No video

শীঘ্রে জোকাৰণি সৃষ্টি হ’ব পাৰে ৰাজ্যিক বিজেপিত!

  Рет қаралды 169,710

Pratidin Time

Pratidin Time

21 күн бұрын

শীঘ্রে জোকাৰণি সৃষ্টি হ’ব পাৰে ৰাজ্যিক বিজেপিত!
দল এৰিবলৈ সাজু হৈছে জ্যেষ্ঠ নেতাৰ পৰা বৰ্তমানৰ বিধায়কলৈ...
কোন কোন বিজেপি নেতাই এৰিব পাৰে দল?
কংগ্রেছৰ সৈতে কোন কোন বিজেপি বিধায়কে কৰিছে যোগাযোগ?
অগপৰ কোন কোন নেতাই সলনি কৰিব পাৰে দল?
লোকসভা নিৰ্বাচনৰ পিছত ভাল দিন ঘূৰি অহাৰ ইংগিত নেকি কংগ্রেছ শিবিৰিত
#pratidintime #Assamnews #bjp

Пікірлер: 367
@hndekari8011
@hndekari8011 20 күн бұрын
“হিমন্ত য’ত গণ্ডগোল ত’ত ৷“ “মিছা ক’লে কিডাল হ’ব ৷৷“ --- প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ৷৷
@khiroddas1830
@khiroddas1830 20 күн бұрын
Right ▶️
@himangshusaikia18
@himangshusaikia18 20 күн бұрын
Right
@user-ko9ie1gk9s
@user-ko9ie1gk9s 19 күн бұрын
দল এৰাতকৈ সংস্কাৰ কৰাত গুৰুত্ব দিয়ক।
@MadanDas-tx5mj
@MadanDas-tx5mj 19 күн бұрын
😅 2:29 😊 89i​@@user-ko9ie1gk9s
@DrBiswajitnath-yr8go
@DrBiswajitnath-yr8go 19 күн бұрын
Nijor tat thakile bhal blg le gole bea 😂
@Gogoi8790
@Gogoi8790 20 күн бұрын
২০২৬ ত কংগ্ৰেছৰ চৰকাৰ। 🇮🇳❤️
@dibakartalukdar7700
@dibakartalukdar7700 20 күн бұрын
২০২৬ চনত নহয় ২১২৬ চন হয়টো কংগ্ৰেছৰ চৰকাৰ গঠন হব
@Surajjamanprodhani
@Surajjamanprodhani 20 күн бұрын
Aponar kothat raij utha boha nkore​@@dibakartalukdar7700
@pankajdeka166
@pankajdeka166 20 күн бұрын
2nd miya
@scaryp_gaming_9902
@scaryp_gaming_9902 20 күн бұрын
Dada ki j koi mane..olop tu practical k vabi kowk kthakhar 😅​@@dibakartalukdar7700
@tankeswarmrinmoy5316
@tankeswarmrinmoy5316 20 күн бұрын
​@@pankajdeka166johora ondhovokto kukur bjp itcel 😂😂😂
@sanjibdas3774
@sanjibdas3774 20 күн бұрын
নলবাৰী পৰা অশোক শৰ্মা চাৰ কংগ্ৰেছৰ পৰা জিকিব। তেও বহুত সহজ সৰল মনুহ।
@dibakartalukdar7700
@dibakartalukdar7700 20 күн бұрын
অশোক শর্মাৰ ৰাজনৈতিক ভৱিষ্যত শূণ্য
@user-jz3pi9hc1u
@user-jz3pi9hc1u 20 күн бұрын
গৌৰৱ গগৈ নেতৃত্ব অসমত ২৬ ত কংগ্রেছ চৰকাৰ হোৱাটো খাটাং।
@dhritirajkashyap1827
@dhritirajkashyap1827 20 күн бұрын
Blg ako nhoi miya r rajatta solibo
@marsonajang9006
@marsonajang9006 20 күн бұрын
​@@dhritirajkashyap1827balor Miya dopdoponi solibo axomot kela Miya nohoi pisot biharor pora aha kalkata pora west bengalor pora xokole amar axom dokhol koribo Sabi aru haitu hoi ase lahe lahe
@user-jz3pi9hc1u
@user-jz3pi9hc1u 20 күн бұрын
@@dhritirajkashyap1827 বাদ দিয়া হে বিজেপি দিনত নৰেন্দ্ৰ মোদীয়ে কিমান বিদেশী টালি টোপুলা লৈ খেদিলে তাৰ হিচাপ ৰাইজে ৰাখিছে।
@otorhvi8597
@otorhvi8597 20 күн бұрын
Mone mone thak kela aibur dialogue puroni hol .. Raije Buji paise aibur fotuwa kotha​@@dhritirajkashyap1827
@AbdulKalamAzad-v4s
@AbdulKalamAzad-v4s 20 күн бұрын
​@@marsonajang9006Toi hindu hoi burbok jatii..ami miya congress ahebo de gotee assam islamic state bnam... Tohotor hindu r mjt aku unity nai ami 4cr miya Congress k vote dim..Tohot sess eaibar
@ImdadRahman-lo2tr
@ImdadRahman-lo2tr 20 күн бұрын
গৌৰৱ গগৈ পৰৱৰ্তী মূখ্যমন্ত্ৰী❤❤❤
@user-yo9hn4md4j
@user-yo9hn4md4j 19 күн бұрын
পৰফুল্ল বলধ হে বেছি আশা |
@janardanbora2803
@janardanbora2803 20 күн бұрын
পতনৰ দিশে গৈ আছে বিজেপি অসমত 😅😅😅
@janardanbora2803
@janardanbora2803 20 күн бұрын
2026 চনত গৌৰৱ গগৈ দেৱে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ লব বুলি আশা কৰিলোঁ আৰু 🎉🎉🎉
@bibekbora7590
@bibekbora7590 20 күн бұрын
শাত জনম লব লাগিব....গৌৰৱ গগৈ CM হবলে....
@Golde13
@Golde13 19 күн бұрын
Gourav sir .. great man...
@digantagogoi8088
@digantagogoi8088 19 күн бұрын
Apunar eitu kei no jonom​@@bibekbora7590
@mimusicassam6498
@mimusicassam6498 17 күн бұрын
কাৰণটো​@@bibekbora7590
@user-rw3pv9dw1j
@user-rw3pv9dw1j 20 күн бұрын
বিজেপি গেলিলেই সেয়ে গেলা গোন্ধত থাকিব নোৱাৰি ভাল বোৰ ওলাই যাব ৷
@BhagwanDeka-yg4yw
@BhagwanDeka-yg4yw 20 күн бұрын
আকৌ bjp ত 9.8 ডিগ্ৰীত কম্পন।
@user-hw6ul5ut2j
@user-hw6ul5ut2j 20 күн бұрын
হিমন্ত ছাৰক --- পিযুষ , জয়ন্ত মল্ল আৰু দিগন্ত কলিতাৰ যি অদ্ভুদ যুক্তি আৰু উফাইদং কথাৰ কাৰনে তললৈ নামিছে ৷ মোৰ মতে সামপ্ৰদায়িক মন্তব্য কৰিব লৈছে ৷ এতিয়া মুছলমান বিৰোধী আৰু কংগ্ৰেছত থাকোতে সেই মুছলমান সম্প্ৰদায় লোক সকলেই বুকুৰ কুটুম আছিল ৷ গতিকে বিজেপী বৰ্তমানৰ লোক সকলক বিশ্বাস কৰি লাভ নাই ৷ সাধাৰন জনতাক টুপি দি আছে ৷
@kavinoiykovlogs3686
@kavinoiykovlogs3686 20 күн бұрын
Upper assam bjp khtm
@mohendradohutia-dj5km
@mohendradohutia-dj5km 20 күн бұрын
২০২৬ৰ আগে আগে আমাৰ ডিগবৈ সমষ্টিৰ শ শ বিজেপি আৰু অন্যান্য দলৰ নেতা তথা মানুহ কংগ্ৰেছত যোগদান কৰিব। ৰাহুল গান্ধী, গৌৰৱ গগৈ, ভূপেন বৰা জিন্দাবাদ।
@AbdulKalamAzad-v4s
@AbdulKalamAzad-v4s 20 күн бұрын
Insaallah islamic state bnam assam....amr miya cm hbo
@user-zh1qd2oo8n
@user-zh1qd2oo8n 20 күн бұрын
Tohotor miya sarkar bangladesh t banabi axomot ahom aru tribalor sarkar hoba
@bijitkalita2527
@bijitkalita2527 20 күн бұрын
​@@AbdulKalamAzad-v4s fake account r malik
@tankeswarmrinmoy5316
@tankeswarmrinmoy5316 20 күн бұрын
​@@AbdulKalamAzad-v4soi johora tur fek I'd bon kor randir putek johora ondhovokto kukur itcel .
@AdvAltafhussain
@AdvAltafhussain 20 күн бұрын
❤Gourav gogoi
@luhittalukdar7202
@luhittalukdar7202 20 күн бұрын
Welcome Satyabrata kalita to congress.🎉🎉
@dimbendrasankarbora-er2zq
@dimbendrasankarbora-er2zq 20 күн бұрын
অতি স্বাভাৱিক ।এটা যুগৰ অন্ত পৰিব।নতুন যুগৰ সূচনা হব।আচৰিত হব লগা একো নাই।পৰম্পৰা অনুসৰি হব পৰিবৰ্তন।
@binoydeka7916
@binoydeka7916 20 күн бұрын
গাড়ীৰ হেণ্ডিমেনৰ স্বায়ী গাড়ী নাথাকে
@khalilurrahman847
@khalilurrahman847 20 күн бұрын
Congress এৰি BJP ত যোৱা বোৰক পুণৰ ঠাই দিব নালাগে। কাৰণ সিবিলাকে আকৌ Congress ত ভাঙোন আনিব।
@bishaldas3964
@bishaldas3964 20 күн бұрын
Right
@eusufahmed9564
@eusufahmed9564 20 күн бұрын
Dibo Lage, kintu mp election r agot jowabilakok ahibo dibo nalage ,strongly
@user-iz4sr6co7r
@user-iz4sr6co7r 20 күн бұрын
Gaurav Gogoi Zindabad ❤️❤️❤️❤️
@user-hw6ul5ut2j
@user-hw6ul5ut2j 20 күн бұрын
competitor লাগে আমাক ৷ একচত্ৰী সম্ৰাট হ’ব নিদিও ২০২৬ ত ৷ এনেও কেন্দ্ৰত কি হয় ঠিক নাই ৷ আগষ্ট মাহলৈ অপেক্ষা কৰি আছোঁ ৷ ৰাহুল pm হ’লে অসমৰ চাৰি পাচঁ জন নেতাৰ কি হয় ঠিক নাই ? সময় সমাগত ৷
@janardanbora2803
@janardanbora2803 20 күн бұрын
লানি লাগিছে দেখোন শেষত গৈ দাদা বিগেদৰ পাঁচ জন হে ৰব গৈ দেখোন😅😅😅
@taradoi7957
@taradoi7957 20 күн бұрын
হয় আজিৰ তাৰিখত কংগ্ৰেছৰ বিকল্প নাই । তুলনামূলক ভাৱে বিজেপিতকৈ কংগ্ৰেছ বহুত ভাল
@bhaskarlangi552
@bhaskarlangi552 20 күн бұрын
অৱস্থা টো চাব তেতিয়া মিয়াৰ উৎপাত
@MintuSaikia-ih4vm
@MintuSaikia-ih4vm 20 күн бұрын
​@@bhaskarlangi552etiwa asomot Miya nai a ...hokoluke khedale....BJP sorkare...NRC...😂😂😂
@krishnokachari7913
@krishnokachari7913 19 күн бұрын
​@@bhaskarlangi552Kiyo...? Assam t kot Miya, Bangladeshi ase...? Agote jiman bilak Miya, Bangladeshi asile, Heibilak dekhun Modi aru Himonta ye Soboke Tali tupula khedale😅😅😅 atiya to ataw nai.... gotike val he hbo....amar Assam t Miya, Bangladeshi ataw nai 😅😅😅 Modi ye val Kam korile.... afalor pora soboke khedale 😅😅😅
@sahilhoque1645
@sahilhoque1645 20 күн бұрын
হিমন্ত বিশ্বৰ সেনাৰ পৰা বহুত আমনি পাই হে BJP এৰি আছে
@minakshiborgohain7378
@minakshiborgohain7378 20 күн бұрын
অতি দৰ্পে শত লঙ্কা হ'বলৈ গৈ আছে শুভ সংকেত !!!
@bipinchandraphukan1452
@bipinchandraphukan1452 20 күн бұрын
আনৰ ঘৰ ভাঙিছিল এতিয়া নিজৰ ঘৰ ভাঙিবলৈ ধৰিছে।
@RikimoniSarma
@RikimoniSarma 19 күн бұрын
Xosaikoi
@hemantamahanta5578
@hemantamahanta5578 20 күн бұрын
সুন্দৰ পদক্ষেপ সন্মানীয় বিধায়ক সকলৰ ।
@palpaldilkepas3566
@palpaldilkepas3566 20 күн бұрын
Gourav gogoi 🎉
@sanjiblaskar8274
@sanjiblaskar8274 20 күн бұрын
Khela jomi ase .val lagise. Best of luck. Khela hobe
@renasharma8968
@renasharma8968 20 күн бұрын
উচিত সিদ্ধান্ত লৈছে
@bishaldas3964
@bishaldas3964 20 күн бұрын
Assamar babe val khobor..mamar babe beya dinor ukmukoni...
@JituAhmedRJFilms
@JituAhmedRJFilms 20 күн бұрын
অতি সুন্দৰ খবৰ।
@BhabeshSarma-qf4dv
@BhabeshSarma-qf4dv 20 күн бұрын
হাইঠা এতিয়া মাটিত পৰিল কেন্দ্রত। এতিয়া চৰকাৰ NDA ৰ নহয় । এতিয়া চৰকাৰ চলাইছে নিতীশ আৰু নাইডুয়ে। ইতোমধ্যেই মোদীৰ হাতৰ পৰা শাসনভাৰ হস্তগত কৰিছে নিতীশ আৰু নাইডুয়ে।
@dipankarkalita6515
@dipankarkalita6515 20 күн бұрын
Gaurav Gogoi next Chief minister of Assam
@AbdulKalamAzad-v4s
@AbdulKalamAzad-v4s 20 күн бұрын
Amader manuh hindu k sess kri gotee miya rajj hbo assam..BJP k sess krim...allah hu akbar...tohotok mari mari sess krim
@user-zh1qd2oo8n
@user-zh1qd2oo8n 20 күн бұрын
Next cm Gaurav Gogoi axom
@manashkalita8723
@manashkalita8723 20 күн бұрын
Gaurav gogoi dada❤❤❤
@RojitaDas
@RojitaDas 20 күн бұрын
🙏🙏🙏🙏 good 👍👍👍
@indian7083
@indian7083 20 күн бұрын
mojja joi congress❤
@krishnaprasadsharma6650
@krishnaprasadsharma6650 20 күн бұрын
ভাল বাতৰি 🎉🎉 কাৰণ ২০২৬ ত পুনৰ শাসনলৈ নাহে বিজেপি চৰকাৰ। জনপ্ৰিয়, বুদ্ধিজীবী, জ্ঞানী, দুখীয়াৰ দুখ বুজি পোৱা সহজ সৰল , সকলো জনগোষ্ঠীৰ প্ৰতি দয়া মমতা মানৱ সৃষ্টি কৰা শিক্ষক শিক্ষয়িত্ৰী সকলক মৰ্য্যদা দিয়া বিশ্ব দৰবাৰত খলকনি তুলা একমাত্ৰ সাংসদ মাননীয় পৰম শ্ৰদ্ধাৰ শ্ৰীযুত গৌৰৱ গগৈ দেৱ কংগ্ৰেছ দলৰ হৈ মুখ্যমন্ত্ৰী পদত অসমৰ ৰাইজে বিচাৰিছে। গৌৰৱ গগৈ জিন্দাবাদ ❤❤🎉🎉🙏🙏
@sofikulislam7533
@sofikulislam7533 20 күн бұрын
আপোনালোকক ভাল লাগে, ভয় খোৱা সাংবাদিকত নহয়। চৰকাৰৰ সিদ্ধান্ত ত মাত মাতিব পাৰে
@Destiny1999
@Destiny1999 20 күн бұрын
শুভাৰম্ভ হওঁক
@KitchenSewali
@KitchenSewali 20 күн бұрын
এইবোৰ নেতাই কেৱল নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবে দল এৰিব। 😂
@prasantagogoi2753
@prasantagogoi2753 20 күн бұрын
Yes right
@ankurok1969
@ankurok1969 20 күн бұрын
Tur bapere u nijor swartho kotha vabe
@rawandreal99
@rawandreal99 20 күн бұрын
Politics ত স্বাৰ্থ বুলি কোনো কথা নাথাকে... ২০২৬ ৰ আগজাননী... ইয়াকে কয় চল চাই কঠীয়া পৰা 😊
@durlovgogoi5946
@durlovgogoi5946 20 күн бұрын
Minal dagoria jindabad Apunluk aahok Congressla tatiaha axom khon basi thakibo
@gh12138.
@gh12138. 20 күн бұрын
Val kotha❤
@hudheswarmoran6842
@hudheswarmoran6842 18 күн бұрын
সুৰেন ফুকনে কত কৈছিলে বি জে পি এৰিম বুলি তাৰ সঠিক উত্তৰ দিয়ক
@pranjit420
@pranjit420 20 күн бұрын
গৌৰৱৰ ধুমুহাত সকলো বিৰোধী এতিয়া কম্পমান!😂
@user-oq2pf5ds5p
@user-oq2pf5ds5p 20 күн бұрын
চল চাই কঠিয়া পৰা মানুহ, তেওঁলোকে vabise অহাবাৰ বিজেপি nohobou পাৰে গতিকে বেলেগত কঠিয়া পৰাই ভাল।
@whereigo6782
@whereigo6782 19 күн бұрын
Himatau same korisil....
@ajoyhandique9872
@ajoyhandique9872 19 күн бұрын
হিমন্তৰ গেঙে একে কৰিছিল। গতিকে, আৰ্জিলে ভুঞ্জিবলৈ পায় বুলি অসমীয়াতে কথা এষাৰ আছে। গতিকে, ফলাফল ২৬ ত দেখা যাব।।
@anandabasumatary3587
@anandabasumatary3587 20 күн бұрын
Piyush hazarika ketia ahibo Congress
@deepjyoti7914
@deepjyoti7914 20 күн бұрын
Good news
@sidharthnarzary162
@sidharthnarzary162 20 күн бұрын
Due to lobby politics. 😢
@puspadhardowarah1932
@puspadhardowarah1932 20 күн бұрын
মথুৰাৰ ৰজা;মাছ বেপাৰীৰ পুতেক লগতে কংস ৰজাৰ মল্লযোদ্ধা যত থাকিব তাত সচা মানুহবোৰ তিষ্ঠিব নোৱাৰিব।"সেয়ে ভাল"মানুহবোৰ তাত নথকাই ভাল।ৰাজপাট খাবলৈ সিহতকে এৰি দিয়ক।
@rakashdas9087
@rakashdas9087 20 күн бұрын
অভিশাপ আছে তুমি যেনে কৰিবা তেনে ফল পাবা
@joydeeplangtoppo6589
@joydeeplangtoppo6589 20 күн бұрын
Welcome to Congress..!!
@premodharphukan1101
@premodharphukan1101 20 күн бұрын
কিমান দুৰ সত্য হবগৈ বাৰু ৷বিশ্বাস কৰিম নে নকৰিম ৷. Puzzled .
@mrinmoykalita3811
@mrinmoykalita3811 19 күн бұрын
এটা ভবিষ্যত বাণী - ২০২৬ বিধানসভা নিৰ্বাচন বিজয়ী দল - কংগ্ৰেছ মিত্ৰ জোট মুখ্যমন্ত্ৰী - গৌৰৱ গগৈ মামা তোমাৰ দিন উকলিল।।
@budheswarsaikia3103
@budheswarsaikia3103 20 күн бұрын
All the well end of well.
@oxomormusic4453
@oxomormusic4453 20 күн бұрын
God amiu tinsukia r pora 500 jon bjp erim
@anonymous_assamese4838
@anonymous_assamese4838 20 күн бұрын
২০২৬-ত ভাল খবৰ আহিব মানে 💥 কালন্ত মামা, ওপৰৰ মাল পিয়াঁজ, গৰু মল্ল, দিগন্ত চেলেকা এইবোৰৰ কি হ'ব 😂
@shikhatreditionlrecipichan5486
@shikhatreditionlrecipichan5486 18 күн бұрын
Vl lgese apunar comment tu bht hahilu dei nmkita vl dise
@SatyajitGogoi-ft8wn
@SatyajitGogoi-ft8wn 20 күн бұрын
আমাৰ মোমায়েক বা কলৈ যাব ?
@deephacker1523
@deephacker1523 15 күн бұрын
Mama ji u ahibo lagibo. Adorkho politician r nathake. Power lage matro...
@debakantasaikia1937
@debakantasaikia1937 19 күн бұрын
ঠিকেই হৈছে ভাল লাগিছে কথাবোৰ শুনি । অসম খনক আগুৱাই লৈ যাওক । ৰাইজক খালি ফাঁকি নিদিব ।
@thedevogramstory7483
@thedevogramstory7483 20 күн бұрын
Moja BJP ai himamta and samsa bur utpat bht hoisa ru
@MukeshPatir-uj2en
@MukeshPatir-uj2en 20 күн бұрын
Rahul gandhi PM🔥✋👌👍♥️
@Rahul-xu6oq
@Rahul-xu6oq 20 күн бұрын
Aybaar Hbo Gaurab Gogoi'r Sarkaar.... ❤❤❤❤
@mrinalhaque5241
@mrinalhaque5241 20 күн бұрын
Picture abhi baki he😂😂😂
@yogiapurbanath4617
@yogiapurbanath4617 20 күн бұрын
Moja...
@muktinathpachung9834
@muktinathpachung9834 20 күн бұрын
Nice
@samardas3337
@samardas3337 20 күн бұрын
Khatakhot চৰকাৰ আহিলে ৰাইজৰ সকলো দুখ দুৰ্দশা ভাল হব
@Anchar107
@Anchar107 20 күн бұрын
বিজেপি চামচামি কৰিলে হল 😂
@SarifuddinAhmed-so7ff
@SarifuddinAhmed-so7ff 20 күн бұрын
ভাল খবৰ।
@sunassam8030
@sunassam8030 19 күн бұрын
Assamot etiea only gogoi gogoi ahoom aahom saali ase baki bilak enei jopiai ase aahom power solabo bisarise, enekua hobo dibo nalage karon assamot bohut Assamese caste and jati ase future big war is coming in Assam
@Aditygogoi123
@Aditygogoi123 20 күн бұрын
Samsa burr ki hobo atia .1500tokia..hebureu dol holabo sage
@h1239640
@h1239640 20 күн бұрын
মই কোনটো দলত যোগদান কৰিব জনাবচোন 😮
@user-vq6ly9ud7z
@user-vq6ly9ud7z 20 күн бұрын
Garuv gogoi next cm in assam,,and home department, akhil gogoi finance/education minister, lurin gogoi pwd and health minster, mira barthkur block development and home tax tile or women development minster,, 2026 .
@deepjyotiborah4708
@deepjyotiborah4708 20 күн бұрын
Bolin chetia himantar manuh Aitu bhul batori
@taidtriluchan
@taidtriluchan 20 күн бұрын
Very good
@user-ij4yt6jk4i
@user-ij4yt6jk4i 19 күн бұрын
कांग्रेस🎉
@sewalibordoloiphukan288
@sewalibordoloiphukan288 20 күн бұрын
Means they don’t get any power and opportunity, ?
@dhirendrakumarbaruah6906
@dhirendrakumarbaruah6906 20 күн бұрын
অগপত এতিয়াও‌ কোনোবা নেতা থাকেনে !
@ranjanpds7245
@ranjanpds7245 16 күн бұрын
উৎপল দত্ত জিকিব বহুত সহজ সৰল মানুহ। কিন্তু AGP এৰিব লাগিব।
@humensaikia7914
@humensaikia7914 20 күн бұрын
যি কেইজন বিধায়াক আৰু bjp নেতাই BJP এতিয়া ত্যাগ কৰী বেলেগ দলত যোগ দিয়ে, মই ভাবো উচ্ছিত সিদ্ধান্ত লোৱা হব
@pratuldas6125
@pratuldas6125 19 күн бұрын
কিহৰ Big breaking news . আগতে দল এৰকচোন , তাৰপিচত বাতৰি পৰিবেশণ কৰিবা I নহলে মিছা বাতৰি পৰিবেশণ কৰাৰ দায় গাত পাতি লব লাগিব I
@prasannakumar9373
@prasannakumar9373 20 күн бұрын
100th very good
@MegaDevajit
@MegaDevajit 20 күн бұрын
Moja
@nivasaikia2249
@nivasaikia2249 17 күн бұрын
Very nice news❤❤❤
@kausikdeka8380
@kausikdeka8380 19 күн бұрын
সকলো প্ৰভু ৰামচন্দ্ৰৰ মহিমা ৷ জয় শ্ৰীৰাম ৷৷
@eatingandenjoy6889
@eatingandenjoy6889 20 күн бұрын
আৱৰ্জনা বিধায়ক কাম নাই
@tokimegu2398
@tokimegu2398 20 күн бұрын
Congress zinda baad
@pranjalbhuyan1098
@pranjalbhuyan1098 20 күн бұрын
👌👌👌
@imdadali9519
@imdadali9519 6 күн бұрын
ভাল সিধান্ত লৈছে।
@DebojitkrboraBora
@DebojitkrboraBora 16 күн бұрын
বিজেপি চৰকাৰ তপন হোৱাতো ভাল হব ভোটাৰ জনসাধাৰণ ৰাইজ।।
@RajibKashyap-yk8zc
@RajibKashyap-yk8zc 20 күн бұрын
6th Community r jiman MLA MP ase BJP baad diok Karon amr Mul issue problem loi BJP Sarkar interested nhoi
@biruvaibiruson.8207
@biruvaibiruson.8207 20 күн бұрын
সকলো স্বাৰ্থপৰ...সুবিধা নাপালেই দলটো এৰি দিয়ে
@molayboro5578
@molayboro5578 19 күн бұрын
Moja hab aibar Assam politics.
@Manash.player.official
@Manash.player.official 18 күн бұрын
Congress.mundabsf
@samardas3337
@samardas3337 20 күн бұрын
যদি আপোনাৰ কথাবোৰ সত্য হয় তেনেহলে ভৱিষ্যতে আকৌ অসম ৰসাতললৈ যাব। কাৰণ এই সময়চোৱাত কৰ্ণাটক, তেলেংগানা, হিমাচল আদি ৰাজ্যবোৰত ৰাইজে দেখি আছে।
@hemantapegu1053
@hemantapegu1053 20 күн бұрын
হয়, ভাল কথা আমাক লাগে গৌৰৱ গগৈক 2026ত অসমৰ মুখ্য মন্ত্ৰী হিচাপে। তেওঁলোক মুকলিকৈ ওলাই আহি কংগ্ৰেছত যোগদান কৰক।
@HimaniRajbangshi-to3bf
@HimaniRajbangshi-to3bf 20 күн бұрын
কেইজনমান অহংকাৰী মানুহৰ কাৰণে আজি এই অবস্থা কেৱল ক্ষমতা প্ৰয়োগে দলটো শেষ কৰিলে
@user-ko9ie1gk9s
@user-ko9ie1gk9s 19 күн бұрын
কংগ্ৰেছৰপৰা যোৱাজাকক কংগ্ৰেছত লব নালাগে।চোৰাংচোৱা হিচাপেও আহিব পাৰে।
@iballap90
@iballap90 20 күн бұрын
Mama kam nuhua hol.indiat Modi and Amit saha and Assam t Mama karone BJP life line hekh hobo
@jibonjyotidutta622
@jibonjyotidutta622 20 күн бұрын
সুন্দৰ কথা ( বিজেপি গ" বেক
@karunakalita3524
@karunakalita3524 17 күн бұрын
Bjp zindabad অসমৰ ৰাইজক বিজেপি লাগে
@user-br7wf5gw9x
@user-br7wf5gw9x 19 күн бұрын
60 percent netai tyag koriba
Best KFC Homemade For My Son #cooking #shorts
00:58
BANKII
Рет қаралды 66 МЛН
КАК ДУМАЕТЕ КТО ВЫЙГРАЕТ😂
00:29
МЯТНАЯ ФАНТА
Рет қаралды 10 МЛН