Godhuli Ahil || Jayanta Hazarika || Cover Version || Chayanika(Sanu)

  Рет қаралды 1,344,431

Chayanika Baishya

Chayanika Baishya

Күн бұрын

Пікірлер: 993
@debenborah2905
@debenborah2905 Жыл бұрын
জয়ন্ত হাজৰিকা(ৰাণাদা)ৰ গানবোৰত মন-প্ৰাণ জুৰ পৰি যোৱা অনুভৱে হৃদয়ত এক সুকীয়া ভাৱৰ সৃষ্টি কৰে। চয়নিকাৰ কণ্ঠত গীতটো বৰ ভাল লাগিছে
@pabitrasaikia9348
@pabitrasaikia9348 16 күн бұрын
জয়ন্ত হাজৰিকা দেৱৰ এই মিঠা মিঠা গান বোৰ শুদ্ধ কৈ গালে বৰ ভাল লাগে।।তুমি নিশ্চিত ভাৱে অতি সাৱলীল ভাৱে শুদ্ধ কৈ গাইচা।। বহুত শুভেচ্ছা জনাইছোঁ।।
@abinashbora59
@abinashbora59 4 жыл бұрын
ধুনীয়া হৈছে।মানে অন্তৰ চুই গৈছে।মই বহুত বাৰ শুনিলো এই গীতটো আপোনাৰ কণ্ঠত
@pankajmishra-bj7ni
@pankajmishra-bj7ni 19 күн бұрын
মৌচুমীয়ে বৰ সুন্দৰকৈ গীতটো পৰিবেশন কৰিছে । শুভেচ্ছা জনালোঁ !
@Digambarrajbongshi506
@Digambarrajbongshi506 Жыл бұрын
আজি জয়ন্ত হাজৰিকা দেৱ জীয়াই থাকিলে বহুত গৌৰৱ অনুভৱ কৰিলেহেতেন 😢😢
@pankajsavapandit946
@pankajsavapandit946 Жыл бұрын
সুমধুৰ। আপোনাৰ প্ৰতিটো গান শ্ৰুতি মধুৰ । আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
@girindradutta9309
@girindradutta9309 12 күн бұрын
সুন্দৰ কণ্ঠ ৷আগুৱাই যোৱা ৷ শুভাশীষ থাকিল ৷
@NURMOHAMMAD-k8j
@NURMOHAMMAD-k8j Жыл бұрын
চয়নিকাৰ কণ্ঠ সদায় মধুৰ হৈ থাকক। মহান আল্লাৰ ওচৰত এয়াই মোৰ লোৱা ।
@nripendas1238
@nripendas1238 Жыл бұрын
ধুনীয়া কন্ঠ বাইদেউ গান টো শুনি বহুত ভাল লাগিল ❤❤❤❤❤
@dulalmahanta4409
@dulalmahanta4409 2 жыл бұрын
সচাকৈয়ে এটি সুন্দৰ মিঠা কণ্ঠৰ সুগন্ধি গীত আগবঢ়াইছে আপুনি ৷
@amlanjyotigogoi230
@amlanjyotigogoi230 Ай бұрын
গীতিকাৰ, সুৰকাৰ তথা কণ্ঠশিল্পী সকলোলৈকে এনে এটি সুন্দৰ গীত উপহাৰ দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ।
@drbobbyhmar3946
@drbobbyhmar3946 Жыл бұрын
বৰ ভাল লাগিল শুনি, সৰু কালৰ মা দেউতাৰে ভৰি থকা গধূলি সময় বোৰলৈ মনত পৰি গ'ল। সুন্দৰ কণ্ঠ ।
@swapnaligogoi2235
@swapnaligogoi2235 3 ай бұрын
বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে গীতটি। বহুত প্ৰিয় গীতটি মোৰ। তোমাৰ কণ্ঠত মুগ্ধ হ'লো। ধন্যবাদ আৰু বহুত মৰম জনাইছোঁ।❤❤❤
@basantadas7513
@basantadas7513 Жыл бұрын
অতি সুন্দৰ কণ্ঠ , বহুত ভাল লাগে গীতবোৰ শুনি ।
@nayanbarman471
@nayanbarman471 2 ай бұрын
Bhut Sundar, ভাল লাগেগান বোৰ
@gunabikashpatgiri381
@gunabikashpatgiri381 6 ай бұрын
আপ্লুত❤ সংগীতৰ যাত্ৰা মধুময় হওক🙏
@sunita9137
@sunita9137 4 жыл бұрын
Bohut Val hoise aru aguwai jowa
@hridoyranubhutiofficial3300
@hridoyranubhutiofficial3300 Жыл бұрын
সচাকৈ আপোনাৰ কন্ঠত গীতটি আৰু বেছি শুৱলা হৈছে। ❤🎉
@AyeshaAkhtar-bz9yi
@AyeshaAkhtar-bz9yi Жыл бұрын
সচাকৈ বহুত ভাল হৈছে | বা আপোনা মাতটো বহুত ভাল |
@digantasarma1122
@digantasarma1122 3 жыл бұрын
আজি প্ৰথমবাৰৰ বাবে গীতটো পালো, কিমানবাৰ শুনিচো হিচাপ নাই। বৰ সুন্দৰ কন্ঠ।
@sanjibkumarkalita1272
@sanjibkumarkalita1272 Жыл бұрын
প্ৰয়াত জয়ন্ত হজৰিকা দেৱৰ এই সুমধুৰ গীতটিয়েই তোমাৰ কণ্ঠত মই শুনা প্ৰথম গীত আছিল আৰু সেই সময়ত মই কোকৰাঝাৰত এটি বেংকত কৰ্মৰত আছিলো । অপূৰ্ব কণ্ঠ তোমাৰ । সদায় গাই যোৱা মোৰ শুভ কামনা থাকিল । তোমালৈ
@abhaydas554
@abhaydas554 3 жыл бұрын
আপোনাৰ কণ্ঠত এই সৰ্বাংগসুন্দৰ গীতবোৰ সঁচাকৈ বহুত বহুত ভাল লাগিছে। আগলৈ আপোনাৰ কণ্ঠত নতুন গীত শুনিবলৈ পাম বুলি অধিৰ আগ্ৰহেৰে বাট চাই আছো।
@manojboruah5654
@manojboruah5654 Жыл бұрын
সচাই ইমান মনোমোহাকৈ গাইছে শুণিলে শুণি থাকিব মন যাই।দুৰ্দান্ত গাইছে।আপোনাৰ কণ্ঠত অপূৰ্ব হৈছে গীততি।গীতৰ কথা নিৰমলপ্ৰভা বাইদেউ যেন লাগিছে।বহু বহু ধন্যবাদ।
@bhesojbaruah8725
@bhesojbaruah8725 4 жыл бұрын
বৰ ভাল লাগিল । এই অনুপম গীতবিলাক এনেকৈ গাই থাকিলেহে জীয়াই থাকিব গীতবিলাক ।কণ্ঠশিল্পী গৰাকীয়ে গীতটি প্ৰাণঢালি গাইছে ।আগলৈ ও এনেকৈ শুনিবলৈ পোৱাৰ আশা থাকিল । সুন্দৰ কণ্ঠ ।
@basantadas7513
@basantadas7513 Жыл бұрын
Iman mitha kantha aru ganor selection . Excellent performance.
@deeptarahaloi3406
@deeptarahaloi3406 4 жыл бұрын
মন‌ চুই গ'ল। মোৰ ৫ বছৰীয়া ল'ৰাই সদায় এবাৰ তোমাৰ গানটো শুনে। বাৰ গানটো বুলি কৈ। বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ ❤️
@SwarajNath-nc3sg
@SwarajNath-nc3sg 3 ай бұрын
অতি সুন্দৰ অতি মধুৰ লাগিল, ৰজ্ঞন/ স্বৰাজ দা
@moniruzzaman1012
@moniruzzaman1012 4 жыл бұрын
💞💞💞বহুত ভাল লাগিল আপোনাৰ কণ্ঠত গীতটি, মন চুই গৈছে। ভূপেন হাজৰিকা দেৱৰ সাগৰ সংগমত কতনা সাঁতুৰিলোঁ শীৰ্ষক গীতটি শুনিবলৈ মন গৈছে আপোনাৰ কণ্ঠেৰে।
@ritahazarika123
@ritahazarika123 16 күн бұрын
বৰ ভাল লাগিল , আৰু আগবাঢ়ি যোৱা
@bhabeshnath3159
@bhabeshnath3159 Жыл бұрын
বহুবাৰ শুনিছোঁ এই গানটো,কেৱল আপোনাৰ কণ্ঠত। জীৱনমুখী গানবোৰ আপোনাৰ জৰিয়তে এনেদৰে চিৰজীপাল হৈ থাকক। বহু বহু শুভেচ্ছা। আগুৱাই যাওক।
@prabhatbora7568
@prabhatbora7568 Жыл бұрын
সচাকৈ বহুত সুন্দৰ কন্ঠ । দিনটোত সময় পালেই কিমান বাৰ শুনো হিচাপ নাই ।
@jeetsaikia5301
@jeetsaikia5301 3 жыл бұрын
গধূলি আহিল..... আৰু চয়নিকাৰ গান শুনিছোঁ। ভালে থাকক পৃথিৱী... ভালে থাকক শিল্পৰ জগত। শিল্পীসকল কুশলে থাকক তাৰেই কামনাৰে।
@Chintumanihazarika
@Chintumanihazarika Жыл бұрын
এই গানটোৰ লগত কিবা এটা আত্মিক সম্পৰ্ক আছে 🐦🤍কি যে সুন্দৰ পৰিৱেশন🎉
@DRDIGANTADAS11
@DRDIGANTADAS11 4 жыл бұрын
জয়ন্ত হাজৰিকাৰ চিৰযোগমীয়া গীত বোৰ নতুন প্ৰজন্মৰ মাজত তুলি ধৰাৰ কাৰণে অশেষ ধন্যবাদ । বিৰাট ধুনীয়া হৈছে
@ranjukalita474
@ranjukalita474 4 жыл бұрын
শুনি বলে ধুনীয়া হৈছে, গীত তো ভুলকে গাইছা, তুমি
@manosibaruah2352
@manosibaruah2352 4 ай бұрын
অতি সুন্দৰ গীতটি .. আৰু সুন্দৰ কণ্ঠ তোমাৰ
@nilimadasdas9694
@nilimadasdas9694 Жыл бұрын
বহুতৰ কণ্ঠত এই গীতটো শুনিছো ; কিন্ত তোমাৰ কণ্ঠত গীতটোৱেই যেন কিবা নতুন কৈ জীপাল পাই উঠিল
@gbarman9601
@gbarman9601 2 жыл бұрын
এতিয়ালৈকে ৪০ বাৰ মান শুনিছোঁ... বহুত ভাল হৈছে... জয়ন্ত হাজৰিকাৰ গান বোৰ এনেদৰে গোৱা উচিত
@technicalgyan9134
@technicalgyan9134 4 жыл бұрын
Wow dhunai...🙏🙏👍👍
@rupamjyotiborah3692
@rupamjyotiborah3692 Жыл бұрын
এটি মোৰ প্ৰিয় গীত.... তোমাৰ কন্ঠ বহুত ধুনীয়া... প্ৰয়াত জয়ন্ত হাজৰিকাৰ সুন্দৰ গীতটি তোমাৰ কন্ঠত শুনি বহুত ধুনীয়া লাগিছে... তুমি আগুৱাই যোৱা👌👌💕💕
@kaushiknath8462
@kaushiknath8462 4 жыл бұрын
সুন্দৰ চয়নিকা তোমাৰ প্ৰত্যেকটো গীত শুনিয়েই থাকো। সুন্দৰ কন্ঠ শুনি ভাল লাগে
@UtpalDeka-c2p
@UtpalDeka-c2p Ай бұрын
Ki Sundar geet, Aaji Kali geet or khata tenei patol. Jayanta da love U.
@bhabanandanath9184
@bhabanandanath9184 2 жыл бұрын
অতি সুন্দৰকৈ কন্ঠদান কৰিছে আপুনি। লগতে গীতটোৰ বানীবদ্ধও অতি উন্নত হৈছে। চয়নিকালৈ অশেষ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।
@tapon.golaghat
@tapon.golaghat Жыл бұрын
বহুত ধুনীয়া গীত ,,,আৰু আপুনি ধুনীয়া গাইছে দেই ,,
@dibakargondhia3733
@dibakargondhia3733 4 жыл бұрын
আপোনাৰ গায়কী আৰু কন্ঠ অতি সুন্দৰ । বহু দিনৰ মূৰত এটি ভাল গীত শুনিবলৈ পালো । পুৰণি গীত বোৰ আপোনাৰ কন্ঠত শুনাৰ আশা থাকিল ।
@gaganchandrahazarika4605
@gaganchandrahazarika4605 6 ай бұрын
সুন্দৰ পৰিৱেশন 🙏
@himashreebarman6000
@himashreebarman6000 4 жыл бұрын
Seriously...bohut bhl lagy apunar voice t gan bor.... aagbarhi jauk.....
@AnitaBezbaruah-tb7kk
@AnitaBezbaruah-tb7kk 7 ай бұрын
ইমান প্ৰিয় এই গীতটি ♥️♥️♥️♥️
@hariprasadsarma7906
@hariprasadsarma7906 4 жыл бұрын
Tomar gantu mai atialoi 15 bar sunisu. ki sundar kantha tomar suni thakibar man jai..all the best ..aru aguai joa...
@sangitabujarbaruah3410
@sangitabujarbaruah3410 5 ай бұрын
ইমান যে ভাল লাগিল শুনি ❤❤❤
@uttamkumarroy2583
@uttamkumarroy2583 Жыл бұрын
অনন্য সুন্দৰ কন্ঠত চিৰসেউজ গীত। শুনি খুবেই ভাল লাগিল। সুন্দৰ গীতটি শুনোৱা বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ।🙏
@nayanjyotimudoi2251
@nayanjyotimudoi2251 4 ай бұрын
অপূৰ্ব, চয়নিকা, আপ্লুত হ'লো
@nabanitabordoloi1790
@nabanitabordoloi1790 3 жыл бұрын
তোমাৰ কন্ঠত এই গীতবোৰ শুনি বৰ ভাল লাগে।বৰ সুন্দৰ কন্ঠ তোমাৰ।আগুৱাই যোৱা।
@dilipchandrabora6161
@dilipchandrabora6161 4 ай бұрын
সুন্দৰ পৰিবেশন।
@anganabarua6032
@anganabarua6032 3 жыл бұрын
বহুত ভাল লাগিল চয়নিকা, .....আগুৱাই যোৱা, শুভেচ্ছা থাকিল
@jurityhazarika1311
@jurityhazarika1311 Жыл бұрын
গীতবোৰৰ মূলটো ধৰি ৰাখি তুমি ইমান ধুনীয়াকৈ গানবোৰ গোৱা - ভাল লাগে।
@bonjitborthakur6517
@bonjitborthakur6517 4 жыл бұрын
গীতটোৰ সোৱাদ অটুট ৰাখি বৰ সুন্দৰকৈ গাইছে।
@bijoysankarbordoloi9135
@bijoysankarbordoloi9135 5 ай бұрын
ভগবানে তোমালোক তিনিওকে মংগল কৰক! আমি আৰু বহু সুন্দৰ গীত তোমালোকৰ পৰা আশা ৰাখিলো!❤
@riksarmah9629
@riksarmah9629 4 жыл бұрын
ইমান ধুনীয়া কণ্ঠ সচাকৈ আপ্লুত হ'লো।
@abhijeetbhuyan722
@abhijeetbhuyan722 2 жыл бұрын
সুন্দৰ 💖💖💖💖💖💖💖
@champakbiswas7751
@champakbiswas7751 6 ай бұрын
When I listen her voice I feel peace I 'am from assam only from SIRAJULI (Very beautiful, sweet voice ❤❤❤❤
@minaramborah4572
@minaramborah4572 Жыл бұрын
সুন্দৰ 👌👌👌
@binodbaishya7261
@binodbaishya7261 5 ай бұрын
Often I listen this song. I appreciate ur skill as a singer. Keep it up.❤❤
@Mridul81
@Mridul81 Жыл бұрын
সুন্দৰ গীতত মিঠা কণ্ঠৰ সমাহাৰ।
@meghnadas1522
@meghnadas1522 3 жыл бұрын
সচাকৈ বৰ শুৱলা-সুন্দৰ হৈছে । সদায় এনেকুৱা গান গাবা তোমাৰ ভবিষ্যত নিশ্চয় উজ্জ্বল হ'ব।
@anupamsarma1363
@anupamsarma1363 Жыл бұрын
বৰ ভাল লাগিল👏
@Nabajit-pm8ew
@Nabajit-pm8ew 8 ай бұрын
🥀♥️💕💞💕♥️🥀DHUNIYA🥀
@Devil_Gamerz_250
@Devil_Gamerz_250 Жыл бұрын
Sanu ,second line to alop miss korisa,Tomar Geet selection no 1,Baki agg barhi joa ,God bless you
@azizurrahmansaikia3821
@azizurrahmansaikia3821 4 жыл бұрын
সুন্দৰ চয়নিকা। তোমাৰ সুৰীয়া কন্ঠত গীতটি বৰ ভাল লাগিছে। এই উদ্যম অব্যাহত ৰাখিবা। শুভকামনা..
@apurbadas8717
@apurbadas8717 4 жыл бұрын
সুন্দৰ কণ্ঠ।ভাল লাগিল শুনি।
@gobindadeka6596
@gobindadeka6596 6 ай бұрын
❤ বৰ সুন্দৰ লাগিল ❤
@probhatsonowalmusicalcenel810
@probhatsonowalmusicalcenel810 4 жыл бұрын
Bhaar Gan huni bohut val lagi de,💯💯💯💝💝💝💝💞💕💞💞👍
@ranjandas1800
@ranjandas1800 4 ай бұрын
ভন্টি, তোমাৰ আৰু তোমাৰ ভাইটি (?) দুয়োৰে কণ্ঠ অতি সুন্দৰ। আৰু তোমালোকৰ পৰিবেশন বহুত মাৰ্জিত। সদায় এনেকৈ থাকিবা। বহুত বহুত শুভ কামনা থাকিল❤❤❤❤
@rupaksarma3297
@rupaksarma3297 4 жыл бұрын
Bohut dhuniya gaise..
@mitalibaishya4508
@mitalibaishya4508 3 жыл бұрын
Behalf lagil
@hrishikeshgogoi3084
@hrishikeshgogoi3084 4 жыл бұрын
Bohut bhal hoise
@TanuKonwar-fc7uj
@TanuKonwar-fc7uj 9 ай бұрын
So nice ❤
@namalsutradhar6279
@namalsutradhar6279 3 ай бұрын
Dhunia baideu aru agowai jowa
@somethingspecial5552
@somethingspecial5552 3 жыл бұрын
মুখত মিছিকিয়া হাঁহিৰে সৈতে তোমাৰ কণ্ঠৰ গীত সদায় পুৱাই শুনিবলৈ যত্ন কৰিছো । দিনটো শুভ হয় যেন লাগে। তাতোকৈ ভাল লাগে তোমাৰ সংগীত চৰ্চা। মাতৃভাষাত। বৰ্তমানটো এনেদৰেই আগবঢ়াই লৈ যোৱা। ভৱিষ্যত নিজৰ গতিতে আহি থাকিব । আশা ৰাখিছো সৃষ্টিৰ দিশতো অলপ কাম কৰিবা ।
@MukulSarmah-k3b
@MukulSarmah-k3b 4 ай бұрын
বৰ ভাল লাগিল শুনি
@nayanjyotinath2786
@nayanjyotinath2786 4 жыл бұрын
উফফ ক'বলৈ ভাষা ইমানেই ভাল লাগিছে । সুন্দৰ কন্ঠ তোমাৰ । পুৰণি কালজয়ী গীতবোৰ এনেকৈ নৱ প্ৰজন্মৰ মাজলৈ লৈ অহা হেতুকে বহুতেই ভাল কাম কৰিছে । উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ । আগুৱাই যোৱা । 🙏Tribute To Jayanta Hazarika 🙏
@saswatimishra8725
@saswatimishra8725 3 жыл бұрын
Oti xundor
@prodipsonowal3474
@prodipsonowal3474 5 ай бұрын
ভাল লাগিল গানটো শুনি তোমাৰ উজ্বল ভবিষ্যত কামনা কৰিলো❤
@rajkothari8729
@rajkothari8729 7 ай бұрын
Excellent.. excellent.. heart touching voice..!!
@devabratgogoi72
@devabratgogoi72 2 жыл бұрын
শুনিবলৈ বৰ ভাল লগা হৈছে। চয়নিকাৰ মাতটো শুৱলা, শক্তিশালী আৰু শব্দৰ উচ্চাৰণ নিখুঁত ।
@sofi0843
@sofi0843 3 жыл бұрын
অতি উত্তম । কেইবাৰ শুনিছোঁ তথাপি আকৌ শুনিবলৈ মন যায় । আপুনি হিন্দী চিনেমাৰ গীতত চেষ্টা কৰিলে নিশ্চয় সফল হব ।
@nilaydas5576
@nilaydas5576 4 жыл бұрын
Khuwb bhal lagil..xochakoiye...oti xundor
@jyotshnamedhibora2288
@jyotshnamedhibora2288 4 жыл бұрын
অতি সুন্দৰ।‌ তোমাৰ কন্ঠত আৰু বহু ‌গান শুনিব ‌বিচাৰো ।
@abinashbora59
@abinashbora59 4 жыл бұрын
ai song to dinot abar xuna to mor ata habit a hoise.dhunia gaise baideo
@shekharrabha
@shekharrabha 4 жыл бұрын
সুমধুৰ, সুকন্ঠ,সুশ্ৰী,মৌ বৰশে তোমাৰ কন্ঠত।মৰহি যোৱা কলিবোৰ প্ৰান পায় উঠে তোমাৰ কন্ঠৰ পৰশে। নিজৰ ভিতৰত থকা প্ৰতিভাবোৰ জগাই তোলা ।নৱ সৃষ্টিৰে, পৰিচিত হোৱা।
@Crazyalison-w3z
@Crazyalison-w3z Жыл бұрын
ষয়নিকা বা তুমি ইমান ধুনীয়া গান গোৱা তুমি যে গাইছিলা সময় গতিশীল শুনি বহুত ভাল লাগিছে
@বুলিচেতিয়া
@বুলিচেতিয়া 4 жыл бұрын
তোমাৰ এই গীত টো মই বাৰে বাৰে শুনি থাকোঁ। যেন কিবা এটা অনুৰাগ দি যায়....।
@khagenbarman5629
@khagenbarman5629 5 ай бұрын
excellent ene lage konoba best singer r eya punar janam.....
@mastertrainer3847
@mastertrainer3847 4 жыл бұрын
Though I do not know the language ( Being a South Indian), I really do not know how many times I listened to this song. Rendering is really a lovely way, I am sure that all the notes are in its right place. Then I searched for the original version of this song, I could learn that it was from Late. Jayantha Hazarika. But, I felt the version what Chayanika , sung is more lovelier than the original score.
@runuborah1975
@runuborah1975 3 жыл бұрын
Wow nice
@digboloyaxom9712
@digboloyaxom9712 3 жыл бұрын
so true
@anantasaharia6850
@anantasaharia6850 2 жыл бұрын
Right
@ArnabMedhi
@ArnabMedhi 2 жыл бұрын
I m glad our songs hv found a place in ur heart..do check out the renderings of Zubeen Garg
@mastertrainer3847
@mastertrainer3847 2 жыл бұрын
@@ArnabMedhi Of course, Zubeen is really a great singer. I heard his songs when he was not popular during 1993, he sung some HIndi cassetts, that is how I came to know about him at the early ages. Now, Zubeen became the living Legend in Assamese music Industry. I can say, there would not be any other Singer in India who has performed maximum number of stages like Zubeen.
@sangitasaikia2927
@sangitasaikia2927 Жыл бұрын
Eman hundor kontho ......keep growing ...god bless you
@rupambhagabati
@rupambhagabati 4 жыл бұрын
তোমাৰ কণ্ঠ বহুত ধুনীয়া । এই কালজয়ী গীতবোৰে পুনৰ প্ৰাণ পালে তোমাৰ কণ্ঠত ।
@Bikash-Axom
@Bikash-Axom 2 жыл бұрын
ধুনীয়া লাগিছে ❤️
@debatis1444
@debatis1444 4 жыл бұрын
Hundor kontho...👌😍 Hundor geet👍
@hoto4105
@hoto4105 4 жыл бұрын
Bhut vl lagil
@khokansarkar1483
@khokansarkar1483 4 жыл бұрын
সুন্দৰ।আগলৈ আগুৱাই যোৱা।তাৰে''''''---
@jitulkakati4865
@jitulkakati4865 4 жыл бұрын
Dhuniya lagise
@tapankumarsaikia4688
@tapankumarsaikia4688 4 жыл бұрын
খুব ধুনীয়া কণ্ঠ সঁচাকৈ । সাৱধানে থাকিবা , সদায় ভালে থাকিবা , তুমি অসম বাসিক তোমাৰ সুন্দৰ কণ্ঠেৰে আৰু বহু দিবলৈ বাকী আছে ।
@chanadra
@chanadra 2 жыл бұрын
বাহ: চয়নীকা বা: অপূৰ্ব wonderful, superb!
@anuragsaikia7542
@anuragsaikia7542 4 жыл бұрын
Good morning...outstanding voice
নমিতা ভট্টাচাৰ্যৰ তিনিটি গীত ll
11:16
বৰ অসম (Bor Axom)
Рет қаралды 655 М.
Support each other🤝
00:31
ISSEI / いっせい
Рет қаралды 81 МЛН
Quilt Challenge, No Skills, Just Luck#Funnyfamily #Partygames #Funny
00:32
Family Games Media
Рет қаралды 55 МЛН
Eikhoni Gaon || Cover Version || Dhruba & Chayanika
4:13
Chayanika Baishya
Рет қаралды 445 М.
Nila Akaxore Cover || Dipsikha & Chayanika ||
4:23
Chayanika Baishya
Рет қаралды 208 М.
Jayanta Hazarika Best Assamese Songs
16:58
Rj Box
Рет қаралды 928 М.
Bhupen Hazarika golden collection | 5 song | ভূপেন হাজৰিকাৰ গীত | Assamese song Jukebox
18:12
সংস্কৃতিৰ দিগন্ত Culture's Horizon
Рет қаралды 217 М.
Ba Rib Malayai || Cover Version || Chayanika Baishya
5:31
Chayanika Baishya
Рет қаралды 203 М.
Mayamoy Rupali Jonak || Jayanta Hazarika || Cover Version || Chayanika
3:58
Xora Pate Pate | Popular Assamese song | Gayatri Hazarika | Lyrical Video
5:00