Рет қаралды 36,118
গুৱাহাটী ‘মিয়া চিটী’ হ’ব নেকি? মহানগৰীৰ মাজমজিয়াত ‘মিয়াজান নগৰ’ক লৈ উত্তেজনা! প্ৰশাসনে JCBৰে ভাঙিলে ‘মিয়াজান নগৰ’ নিৰ্দেশিত নামফলক৷ মেয়ৰ মৃগেণ শৰণীয়াৰ মতে- পৌৰ নিগমৰ অনুমতি নোলোৱাকৈ লগাইছে ‘মিয়াজান নগৰ’ৰ ফলক৷ ৰাইজৰ মতে- গুৱাহাটী পৌৰ নিগমে লগাইছে এই ফলক৷ কিন্তু ‘মিয়াজান নগৰ’ৰ আচল কাহিনী কি? কোনে কেতিয়া লগাইছিল ফলকখন?
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews