গুৰু জনাৰ বাদ্য যন্ত্ৰবোৰ অপভংশ কৰিছোঁ কিয় ? নিতুমনি শইকীয়া | Nitumoni Saikia | কমলপুৰ

  Рет қаралды 84,867

Kalindee Bhomora

Kalindee Bhomora

Күн бұрын

Пікірлер: 206
@MalinaDas-kc1kz
@MalinaDas-kc1kz Ай бұрын
বহুত ভাল লাগিছে ভাষন শুনি।আজি কালি সত্ৰ বা নামঘৰত থাকি ধৰ্মীয় শিক্ষা বা নৃত্য আদিৰ কোনো মূল্য আজিৰ সমাজে নিদিয়ে ভাল ইংৰাজী স্কুলত বা ভাল ভাঙৰ কলেজৰ পৰা শিক্ষা লাভ কৰা জনৰ হে এই সমাজত বহুত মূল্য।কাৰন বুজি পালো বৰ্ত্তমান মানুহৰ ভাৱধাৰা ধৰ্মীয় শিক্ষাতকৈ উচ্চশিক্ষাৰ প্ৰয়োজন বেছি।সৌ সিদিনা বৰপেটাৰ মানুহৰ পৰা বুজাগল।একেবাৰে সৰুৰে পৰা সত্ৰত থাকি গোতেই জীৱন সত্ৰৰ নামতে ত্যাগ দিলে কিন্তু বৰপেটাৰ ৰাইজে বুজাই দিলে যে ধৰ্মীয় শিক্ষা থাকিলেও নহব উচ্চশিক্ষা থাকিলেহে সত্ৰাধিকাৰ হব পাৰে।
@monikanchangogoi628
@monikanchangogoi628 24 күн бұрын
❤❤❤
@hemaprabhasaikia5321
@hemaprabhasaikia5321 2 ай бұрын
সুন্দৰ অতি সুন্দৰ বক্তব্য ৰাখিছে ।
@kalindeebhomora6395
@kalindeebhomora6395 2 ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@bhabendrakalita9079
@bhabendrakalita9079 Ай бұрын
সুন্দৰ আৰু সছাঁ কথা । ভাল লাগিল🙏🙏
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@dipankarbora723
@dipankarbora723 Ай бұрын
100 percent right 👍👍👍👍
@khagenburagohain2357
@khagenburagohain2357 2 ай бұрын
ইমান সুন্দৰ ভাষণ, মোৰ শুনি বৰ ভাল লাগিল। নিতুমনি শইকীয়া দেৱ লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।🙏
@nibaditahazarika9741
@nibaditahazarika9741 Ай бұрын
Bhout val lagisa
@BakuliSaikia-ti2mg
@BakuliSaikia-ti2mg Ай бұрын
ভাওনাৰ বিষয় টু বৰ। ভাল লাগিল নিতৃদা ।
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@PurnimaDas-hk5pl
@PurnimaDas-hk5pl Ай бұрын
Bhut val kotha koise sir dhanyabad
@PrasantaHazarika-e4h
@PrasantaHazarika-e4h Ай бұрын
Nice Netomoni da
@amulyasaikia6821
@amulyasaikia6821 Ай бұрын
বহুত ভাল কথা ক'লে নিতুদা, ধন্যবাদ থাকিল ।
@AtulKalita-r8r
@AtulKalita-r8r Ай бұрын
অতি সুন্দৰ মন্তব্য। কৃষ্ণ কৃষ্ণ
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@hiranyadas3255
@hiranyadas3255 Ай бұрын
অতি সুন্দৰ প্ৰদৰ্শন সঁচা কথা কথা কৈছ জয় শ্ৰী ৰাম কৃষ্ণ হৰি বিষ্ণু নাৰায়ণ হৰি 😊👌👍🙏
@manoj-k5o
@manoj-k5o Ай бұрын
Mur monor kothabur koise bap,,xundor🙏🙏🙏
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@deepalideka718
@deepalideka718 Ай бұрын
সত্য কথা কোৱাৰ বাবে ধন্যবাদ।
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@mukutborah4081
@mukutborah4081 Ай бұрын
সুন্দৰ,সচাঁ কথা কৈছে। ভাল লাগিল🙏
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@BakuliSaikia-ti2mg
@BakuliSaikia-ti2mg Ай бұрын
আপোনাৰ কথা হচাই ভাল লাগিল ।নিতূমণী শুনি থাকিব মণ যায় ।
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@mamonidevi617
@mamonidevi617 Ай бұрын
Bahut dhunia kotha koi che bhal lagil
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@smgogoi1347
@smgogoi1347 Ай бұрын
জয় গুৰু শঙ্কৰ । ভাল লাগিল ।
@SumiBaishya-g6q
@SumiBaishya-g6q Ай бұрын
❤nitumoni dewak bohut bhal lage❤❤❤❤❤
@jotinkopohua5266
@jotinkopohua5266 Ай бұрын
Dhynyo bapjon ajir homajkhonot anakoi bujoni dia babe aru ajir manob akou ghuri sao akhir dokhokor homaj khonoloi dhonyabad
@padmeshwardeka7740
@padmeshwardeka7740 Ай бұрын
বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ শইকীয়া ডাঙৰীয়া।। ‌মূকলি ভাৱে সকলো সঁচা কথা প্ৰকাশ কৰা বাবে আপোনাৰ সৎ সাহসী মনক সহস্ৰ প্ৰণাম।।
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@Bhaskarking-x7e
@Bhaskarking-x7e Ай бұрын
সুন্দৰ আৰু সঁচা কথা❤❤❤। ভাল লাগিল ❤❤❤
@manjyotibollywoodmovies69
@manjyotibollywoodmovies69 Ай бұрын
বহু ভাল লাগিল জয শ্ৰী ৰাম জয শ্ৰী ৰাম জয শ্ৰী ৰাম জয শ্ৰী কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
@harensaikia204
@harensaikia204 Ай бұрын
Excellent.bahut Val lagil apunar kotha khini huni.thank you so much nitu da
@SwarnaDuarah
@SwarnaDuarah Ай бұрын
Bahut hundar bhakhan dise dhanyabad .
@dilipmili1839
@dilipmili1839 Ай бұрын
ধন্যবাদ নিতুমনি দা |
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@balindeka5645
@balindeka5645 2 ай бұрын
Aponar kathA suni. Bhal lagil
@winsblacker2366
@winsblacker2366 29 күн бұрын
Moja koise
@simantamedhi4853
@simantamedhi4853 Ай бұрын
Bohut bohut val lagil Dada
@RuprekhaBorah-ql9oh
@RuprekhaBorah-ql9oh Ай бұрын
সুন্দৰ অতি সুন্দৰ, বক্তা জনলৈ বহু ধন্যবাদ।
@pallabikagohain5720
@pallabikagohain5720 2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🌹🙏🙏🙏
@rsd236
@rsd236 Ай бұрын
সচা কথা কৈছে ।
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Ай бұрын
১০০% সচা কথা কৈছে। অসমীয়া সাহিত্য সঙ্কৃতিৰ অপভ্ৰংশ অথবা অৱক্ষয় কাৰণ বিশ্লেষণ আগবঢ়াইছে। তেওঁ যুক্তি পূৰ্ণ ভাৱে অতি সৰল ভাৱে ব্যাখ্যা আগবঢ়াইছে। তেওঁ লৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো।
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@horinamoramiyarokh3890
@horinamoramiyarokh3890 Ай бұрын
একদম সত্য কথা,,,এইবিলাক বন্ধ হব লাগে।।।গুৰু বাদ্য অকল গুৰু আসনৰ ওচৰত প্ৰকাশ হব লাগে।।এক শৰণৰ মাজত থাকিব লাগে।।
@dipankarbora723
@dipankarbora723 Ай бұрын
Joy Sri Guru Sankar dev 🙏 ❤️ ❤️ ❤️ 🙏 🙏 Krishna Krishna Krishna Krishna Krishna Krishna 🙏🙏❤️🙏🙏❤️🙏🙏❤️🙏🙏❤️🙏🙏❤️🙏🙏
@GhanakantoDuwarah-ur1xj
@GhanakantoDuwarah-ur1xj Ай бұрын
বৰ ভাল লাগিল নিতুমনি দা
@tapanchoudhury2854
@tapanchoudhury2854 Ай бұрын
ৰাম কৃষ্ণ হৰি সেৱা nitu দা বহুত ভাল প্ৰাসংগিকতা মূল্যবান ভাষণ ৰাখিলে
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@keshabbora7742
@keshabbora7742 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ সকল কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@abhigyanborahanuhazarika167
@abhigyanborahanuhazarika167 2 ай бұрын
Krishana 🙏🙏🙏🙏🙏🙏🙏
@SonaBorah-ul4pt
@SonaBorah-ul4pt Ай бұрын
নিৰ্ভিক ভাষণ ভাল লাগিল
@KalpanaKalita-r7s
@KalpanaKalita-r7s Ай бұрын
Valei lagise dei sir
@DhatriMedhi-yp8rq
@DhatriMedhi-yp8rq 2 ай бұрын
সুন্দৰ বক্তৃতা শুনি ভাল লাগিল
@prativadas4274
@prativadas4274 Ай бұрын
ভাল কথা কৈছে এনেকৈ কৈ যাওক
@subhashsut2215
@subhashsut2215 Ай бұрын
কমলপুৰ বাসিলৈ শুভেচ্ছা ‌ও আশীৰ্বাদ থাকিল।
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ মাধৱ ♥️🙏
@MomeMone-b1o
@MomeMone-b1o Ай бұрын
Bohut hundor kotha koise apuni mohan
@robinborah5848
@robinborah5848 Ай бұрын
Sundar bhaykha natu dada Sundar ligalil bhut bhut dhanybad namaskar❤❤
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@junmonisaikia6973
@junmonisaikia6973 Ай бұрын
বৰ সুন্দৰ লাগিল ভাষন শুনি,🎉
@pradipdeka4732
@pradipdeka4732 Ай бұрын
bahut val lagise xuni.
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@AkashSaikia-re5jq
@AkashSaikia-re5jq Ай бұрын
🙏🙏👍👍
@gobindadeka627
@gobindadeka627 Ай бұрын
সচাই ‌; তেতিয়া হে সাৰ্থক হ'ব ।
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@Rodalibasumatary
@Rodalibasumatary 2 ай бұрын
কৃষ্ণ কৃষ্ণ,।।🙏
@kalindeebhomora6395
@kalindeebhomora6395 2 ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@junmonisaikia7223
@junmonisaikia7223 Ай бұрын
অতি সুন্দৰ কথা আৰু সঁচা কথা কৈছে
@diptirajkhowa5484
@diptirajkhowa5484 Ай бұрын
Monar kotha bor kowa babe val lagil thanks you nitumoni 20:39
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@ranukalita1790
@ranukalita1790 Ай бұрын
ধন্যবাদ আপোনাক। আপোনাৰ কথাবিলাক মোৰ কিন্ত ভাল লাগে। এইকাৰণেই আপুনি সচা কথা ক্য়।❤🙏🙏🙏🙏🙏🙏
@khiteswarsaikia1520
@khiteswarsaikia1520 Ай бұрын
মই স্বাগতম জনাইছো।সময়পযোগি ভাষন।
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@bipinbora7052
@bipinbora7052 Ай бұрын
আপোনাক শতকোতি সেয়া জনালো
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@rekhagogoi322
@rekhagogoi322 Ай бұрын
Krishna 🙏🙏.
@sumitradeka3599
@sumitradeka3599 Ай бұрын
KRISHNA 🙏🙏🙏🙏🙏🙏🙏🙏
@bipulsaikia4260
@bipulsaikia4260 2 ай бұрын
শুদ্ধ ❤ তোমাৰ কথাত এক একমত
@bhabensaikia5028
@bhabensaikia5028 Ай бұрын
সকলো নামঘৰীয়া অধাৰ্মীক নহয় ৷ সমাজত বহুত সৎ নামঘৰীয়া আছে ৷ সমাজত বহুত সৎ মানুহ আছে ৷ সকলো মানুহ বেয়া নহয় ৷
@JunmoniDutta-ys8cv
@JunmoniDutta-ys8cv Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏
@ChampaBharali-w3y
@ChampaBharali-w3y Ай бұрын
Bohut sundar kotha kole
@prabhatbania3544
@prabhatbania3544 Ай бұрын
right
@balindeka5645
@balindeka5645 2 ай бұрын
Bhriya lagil
@JugenDas-n3d
@JugenDas-n3d Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@ajitkumarphukan9736
@ajitkumarphukan9736 2 ай бұрын
নাৰায়ন পোৰ বাখিক বহুত বহুত শলাগ জনাইছোঁ সমস্ত জনলৈ সেৱা জনালোঁ কৃষ্ণ 🙏
@kalindeebhomora6395
@kalindeebhomora6395 2 ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@udishPegu-d4f
@udishPegu-d4f Ай бұрын
Krishna
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@HimanshuSaikia-ue1xc
@HimanshuSaikia-ue1xc Ай бұрын
Kotha khini xuni val lagil dada
@jugalbaruah6541
@jugalbaruah6541 2 ай бұрын
Jai Guru SANKARA sarbo gunakara. Mahapurus joner sristibur abaru ulekh nokori udyukta sokolok somalusonahe korile.
@padmasaikia9093
@padmasaikia9093 Ай бұрын
😊😊😊😊😊❤❤
@taramaitarmai6964
@taramaitarmai6964 Ай бұрын
সত্য কথা গুৰু বাদ্য অকল গুৰু আসন বজাৱ লাগে ডাঙৰ মানুহ আহিব বুলি গায়ন বায়ন বজায় আনিব নালাগে
@JituManiMalakar
@JituManiMalakar Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@rulirekhabhuyan3768
@rulirekhabhuyan3768 Ай бұрын
জয় জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ
@pranjalbharali2560
@pranjalbharali2560 Ай бұрын
Krishna krishna 🙏🙏🙏🙏🙏
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@raininath8023
@raininath8023 Ай бұрын
বৰ্তমানৰ প্ৰাসংগিকতাত অতি সুন্দৰ উপস্থাপন।।
@sabitriboruah4411
@sabitriboruah4411 Ай бұрын
🙏
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@niruboruah4232
@niruboruah4232 Ай бұрын
Rightrightrightrightkotha🙏🙏🙏🙏bap
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@HirenKalita-z1v
@HirenKalita-z1v Ай бұрын
Very good
@RitagogoiHazarika
@RitagogoiHazarika Ай бұрын
❤❤❤❤
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@paruldutta5898
@paruldutta5898 Ай бұрын
Krishna krishna krishna
@satyajitgogoi5831
@satyajitgogoi5831 Ай бұрын
Krishna.. Krishna.... Krishna....xotkuti prona....apunar ai vaxon
@subhashsut2215
@subhashsut2215 Ай бұрын
সছা‌ কথা কৈছে নিতুমনি‌ ডাঙৰীয়া‌ দেৱ‌‌।মই আজি বহুত সুখি । ধন্যবাদ ‌ও আশীৰ্বাদ থাকিল।আমি সৰু মানুহ কথা কবলৈ আছিল কিন্তু ---.মোৰ উপাধি সুধিলে অসমীয়া মানুহে মোক‌ সূত‌ কি‌ মানুহ‌ প্ৰশ্ন কৰে ।
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@CheniramHazarika-ib4dr
@CheniramHazarika-ib4dr Ай бұрын
ভাষন ভাগ শুনি বৰ সন্তোষ পালো। কৃষ্ণ, কৃষ্ণ,।সেৱা আগ বঢ়াইছো।
@rupalineog342
@rupalineog342 Ай бұрын
কৃষ্ণ
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@BirenHaloi-u5y
@BirenHaloi-u5y Ай бұрын
Sundar Barta
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@lakhipatar6362
@lakhipatar6362 Ай бұрын
ধন্যবাদ জনালোঁ কথাখিনি কোৱা বাৱে৷
@nakulbanikya6653
@nakulbanikya6653 Ай бұрын
Politics and religeon smash......
@Eva-vq9td
@Eva-vq9td 2 ай бұрын
Bap jon , apuni somajoloi bohut janiblogia kotha kole.somaj khone Jen ai kothat...mon..die .moi take kamona korisu.somaj valei amar val.somajot akota huwatu pahori goise.manobiotatu naikia hoi hoise.mur vab hoise ami sokolu jagi uthibor hol. Ceneltik koisu Ane dhornor bakhya somuh di thake jen.
@nabindutta7565
@nabindutta7565 Ай бұрын
God bless you netu moni .
@tarunchandrabaruah485
@tarunchandrabaruah485 Ай бұрын
31:49
@dakhamigogoi1955
@dakhamigogoi1955 Ай бұрын
P​@@nabindutta7565
@dakhamigogoi1955
@dakhamigogoi1955 Ай бұрын
😊
@praneswarbarman8917
@praneswarbarman8917 Ай бұрын
Thanks
@AijaniBoruah
@AijaniBoruah Ай бұрын
বাপজনে সঠিক সময়ত সঠিক কথাই কৈছে।
@phanidharthakuria588
@phanidharthakuria588 Ай бұрын
ভাল নালাগিল
@ChampaBharali-w3y
@ChampaBharali-w3y Ай бұрын
Right
@RashmiNeog-nv2zc
@RashmiNeog-nv2zc Ай бұрын
❤❤❤🙏🙏🙏
@ramcharandeka9143
@ramcharandeka9143 Ай бұрын
Krishna Krishna KRISHNA.
@chitrakumarhazarika6622
@chitrakumarhazarika6622 Ай бұрын
নিতুমনি শইকীয়াদেৱে বহুত ভাল কথা কৈছে। মতলবী এচাম মানুহৰ বাবেই ধৰ্ম সংস্কৃতি সাহিত্য ৰাজনীতি সকলোতে আজি গড়াখহনীয়া আৰম্ভ হৈছে। ইয়াৰ পৰিত্ৰাণ সম্ভৱনে___চিন্তাত এতিয়া বিৰাট ডাঙৰ প্ৰশ্নবোধক চিহ্ন।
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@KalpanaDas-o2r
@KalpanaDas-o2r Ай бұрын
Good
@PrabinBordoloi-n9u
@PrabinBordoloi-n9u Ай бұрын
শ ইকীয়াৰ কথাখিনি শতকৰা৯৫ ভাগেই গুৰুত্বপূৰ্ণ, কিন্তু ,মোৰ ভাৱেৰে এজনক খালত পেলাই আনজনক বামত তুলি ধৰিব লাগিছিল,।কাৰণ সকলোৱে তেনেকুৱা নহৱ ওটো পাৰে।কাৰণ একনিষ্ঠ ভাৱে সেৱা কৰা লোকো আছে। এয়া আমি উপদেশ দিছো বুলি আপোনি কিঞ্চিৎ মানো নেভাৱিব,কাৰণ কথাখিনি আমি আপোনাৰ লগত মিলাই লৈছো,কাৰণ চাউলো সিজক মিতিৰো ৰক্ষা পৰক। কৃষ্ণ, কৃষ্ণ, কৃষ্ণ 😊😊😊
@kabindrabarman4685
@kabindrabarman4685 Ай бұрын
Fine
@IndraKantaLaskar-g1c
@IndraKantaLaskar-g1c Ай бұрын
মা ধ বে বো লোন্ত শ্ৰুতি স্মৃতি মোৰ আজ্ঞা বাণী জানা নিষ্ঠি।আঁক উলঙ্ংঘিয়া প্ৰ ব ত্ত্যই যিটো জন সিটো ভৈলা মোৰ আজ্ঞা ছেডি।। মোৰ ভক্ত হ নতু বৈষ্ণৱ সিটো নুহ য়।।শইকীয়া দিবলৈ অভিনন্দন হৃদয়ৰ পৰা জনালোঁ।।আজিৰ সমাজত লোং তাই ভক্তই নামঘৰ মন্দিৰ নামত প্ৰদান কৰা টকা খোৱা ডকাইত বোৰ বিদ্যমান।।মন্দিৰ নামত উঠা দ্ৰব্য টকা আত্ম সাত বেবাজী বেশ বা চেলেং গামোচা ব্যৱহাৰ কৰি ভণ্ড লোক প্ৰতি অঞ্চল বিশেষত বিদ্যমান।।সমাজৰ টকা মদ মাংস পাৰ্টি ও অসমত নোহোৱা নহয়।।পাছ শ বছৰ আঁগতযিখন শংকৰ মাধৱ দামোদৰ গুৰুৰ আদৰ্শ একখন মাত্ৰ সমাজ আজি কিছুমান বিভাজিত শক্তি উত্তৰণ হোৱা যেন অনুমান।।জন্ম ৰ পৰা লৰালি পৰা একত্ৰিত সমাজ খন কা ৰুবাৰ পৰোঁ চনা ত পৰি যেন আমু কৰ প্ৰসাদ নাখাবা আদি সমজত জী ঘিনা সৃষ্টিকৰ্তা বিলাক সমাজৰ কৃতা নু ৰ উদ্ভৱ হল।।কোনো গুৰুৱে কৃষ্ণ উপসনা বাদে একো ভূত প্ৰেতক পূজা শ ৰণ ভজন নিদিয়ে।। নিজকে গুৰু জাহিৰ কৰি কলৈ নিজে সমাজ অত্তি স্পৰ্শ কাত ৰ কৰি এখন বিভাজিত সমাজ? ৰত্নাৱলিত খো দিত ভেদ দুৰ ভৈ লে কৰে নিষ কাম ভক্তি।।ভাদ মাহত ভাগ ভাগ হৈ দিন ভগোৱা কেইটা বৈষ্ণৱ নহয় খা টাং।। আঠাই শ হাজাৰ বেদত পাৰ্গত ঋষি স কলে নিৰ্জন ঠাইত নইমিসাৰ ন্যত শুনিছিল ওঠৰ পূৰাণ।।মাইক ত চিঞৰি।গলা ঘূৰাই সমাজ ত বিষ বাস্প বিয়পুৱাটো বিদ্যমান।।নুসুনাবা বুলি লিখা পদ দম্ভী আদিক সুনাব মনা কৰা কিয় শুনাই।।আধুনিকতাৰ ধৰ্ম খুমীয়াত সমাজ ক নীতি ৰ বিধিক জলঞ্জলি।।কৃষ্ণ এৰীলত ইটো ভূমণ্ডল।অধ্বৰ্মে যোৰিলা ৰাজ।শ্ৰী ধৰ্ম ধ্ৰিতি শৌচ সৈত্য নীতি কৃষ্ণৰ।লগতে গৈ ল।।মহন্তৰ মহা মিলীল বিষাদ।দুর্জ্জনে কৰে উল্লা স।।জটায়ু পক্ষী যে নাৰীৰ সতী ত্ব ৰক্ষাৰ বাবে প্ৰাণ উচৰ্গা।।আৰু আমাৰ প্ৰজন্ম ক কোনে শিক্ষা দিব? শইকীয়া দেৱক লগ পোৱাৰ মানস থাকিল ও দিৰ্ঘায়ো কামনা।।ইন্দ্ৰ কান্ত লস্কৰে।বাখ্যা চাৰ্য্য অসম বৈদিক মহা সভা ও অসম সত্ৰ মহা সভা।।নমস্কাৰ গুৰু বৈষ্ণৱ সমস্ত প্ৰন্মম।।
@nabanitaneog9625
@nabanitaneog9625 Ай бұрын
Excellent🙏🙏…. গাঁওখনৰ পৰিবেশৰ লগত মিলি গৈছে … সঠিক স্থানত সঠিক বক্তৃতা 😊
@nirupamadas2038
@nirupamadas2038 Ай бұрын
সঁচা শুদ্ধ।
@kalindeebhomora6395
@kalindeebhomora6395 Ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
Beat Ronaldo, Win $1,000,000
22:45
MrBeast
Рет қаралды 149 МЛН
Мясо вегана? 🧐 @Whatthefshow
01:01
История одного вокалиста
Рет қаралды 7 МЛН
小丑女COCO的审判。#天使 #小丑 #超人不会飞
00:53
超人不会飞
Рет қаралды 12 МЛН
So Cute 🥰 who is better?
00:15
dednahype
Рет қаралды 18 МЛН
নাৰী ধৰ্ষণৰ বলি কিয় হয় @জ্যোতিময়Jyotimoy
56:19
Beat Ronaldo, Win $1,000,000
22:45
MrBeast
Рет қаралды 149 МЛН