গুৰুজনাই কেনেদৰে সমন্বয়ৰ সেঁতু বান্ধিছিল।।সন্তানৰ প্ৰতি মাক-দেউতাকৰ কৰ্তব্য

  Рет қаралды 572

ৰসময়ী(Rasamayi)

ৰসময়ী(Rasamayi)

Ай бұрын

গুৰুজনাই কেনেদৰে সমন্বয়ৰ সেঁতু বান্ধিছিল।।সন্তানৰ প্ৰতি মাক-দেউতাকৰ কৰ্তব্য ‎@pallabchutia3512
Copyright Notice :- Please do not copy this video or you will be given a copyright strike
অনুগ্ৰহ কৰি এই ভিডিঅ'টো কপি নকৰিব নহ'লে কপিৰাইট ষ্ট্ৰাইক দিয়া হব।
#অসমীয়া_ভাগৱত_পাঠ
#অসমীয়াভাওনাসংস্কৃতি
#bhagwat path
#love
#vlog
#vlogger
#vauna
#কৃষ্ণ হৰি ৰাম নাম
#jagat bania
#viralvideo
#views
#pallab chutia

Пікірлер: 19
@keshabbora7742
@keshabbora7742 Ай бұрын
কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@pallabchutia3512
@pallabchutia3512 Ай бұрын
কৃষ্ণ কৃষ্ণ
@anibchutia4418
@anibchutia4418 Ай бұрын
কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ ব্যাখ্যা বহুত ভাল লাগিল সুমধুৰ হৰি কথাখিনি শুনি , সভক্তিৰে সেৱা জনাইছোঁ...
@pallabchutia3512
@pallabchutia3512 Ай бұрын
Krishna Krishna 🙏 🙏
@pallabikagohain5720
@pallabikagohain5720 Ай бұрын
কৃষ্ণ বাপ জনা জয় গুৰু শংকৰ মাধৱ ৰাম l জানি আমাৰ পৰম গুৰু শংকৰ চৰণত কৰোঁ কৌটি কৌটি প্ৰণাম 🙏🙏🙏
@pallabchutia3512
@pallabchutia3512 Ай бұрын
কৃষ্ণ কৃষ্ণ
@pallabikagohain5720
@pallabikagohain5720 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🌹🌹🙏🙏🙏🙏
@pallabchutia3512
@pallabchutia3512 Ай бұрын
কৃষ্ণ কৃষ্ণ
@nabanitagogoi9386
@nabanitagogoi9386 Ай бұрын
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ 🙏🙏
@pallabchutia3512
@pallabchutia3512 Ай бұрын
কৃষ্ণ কৃষ্ণ
@ritakalita6066
@ritakalita6066 Ай бұрын
কৃষ্ণ 🙏
@pallabchutia3512
@pallabchutia3512 Ай бұрын
কৃষ্ণ 🙏
@gitalineog930
@gitalineog930 Ай бұрын
Krishna 🙏🙏
@pallabchutia3512
@pallabchutia3512 Ай бұрын
কৃষ্ণ কৃষ্ণ
@asomiaasom6008
@asomiaasom6008 4 күн бұрын
গুৰু শংকৰ মাধৱে লোকৰ মাজত যিমান সমন্বয় গঢ়িছিল তাতকৈ বেছিকৈ বিষ্ণু অৱতাৰ মহাপুৰুষ গুৰু দেৱ দামোদৰদেৱে সমন্বয় গঢ়িছিল ।শংকৰদেৱে মহিলাক ব্ৰাহ্মণক ৰজাক শৰণ দিয়া নাছিল কিন্তু গুৰু দেৱ দামোদৰদেৱে ব্ৰাহ্মণ মহিলা ৰজা উচ্চ নীচ জাতি অন্তজাতি সকলোকে শৰণ দি সাঙুৰি লৈছিল ।গুৰু শংকৰদেৱে বেদক এলাগী কৰি বেদকৰ্ম ভক্তি ধৰ্ম দেৱ দেৱীৰ নিন্দুক ঘোৰ বিৰোধী আছিল তাৰ বিপৰীতে গুৰু দেৱ দামোদৰদেৱ গুৰী হৰিদেৱ বেদক আশ্ৰয় কৰি গীতা ভাগৱতক সাৰ কৰি কঠোৰ নহে নৰম সহনশীল উদাৰ নিৰপেক্ষ আছিল কাৰণে গুৰু দেৱ দামোদৰদেৱে ৬০%তকৈ বেছি লোকক শৰণ দীক্ষা ভজন দিছিল জনগণেও আদৰা লৈছিল ।গুৰু হৰিদেৱে আশ্ৰম পাতি ধৰ্মপ্ৰচাৰ কৰিছিল আৰু বেছি প্ৰচাৰত গুৰুত্ব নিদিয়া বাবে গুৰু হৰিদেৱৰ শিষ্যৰ কম ১২%মান আছিল আৰু শংকৰদেৱে নাৰীক ব্ৰাহ্মণক ৰজাক শৰণ নিদিয়া বাবে বেদবিৰোধী তীৰ্ব দেৱদেৱী বিৰোধী কঠোৰ আছিল কাৰণে শিষ্য সংখ্যা কম ২০% মান আছিল এয়া তিনিওজনা গুৰুৰ কেবাখনো গুৰুচৰিত পুথিৰ তথ্য ।অসমত বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰবৰ্তক প্ৰচাৰক গুৰু দেৱ দামোদৰদেৱ অসমৰ আটাইতকৈ সফল জনসমৰ্থিত জনসমাদৃত ধৰ্ম গুৰু ।অসমত সত্ৰানুস্থান সত্ৰসংস্কৃতিৰে চাৰিওদিশে সত্ৰ পাতি সকলো জাতিৰ সকলো স্তৰৰ ৬০%তকৈ অধিক লোকক শৰণ ভজন দীক্ষা দি বৈদিক সননাতন ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল ।
@pallabchutia3512
@pallabchutia3512 4 күн бұрын
আটাইকেইজন গুৰুৱে আমাৰ শ্ৰদ্ধাৰ...অসমীয়া জাতিক শক্তিশালী কৰাত আটাইকেইজন গুৰুৰে অৱদান আছে কিন্ত শংকৰ-মাধৱে দি যোৱা অৱদান সমূহ একক আৰু অনন্য।
@asomiaasom6008
@asomiaasom6008 4 күн бұрын
@@pallabchutia3512 আটাইকেইজন গুৰুৰে অবদান অতুলনীয় ।কোনো অবদান একক অনন্য নহয়।একাংশ শংকৰী লোকে এককভাবে গুৰু শংকৰ মাধৱক শ্ৰেষ্ঠ প্ৰাধান্য দি আন গুৰু হৰিদেৱ দেৱ দামোদৰদেৱ ভট্টদেৱ গোপালমিশ্ৰ গোবিন্দমিশ্ৰ বংশীগোপালদেৱ আদি গুৰু সন্ত মহন্ত সকলোৰ অবদান স্বীকাৰ নকৰে অস্তিত্বহীন কৰি আহিছে ।নিৰপেক্ষ নিঃস্বাৰ্থ শ্ৰেষ্ঠ।
@rishax.o6561
@rishax.o6561 Ай бұрын
কৃষ্ণ🙏
@pallabchutia3512
@pallabchutia3512 Ай бұрын
Krishna 🙏
НЫСАНА КОНЦЕРТ 2024
2:26:34
Нысана театры
Рет қаралды 1,2 МЛН
ЧУТЬ НЕ УТОНУЛ #shorts
00:27
Паша Осадчий
Рет қаралды 10 МЛН
Alex hid in the closet #shorts
00:14
Mihdens
Рет қаралды 15 МЛН
НЫСАНА КОНЦЕРТ 2024
2:26:34
Нысана театры
Рет қаралды 1,2 МЛН