Gungun Kotha Moromor [ গুণগুণ -কথা মৰমৰ ] || Ep - 187 || 09.07.2024

  Рет қаралды 459,173

Rengoni TV

Rengoni TV

16 күн бұрын

Gungun a mega serial focuses on the issues of that class of society who survives on daily earned money. The serial depicts the difficult life of Gungun and her mother Padma. Gungun a girl who has big dreams in life but is often held back due to her family’s poverty and suppression at the hands of the cruel world.
Follow Rengoni TV :-
Facebook: / rengonitv
KZbin: / rengonitv
Instagram: / rengoni.tv
Website: rengonitv.com/
#rengonitv #entertainment #story #newserial #gungun #assameseviralvideo#RENGONITV #ENTERTAINMENT#RENGONITV #ENTERTAINMENT#RENGONITV #entertainmentchannel

Пікірлер: 497
@Sayanika990
@Sayanika990 14 күн бұрын
"গুণ গুণ কথা মৰমৰ"প্ৰথম খণ্ডৰ পৰা কোনে কোনে চাই আছা। লাইক এটা কৰি যোৱা...❤
@jituborgohaibaba9151
@jituborgohaibaba9151 14 күн бұрын
From Sivsagar,You❤
@sunildeka4218
@sunildeka4218 14 күн бұрын
Sai aso moinakan 😊
@PronamiBoruah-ev9nk
@PronamiBoruah-ev9nk 14 күн бұрын
Moi❤
@annaatitorkothamonotpreval3450
@annaatitorkothamonotpreval3450 14 күн бұрын
Moi
@PinkiBorahpachani
@PinkiBorahpachani 14 күн бұрын
Moi Lakhimpur
@tulugogoi388
@tulugogoi388 14 күн бұрын
পদ্মাক কোনে কোনে বেয়া পাই👍👍👍 কৰিব
@user-lw5nv7qc1e
@user-lw5nv7qc1e 14 күн бұрын
😂😂😂
@toraburagohain4665
@toraburagohain4665 14 күн бұрын
Moi beya pau
@mrinalkalita8955
@mrinalkalita8955 14 күн бұрын
❤❤​@@user-lw5nv7qc1e
@bijoypanika5913
@bijoypanika5913 14 күн бұрын
Moi
@Arminsultana98
@Arminsultana98 14 күн бұрын
Kio bya pm vl paisu
@user-ct2bu5bs4c
@user-ct2bu5bs4c 14 күн бұрын
গুণ গুণ আৰু অধিৰথৰ বাবে এটা like কৰি দিব 😊❤😢
@user-lw5nv7qc1e
@user-lw5nv7qc1e 14 күн бұрын
@dipankarbordoloi4935
@dipankarbordoloi4935 14 күн бұрын
ইমান ধুনীয়া এখন আবেগিক ধাৰাবাহিক আমালৈ উপহাৰ দিয়াৰ বাবে মন্দিৰা বা লৈ বহুত বেছি ধন্যবাদ জনালোঁ 😢😢😢
@RajumoniRajumonidas
@RajumoniRajumonidas 15 күн бұрын
গুনগুন কথা মৰমৰ চাবলৈ অপেক্ষা কৰি থকা সকলে এটা 👍 কৰি দিব । ❤❤
@user-lw5nv7qc1e
@user-lw5nv7qc1e 14 күн бұрын
@tikharani6956
@tikharani6956 14 күн бұрын
গুণ গুণক কোনে কোনে ভাল পোৱা like koriba ❤
@user-ub5lo2om3j
@user-ub5lo2om3j 15 күн бұрын
পদ্মাক কোনে কোনে বেৰা পোৰা লাইক কৰিবা
@user-ct2bu5bs4c
@user-ct2bu5bs4c 14 күн бұрын
বেৰা পুৰা নহৈ ও বেয়া পোৱা
@RahulKonwar-xd2rx
@RahulKonwar-xd2rx 13 күн бұрын
বেৰা পোৰা নহয় বেয়া পোৱা ৷
@BigyanJyoti
@BigyanJyoti 14 күн бұрын
নহৈ অ পদ্মা খুৰিৰ অসংকাৰ নহৈ এগৰাকী মাতৃ হিচাপে এইয়া তেওঁৰ দায়িত্ব ,কিয়নো এটা কথা মন কৰা। তাইৰ মাক নোহোৱা হলে, হেই ভাল গুণৰ শিক্ষা গুণ গুনে নাপালে হেঁতেন আৰু হেই ভাল পথৰ শিক্ষাই কষ্ট কৰি তাই হেই চাকৰি টো পাইছিল আৰু হেই কষ্ট পদ্মা খুৰীৰ শিক্ষা আৰু গুণ গুণৰ শ্ৰৱণ আৰু আয়তৰ যোগেদি হেই জ্ঞান গুণ গুণে আহৰণ কৰিছিল । ভাল পথে গৈ মানুহৰ সকলো বিপদ দুৰ কৰি বলৈ । আপোনালোকে মোক বেয়া নাপাব দেই মই যিমান দুৰ বুজি পাইছোঁ হেই ভাল পথৰ দিশেৰে চাই হে কৈ চু । এগৰাকী মাতৃয়ে তেওঁৰ কন্যা বা পুত্ৰৰ বেয়া গুণ হোৱা টো কেতিয়াও নিবিচাৰে । গুণ গুণৰ কষ্টৰ ফল হেই বানে উটুৱাই নিয়াকৈ উটুৱাই লৈ গল আধিৰথে। আপোনালোকে এবাৰ মাতৃ ৰ দিশৰ পৰা ভাবক । মই আকৌ লৰা দেই মোৰ মাই যি হিকাইছে আজিলৈ কে মই হেই শত পথৰ জ্ঞান লৈ হে এই কথা খাৰ কৈছোঁ । হৈ সঁচা ভাল পোৱা আশাৰ স্মৰণীয় কিন্তু মাতৃত্যৰ দিশত শুদ্ধ আৰু শত পথৰ ৰাস্তাত খোজ দিবলৈ ভাল পোৱাও শাৰী যাব ভাল পাবলৈ মা দেউতাই শিকাই প্ৰেম নামৰ চৰিত্ৰ ই নহৈ শিকাই কেৱল মাতৃ আৰু পিতৃ । বাৰু byyyy কৰবাত কওঁতে যদি ভুল হৈ মোক ক্ষমা কৰি দিব দেই আজিলৈ আহিছোঁ next episode ৰ বাবে আশা কৰিম by 🌛💌😊
@pankajdaspankajdas4895
@pankajdaspankajdas4895 14 күн бұрын
শুদ্ধকৈ লিখিবলৈ চেষ্টা কৰ মূৰ্খ।অসমীয়া লিখি দেখুৱাইছ,
@dharmendranath6232
@dharmendranath6232 14 күн бұрын
Everything is misunderstanding
@Sunu-11
@Sunu-11 14 күн бұрын
Tumi khosa koisa 😮
@BigyanJyoti
@BigyanJyoti 14 күн бұрын
@@pankajdaspankajdas4895 oh sory Mr pankaj lukok kuwar agote nijor language senged kora hy tar pasot muk koba moi mur hobdo nisoi hudho korim
@sangitahaloi48
@sangitahaloi48 14 күн бұрын
Aitu o hoi
@misingaaobhaskar5199
@misingaaobhaskar5199 14 күн бұрын
বিয়াখন নহ'ব গৈ তাৰ মানে , বৰ দুখ পালোঁ লিখা জনক।
@cbdatta7841
@cbdatta7841 14 күн бұрын
পদ্মা সকলো কথাতে আকোৰগোজ । গৰুক কোবোৱাতো আকোৰগোজ আছিল । তেতিয়াৰ পৰাই সকলো খেলিমেলি । ৪০ হেজাৰ টকা বিছাৰি ভিক্ষা কৰি ফুৰোতে সন্মান যোৱা নাছিল। এতিয়া বিৰাট সন্মান বিছাৰিছে । তেওঁ স্বাৰ্থপৰ । সেয়ে উপকাৰীক পাহৰিলে ।অধীৰথৰ পৰা প্ৰকৃত তথ্য জানিবলৈ এদিনো চেষ্টা নকৰিলে । সেয়ে তেওঁ অন্ধ হৈয়েই থাকিল ।তেওঁ আচলতে মহা অহংকাৰী । কথাবোৰ বহুত ওপৰত কয় ।অহংকাৰীৰ আত্মসন্মান নাই ।সেয়ে সন্মান বিছাৰি লাভো নাই ।
@user-gr3gy8fz8w
@user-gr3gy8fz8w 11 күн бұрын
Khosake
@rajumili3124
@rajumili3124 14 күн бұрын
Gungun r mak eman beya 😢😢 kun kun beya pai comment kora
@Tanushree46755
@Tanushree46755 14 күн бұрын
পদ্মাৰ অভিনয় 💯❤.... কন্দোৱাই দিলে পাই😢
@aamarjibonbhumika8075
@aamarjibonbhumika8075 14 күн бұрын
একো ভাল লগা নাই, কাৰণ এজনী মাকে ছোৱালী জনীক অস্ত্র হিচাবে ব্যৱহাৰ কৰি অধিৰথৰ পৰা সহায় লৈ আজি সেই জনী মাকে এদিনৰ চিনাকি লৰালৈ বিয়াৰ সিদ্ধান্ত লৈছে। অনুৰাগ! অনুৰাগ কেৱল পদ্মাৰ অনুৰাগ। সমাজত আচলতে ভাল মেচেজ দিব বুলি ভাবিচিলো কিন্তু ভেটি খালে পদ্মা জনীয়ে
@monikhakonwar.380
@monikhakonwar.380 14 күн бұрын
গুণ গুণ চিৰিয়েলখন মই বহুত ভাল পাওঁ কিন্ত মাকৰ অহংকাৰ অলপ বেচি হোৱা যেন লাগে ৷
@digantarajbongshi4148
@digantarajbongshi4148 14 күн бұрын
অধিৰথৰ আগৰ সহায়ৰ কথা পাহৰি গুণ গুণ ক আনৰ লগত বিয়া দিব খোজা মাক জনী তেল ঢালি মৰি থকাই শ্ৰেয়।
@Ridhiborgohain
@Ridhiborgohain 14 күн бұрын
Gun gun serial khnr lgt kar kar mile😥 hunkale kok dilei sbo lage☺️
@Shilpadevi-vt5jx
@Shilpadevi-vt5jx 14 күн бұрын
Mr Pura sm husa😢😢😢😢
@NityaThengal
@NityaThengal 15 күн бұрын
ৰাসলীলা খন কোনো কোনো ভাল পোৱা লাইক ❤
@dipaphukan61
@dipaphukan61 14 күн бұрын
Padma khurie gungunok black mailing korile jen lagise dei 😊
@NityaThengal
@NityaThengal 15 күн бұрын
গুণ গুণ খন কোনো কোনো ভাল পোৱা লাইক ❤
@rinjuneog5461
@rinjuneog5461 14 күн бұрын
গুণগুণে মাকৰ কথাটো গুৰুত্ব দিয়াটো ভাল বুলি অনুভৱ হৈছে কিয়নো অধিৰথক তাই মাজত পাইছে কিন্ত মাকক -------
@MainaPegu-ib2fg
@MainaPegu-ib2fg 14 күн бұрын
Like for Gungun and Adirot but dislike for Padma
@dipaphukan61
@dipaphukan61 14 күн бұрын
Excited to next episode ❣️💚❣️
@princhipriyagogai2770
@princhipriyagogai2770 14 күн бұрын
এনেকোৱা ছিৰিয়েল ৰ এইকেইটা খণ্ড দেখুৱাই সমাজত যাতে কূ প্ৰভাৱ নপৰে। এটা কূটনৈতীক চৰিত্ৰ ৰ বাবে দুটা জীৱন ধ্বংস হ'ব কি যে অদ্ভূত ছিৰিয়েল 😂😂😂😂
@soshikantakalita7776
@soshikantakalita7776 14 күн бұрын
কাইলৈ বেয়া লাগিব বহুত😢😢😢
@dipaphukan61
@dipaphukan61 14 күн бұрын
Adhirath ru Gungunor somporko 2 - Radha Krishna kahini tur dore hobo goi jen lagise oboseshot ❤
@JagadishKalita-j4g
@JagadishKalita-j4g 14 күн бұрын
Gun gun Serial Mur jaan hoi ❤❤❤
@rohanpo
@rohanpo 14 күн бұрын
Anu mur ma❤❤tmr karone sau Gungun
@user-lr7zq6il8u
@user-lr7zq6il8u 14 күн бұрын
Uff ki Kom aru 😢.. Kali le waiting 😊
@user-dt5wy1me5w
@user-dt5wy1me5w 14 күн бұрын
গুণ গুণ কথা মৰমৰ চিৰিয়েলখন চাই বহুত কথাই বুজি পালোঁ এই ধাৰাবাহিকখন চাই কোনে কি বুজি পালে লাইক এটা কৰি দিবা
@BipulKaman-cx3dd
@BipulKaman-cx3dd 14 күн бұрын
Gun gunk Kune Kune val puwa like koriba
@priyamadas7929
@priyamadas7929 14 күн бұрын
❤❤❤❤❤
@user-is6nh7bo2m
@user-is6nh7bo2m 14 күн бұрын
Hekh hle bht miss krim😢
@biswajitdas7392
@biswajitdas7392 14 күн бұрын
গুন গুনৰ বাবে এটা লাইক।
@ManakhiChutia-d6b
@ManakhiChutia-d6b 14 күн бұрын
এই মাক বোৰ যে ভালেই কৰে নে বেয়াই কৰে একো কৰি ধৰিবই নোৱাৰি 😢।
@user-bs8kk3rs8q
@user-bs8kk3rs8q 14 күн бұрын
❤❤❤mojja ❤❤😢😢😢
@Abcassamese
@Abcassamese 14 күн бұрын
আহি গল গুণগুণ 😅😅😅😅😅
@binapanirajkhowa7607
@binapanirajkhowa7607 14 күн бұрын
gungun,podma,adhiroth.👌👌👌❤❤❤
@LakhyaJyoti-d7d
@LakhyaJyoti-d7d 14 күн бұрын
Gungun kotha moromor bhout val lagisa Sai 👌👌👌
@NityaThengal
@NityaThengal 14 күн бұрын
Aji hoisa dukh lage gol 😢
@Klpna-tp6rv
@Klpna-tp6rv 14 күн бұрын
My favourite😊🤗
@user-is6nh7bo2m
@user-is6nh7bo2m 14 күн бұрын
❤❤
@RijuHazarika-hv2tt
@RijuHazarika-hv2tt 14 күн бұрын
Gun gun or makor uporot kar kar khong uthise like kora..🥲😤
@dipaphukan61
@dipaphukan61 14 күн бұрын
Waiting 💞 for 💙 today 💞 episode 💞💙💞
@Rituparnadas_Official9
@Rituparnadas_Official9 14 күн бұрын
Bohut val hoisil seirel khon sabo loi❤❤❤p❤p❤
@BirenSaikia-ds4vx
@BirenSaikia-ds4vx 14 күн бұрын
❤❤😘
@user-vu5gj2er3m
@user-vu5gj2er3m 14 күн бұрын
মোৰ বহোত পিয় আৰু নাহৰ এই দুখন ধাৰাবাহিক চাই আছো শেখলৈকে❤️❤️❤️
@DebokantaMoran
@DebokantaMoran 14 күн бұрын
Podma pagol hl nki
@RashmiBorgohain-e4j
@RashmiBorgohain-e4j 14 күн бұрын
Pdma ovinoi khub hundr hoise
@OfficialDipalipapuassam
@OfficialDipalipapuassam 14 күн бұрын
Gungun ba karone ata like kora ❤
@GitamoniDevi-iv9ur
@GitamoniDevi-iv9ur 14 күн бұрын
Gungun bai odhirthoke pabo lage tetiyahe val lagibo
@JaanmonigogoiGogoi-un8qr
@JaanmonigogoiGogoi-un8qr 14 күн бұрын
Waiting ❤❤
@tutukathar8685
@tutukathar8685 14 күн бұрын
Podmai odhirothok ata kthar karne besi beya pabo loga hl krn gun gunr sakorir ktha2 koute odhirothe guruto nedil aru sakoritur ktha dc sirk lg dhora ktha asil khei dina odhirothe nahil khei karne podmai odhirothok besi beya pabo lga hl jodi podmai odhirotok sakorir ktha koute guruto dile hoi ba gun gunr lgt dc sirk lg dhoribo gole hoi tetiya beya napale hoi sage mur mote
@Sunu-11
@Sunu-11 14 күн бұрын
Tumi khosa koisa
@sunaliborah9555
@sunaliborah9555 14 күн бұрын
Moi podmak bohut baya paisu 😢😢😢😢গুণগুণ tume odherotor hbo lagebo
@Kalpanapathak-u9h
@Kalpanapathak-u9h 14 күн бұрын
Mojja ❤❤❤
@Monikonch-mh1sw
@Monikonch-mh1sw 14 күн бұрын
Waiting for next episode❤❤❤
@villagerboy7281
@villagerboy7281 14 күн бұрын
সঁচাকৈ চিৰিয়েল বহুত বহুত ভাল লাগিছে....
@NityaThengal
@NityaThengal 14 күн бұрын
বেহাৰবাৰি খন কোনো কোনো ভাল পোৱা লাইক ❤
@RahulKonwar-xd2rx
@RahulKonwar-xd2rx 13 күн бұрын
বেহাবাৰী মই ভাল পাওঁ আৰু এতিয়া গুণ গুণ কথা মৰমৰ
@manykalita8889
@manykalita8889 14 күн бұрын
গুণ গুণ চাই ভাল লাগিল ।❤❤❤❤❤❤❤❤❤❤❤💋💋💋💋💋💋👍👍👍👍💔💔💔
@user-ph9id4qb9s
@user-ph9id4qb9s 14 күн бұрын
গুণ গুণ ❤❤❤❤❤
@mintubora5516
@mintubora5516 14 күн бұрын
Good by gungun kotha মৰমৰ like please 🙏
@rajeswarkonch592
@rajeswarkonch592 14 күн бұрын
Kune kune wait kori asa like kora😊
@anirbanchetia9874
@anirbanchetia9874 13 күн бұрын
অধিৰথতকৈ মাকৰ ত্যাগ বেছি. . . পদ্মাই যিমান কৰিছে গুণগুণৰ বাবে কৰিছে . . অধিৰথে তাৰ 1% হে কৰিছে. . নিজৰ মাকক দুখ দি ছোৱালী কাঢ়ি পলোৱাই অনাটো ভুলেই নহয়. . পাপ হয়. . . হব পাৰে সচা ভালপোৱা কিন্তু মাক-দেউতাকক কষ্ট দি কোনেও সুখী হব নোৱাৰে
@_Kashyap_art.studio_
@_Kashyap_art.studio_ 14 күн бұрын
Waiting 😴💤💤💤😴😴
@urbalasingha3549
@urbalasingha3549 14 күн бұрын
❤❤❤❤❤
@rubidas342
@rubidas342 14 күн бұрын
Waitting for next episode 🤞👍
@BinudChetiaandabhijitchetia
@BinudChetiaandabhijitchetia 14 күн бұрын
😮Gungun Ari adhirotholoi bohut bohut dhoiniybad thakil🎉❤🎉
@RUMIRAY-ge7qx
@RUMIRAY-ge7qx 14 күн бұрын
I love you gungun ba❤❤
@user-sr6el9mc1e
@user-sr6el9mc1e 14 күн бұрын
❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉
@user-ul6fj9qq8z
@user-ul6fj9qq8z 14 күн бұрын
ভাল লাগিছে 😮😊😅
@madanborah8768
@madanborah8768 14 күн бұрын
Hi
@MunmiSaikia-nn6zc
@MunmiSaikia-nn6zc 14 күн бұрын
Padma u r great actor
@user-wd4cv5ek9n
@user-wd4cv5ek9n 14 күн бұрын
Adhirathor karone kar kar dukh lagise aji like kora
@minaliofficial1843
@minaliofficial1843 14 күн бұрын
Gungun r ajir episode tu sai mur sokur pani rokhabo nuwarilu oo😢😢😢😢😢😢 emane emotional
@Monish-s2h
@Monish-s2h 14 күн бұрын
❤❤Ajir. Gungun. Sai. Bhut. Vall. Lagill❤❤❤
@swapnalisarmah7081
@swapnalisarmah7081 14 күн бұрын
Gungun jonir karone kar kar dukh lagise baru😢
@rinkubora6349
@rinkubora6349 14 күн бұрын
Nice and beautiful v.v.v.
@ChandanGogoi-qb7ew
@ChandanGogoi-qb7ew 14 күн бұрын
Bohut miss korim gun gun kotha moromok❤🎉🎉
@user-tg1hk2ig3i
@user-tg1hk2ig3i 14 күн бұрын
Roi asu saboloi
@dimpicreation4856
@dimpicreation4856 14 күн бұрын
প্ৰিয় ধাৰাবাহিক ❤
@RajumoniRajumonidas
@RajumoniRajumonidas 14 күн бұрын
প্ৰিয় ধাৰাবাহিক 💗💗💗
@bhairabsaikia836
@bhairabsaikia836 14 күн бұрын
Hiyar apahi gulap khne dhuniya hoise kune kune sai ase like koribo
@DilipSaikia-bh1st
@DilipSaikia-bh1st 14 күн бұрын
Nice gungun
@DilipSaikia-bh1st
@DilipSaikia-bh1st 13 күн бұрын
Podam
@niharikanisch8436
@niharikanisch8436 14 күн бұрын
Gungun khon bor dukh hoi house 😢😢😭😔
@dipaphukan61
@dipaphukan61 14 күн бұрын
Petlak Kunja baideu hote oboseshot khyoma kori dile goi 😊
@sunaliborah9555
@sunaliborah9555 14 күн бұрын
😢😢😢😢অধিৰথ daak kuna kuna vl puya like koreba আৰু গুণগুণ হব lagebona like kora moi besaru😢😢😢😢😢😢
@rbrahul2997
@rbrahul2997 14 күн бұрын
গুণ গুণৰ কাৰনে এটা লাইক কৰিব
@AdisutiAO
@AdisutiAO 14 күн бұрын
❤❤❤
@Ghunasuti
@Ghunasuti 14 күн бұрын
Gungun sabor karone Kune Kune roi thaka
@hiyamouvlogs6999
@hiyamouvlogs6999 14 күн бұрын
I❤❤❤
@Dipika1234-vm5ie
@Dipika1234-vm5ie 15 күн бұрын
গুণ গুণ বাৰ অধিৰথ দাদা বিয়া হবনে
@SajidAli-ou5xe
@SajidAli-ou5xe 12 күн бұрын
Gun gun xotom hole bohut beya lagi bo😢😢
@GitamoniDevi-iv9ur
@GitamoniDevi-iv9ur 14 күн бұрын
Gun gun ba aro odhirth dai bohut vl obhinoi korise sai thakute soku pani ulai goise.i love you
@user-sr6el9mc1e
@user-sr6el9mc1e 14 күн бұрын
😊😊😊😊
@momimedhi8183
@momimedhi8183 14 күн бұрын
Emn vl lagil...bht dux o lagil😢
@NishitaRishita
@NishitaRishita 14 күн бұрын
Good night🌃🌃❤😢
@AssamMadhavgamer
@AssamMadhavgamer 14 күн бұрын
Nice😘❤
@DipamoniGuwala
@DipamoniGuwala 14 күн бұрын
Good night gays
@moinabakti2707
@moinabakti2707 14 күн бұрын
Nice 👍
@dream_travel143
@dream_travel143 14 күн бұрын
Waiting for new episode 😢
@tutumonisaikia3432
@tutumonisaikia3432 14 күн бұрын
Gungun❤❤💯💯💯💯
@VKcreations1841
@VKcreations1841 14 күн бұрын
Like for boys adhiroth
@KalyandeepSaikia150-ys2vh
@KalyandeepSaikia150-ys2vh 14 күн бұрын
Waiting🎉❤❤
100❤️
00:19
MY💝No War🤝
Рет қаралды 23 МЛН
路飞被小孩吓到了#海贼王#路飞
00:41
路飞与唐舞桐
Рет қаралды 79 МЛН
Rashlila || EP- 20 || 23-07-2024 ||
21:52
Rengoni TV
Рет қаралды 230 М.
ঘৰৰ কাম | Assamese comedy video | Assamese funny video
7:03
Rashlila || EP- 19 || 22-07-2024 ||
21:51
Rengoni TV
Рет қаралды 285 М.
Собака не хотела чтобы так вышло...❤️
0:24