ এতিয়া ২০২৬ সমাগত...!!! গৌৰৱ গগৈ য়ে অসমৰ ভৱিষ্যত মুখ্য মন্ত্ৰী...!! 😊😊😊 গৌৰৱ, অখিল আৰু লুৰিনক গগৈক অৰ্থাৎ ৩ গগৈক অসমৰ চৰকাৰ চলাবলৈ দিয়ক....😊😊😊 আকৌ এবাৰ গৌৰৱ গগৈ জিন্দাবাদ...!!! 😊😊😊
@SinmoyDeka-dx9hd
@SinmoyDeka-dx9hd Ай бұрын
Tarun Gogoi dore GOURAV GOGOI aguwaise, akhomr porborti C.M GOURAV GOGOI..... ❤❤❤❤
@ajitgogoi4555
@ajitgogoi4555 Ай бұрын
একদম সঁচা আৰু একমত।
@mriduldas-zj6eq
@mriduldas-zj6eq Ай бұрын
Puwai puwai Gela nakhabi liver nosto hobo
@mamonisaikia39
@mamonisaikia39 Ай бұрын
বহুত ইচ্ছা। আছে। গৌৰৱ গগৈ চেলুত।
@anjanbora6504
@anjanbora6504 Ай бұрын
Gourob Da Zindabad ❤❤❤
@AD-ns2xc
@AD-ns2xc Ай бұрын
সুন্দৰ মনৰ গৌৰৱ গগৈ ❤
@sahidurrahman1576
@sahidurrahman1576 Ай бұрын
Gourav Gogoi zindabaad rahul gandhi zindabaad
@joshuamusharof7397
@joshuamusharof7397 Ай бұрын
Next CM of Assam
@nishansarmah1318
@nishansarmah1318 Ай бұрын
গৌৰৱ গগৈ ❤
@tarungogoi1308
@tarungogoi1308 Ай бұрын
Next CM🎉
@TarunPayeng
@TarunPayeng Ай бұрын
2026 মাজুলী হৈ খেলিব,,,, কংগ্ৰেছ jindabad
@peguatel6131
@peguatel6131 Ай бұрын
ST Reserved
@ayangappun
@ayangappun Ай бұрын
Hosakoi bhut vl lagil gorav gogai zindabad
@user-eq5sk7ow1o
@user-eq5sk7ow1o Ай бұрын
বহুত বহুত ধন্যবাদ থাকিল মা দেউতা মনৰ আশা বোৰ ফলৱতী হৈ ৰল।
@MunniBai-ob9qx
@MunniBai-ob9qx Ай бұрын
হিমন্তৰ চামচা ফিৰুজ হাজৰিকা পদত্যাগ কৰা ভয়ত এতিয়া তাৰ মাইকীৰ মেখেলাৰ তলত সোমাই লোকাই আছে। 😂😂😂😂😂😂 তাক ধৰি আনি পদত্যাগ কৰাব লাগে ।
@krishnokachari7913
@krishnokachari7913 Ай бұрын
Mekhela tolot humai Kaziranga habikhonr goromot Gela gundho to loi ase sage😅😅😅 nhole to aru lukabole jega nai....😅
@indrajitdas5677
@indrajitdas5677 Ай бұрын
😂😂😂😂
@sonalisenguota176
@sonalisenguota176 Ай бұрын
Gaurav gogoi zikibo Gaurav gogoi zindabaad
@dipaliburagohain5996
@dipaliburagohain5996 Ай бұрын
Gourov gogoi jindabad
@devigogoi5208
@devigogoi5208 Ай бұрын
অভিনন্দন বহুতো। সদায় মানুহৰ হকে কাম কৰি যাওক।
@user-bb2df8ul1h
@user-bb2df8ul1h Ай бұрын
Congratulations 👏🎉
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru Ай бұрын
বহুত বহুত ধন্যবাদ থাকিল ।
@nogendowarah7963
@nogendowarah7963 Ай бұрын
অসমৰ স্বাভিমান--অসম তথা ভাৰতৰ শক্তিশালী যুুৱকণ্ঠ যোৰহাট লোকসভাৰ সাংসদ গৌৰৱ গগৈক মাজুলীবাসীৰ উষ্ম আদৰণি । সন্মানীয় মাজুলী বাসীলৈ আমিও আন্তৰিক অভিনন্দন জনালোঁ ।😊
@gopalchetri4866
@gopalchetri4866 Ай бұрын
গৌৰৱ গগৈ অসমৰ গৌৰৱ
@user-rf6ki2du8v
@user-rf6ki2du8v Ай бұрын
Congratulations gourav gogoi
@ajantamili2778
@ajantamili2778 Ай бұрын
Gourav Gogoi Zindabad
@devajitlahon2499
@devajitlahon2499 Ай бұрын
Next CM 💙
@mayakhan6696
@mayakhan6696 Ай бұрын
Next CM gaurav gogoi
@parthasarathi1142
@parthasarathi1142 Ай бұрын
গৌৰৱৰ জয়যাত্ৰা দেখি বৰ ভাল লাগিছে। সৰ্বানন্দ সোণোৱাল আৰু গৌৰৱ গগৈৰ বাদে আন নেতা আহিলে মাজুলীৰ ৰাইজে পহুখেদা দিব বুলি আশা ৰাখিলোঁ।
@nijarabora5508
@nijarabora5508 Ай бұрын
Gourav gogoi jindabad
@phulmayachetry7176
@phulmayachetry7176 Ай бұрын
বহুত বহুত ধন্যবাদ জনাইছো সুন্দৰ দিনৰ বাবে বাট চাই আছো 🙏🙏🙏
@A.D....2187
@A.D....2187 Ай бұрын
গৌৰৱ গগৈ ছাৰ ক দেখিলে ৰাজনীতি কৰিবলৈ মন যায়।
@nupurandtwosistersvlogs723
@nupurandtwosistersvlogs723 Ай бұрын
গৌৰৱ গগৈ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@user-ol3sr5iw1c
@user-ol3sr5iw1c Ай бұрын
Gourob gogoi dangoria zindabad next cm
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru Ай бұрын
পৰৱৰ্ত্তী চিএম অসমৰ ।শুভেচ্ছা থাকিল ।
@Deka-r5f
@Deka-r5f Ай бұрын
Jay ai Akhom Gourav gogoi Jinda bad
@dharmendrakaman1859
@dharmendrakaman1859 Ай бұрын
গৌৰৱ গগৈ এদিন মুখ্যমন্ত্ৰী হ'ব
@AfrinSuhani
@AfrinSuhani Ай бұрын
Congratulation gourav daaaa
@dharmeswarbaruah9797
@dharmeswarbaruah9797 Ай бұрын
জয় আই অসম
@rambalram2610
@rambalram2610 Ай бұрын
আমাৰ সময়ত কোনো পাৰ্থি নিৰ্বাচনত হাৰিলে এক সংগীত তেওঁক ৰাইজে গায় শুনাইছিল... মোৰ ও আজি সেই সংগীত টো গাই সুনাবৰ মন গৈছে.....😅😅😅😅 "তপন গগৈ হাৰি গল... হাই ৰে হাই... টকা দিও হাৰি গল... হাই ৰে হাই... বতল দিও হাৰি গল... হাই ৰে হাই... তপন গগৈ হাৰি গল... হাই ৰে হাই..." ধন্যবাদ ৰাইজ... 😊😊😅😅😂
@yeaminurrahman3764
@yeaminurrahman3764 Ай бұрын
Gaurav Gogoi Next CM of Assam 2026
@rajenm3777
@rajenm3777 Ай бұрын
গৌৰৱ গগৈ অসমৰ সমপদ।
@JayPegu321
@JayPegu321 Ай бұрын
Congratulations।।।❤❤❤
@user-fx9sb6kv5s
@user-fx9sb6kv5s Ай бұрын
@hiraboruah3208
@hiraboruah3208 Ай бұрын
বহুত ভাল লাগিল।
@user-on8ws2nr6r
@user-on8ws2nr6r Ай бұрын
গৌৰৱ গগৈৰ ডাঙৰীয়া লৈ আন্তৰিক শুভেচ্ছা জনালোঁ। তেখেতৰ ৰাজনীতি জীৱনৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।তেখেতক ভগৱানে শক্তি দিয়ক। লগতে গৌৰৱ গগৈৰ সপক্ষে ভোট দান কৰা সন্মানীয় ভোটা সকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ।🙏🙏 দলে বলে
@user-mk4hr8gs7x
@user-mk4hr8gs7x Ай бұрын
Very good, welcome to people of MAJULI.
@khogenphukon546
@khogenphukon546 Ай бұрын
ধন্যবাদ মাজুলীৰ ৰাইজ
@krishnakantalahon6167
@krishnakantalahon6167 Ай бұрын
আমাৰ গৌৰৱ ❤❤
@lachitnath4848
@lachitnath4848 Ай бұрын
মানুহজনৰ কথাত ধৰিব পাৰি সঁচাই পঢ়া শুনা কৰা ব্যক্তি আমাৰ মাননীয় CM sir ৰ আকৌ কথাবোৰ দুৰ্যোধনৰ নিচিনা উগ্র।
@tulshigogoi7019
@tulshigogoi7019 Ай бұрын
Dhanyavaad.
@mridulassam4425
@mridulassam4425 Ай бұрын
Aiya dekhi val lagile...hosai amar future cm jon gorav gogoi jindabad
@akumlababe2414
@akumlababe2414 Ай бұрын
congratulations 🎉sir❤👍
@lagachub170
@lagachub170 Ай бұрын
Moi bohut bohut bhal lagise ❤❤❤frm dhakuakhana
@hemonta9300
@hemonta9300 Ай бұрын
Gaurav gogoi zindabad
@rintuhatibaruah2297
@rintuhatibaruah2297 Ай бұрын
অসমৰ গৌৰৱ হৈ থাকক চিৰকাল।
@user-ji7fu3no6u
@user-ji7fu3no6u Ай бұрын
Next C.M 2026
@DigantaHazarika-hp9zs
@DigantaHazarika-hp9zs Ай бұрын
Long live gourab gogoi
@mohankumarsingh1040
@mohankumarsingh1040 Ай бұрын
এফালে অমিত সাহৰ কিনা বেচা, আনফালে শৰদ পাওয়াৰ থার্ড ফ্রন্টৰ প্ৰস্তুতি ১৭৩ নাম্বাৰ যোগোৱাৰ, বাহিৰৰ পৰা কংগ্ৰেছৰ (৯৯) সমৰ্থন ।
@krishnaprasaddeka8090
@krishnaprasaddeka8090 Ай бұрын
Warm Congratulations to G. gogoi ❤❤❤❤❤
@sorforajmirdha6594
@sorforajmirdha6594 Ай бұрын
Mama o mama ki hoigol 😂
@rimpigogoi9065
@rimpigogoi9065 Ай бұрын
😂😂😂
@ajitnarah6687
@ajitnarah6687 Ай бұрын
Mojja❤.
@user-dz8hz2rq5s
@user-dz8hz2rq5s Ай бұрын
Gourop gogoi jindabat majulite Congress Besi ASE Amar इयाद nai tq
@bhargabdas5830
@bhargabdas5830 Ай бұрын
Congratulations dada ... 😊
@manumatidaimari8920
@manumatidaimari8920 Ай бұрын
Congratulations Gaurav Gogoi 🎉🎉🎉🎉❤❤❤❤
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh Ай бұрын
Gaurav Gogoi zindabad Assam CM Gaurav Gogoi 2026 love you sir 💯🙏💪💪💪💪 CM Gaurav sir Sarkar congratulations 👏👏👏
@RanjitBoruah-de8nc
@RanjitBoruah-de8nc Ай бұрын
❤❤❤❤❤❤
@vanlalzapichhangte8653
@vanlalzapichhangte8653 Ай бұрын
Great job Sir Gaurav Gogoi ❤❤❤
@AmitPaul-fb4yk
@AmitPaul-fb4yk Ай бұрын
Congretulations
@papulichetia9841
@papulichetia9841 Ай бұрын
🙏🙏🙏
@rimrim2602
@rimrim2602 Ай бұрын
Congratulations sir ❤👏 🎉 🎉 Gourov gogoi hoise hobologiya axomr next CM jon
@thesafiqulvlogs9915
@thesafiqulvlogs9915 Ай бұрын
Gentle man assam hero
@rantumoran2052
@rantumoran2052 Ай бұрын
Congratulations
@manikahazarika93
@manikahazarika93 Ай бұрын
❤❤❤❤❤
@PankajBhuyan-jq3go
@PankajBhuyan-jq3go Ай бұрын
Welcome
@PMarak-xu7je
@PMarak-xu7je Ай бұрын
Thanks for you. Sir Gaurop Gogoi.
@user-gc1wq3qw2n
@user-gc1wq3qw2n Ай бұрын
❤❤🙏 congratulations 🎉
@tulshigogoi7019
@tulshigogoi7019 Ай бұрын
God bless you❤.
@manjuroy3151
@manjuroy3151 Ай бұрын
❤❤❤
@MannanAssam
@MannanAssam Ай бұрын
Congratulations sir
@RajipSawra
@RajipSawra Ай бұрын
Congratulations gaurav gaurav gogoi🎉
@nabanitagogoi8754
@nabanitagogoi8754 Ай бұрын
Gourav gogoi 🎉😍❤️
@dipbori2624
@dipbori2624 Ай бұрын
News live kot gol. Ni sun.
@tridibdeka2142
@tridibdeka2142 Ай бұрын
❤❤❤❤
@dharmeswarbaruah9797
@dharmeswarbaruah9797 Ай бұрын
Parfect leader for Our Assam. Next CM, Should be project by Cong.
@ChampakSaikia-iq1ed
@ChampakSaikia-iq1ed Ай бұрын
❤❤
@hemantakurmi2920
@hemantakurmi2920 Ай бұрын
Gourav daa ❤❤❤
@ajantamixassamese9733
@ajantamixassamese9733 Ай бұрын
Congratulations dada
@rajuchintey913
@rajuchintey913 Ай бұрын
Congratulations ❤
@insanulislam4889
@insanulislam4889 Ай бұрын
Tank you very nice. Gourav Gogoi ji.
@SumanMedhi-kr2xw
@SumanMedhi-kr2xw Ай бұрын
Our king 🎉🎉🎉🎉🎉🎉😊
@Xqpritam
@Xqpritam Ай бұрын
❤️❤️❤️❤️❤️❤️❤️
@roujahmed3935
@roujahmed3935 Ай бұрын
Gourav Gogoi Longlive , Proud of Assam, Warm welcome by Public of Majuli ( Biggest River Island of the World)
@subratapaul852
@subratapaul852 Ай бұрын
Gourav Gogoi Longlive. Proud of Assam.
@Dchetia77
@Dchetia77 Ай бұрын
অতি সুন্দৰ দৃশ্য আৰু সুন্দৰ😅😅 মন্তব্য
НРАВИТСЯ ЭТОТ ФОРМАТ??
00:37
МЯТНАЯ ФАНТА
Рет қаралды 3,2 МЛН
Mama vs Son vs Daddy 😭🤣
00:13
DADDYSON SHOW
Рет қаралды 20 МЛН
НРАВИТСЯ ЭТОТ ФОРМАТ??
00:37
МЯТНАЯ ФАНТА
Рет қаралды 3,2 МЛН