ঘৰত এইকেইটা সামগ্ৰী থাকিলে ঘূৰাই দিয়ক ৰেচন কাৰ্ড।

  Рет қаралды 226,357

DY365

DY365

Күн бұрын

ঘৰত এইকেইটা সামগ্ৰী থাকিলে ঘূৰাই দিয়ক ৰেচন কাৰ্ড। নহ'লে বিপদত পৰিব আপুনি! চৰকাৰে নিৰ্ধাৰণ কৰিছে ৰেচন কাৰ্ডৰ যোগ্যতাৰ মাপকাঠী।
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Пікірлер: 310
@user-fi8lh6iz7h
@user-fi8lh6iz7h 14 күн бұрын
চাৰিচকীয়া গাড়ী আৰু চৰকাৰী চাকৰি কৰা সকলে ৰেচন কাড পাইছে।
@BranisMomin
@BranisMomin 8 күн бұрын
😅😅😅😅😅😅
@SanjayBorahkumar
@SanjayBorahkumar 15 күн бұрын
ভালদৰে তদন্ত কৰক সকলো গম পাব পঞ্চাইটত নেতা সকলৰ ঘৰত কি কি ৰাইজৰ বস্তু আত্মসাত কৰা হৈছে।
@chandanroy363
@chandanroy363 15 күн бұрын
দুখীয়া চাৰিচকীয়া থকা মানুহে পায়
@basantaborgohain5372
@basantaborgohain5372 15 күн бұрын
যা টা বাতৰি দি আজি ১০ দিনৰ আগত স্মাৰ্ট মিটাৰ/ সম্পত্তি সেই বাতৰি বিলাক কত সোমালগৈ।
@user-fc3bt3vu1o
@user-fc3bt3vu1o 14 күн бұрын
একো নথকাকৈয়ে আজিলৈকে ৰেচন কাৰ্ড পোৱা নাই
@debashishbhattacharjee4493
@debashishbhattacharjee4493 4 күн бұрын
We Love ❤ &Respect ...HIMANTA SIR
@girinbora7820
@girinbora7820 15 күн бұрын
একো লাভ নাই গাৰি মটৰ cycle fridges সব থাকা মানুহে ও ৰেচন কাৰ্ড লৈ আছে। আমি চকুৰ আগতে দেখি আছো।
@abedakhatun7081
@abedakhatun7081 9 күн бұрын
100% right
@ajoysuklabaidya1648
@ajoysuklabaidya1648 15 күн бұрын
এই কথা বলি লাভ নাই আমার কাছড় ত যার গাড়ী বাড়ি মাটি চাকরী আছে তেও লোকে হে পায় রেশন কাড অরোণদয় PMAY
@CacharNews
@CacharNews 14 күн бұрын
Right
@gokulroy1071
@gokulroy1071 10 күн бұрын
🤡​@@CacharNews
@bharatigoswami6798
@bharatigoswami6798 23 сағат бұрын
Ghare ghare jai chak sabar ghare sab ache😂
@boruah8390
@boruah8390 15 күн бұрын
তহতে নিদিলেও নাই। আমাক 26 ৰ পাছত কংগ্ৰেছ চৰকাৰে ৰেচন কাৰ্ড দিব।।
@mpkoratul8947
@mpkoratul8947 15 күн бұрын
Laura dibo😅😅
@HG-tn7de
@HG-tn7de 15 күн бұрын
KZbin, facebook t jikibo aru dibo de😂
@anupgogoi3178
@anupgogoi3178 14 күн бұрын
Sure
@mpkoratul8947
@mpkoratul8947 14 күн бұрын
@@anupgogoi3178 4 seat jiki lo 🤣😂
@pranjalkalita2990
@pranjalkalita2990 14 күн бұрын
Congrese miyak he dib.
@TaniyaM-gq5jd
@TaniyaM-gq5jd 15 күн бұрын
এই নিউজ অৰ পৰা এক প্ৰকাৰ খাটাং হৈ গৈল, 2026 চনত BJP বিদায় , মানুহক এইবোৰ কামত ব্যস্ত ৰাকি দেশ লোতিপুটি খাইছে BJP a
@ramdhenus.t.g.s.h.g.9086
@ramdhenus.t.g.s.h.g.9086 15 күн бұрын
BJP k bidai dibo lagibo.. nohole ami pagol hoi rashtat bikha khuji thakim..
@ramdhenus.t.g.s.h.g.9086
@ramdhenus.t.g.s.h.g.9086 15 күн бұрын
6 mahor agot pariyalor income 3.5clakh koi asile etiya 2 lakh koi ase..
@HG-tn7de
@HG-tn7de 15 күн бұрын
Facebook KZbin t dibo paribo . Reality t nohoi😂
@navasarma9857
@navasarma9857 13 күн бұрын
আগতে ই,ভি,এম,ক বিদাই দিয়ক ।
@HP-uk7zz
@HP-uk7zz 6 күн бұрын
​@@navasarma9857😂 EVM k kio dukh diya he.....
@benipegu2302
@benipegu2302 14 күн бұрын
মানুহ একেই হয় , নাথাকে। মানুহ বাঢ়ে ,ঘৰৰ বস্তু বাঢ়ে, তাত চৰকাৰে অনুসৰণ কৰি লাভ নাই। আৰু এটা কথা চৰকাৰে দিয়া চাউল কাৰো ঘৰৰ কাৰণে নুজুৰে।কি দুখীয়া কৃষকসকলৰ গৰম নহয় নেকি,কি ঠাণ্ডা পানী খোৱাৰ অধিকাৰ নাই। 😢😢😢
@tribenibarman4760
@tribenibarman4760 14 күн бұрын
News anchor বিলাকে একেষাৰ কথাকে বাৰে বাৰে মূখ খন মেলি মেলি বক বক কৰাতো এটা মিনিয়া নেকি।।
@dipakkalita7034
@dipakkalita7034 10 күн бұрын
ভাৰতীয় সকলো জনসাধাৰণক ৰেচন কাৰ্দ দিব লাগে । এই প্ৰস্তাৱ বিৰোধিয়ে লব লাগে ।
@HP-uk7zz
@HP-uk7zz 6 күн бұрын
Tar pisot Bharat Venezuela, Argentina r nisina hobo
@bharatigoswami6798
@bharatigoswami6798 23 сағат бұрын
Khub bhalo news batil kora darkar 70 percent bad poriibo
@7gc970
@7gc970 15 күн бұрын
বহুত বহুত ভাল পদক্ষেপ লৈছে অসম চৰকাৰে ভাল ধৰণে তদন্ত কৰিব লাগিব তদন্ত কৰিলে সকলো উলাই পৰিব ।
@paulkullu7165
@paulkullu7165 15 күн бұрын
Sabo lagibo ki ki kore bo pare😅😅
@imranmehfuz4907
@imranmehfuz4907 12 күн бұрын
Todontor daitto tomak diley kenekua hobo ?
@diptigoswamimazumdar8019
@diptigoswamimazumdar8019 15 күн бұрын
এই বাতৰিৰ কোনো কামত ,নাই, ভালকৈ তদন্ত কৰক, সৰহ সংখ্যক মানুহৰে আজিৰ দিনত আছেঁ উক্ত সামগ্ৰি সমূহ , তেনেহলে সিহঁতে কেনেকে পাই আছেঁ
@jogeshdas4879
@jogeshdas4879 6 күн бұрын
এই কথা কৈ লাঊ নাই । গুৱাহাটীত যিমান ৰেচন কাৰ্ড থকা বৰৰ প্ৰতিগৰাকিৰ এইসমুহ বস্তু আছে
@amarchhetri7864
@amarchhetri7864 15 күн бұрын
কী কয হে আজিকালিৰ যুগত ফৃজ আৰু টিভি কাৰ ধৰত নেথাকে😂
@mamitasaikia6194
@mamitasaikia6194 7 күн бұрын
সকলো মিছা। আমাৰ ওচৰতে গাড়ী আৰু চাকৰি থকা মানুহে ৰেচন কাড সুবিধা পায় আছে। নাৰায়ণপুৰ পানবাৰী মাজগাওত
@navasarma9857
@navasarma9857 13 күн бұрын
বৰ্তমান চেকেনহেন্দ টাটা নেন কাৰ ৩০ৰ পৰা ৫০ হাজাৰ টকাৰ ভিতৰত পায় । মোৰ বৰ্তমান মাহিলী ইনকাম ৭ হাজাৰ টকা । কিন্তু মইওঁ বহু কষ্টেৰে ৩৫ হাজাৰ টকা গোটাই চাৰিচকীয়া টাটা নেন কাৰ এখন লৈছো ।
@HaidarAli-c5k
@HaidarAli-c5k 8 күн бұрын
Yes
@dineshmoran1114
@dineshmoran1114 10 күн бұрын
মামাই জাতে জাত কৰি থাকিব
@dhanjitdas6299
@dhanjitdas6299 2 күн бұрын
বৰ্তমান চলি থকা সকলো ৰেচন কাৰ্ড বাতিল কৰি যোগ্য আৰু প্ৰকৃত দুখীয়া মানুহ সকলক বৰ্তমানতকৈ দুগুণ ৰেচন দিয়ক। কংগ্রেছৰ দিনত দিয়া ৰেচন কাৰ্ড একেবাৰে দুইনম্বৰী আছিল কাৰণ কংগ্রেছ দলটোৱেই দুইনম্বৰী আছিল এইটো কথা আমি কোৱা নাই ৰাজীব গান্ধীয়ে নিজে কৈছিল।
@GANERAMPEGU
@GANERAMPEGU 15 күн бұрын
টিউটৰ সকলে ৰেচনকাড পাবনে নাই ? কোনো কোনোৱে ৩০/৪০ হাজাৰ টকাত চাৰিচকীয়া বাহন চলাই আছে ৷ সেই সকলৰ কি হব ?
@debojanipegu9040
@debojanipegu9040 11 күн бұрын
Fan thakileu reson card napabo buli kolehe besi bhal lagibo..
@ArobindaSaikia-zy2tx
@ArobindaSaikia-zy2tx 14 күн бұрын
কেই দিন মানৰ আগত চাৰি চকিয়া বাহন থকা সকলক ৰেচন কাৰ্ড দি চাউল যোগান ধৰিছিলে হে আকৌ এইয়া কি হল
@abouahmed166
@abouahmed166 4 күн бұрын
আপোনালোকে আপোনালোকৰ ৰাজনৈতিক লাভালাভ আদায় কৰিবলৈ গৈ সাধাৰণ জনতাক বিভ্ৰান্ত কৰিবলৈ এৰক। সাধাৰণ জনতাক মূৰ্খ বুলি ভাবি থাকিবলৈ এৰক। ৰেচন কাৰ্ড বিতৰণ কোনে কৰিছিল? সাধাৰণ জনতাই নিজে নে চৰকাৰে? এতিয়া যে সাৰ পাইছে ! ৰাইজৰ মতদান, ৰাইজৰ ধনেৰেই বলীয়ান হৈ যি মন যায় তাকে কৰি যাব পাৰিম বুলি ভাবিছে নেকি ? নে অসমৰ ৰাইজক মূৰ্খৰ পাল বুলি ভাবিছে....!
@Amrit_yt99
@Amrit_yt99 13 күн бұрын
মজা... অসমত ৫০%ভুৱা ৰেচন কাড ওলাব, দাদালে ভৰি অসম খন।
@MayrukalaArtsDS
@MayrukalaArtsDS 2 күн бұрын
General লাইফ ত যদি আমি কথোপকথন হলে একেটা বাক্য দুবাৰ ব্যৱহাৰ কৰাটো অশিক্ষিত মানুহৰ নিচিনা লাগে এইমখা ই 7 টো 8 টাইমছ repeat kore goru goru feel korai
@Apna-Raju-Official
@Apna-Raju-Official 14 күн бұрын
Niyam aami bonam 2026 ot....😂😂😂😂😂😂😂😂😂😂😂
@dhrubajyotigayan4884
@dhrubajyotigayan4884 13 күн бұрын
O Dada 1family jodi 3jon manuh ase... tar wife 3joni e kanekoi orunudoi asoni pai ase....xi2 kanekoi Parise dibo ..kin2 ration card 1khone hoi....aru gaon side member buror ghore ghore xokolu bur asoni kanoi xamori ase......kin2 ration card 1khone hoi...xi2 okol xihotor karone ne ki baru aibur asoni
@rajukumardas251
@rajukumardas251 14 күн бұрын
Sarkari chakuri na thakile ration card dibo lagiboi
@anirbangogoi6073
@anirbangogoi6073 14 күн бұрын
আমাৰ গাওঁত গাড়ী, ছৰকাৰী চাকৰি পেনছন পোৱা আৰু বহুত থকা লোকে পাই আছে ৰেছন কাড
@PihuBorsaikia-vv1ph
@PihuBorsaikia-vv1ph 14 күн бұрын
Gari dukhon তিনিখন থকা মানুহে o পাই চাউল
@sualkuchimusical
@sualkuchimusical 12 күн бұрын
হব মামা চাৰি চকীয়া গাড়ী থাকিলেও চৰকাৰী ঘৰ পাই
@amarswapna1133
@amarswapna1133 15 күн бұрын
চৰকাৰ পাগল হল সকলো ৰে ঘৰত আজি কালি ফ্ৰিজ চাৰি নালাগে ছয় আঠ বাৰ চকিয়া চাকৰি থকা সকলো কে দিছে কিন্তু সেই চামে সকলো পাই চেলেকিব পাৰে বিজেপিৰ নদাই ভদাই ক আমি নোৱাৰো সেই বাবেই নিদিয়ে
@user-fh9bs1rv6j
@user-fh9bs1rv6j 15 күн бұрын
চিয়ৰি কী লাভ হাজাৰ হাজাৰ লোকৰ মাটিৰ ।গাড়ী চাকৰি থকা লোকে ৰেচন কাড‌ পায় আছে
@DeepjyotiMazumar
@DeepjyotiMazumar 12 күн бұрын
Aai bar khatang hoi gol 2026 bjp bidai go back bjp sarkar nalage aamak bjp sarkar or bostu
@DibyenduBaruah
@DibyenduBaruah 14 күн бұрын
চাকৰি থকা ,চাৰিচকীয়া থকা স কলৰ ৰেচন কাৰড আছে
@arabindabaro2350
@arabindabaro2350 3 күн бұрын
ঘৰত এজনৰ ভাগত আঠ বিঘা মাটি আছে, কিন্তু ৰেচন পায়। মাটি আছে আৰু পুতেকৰ চৰকাৰী চাকৰি আছে, তথাপি ৰেচন পায়। সেইবোৰ পৰিয়ালৰ লোকে ঘৰও পাইছে। একেটা পৰিয়ালত একেজন হিতাধিকাৰিৰ নামত তিনিবাৰ ঘৰ পাইছে আৰু চৰকাৰৰ কোনো আঁচনিৰ পৰা বাদ যোৱা নাই, ঘৰত চাকৰি কৰা পুতেকও আছে। এইবোৰ দুৰ্নীতিৰ শাৰীত নপৰে নেকি? তন্ন তন্নকৈ চেক কৰিলে কোটি কোটি মানুহৰ নাম বাদ যাব, যাবও লাগে। বহুতে আকৌ পইচাৰ বিনিময়ত দোকানতেই ৰেচন দি আহে। কিছুমানে আকৌ ৰেচনৰ চাউল সুলাই মদ আৰু মচলা বানোৱাত ব্যৱহাৰ কৰে। দুষ্টচক্ৰই আকৌ ভুৱা জব card বনাই লৈ চৰকাৰী আঁচনিৰ ধন আৰ্জি আছে। এইবোৰ দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে কেতিয়াবা জানো ব্যবস্থা লব?
@DipankarRoy-vq7tk
@DipankarRoy-vq7tk 15 күн бұрын
Khabor to suni...Santi palo....... Vale lagil.......... super,👍
@jitenmadahi7277
@jitenmadahi7277 8 күн бұрын
কবি থাকি লাভ নাই জদি চৰকাৰে চাৰ্ভে নকৰে পনচায়তো কাম শপি দি একো লাভ নাই টকা পালে চাকৰি য়ালোকো দিএ
@prabitrabora6152
@prabitrabora6152 10 күн бұрын
চাৰি চকীয়া গাড়ী, ফ্ৰীজ বাদেই ৮/১০/১২/২৪ বিঘা মাটি থকা মানুহে চাৰিচকীয়া গাড়ী লৈ চাউল নিব আহে
@porsubakti112
@porsubakti112 15 күн бұрын
বেচি ৰেচন কাড বেচি আছে গাড়ি থকা চাকৰি থকা সকলৰ কি মানৰ বন্ধ কৰিব চব বিজেপি ৰে মানুহ
@HP-uk7zz
@HP-uk7zz 6 күн бұрын
2016 r agot sakori puwatu congress r manuh nki 😂
@imtiyazhussain3360
@imtiyazhussain3360 14 күн бұрын
Bye bye bjp 2026
@jonakimusiccreationassames387
@jonakimusiccreationassames387 19 сағат бұрын
NANO খন গাড়ীত পৰে নে
@NitulSaikia-lu1zi
@NitulSaikia-lu1zi 12 күн бұрын
অৰুনদযকোনেপাই
@nitindas3998
@nitindas3998 15 күн бұрын
ভাল কথা সকলো আচনি বনধ করি দিক আরু সকলো বছটুৰ দাম কমাই দিলে হল 😅
@user-yc6zc3ke1m
@user-yc6zc3ke1m 7 күн бұрын
Amak ai sorkar nalagae axom khon tu basilai atia manuhok ku basibo ,Aru basi din nai amak kabo tuhutor tu 2ta kidni asae 1ta sorkarok dibo lagibo noholae axom aribo lagibo....
@pratimaghosh2078
@pratimaghosh2078 9 күн бұрын
In cachar also people are having false ration card
@ApurbaBora-j5g
@ApurbaBora-j5g 15 күн бұрын
Meya belakok deyak . Hehotor ghorot yebor nai
@andrewmochahari4663
@andrewmochahari4663 14 күн бұрын
Valueless news
@jitaborah6042
@jitaborah6042 10 күн бұрын
এইবোৰ চিঞৰি লাভ নাই। ভাল চাকৰি কৰা বোৰৰ হে ৰেচন কাৰ্ড আছে
@Dreamgirl-503
@Dreamgirl-503 14 күн бұрын
Central ot sakori kora khocol or o reson Card aase aibilak misa
@ratanmech617
@ratanmech617 14 күн бұрын
চেক কৰিব লাগে ঘৰে ঘৰে
@NarendraPdBarman
@NarendraPdBarman 3 күн бұрын
গাড়ী বাড়ি থকা লোকে ঘৰ,ৰেচন কাৰ্ড, অৰুণোদয় আদি সকলো ভোগ কৰিয়েই আছে আৰু এইবোৰ আপুনি ম‌ই দিছো নেকি ? এতিয়া কথা হ'ল ৰেচন কাৰ্ড বাৰু ওভোটাই নিব কিন্তু ঘৰটো ওভোটাই নিবলৈ ব্যৱস্থা কি?
@purnafreetime4756
@purnafreetime4756 14 күн бұрын
Right
@Biswajeet-tsk
@Biswajeet-tsk 7 күн бұрын
asol kotha tu hol, government aor hatot toka nai, achoni bilak di poisa nai government aor.
@chandanbora9040
@chandanbora9040 15 күн бұрын
Aru Baki thakil TV.Bike,Electricity ect...etc
@SantiBaruah-yk8vi
@SantiBaruah-yk8vi 15 күн бұрын
Very nice decision
@laxmirekha1073
@laxmirekha1073 13 күн бұрын
80 percent ration card dhari tenekua manhue aai hubidha loi aase
@ratulgogoi9380
@ratulgogoi9380 14 күн бұрын
Creta, Fortuner, 100 200 বিঘা বাগান খেতি মাটি থকা বোৰে পাব
@user-qd9cg6ij3h
@user-qd9cg6ij3h 2 күн бұрын
Hailakandi distrikr para 4Cahokia bah on gorat ration card aache
@jhmondal
@jhmondal Күн бұрын
Village Nano thoka 😂😂😂 ?????city Bulding toka hokale pabone?????
@Ramboruslee.1234
@Ramboruslee.1234 14 күн бұрын
Eman natak korebo nalage , reason card nidelai hol
@tarulatachakraborty7621
@tarulatachakraborty7621 15 күн бұрын
Good decision ‼️
@nirolabaro5455
@nirolabaro5455 9 күн бұрын
Kaklabari Somobay Somiti Simla Bazarat buhut bhuwa rechon card ase sompadoke nijor somporkio sokolok gopone dise District :Baksa BTR, Assam
@prchangmai2850
@prchangmai2850 14 күн бұрын
Good . Need ground verified by govt officer
@protivabaruah1290
@protivabaruah1290 15 күн бұрын
Khub bhal khobor
@themadexperiments
@themadexperiments 14 күн бұрын
Sakari thaka gari thaka bilake ration card paise hajira kara bilakak ration nidiye arunodoi asani nidiye
@SahinulIslam-es9dv
@SahinulIslam-es9dv 14 күн бұрын
আমার নাই রাসন কার্ড 3বার aplay korsi Amar kucu nai
@NabajyotiBora-f3n
@NabajyotiBora-f3n 14 күн бұрын
Ward membare pabo nai. Ajikali ward memberor ghorot sob thake
@jabinkhan4273
@jabinkhan4273 8 күн бұрын
Aneu aku hubidha pua nai ❤aru retion card u nalage. Akue...pua nai.
@RanjitChirang
@RanjitChirang 15 күн бұрын
Mojja
@bhuyantechnical1354
@bhuyantechnical1354 15 күн бұрын
Very good
@debasishkar8715
@debasishkar8715 14 күн бұрын
Ni chakori .
@moon112009
@moon112009 11 күн бұрын
Electricity nai tothapiu bill ahe, eikhon axomt.
@lsagent6888
@lsagent6888 Күн бұрын
Sarkari job korio reson card use kori aase
@ushaboro9899
@ushaboro9899 5 күн бұрын
cm or dormoha kiman..?
@Purabichetia223
@Purabichetia223 10 күн бұрын
Sarkar r Mukh ne pokor hodai beleg beleg Katha koi j
@user-vz6eh2lj3r
@user-vz6eh2lj3r 10 күн бұрын
Ajiloike ghar eta napalu vote bahrotiy jonota partik di asu
@Jahid-Ali
@Jahid-Ali 14 күн бұрын
Bohut dinorr pora hunihre a's u puwain pai ase
@shijasmitachimpi-vc1yy
@shijasmitachimpi-vc1yy 14 күн бұрын
চৰকাৰী চাকৰি থাকিলোঁ ৰেছন কাৰ্ডৰ পাই..
@bipulmoran4366
@bipulmoran4366 14 күн бұрын
Ki kotha kua he 4 gread sakori Kora hokole ration card pai,hihote ki ai keita bostu lobo nuwaribo nki ha....
@ChandraDevi-iv3wh
@ChandraDevi-iv3wh 14 күн бұрын
Natun ration card ktiya dibo?
@RekhaGurung-bk8ry
@RekhaGurung-bk8ry 9 күн бұрын
Nrc or fingerprint Kati diyok mama plz
@user-rh9fz3yf5y
@user-rh9fz3yf5y 14 күн бұрын
গাই লাভ নাই চাকৰি থকা চাৰিচকীয়া গাড়ী থকা লোকেও চাউল পাই আছে
@mayaborah6465
@mayaborah6465 13 күн бұрын
Bahut assa amar phale
@mdsun4458
@mdsun4458 12 күн бұрын
Aitu aru kene kotha 😂😂😂
@_KRISHNA_OFFICEL
@_KRISHNA_OFFICEL 14 күн бұрын
Govt employee asomot kio di ase cm recion card 5:54
@Bikipathak672
@Bikipathak672 8 күн бұрын
Ghore ghore gadee ase kintu tewlokor ghorote reson card ase
@barshadas7855
@barshadas7855 14 күн бұрын
Amar manuh bore bohut vul asai. Ji kunui partik 5 bsr hai sabh lagai.tar past bat debh lagai.aru parti solai thakai kai tak vot debh nalagai
@user-eu2cy8yw7v
@user-eu2cy8yw7v 15 күн бұрын
good acsion
@ujjolnayak1626
@ujjolnayak1626 4 күн бұрын
Bohut dhoni dami lok hklor ghrt rason card dekhiboloy poisu
@user-wv2jf8qh9c
@user-wv2jf8qh9c 14 күн бұрын
চৰকাৰি চাকৰি পাই ৰেচন কাৰ্দ পাই আছে ।শুনিবলৈ হে ভাল নাপাই বুলি
@deepsarma071
@deepsarma071 15 күн бұрын
Very very good decision
@user-lr4nq1su7l
@user-lr4nq1su7l 14 күн бұрын
মোৰ লগত লিছ আছে গাড়ি ২০বিঘা ১০বি বাগান আছে ৰেচন কাড আছে
@rituponkonwar7730
@rituponkonwar7730 14 күн бұрын
মামা সমপতি বহুত হল অসমৰ মন্তী হব নালাগে বুলি ভাবোঁ
@maniksutradhar7758
@maniksutradhar7758 14 күн бұрын
Rule banai kintu kam nakare
@AnamikaBarman-cn9gi
@AnamikaBarman-cn9gi 14 күн бұрын
আমাৰ ইয়াত বহুত বিঘা মাটি থকা মানুহে পাইছে ৰেচন কাৰ্ড। এই বিলাকৰ পৰা ৰেচন কাৰ্ড ‌সোনকালে আতৰাব লাগে।
Electric Flying Bird with Hanging Wire Automatic for Ceiling Parrot
00:15
escape in roblox in real life
00:13
Kan Andrey
Рет қаралды 50 МЛН
So Cute 🥰
00:17
dednahype
Рет қаралды 47 МЛН
Electric Flying Bird with Hanging Wire Automatic for Ceiling Parrot
00:15