গুণমালা কীৰ্তন, ৰিজু পাঠক মহন্ত দেৱ!

  Рет қаралды 74,053

media Enter10

media Enter10

Күн бұрын

Пікірлер: 141
@junumech7558
@junumech7558 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱা কৃষ্ণ জনাইছে প্ৰভু ঈশ্বৰ কৃষ্ণ সুন্দৰ লাগিছে কৃষ্ণ কৃষ্ণ
@goutamdas3347
@goutamdas3347 Ай бұрын
12:22
@pakghorthefoodhub7059
@pakghorthefoodhub7059 19 күн бұрын
Krishna Krishna probhu Hori Hori Ram🙏🙏🙏🪔🪔
@rinachutia3723
@rinachutia3723 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ ‌সেৱাহে জনাইছোঁ প্ৰভূ , কৃষ্ণ কৃষ্ণ কৃষ্ণ ।।
@smritirekhadas3528
@smritirekhadas3528 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ 🙏🙏আমি মহা পাপীয়ে ঈশ্বৰৰ শ্ৰীচৰণত নামত সবৰ্ব শৰীৰ এৰি দিছোঁ প্ৰভূ 🙏🙏
@keshakantadas1935
@keshakantadas1935 9 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ ! অতি সুন্দৰ পৰিবেশন। অমৃত প্ৰাণ কৰা যেন অনুভৱ হৈছে।
@nilimadas1784
@nilimadas1784 Жыл бұрын
কৃষ্ণ বাপ ঈশ্বৰ কৌটি কৌটি বাৰ প্ৰণাম জনাইছো ।গুণমালা কীৰ্তন পাঠ শুনি বহুত ভাল লগিছে । ভগৱানেযাতে আমাকো কৃপা কৰে সদায় তেওঁৰ গুণানু কীৰ্তন কৰিবলৈ তাৰে কামনাৰে কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏
@nirmalihazarika1964
@nirmalihazarika1964 Жыл бұрын
কৌটি কৌটি প্ৰণাম প্ৰভু।
@BijoyPawandasBijoyPawandas
@BijoyPawandasBijoyPawandas 21 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🏻🕉️ নমোঃ ভাগৱতেই বাসুদেবাই 🙏🏻🕉️ নমোঃ নাৰায়ণ নাৰায়ণ 🙏🏻 হৰি হৰি 🙏🏻 সেৱা নিবেদিছু পৰম মংগল মহা কৃষ্ণ নাম 🙏🏻 সেৱা নিবেদিছু সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ শ্ৰী যুত ৰিজু পাঠক মহন্ত দেৱ প্ৰভু ঈশ্বৰৰ শ্ৰী চৰনত 🙏🏻 ভক্তি ভৰা সেৱা নিবেদিছু ঈশ্বৰৰ একান্ত ভকত বৈষ্ণৱ সকলৰ শ্ৰী চৰনত 🙏🏻 বহুত বহুত ভাল উপস্থাপন কৰিছে 🙏🏻 আমি আপোনা সবৰ দ্বাৰা পৰিচালিত মহা কৃষ্ণ নাম শুনি ধন্য হৈছো 🙏🏻 কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🏻 জয় কৃষ্ণ শংকৰ মাধৱ দুজনা গুৰু 🙏🏻
@kumudinisaikia1979
@kumudinisaikia1979 Жыл бұрын
হৰি হৰি ৰাম ৰাম🙏🙏🙏 কৃষ্ণ
@lakhi1269
@lakhi1269 Жыл бұрын
কৃষ্ণ, সুৰ আচাৰ্য ইলাৰাম দাস দেৱ,একশৰণ ভাগৱতী সমাজ। শ্ৰদ্ধাৰ ৰিজু পাঠক মহন্ত দেৱৰ কন্ঠত শ্ৰুতিমধুৰ হৈ পৰিছে,, কৃষ্ণ
@smritirekhadas3528
@smritirekhadas3528 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ 🙏🙏আপোনাৰ শুদ্ধ স্পষ্ট গুণমালা কীৰ্ত্তন ভাগ বহুত ভালকৈ বুজি পাইছোঁ । আগতে শুনিছোঁ যদিও ইমান বুজি পোৱা নাছিলো, আপোনাৰ শুদ্ধ স্পষ্টটাই সম্পূৰ্ণ ঈশ্বৰ কৃষ্ণৰ কাহিনী ভালকৈ বুজিলো । কৃষ্ণ কৃষ্ণ প্ৰভূ 🙏🙏ভূল হ'লে ক্ষমা প্ৰাৰ্থনা জনাইছোঁ 🙏🙏
@prasantadas5698
@prasantadas5698 2 ай бұрын
কৃষ্ণ ইলাৰাম বাপ ইশ্বৰ কৃষ্ণ ৰিজু বাপ জন প্ৰনাম জনালো আপোনাৰ শৰনে ❤
@DulalDeka-xk6ei
@DulalDeka-xk6ei 7 ай бұрын
একশৰন ভাগৱতী সমাজৰ, আচাৰ্য্য ইলাৰাম দাস বাপ দেৱৰ সুন্দৰ সুৰ,প্ৰচাৰ কৰাৰ বাবে ধন্যবাদ, কৃষ্ণ, জয় আচাৰ্য্য ইলাৰাম দাস বাপ ঈশ্বৰৰ
@ranudas4561
@ranudas4561 Жыл бұрын
কৃষ্ণ বাপ গুৰু ঈশ্বৰলৈ সন্ধিয়া সেৱা আগবঢ়ায় 🙏🙏🙏
@pallabborax2.037
@pallabborax2.037 Жыл бұрын
হৰি হৰি ৰাম হৰি হৰি ৰাম 😭😭 কৃষ্ণ কৃষ্ণ 🙏🙏
@barbaligirlshighschool1942
@barbaligirlshighschool1942 7 ай бұрын
অতি সুন্দৰ লাগিছে। শুনিয়েই থাকিব লৈ মন যায়
@keshakantadas1935
@keshakantadas1935 10 ай бұрын
অতিব সুমধুৰ পৰিবেশন, গুৰুজনাৰ অমৃতময় সৃষ্টি।
@KrishnamoniDas-ut8zc
@KrishnamoniDas-ut8zc 2 ай бұрын
জয় গুৰু শংকৰ🙏🙏
@mrinalmedhi8346
@mrinalmedhi8346 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ, গুৰু জনাৰ অপূৰ্ব সৃষ্টি গুণমালা অমৃত আপোনাৰ সুমধুৰ কণ্ঠত শুনি জীৱন ধন্য হৈছোঁ 🙏🙏🙏🙏🙏
@SuraviDas-tj7wu
@SuraviDas-tj7wu 2 ай бұрын
সত্ৰকুতি প্ৰণিপাএ জনাইছো। অন্তৰ খন যোৰপৰি গ'ল।❤
@mridultamuli991
@mridultamuli991 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ। সেৱা জনালো।
@nidhiban22
@nidhiban22 7 ай бұрын
জয় শ্ৰীকৃষ্ণ ❤🙏
@putumonidas5615
@putumonidas5615 8 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ সমস্ত 🙏🙏🙏
@munindragogoi2586
@munindragogoi2586 Жыл бұрын
কৃষ্ণ কৃষ্ণ সেৱা যাচিলোঁ
@manojkumarborah2521
@manojkumarborah2521 Жыл бұрын
Krishna, Krishna, Bap ,Joi Jogot Guru Srimanta Sankar Dev.
@mridulnath7204
@mridulnath7204 2 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সমস্ত ।
@dimbeswaripatardeka2793
@dimbeswaripatardeka2793 Жыл бұрын
Hori Hori Ram Hori Hori Ram 🙏🙏🙏🙏
@munindraborgohain6054
@munindraborgohain6054 5 ай бұрын
Krishna. Krishna. Bahut.val.lagil. parvu. Jna🇪🇭🇪🇭🇪🇭🇪🇭
@jitendastutu4998
@jitendastutu4998 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@basantidas1486
@basantidas1486 10 ай бұрын
হে বাপ জনা ইমান সুন্দৰহৈছে মনপান ভৰি গৈছে ।
@numolisaikia4826
@numolisaikia4826 Жыл бұрын
কৃষ্ণ জনাৰ,চৰনত,প্ৰনিপাত,জনালো,বহ্ল,ভাল্,লাগিল।ধণ্যবাদ।
@প্ৰতিভাৰপাঞ্চৈ
@প্ৰতিভাৰপাঞ্চৈ 2 жыл бұрын
কি অপূর্ব সুন্দৰ🙏😢😥😭
@anshumanborgohain2915
@anshumanborgohain2915 Жыл бұрын
অপূৰ্ব সুৰৰ মহিমা । কৃষ্ণ 🙏🙏
@Mita-l9s
@Mita-l9s Ай бұрын
Krishna Krishna hori ram bap sewa nibedan korisu
@sikhanath7198
@sikhanath7198 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ।🙏🙏🙏🙏
@smritirekhadas3528
@smritirekhadas3528 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ 🙏🙏
@DeepikaChangmai
@DeepikaChangmai 7 ай бұрын
Hare Krishna prabhuji ❤❤❤❤❤❤❤
@nayanmonidsa5483
@nayanmonidsa5483 10 ай бұрын
ৰাম কৃষ্ণ ৰাম হৰি জয় 🎉
@nayandutta8288
@nayandutta8288 9 ай бұрын
Krishna Krishna Ram Ram
@probalkhataniar2919
@probalkhataniar2919 Жыл бұрын
কৃষ্ণ,অমৃতময় সুৰৰ মহিমা।🙏🙏
@manuramadevi5525
@manuramadevi5525 Жыл бұрын
গুৰুদেৱ ভক্তি ভৰা প্ৰণাম গ্ৰহণ কৰিব, নৱ বৰ্ষৰ শুভ কামনা জনালোঁ
@lalitabharali9285
@lalitabharali9285 28 күн бұрын
Krishna Krishna baap
@krishnakakaty2624
@krishnakakaty2624 Жыл бұрын
Hori hori ram hori. Hori hori. Ram
@ProsantaDas-e1t
@ProsantaDas-e1t 4 ай бұрын
কৃষ্ণ প্ৰভু সুন্দৰ লাগিছে
@vijayasaikia9168
@vijayasaikia9168 Жыл бұрын
হৰি হ ৰাম হৰি হ কৃষ্ণ🙏👏
@debajanibaruah3105
@debajanibaruah3105 5 ай бұрын
ৰাম ৰাম
@makoniray9932
@makoniray9932 Жыл бұрын
Joy bap ISwar🙏
@dipisaikia287
@dipisaikia287 Жыл бұрын
ঔম নমো ভগবতে বাসুদেব
@SamSung-pw4hq
@SamSung-pw4hq Жыл бұрын
একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাতা আচাৰ্য ইলাৰাম দাসদেৱৰ সুৰসম্বলিত গুণমালাভাগ পাঠকদেৱৰ কণ্ঠত সুবেই ভাল লাগিল ৷ তেখেতৰ সুস্বাস্থ্যৰ কামনা কৰিলো ৷
@jeetakotoky876
@jeetakotoky876 Жыл бұрын
Joi shri months sangkor guru joi shri ram joi shri krishna .
@HirenKalita-l7m
@HirenKalita-l7m Ай бұрын
Bht vl lagil.
@andrtyj
@andrtyj Жыл бұрын
Rahila Bala Das Krishno Bap Pronam
@lakhyajitbhuyan8675
@lakhyajitbhuyan8675 2 жыл бұрын
কৃষ্ণ সুন্দৰ কণ্ঠ সেৱা ধৰিলো বাপ সমস্ত 🙏❤️
@janirampatar9506
@janirampatar9506 Жыл бұрын
জয় জগত গুৰু শংকৰদেৱ
@bijoyaveryniceborah8304
@bijoyaveryniceborah8304 Жыл бұрын
Krishna krishna 🌹🌹🙏
@Deepgogoi12345
@Deepgogoi12345 Жыл бұрын
🙏🙏🙏🙏❤️
@mamonidas1659
@mamonidas1659 Жыл бұрын
Krishna probhu pronam 🙏🙏🙏🙏
@shirumonipathak4542
@shirumonipathak4542 Жыл бұрын
অতি সুন্দৰ 🙏🏻
@bahuratnatamuliboruah2344
@bahuratnatamuliboruah2344 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@MonishaChutia-zf4og
@MonishaChutia-zf4og Жыл бұрын
বৰ সুন্দৰ বৰ সুন্দৰ বৰ সুন্দৰ । কৃষ্ণ কৃষ্ণ মোৰ প্ৰভু ঈশ্বৰ
@bulletrajasunny1062
@bulletrajasunny1062 Жыл бұрын
Krishna🙏 🙏🙏
@rinakutumpegu1427
@rinakutumpegu1427 Жыл бұрын
🙏 Krishna Krishna Krishna Krishna
@punyarabha151
@punyarabha151 Жыл бұрын
Krishna xawa nibedilu❤🎉🎉🎉
@krishnatamang7248
@krishnatamang7248 2 жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏বাপ সেৱা গ্ৰহণ কৰিব।
@junumech7558
@junumech7558 Жыл бұрын
কৃষ্ণ কৃষ্ণ সেৱ
@purnimadas7779
@purnimadas7779 Жыл бұрын
🙏🙏🙏🙏Krishna krishna🙏🙏🙏🙏
@RupaliSharma-pt2jn
@RupaliSharma-pt2jn 4 ай бұрын
Prabhu aponar mukhere Gunamala kirtanvag suni jiban samfal korilo.Sewa jonalo.
@achyutdas659
@achyutdas659 Жыл бұрын
Krishna Krishna ,Baap ei anusthanyo mor bar bhal lage ,sewahe :
@birenboruah4720
@birenboruah4720 Жыл бұрын
অপূৰ্ব
@taralanath3876
@taralanath3876 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏
@Ankurkochari
@Ankurkochari Жыл бұрын
কৃষ্ণ প্ৰভু
@saminkumar1259
@saminkumar1259 9 ай бұрын
শত কোটি প্ৰণাম
@bhaity89
@bhaity89 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ
@amiyaborah9305
@amiyaborah9305 6 ай бұрын
Krishn.
@thopodutta5502
@thopodutta5502 Жыл бұрын
😢😢😢😢 প্ৰভূ মুক ৰক্ষা কৰা😢😢
@pshvlogs1792
@pshvlogs1792 2 жыл бұрын
Joi Guru Shungkur video to Chai bor bhal lagil 🙏
@parthanath6578
@parthanath6578 Жыл бұрын
Maja
@himanibanikya8168
@himanibanikya8168 Жыл бұрын
krishna krishna krishna 🙏🙏🙏
@bhobanikantaborsaikia5206
@bhobanikantaborsaikia5206 Жыл бұрын
Krishna Krishna Krishna
@bulbulisarma8578
@bulbulisarma8578 Жыл бұрын
🙏🙏কৃষ্ণ কৃষ্ণ🙏🙏
@AssamGamer-v2u
@AssamGamer-v2u Жыл бұрын
কৃষ্ণ প্ৰণাম বাপ ।
@PrabitrakumarDas-n4c
@PrabitrakumarDas-n4c Ай бұрын
Val gaise
@dhirabharalidhira4675
@dhirabharalidhira4675 10 ай бұрын
Krishna krishna krishna
@lakhimidas9870
@lakhimidas9870 Жыл бұрын
Hare Krishna
@kabitadas61
@kabitadas61 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু শত কোটি প্ৰণাম জনালো সবাৰোঢৰণত হৰি হৰি ৰাম হৰি হৰি ৰাম
@ranjitadas7396
@ranjitadas7396 Жыл бұрын
Krisnobap hiya jur prothom sotkuti prnam ji
@ritadutta1754
@ritadutta1754 3 ай бұрын
Sundor..
@akashbhuyan2201
@akashbhuyan2201 2 жыл бұрын
Krishna Krishna ❤️❤️❤️❤️আতা 🙏
@ranjanbhuyan8601
@ranjanbhuyan8601 Жыл бұрын
কৃত কৃত কৃত হল মন প্ৰাণ।❤কৃঞ কৃঞ ❤
@lakhimidas9870
@lakhimidas9870 Жыл бұрын
Kouti Kouti pranam apunar sorone
@dhrubanath6772
@dhrubanath6772 3 ай бұрын
Krishna Krishna Krishna Krishna Ram Krishna Ram Krishna Ram 🎉🎉🎉❤❤😂
@Kuldeep-px3rt
@Kuldeep-px3rt Жыл бұрын
🙏🙏🙏🙏🙏🙏
@jitendeka5390
@jitendeka5390 Жыл бұрын
17:45
@simasaikia632
@simasaikia632 Жыл бұрын
Krishna 🙏🙏🙏
@LakhimiGohain
@LakhimiGohain 10 ай бұрын
Krishna Krishna 1:59
@jeetakotoky876
@jeetakotoky876 Жыл бұрын
Joi jagot guru shri months sangkor Daba.
@thefolkguy3277
@thefolkguy3277 Жыл бұрын
Hari rari ram❤❤
@jinudeka7969
@jinudeka7969 Жыл бұрын
Krishna Krishna sewa nibedilu.
@ronjitborah1997
@ronjitborah1997 Жыл бұрын
Probhu seware
@SumiBaishya-g6q
@SumiBaishya-g6q 4 ай бұрын
Apuni vogoban provu
@LakhimiGohain
@LakhimiGohain 10 ай бұрын
Krishna kriahn 2:52 2:53
@mahendramohansaikia7720
@mahendramohansaikia7720 4 ай бұрын
Joy Jagat Guru Srimanta Sankara.Sewahe nibedilo.
Support each other🤝
00:31
ISSEI / いっせい
Рет қаралды 81 МЛН
She made herself an ear of corn from his marmalade candies🌽🌽🌽
00:38
Valja & Maxim Family
Рет қаралды 18 МЛН
Satradhikari .Riju Pathak, 🙏
11:54
Gargi's Panch foron
Рет қаралды 19 М.
Support each other🤝
00:31
ISSEI / いっせい
Рет қаралды 81 МЛН