Рет қаралды 11,405,755
GD Entertainment Presents an assamese song ‘Dusto Suwali (Full Video Song)’ sung & performed by @GitanjaliDas
AUDIO CREDITS
Singer: Gitanjali Das
Lyrics/Tune: Ramen Danah
Music: Ujjwal Aarong
Mixed & Mastered: Ibson Lal Baruah
Guitar: Rupam Sharma
Flute: Bitupan Konwar
Audio Recorded @Studio Srishti (Moran)
Special Thanks: Mrinmoy Mrittik, Bharat Saikia, Kussum Kailash, Ujjal Konwar.
VIDEO CREDITS
Video Direction/Concept: Dhruba Rabha
Choreographer: Dhanjit Das (DDC)
Cinematographer: Bipul Das (Mirza)
Starring: Sumki Kachari, Siddhant Kalita, Gitanjali Das
Supporting Cast: Ranjit, Bhaben, Bhabesh
Drone Pilot: Joydeep Paul
Makeup: Jayanta Thapa
Editing/CG: Dhruba Rabha
Still Photography: Bikram Borpatra
Production Manager: Ranjit Pritam
Camera Asst.: Mangal Boro
Asst. Choreographer: Pranjit & Bhaben Kro
Art Boy: Bhaskar Deka
BTS: Rupak Borah
Spot Boy: Pulen, Xaru, Sourav, Dilip
Special Thanks: Ankur, Jayanta Das.
GAANA: gaana.com/albu...
SPOTIFY: open.spotify.c...
JioSaavn: www.jiosaavn.c...
Wynk Music: wynk.in/u/gxmX...
Apple Music: / dusto-suwali-single
RESSO: m.resso.com/ZS...
#GitanjaliDas #DustoSuwali
হে মই লং ঘনে ঘনে তোৰে নাম জান চিঞৰি চিঞৰি
মই কং মই তোকে ভালে পাং কথা ক’লোং চিধা চিধি
হে মই লং ঘনে ঘনে তোৰে নাম জান চিঞৰি চিঞৰি
মই কং মই তোকে ভালে পাং কথা ক’লোং চিধা চিধি
তোৰ প্ৰেমত ঘপককৈ পিচলি এহে পৰিলো বুলি
সেইবুলি নহং মই ৰচকী এহে প্ৰেমতে পাগলী
নহং নহং নেভাবিবি দুষ্ট ছোৱালী
মোক দুষ্ট ছোৱালী….
দুষ্ট ছোৱালী…. নহং দুষ্ট ছোৱালী
মন খুলি খুলি পাতিবলে কথা মন জাগে তোৰে লগত
থৰ লাগি লাগি দুচকুলে চায়
মৰম লগাই লগাই ভালপোৱা জগাই কোনোবা এপাকত
তই ল’লি ল’লি কলিজাতে ঠাই
তোৰ প্ৰেমত ঘপককৈ পিচলি এহে পৰিলো বুলি
সেইবুলি নহং মই ৰচকী এহে প্ৰেমতে পাগলী….
নহং নহং ওহোঁ নহং দুষ্ট ছোৱালী
মই দুষ্ট ছোৱালী….
দুষ্ট ছোৱালী…. নহং দুষ্ট ছোৱালী
হে ৰূপে তিলোত্তমা… নহলোং যেনিবা
তাকে বুলি ময়ো নহয়… তেনেই পৰি মৰা
সলনা সলনি কৰি চালে হিয়া
বুজি পাবি ভালেকৈ মই কেনেকুৱা
তোৰ প্ৰেমত ঘপককৈ পিচলি এহে পৰিলো বুলি
সেইবুলি মই নহং ৰচকী এহে প্ৰেমতে পাগলী
নহং নহং নেভাবিবি দুষ্ট ছোৱালী
মোক দুষ্ট ছোৱালী….
দুষ্ট ছোৱালী মোক দুষ্ট ছোৱালী….
দুষ্ট ছোৱালী মই নহং দুষ্ট ছোৱালী
দুষ্ট ছোৱালী নহং দুষ্ট ছোৱালী
দুষ্ট ছোৱালী ওহোঁ দুষ্ট ছোৱালী
#DustoSuwali #GitanjaliDas