Рет қаралды 104,473
এই ভিডিঅটোত যিবোৰ ধান,তুঁহগুৰি আছে সেইবোৰ ঘৰৰ,সেইবাবে তাৰ দাম যোগ কৰা নাই, সেইকাৰণে মোৰ 1kg 15 টকা/ 16 টকা পৰে ৷ কোনোবাই ইচ্ছা থাকিলেহে বনাব নহলে readymade দানা খুৱাব,দানাৰ দাম বৃদ্ধি হোৱাৰ বাবে ভিডিঅটো প্ৰস্তুত কৰা হৈছে,লগতে কুকুৰা বেমাৰ হলে কি উপায় বা ওঁষধ খুৱাই সুস্থ কৰি তুলিব পাৰি তাৰ ভিডিঅ ৰ লিংক দিয়া হল • লোকেল মুৰ্গীৰ বেমাৰ||ল...