গুজৰাটত ৪টা, অসমত এটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ অনুমোদন

  Рет қаралды 6,714

NKTV PLUS

NKTV PLUS

Күн бұрын

Пікірлер: 36
@kamaleswarbordoloi993
@kamaleswarbordoloi993 Ай бұрын
কংগ্ৰেছ সহযোগি দল কেৱল আলু পিয়াজ বজাৰ খনতে ঘুৰাই পকাই থকাৰ বাহিৰে একো নাই । সদায় সদায় একেখিনি মুল বিষয়ৰ একো উত্তৰ দিব নোৱাৰে ।
@RekhaManiMedhi
@RekhaManiMedhi Ай бұрын
গৌৰৱ গগৈ ইমান মিছা কথা কয়
@kumudbaruah2001
@kumudbaruah2001 Ай бұрын
অসম জাতীয় পৰিসদ নামৰ দলটোৰ অস্তিত্ব আছেনে নাই সন্দেহ। জিয়াউল ৰহমান নামৰ দলটোৰ সদস্য জনক প্ৰত্যেক তক চত প্ৰত্যেক টিভি চেনেল লৈ মাতিনি কি অসাধ্য সাধন কৰিব বিছাৰিছে সেইটো এটা ডাঙৰ প্ৰশ্ন।
@BituHandique-f8u
@BituHandique-f8u Ай бұрын
জেলৰ পৰা কেতিয়া আহিল এইজন ৰহমানে কি😂
@pramendradeuri3182
@pramendradeuri3182 Ай бұрын
জিয়াউল চাহাবৰ কচুতলিহে মেইন,😅😅😅
@DkfkFkkf-f4g
@DkfkFkkf-f4g Ай бұрын
BJP is good for India along with ASSAM..
@brahmanandadutta7357
@brahmanandadutta7357 Ай бұрын
অতদিনে কংগ্ৰেছে অসমক মাহীআইৰ চকুৰে চাই ঠগি-ঠগি অসমৰ পৰা সকলো নিলে। অসমখন বাংলাদেশীৰ চৰণীয়া পথাৰলৈ প্ৰবৰ্তন কৰিলে, এই কাৰণেই কংগ্ৰেছক অসমৰ পৰা বিদায় দিব লাগে, ৰাইজৰ দল কংগ্ৰেছৰ বহতীয়া।
@babulassam
@babulassam Ай бұрын
কি খাগʼ নে ষড়গʼ সাৱধান,নহলে26ত অকল কনীটো থাকিব
@kamaleswarbordoloi993
@kamaleswarbordoloi993 Ай бұрын
যোৰহাট ধুবুৰী বদৰুদ্দীন । যোৰহাটৰ ৰাইজ কংগ্ৰেছ হল বুলিয়েই অসমৰ ৰাইজ যোহাতৰ অধীনত ছলে নেকি? ধুবুৰীয়ে দেখাইদিছে কংগ্ৰেছ মানে মুছলিমৰ দল । বদৰুদ্দিনো মুছলিম । তহত দুয়ো ভাই ভাই জগৰা বিজেপিৰ কি লেনা দেনা । বিজেপিৰ ভয়ত বাঘে ছাগে একগোট হব লগা পৰিস্থিতি হৈছেগৈ তথাপি দম্ভালি মাৰি আছ বিজেপি শংকিত । নিলাজ নিশকতিয়া দুৰ্বলৰ ভয়াৰ্ত আৰ্তনাদ ।
@LakhyanDewri
@LakhyanDewri Ай бұрын
2026को कांग्रेस पक्का हारेगा यह मैं पूरा मालूम है
@premodharphukan1101
@premodharphukan1101 Ай бұрын
খা’গেৰ মন্তব্য সময়োচিত নহ’ল ৷ তেওঁ ক্ষোভ প্ৰকাশ কৰিছে কিন্ত কেৱল অসমক টা’গেট কৰিব নেলাগিছিল ৷ অসমৰ কংগ্ৰেছ নেতৃত্বই এই ক্ষেত্ৰত এটা সঠিক মন্তব্য দিব লাগে ৷তেওঁক সম’থন দি বক্তব্য ৰাখিব নেলাগে ৷গুজৰাটক বেছি সুবিধা দিয়া কথাটো বিশ্লেষণ কৰিব লাগে ৷
@jeshaxom2037
@jeshaxom2037 Ай бұрын
Bjp jindabad❤❤❤❤
@dipakgogoi5084
@dipakgogoi5084 Ай бұрын
শুনা মতে আইটি বেলেগৰ নামত কমেন্ট দি আছে মেডিয়াত।
@s3gclasses326
@s3gclasses326 Ай бұрын
Government Hindustan paper corporation limited 2 ta unit(Nogaon & Cachar) and Ashok paper mill Jogighopa Bondho kori private Semi conductor unit taku Packing & Testing unit bonaise, Mathanaikiya kaitai Bah Bah di ase🥲
@990060189
@990060189 Ай бұрын
Paper mill Congress R dint 2010 aggriment hoisil bandha karibar babe Londan t.
@dipakgogoi5084
@dipakgogoi5084 Ай бұрын
আপোনালোকৰ দৰে গদ্দি মেডিয়াই স্মাৰ্ট মিষ্টাৰ, মূল্য বৃদ্ধি, মুখ্যমন্ত্ৰী পৰিয়ালৰ সম্পত্তিৰ পৰা হোৱা বিতৰ্ক ৰক্ষা কৰিবলৈকে এইবোৰ বাতৰি উলিয়ায় থাকে। খাৰ্গে কি কৈছে গুজৰাট আৰু অসমক দিলে আমাকো দিব লাগিছিল। তেইটোকে ৰৌ জাল বৌ জাল কৰি গদ্দি মিডিয়া হিচাপে হিমন্তক ৰক্ষণাবেক্ষণ দি আছে।
@Kimkong99
@Kimkong99 Ай бұрын
Tur makor heri to khusori thaka toi
@martinlothar166
@martinlothar166 Ай бұрын
Kick out congress in 2026
@Kardong123
@Kardong123 Ай бұрын
Congress or bokta dangoria assamot cong, sorkar thakute pmgay asoni okol cong, kormiye 8 taloike ghor paisil ,aru cong,kormir bade kunu asoni napaisil kintu bjp sorkarot tar uluta. Bjp. Zindabad
@PratapchBhuyan-j5s
@PratapchBhuyan-j5s Ай бұрын
Please remine to the
@j..k..l8723
@j..k..l8723 Ай бұрын
Kangeese 60 basare jibur karib nuvarile bjpie aibur karat ai badan bur Bali tal jab. Aibur balkise.assam going to rise.
@gunajitsarma5579
@gunajitsarma5579 Ай бұрын
Congress sarkar axomat sambhob nohai . sarkar koribole jogya dokhya netar proijon . Jogy neta keijon asse Congress dolat sarkar koribole
@hnjurneyrie3987
@hnjurneyrie3987 Ай бұрын
Congressr netai Bangladeshi rahingar votere jogya huwatu bisari ase Tumi kot asa bhai😄rakibule 10 lakh rahingr votere jikilie example tumr sokur agt bhai
@jitublssedwidd5026
@jitublssedwidd5026 Ай бұрын
Nath jon BJP r manuh..
@nitulsonowal3386
@nitulsonowal3386 Ай бұрын
E nijor maikik somvalibo nuware.......dangr dangr lacture mare
@parthaborgohain1239
@parthaborgohain1239 Ай бұрын
Sudr
@DibakarSaikia-p3d
@DibakarSaikia-p3d Ай бұрын
Jiaur rahmane aamak English khikab nelage... Akhamar manuh imn murkha nhoi... Jiya bastab tu manib khika...
@AmiyaKumarDas-p4e
@AmiyaKumarDas-p4e Ай бұрын
Tiri r maar khowa manuhor kotha nukhunu
@SanjaySarma-yf1yc
@SanjaySarma-yf1yc Ай бұрын
🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣নকব
@Boraanshu
@Boraanshu Ай бұрын
Nokore .. 26,t ahibo nisina lagise vomgreey
@PratapchBhuyan-j5s
@PratapchBhuyan-j5s Ай бұрын
It is a tit for tat.
@NorenKardong
@NorenKardong Ай бұрын
গৌৰব গগৈ এজন সুধক্ষ্য ৰাজনীতিবিদ যুৱহ প্ৰজন্মৰ আদৰ্শ।
Ice Cream or Surprise Trip Around the World?
00:31
Hungry FAM
Рет қаралды 18 МЛН
Disrespect or Respect 💔❤️
00:27
Thiago Productions
Рет қаралды 40 МЛН
The IMPOSSIBLE Puzzle..
00:55
Stokes Twins
Рет қаралды 147 МЛН
1, 2, 3, 4, 5, 6, 7, 8, 9 🙈⚽️
00:46
Celine Dept
Рет қаралды 105 МЛН
What the Sri Lankan Election Results Mean
41:21
The Wire
Рет қаралды 27 М.
Ice Cream or Surprise Trip Around the World?
00:31
Hungry FAM
Рет қаралды 18 МЛН