KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
জাগুনত পুনৰ ব্যৱসায়ীক অপহৰণৰ ঘটনা
5:50
জাগুনৰ নমাইলত পুনৰ আলফা(স্বাঃ)ৰ চাঞ্চল্যকৰ অপহৰণ
17:32
Что будет если украсть в магазине шоколадку 🍫
00:39
1% vs 100% #beatbox #tiktok
01:10
BAYGUYSTAN | 1 СЕРИЯ | bayGUYS
36:55
Chain Game Strong ⛓️
00:21
Guwahati 'Gunda' Tax: মহানগৰীৰ এটা অঞ্চলত গুণ্ডাৰূপী যুৱকৰ সন্ত্ৰাস
Рет қаралды 157,123
Facebook
Twitter
Жүктеу
1
Жазылу 445 М.
ND24
Күн бұрын
Пікірлер
@RabinJun
Жыл бұрын
কোন নো সেইটো। জীয়াই থাকিবলে মন নাইকীয়া হল চাগে তাৰ।
@jitubarman6162
Жыл бұрын
মুকলিকৈ মিঞাক সুবিধা দিবলৈ ওলাোৱা এইসকলক জেলত ভৰাব পাৰিবনে ?
@pravakarpegu9079
Жыл бұрын
এইবোৰ গুনদাবোৰক Direct encounterকৰিব লাগে ৰাইজে শান্তি পাব😅😅😅😅😅😅😅😅
@bkp9774
Жыл бұрын
মাংস কটা দা খন কামত লগাব লাগে। দুটা মানৰ মাথা পেলাই দিয়া , সব ঠাণ্ডা হৈ যাব।
@rajuhandique574
Жыл бұрын
Right👍
@BulbulH-uq1jf
7 ай бұрын
😅😅😅
@Axe85
7 ай бұрын
Thike koise jodio beya huni
@SamirmajumdarKajal-ju2zr
7 ай бұрын
Right Advice
@air33-ias53
6 ай бұрын
Aru jail.r pora Tumi uliaba ni baba?
@samudrahazarika110
7 ай бұрын
অসমীয়াএ অসমীয়াৰ শত্ৰু হল এতিয়া। বাহ মোৰ ককাই ভাই হত। I'm proud of you 😢😢😢😢😢😢
@bbsgaming5156
3 ай бұрын
হয় অসমীয়া হে অসমীয়াৰ শত্ৰু ৷মই এখন ট্ৰেভেলাৰ লৈ নচলোৱাকৈ বিক্ৰী কৰি দিলো নিজৰ মানুহৰে বহুত বেয়া ব্যৱহাৰ
@assam2006
Жыл бұрын
গুণ্ডামী দেখোৱা কেইটাক চিনাক্ত কৰি থলেই হল। অকলে পালে কুকুৰ পিটন দিব লাগে।
@chandanphukan8318
Жыл бұрын
যদি দম আছে ফেন্সী বজাৰত অসমীয়াক সংস্হাপিত কৰা । অসমীয়া হৈ অসমীয়াক অত্যাচাৰ কৰাটোৰ এটা ৰাজনৈতিক অঙ্কও থাকিব পাৰে ৷
@DebaruMunda-o1p
7 ай бұрын
Sob miya hek kori dile 😢
@praneswargoswami8208
3 ай бұрын
গুন্ডাৰ নাম মামাক দে। যদি একো নকৰে, তেন্তে ব্যবস্থা ভাল ভাবে কৰক, যাতে ভবিষ্যতে ওচৰলৈ আহিবলৈ সাহস নকৰে।
@sjhazarika5437
Жыл бұрын
কোনহে এই কেইতা। কাপোৰ কানি ফালি ৰ'দত আঠু কঢ়াই নথয় কিয়।
@realhero5657
3 ай бұрын
BJP ৰ underground গুণ্ডা ।
@Prabinhazarikamusical
3 ай бұрын
সেই বাবে অসমৰ অসমীয়াৰ উন্নতি এয়া আমাৰ নিতি বোৰ কেকুৰা দৰে
@abhijitdeka5478
Жыл бұрын
পুলিচ নাই নেকি।
@nabapathak7684
Жыл бұрын
Kam nuhuwa cm
@popular321
Жыл бұрын
চৰকাৰে চকু দিয়ক নহলে আমাৰ জীয়াই থকা অসুবিধা হব
@jiyaulhaque4856
Жыл бұрын
Sabas bro
@pranaynath6445
3 ай бұрын
Good step mama ....jinda bad
@deepjyotihrishikeshofficial
Жыл бұрын
CM is concerned about this... It's a big question
@jibanbarman4631
2 ай бұрын
🙏🌼🇮🇳🌿🏹🌺🕉️🔱 নম জয় আই অসম আৰু ভাৰত মাতা কী হিন্দ জয় শ্ৰী ৰাম জী জয়
@rituparnabhardwaj760
Жыл бұрын
গুণ্ডাগীৰি কৰিলে ফলিয়া বাহৰ কামিৰে ফাটোৰ- ফাটোৰ লগাই দিব লাগে...!!
@Danirojasfc6
Жыл бұрын
গুন্দা বোৰে নিজেই কাম কৰিব নোৱাৰে। মাকে গুন্দাগিৰি কৰিব শিকাইছিল। চি কতা। 😔
@digantadas8639
Жыл бұрын
Kun randa
@popular321
Жыл бұрын
নাম কেইটা জনাব লাগিছিল এবাৰ চাই ললোহেতেন
@chitranath-x9s
Жыл бұрын
গুৱাহাটী মহানগৰীক আৰক্ষী আয়ুক্তৰ অধীনলৈ আনিব বিচাৰোতে ৰাইজে প্রতিবাদ কৰিছিল ৷ তেতিয়া মূখ্যমন্ত্রী য়ে ৰাইজক অশ্বাস দিছিল যে - আৰক্ষী আয়ুক্তৰ অধীনলৈ আহিলে মহানগীৰ আইন - শৃঙ্খলা ক্ষীপ্ৰতাৰে চম্ভালি লব পৰা হব ৷ এতিয়া দেখাগল মূখ্যমন্ত্ৰীৰ কথাৰো মূল্য নোহোৱা হ ' ল ৷ কেইটামান ফুটপাথৰ গুণ্ডকো নিয়ন্ত্ৰণ কৰিব পৰা নাই।
@kuldeepborah3317
4 ай бұрын
Gaurav Gogoi ahile sob mia khedidibo😂
@gyanjyotikhanikar8295
Жыл бұрын
তোমালোকৰ একেবাৰে খাচ খীলঞ্জীয়াৰ চৰকাৰ ।নোকোৱাই ভাল।
@banjitchangmai4047
7 ай бұрын
বৰ ভাল হৈছে,, অসমীয়া অৱস্থা আৰু বেয়া হওঁক তাৰে কামনা কৰিছোঁ,,,,, কাৰণ অসমীয়া এ নিজৰ মানুহৰ লগত কাজিয়া কৰিব পাৰে ,,,, আনৰ লগত নোৱাৰে,,, কাৰনে বহি ৰাজ্য বণিয়া এ অসম কিনি লব পইছা দিলেই মনে মনে থাকে,,,
@mdgameing185
7 ай бұрын
Hoi kintu kotha tu nijr majot he kajiya blgk eko kobo nuare
@damudarchutia4317
Жыл бұрын
Sir abor Gonda kni kati dibo lage kela
@NipuLahkar-qv1jq
7 ай бұрын
Jai Aai Axm ✊✊✊
@mohammedahad293
6 ай бұрын
আকৌ ৰবিনহুদ❤
@DDDD-n6i1l
Жыл бұрын
ঠিকেই আছে
@kinaramdas5198
3 ай бұрын
অসমৰ গৃহ মন্ত্ৰীৰ কৃত্তিত্ব এইয়া, দি জি পি জি পি সিং দাঙৰীয়া এইয়া আপোনাৰ আৰক্ষী বিভাগ,নিৰিহ লোকৰ ওপৰত আপোনাৰ ক্ষমতা,ধিক ধিক দি জি পি মহোদয় আপুনি লাজ পাইছেনে নাইপোৱা?
@kanakbarua8003
Жыл бұрын
Mama kot gola
@NirenRay-bx9lb
Жыл бұрын
কি যে হব আমাৰ অসম ত
@digantatalukder-u5z
6 ай бұрын
Mama aeitu kintu bhut bhal kotha koise apuni
@umeshkardong6116
5 ай бұрын
এই লকেল গুনদা বোৰ কিবা কৰিলেই কংগ্ৰেছ বোৰ জাঙোৰ খাই উঠিব ।এতিয়া থলুৱাবোৰ শেষ হব।
@pranabneoge4526
Жыл бұрын
Dhei... Abur sob making hoi o.... Ruling party manuh hoi... Ignore korile hol
@Dhejsbsshww
3 ай бұрын
Ahomia bohut val..diok..
@gutungdipakpegu2134
6 ай бұрын
Hemanta , what happened ???
@jintucreationxyz
7 ай бұрын
বীৰ লাচিত সেনা ৰ,, হ'ব কিজানি
@koushikdas5140
7 ай бұрын
এক হব লাগে অসমীয়া লৰা
@pankajbaishya7960
Жыл бұрын
পাচলি ৰ দাম বেছি হোৱাৰ মূল কাৰণ। গৰু পিতন দিব লাগে কুকুৰৰ পুতেক হতক। বেলতলা বজাৰ বহিলে গাৰি এখন নিব নোৱাৰি গোটেই ৰাস্তা বন্দ্ধ কৰে
@woman178
Жыл бұрын
Aiya asamiya janagosthi tuk ethinical cleansing r sarajantra blueprint
@Danirojasfc6
Жыл бұрын
It's time to raise your voice otherwise they will even take away your right to speech
@chinmoydas4475
3 ай бұрын
এইটো আকৌ কি মাল বাহিৰ হ'ল
@brajagopalsharma469
Жыл бұрын
Strictly action lobo Lage
@minakshi667
2 ай бұрын
সকলো দোকানী একলগ হৈ গুন্দাকেইটাক গৰুপিতন দিয়ক ?
@pulokDeka-fp7jv
3 ай бұрын
তহঁতি মিলি মাৰ কেলা ৷সেই ৩ বাপেকৰ হাৰামি পুতেক কিতাক ৷
@pranabneoge4526
Жыл бұрын
Public se dangr Gunda nai...
@NurulIslam-sj4bv
6 ай бұрын
ই কেনে গুন দামি??? চৰকাৰ ক'ত?
@mrigendrakalita75
7 ай бұрын
বাহৰপৰা বলপূৰ্বক পাৰৰ পোৱালি উলিয়াই নি খোৱা কাউৰী এটা মাৰি ওখ খুটা এটাত ওলোমাই থলে বাকী কাউৰী বোৰ পোৱালি খাবলৈ নাহে । ঠিক তেনেকৈ গুণ্ডা টেক্স নিবলৈ অহা যিকোনো এটাৰ মূৰটো ছিঙি ৰাস্তাৰ কাষৰ খুটা এটাত ওলোমাই থলে বাকী দাদাহঁত পিলাই কোঁচ খাব। তথাপি যদি কোনোবাটো আহে তাৰো একে গতি কৰিলেই হ'ল। পুলিচৰ ক্ষেত্ৰত কোনেও নাজানো, দেখা নাই অথবা একেলগে এজাকে মই মাৰিছো - মই মাৰিছো বুলি ক'লে কিমানক ভৰাব? অৱশ্যে তাৰ আগতে থানাত কাণ চোৱাই থোৱাতো উচিত হ'ব।
@Karunakalita2172
3 ай бұрын
সকালো অসময়া বেবখাই এক গোতহৈ গূনদাগিৰি দেসুৱাই দেছোন
@SurjaBasumatary-yf2eu
6 ай бұрын
Anekoiy dhonkho hoise assamkhon assamiy dhonkho korise
@SriCCDas
7 ай бұрын
সেই গুন্দা কেইটাৰ ডিঙী কাটি দিয়া তেতিয়া গম পাব।তহতে মেখেলা চাদৰ পিন্ধি আছ নেকি গাধৰ দ'ল।😮
@dipkumargogoi8830
Жыл бұрын
encounter karok
@jaansaikia9308
Жыл бұрын
Tak Pasolir Malaa pindhai gutei Beltolaa Bozar ghurouk xobei mili..Parilee photo open karok
@kanakrabha3239
Жыл бұрын
দা আছে না নাই ঘাপ মাৰি গল তো মাটিত পেলায় দিয়ক।
@gonjanboruah6988
3 ай бұрын
এই জনক ইমানতে চাব লাগে।
@kirtonkro1442
Жыл бұрын
gunda ketak dhuri fali de na
@RamaniMedhi-o5y
6 ай бұрын
গৰুপিতন দিব লাগিব, গোতেই বোৰ লগ হৈ
@marketznews2516
7 ай бұрын
Naam ki ihotor....ihotor naam aru photo upload diok...aru goru piton diok...logote local thana involved ase...soku mudi ase ..
@shankarborah6040
Жыл бұрын
Local gunda kitar mukh khn sau baru kun aikita
@damudarchutia4317
Жыл бұрын
Sir apuni aborr honkale hidhator lok plz
@dilipk.bordoloi5758
7 ай бұрын
কোনোবা কোনোবা আমোলা মন্ত্ৰীয়েও কিজানি গুণ্ডাজনৰ সংগ্ৰহিত টেক্সৰ ভাগ পাব ?
@Anitadevi-pw1jd
Жыл бұрын
Pithi khojuwai se
@mantuboro6650
Жыл бұрын
Kun hoi xey keijon photo desun
@EuropaSaler
6 ай бұрын
কোনোবাৰ চাগে জীয়াই থাকিবলৈ মন নোহোৱা হৈছে।
@commenti5459
7 ай бұрын
অসম+মিঁয়া
@biswanathmazumder1999
6 ай бұрын
Habit of collection of Gunda tax from others lead to this type of situation. 🙏
@Barnalidas-kg8su
3 ай бұрын
Lachit xenai ei bichar khn kri dbo lge...
@AnirudhaPawe-d3d
6 ай бұрын
Police post bahise dekhun bhal kotha 🗽
@lulalu6707
Жыл бұрын
মই এদিন বজাৰ কৰিবলৈ গৈছিলো তেতিয়া দেখিবলৈ পাইছিলো পাছ জন লৰাই পইচা লৈই থকা অৱস্থাত দেখা পাও
@MERABHARATMAHAAN-wo5vg
3 ай бұрын
জহৰা কেইটাক গোটেইখিনি মিলি গৰু পিটন দিব লাগিছিল
@aminabegum3367
6 ай бұрын
Hemonto sir kot
@SamirmajumdarKajal-ju2zr
7 ай бұрын
Encounter Kori diwolk
@PIG_Hunter694
6 ай бұрын
Photo keita de deyok..Surveyr kun gunda olaise raije sawk..
@tiruwal342
Жыл бұрын
কত ইমান সাহস পালে ভাবুকি দিবলৈ ,জৰুৰ কোনোবা ৰাজনীতি কৰা ওপৰৰ মাল লগত আছে ,পিছে এনেকুৱা মানুহ বেছি দিন নিতিকে ।
@jaankakati8224
Жыл бұрын
🤔
@BijitChBora
3 ай бұрын
Yogi jindabad
@lalitsarmah
7 ай бұрын
এইবোৰ মাৰি নেপেলায় কিয় ?
@BhaskarJit-tl5hm
7 ай бұрын
ৰায়দাঙ বেত মোথা হিচাপে আনি থওক সকলোয়ে । টকা বিচাৰি আহিলেই গৰু পিটন দিব লাগে ।
@pranabdas7121
7 ай бұрын
বজাৰৰ বেপাৰীবোৰ কাপুৰুষ ,ঘপিয়াই দে
@rkbb8678
7 ай бұрын
Now the whole zoo road is found to be an illegal parking business. What GMC is doing?
@dwipenbarman4589
Жыл бұрын
Mas kata dare hat kati diak
@moksham674
6 ай бұрын
Thanat case dilei hol
@NiharRanjanRabha
3 ай бұрын
কি চাই আছ ? কেলা দা লবলৈ ভয় খাই আছ নেকি ?
@intajulzaman4393
6 ай бұрын
Jay shree Ram
@t.brahma2645
6 ай бұрын
Don't worry The part of collected Money goes to Himanta Biswasarma Also 😂😂😂
@NipuLahkar-qv1jq
7 ай бұрын
🌚🌚
@SahilKhan-u8h1t
7 ай бұрын
Aibur footpath t dukan dile kio paisa dib lage,, 😂😂government a new Rule bonle neki,, 😂😂
@deborshidas2615
6 ай бұрын
Ei bilak sudkhoor hoy Sudkhoori risk asey buli part time gundami korise. Ei sudkhoor bilak assamkon kaise
@girinbora7820
Жыл бұрын
কোন এই কুকুৰ পোৱালি হত আপোনালোকে একেলগ হৈ ইহঁতক কচু কতাদি কাটি দিয়ক সব ঠিক হৈ যাব চৰকাৰে ইহঁতক encounter কৰি দিয়ক। কুকুৰ পোৱালি হত।
@rituparnasarmah3239
7 ай бұрын
Digital assam
@gborah1
7 ай бұрын
কোন এই গুনদা
@jaankakati8224
Жыл бұрын
MOGEMBO KHUSH HUA
@binodsaikia1882
3 ай бұрын
মিয়াই এই গুণ্ডা বিলাকক বিড়িও দিব।
@gogoiabhilash
7 ай бұрын
মীয়াই চৰকাৰ চলাই আছে
@abhishekmitra9673
7 ай бұрын
Hemanta mama r Kam nai😂😂😂😂
@nayanikadeka1155
7 ай бұрын
Record kari thoi mangkha kata da khanere hat akhan kan akhan kati dibo
@ranasinha3475
7 ай бұрын
Report to mama and police
@SamirmajumdarKajal-ju2zr
7 ай бұрын
New Nachoni Gompaicy.
@iajwgetc8481
7 ай бұрын
Kot gol Assu Ajycp Attasu. Etc....
@Duniya_Mderchod_Hei
6 ай бұрын
😂
@devbikram3951
6 ай бұрын
Guwahati pura mia... Sarkar ketiya jagibo!
@tarunrabha1436
Жыл бұрын
দোকানী সকল একোটা হৈ চোৰ কৰিছে বুলি পিটন দিয়ক টকা লবলৈ আহোতে।
5:50
জাগুনত পুনৰ ব্যৱসায়ীক অপহৰণৰ ঘটনা
NKTV PLUS
Рет қаралды 13 М.
17:32
জাগুনৰ নমাইলত পুনৰ আলফা(স্বাঃ)ৰ চাঞ্চল্যকৰ অপহৰণ
ND24
Рет қаралды 1 М.
00:39
Что будет если украсть в магазине шоколадку 🍫
Miracle
Рет қаралды 3,2 МЛН
01:10
1% vs 100% #beatbox #tiktok
BeatboxJCOP
Рет қаралды 66 МЛН
36:55
BAYGUYSTAN | 1 СЕРИЯ | bayGUYS
bayGUYS
Рет қаралды 1,8 МЛН
00:21
Chain Game Strong ⛓️
Anwar Jibawi
Рет қаралды 40 МЛН
Watch Live: দুপৰীয়াৰ বাতৰি ( Mid Day Prime - 02:00 PM)19.12 .2024
DD News Assamese
Рет қаралды 128
12:23
দুৰ্লভ গগৈৰ দৰৱ খাই সুস্থ দ্বিতীয়জন ব্যক্তি
DY365
Рет қаралды 327 М.
3:55
Mira Borthakur Goswami News: সোণতলীৰ মৃদুল ইছলামৰ বাসগৃহত মীৰা বৰঠাকুৰ
ND24
Рет қаралды 21 М.
7:54
21-Yr Old Girl Becomes Pani-Puri Wali Earns 30K A Day | Stories From Bharat Ep10 | Curly Tales
Curly Tales
Рет қаралды 3,7 МЛН
6:12
সমন্বয়হীনতা আৰু অৰাজকতাৰ প্ৰতীকত পৰিণত হৈছে ৰাজ্যৰ গৃহ বিভাগ।
Pratidin Time
Рет қаралды 444 М.
18:45
পঞ্চায়ত নিৰ্বাচনক লৈ কি নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ?
ND24
Рет қаралды 1,4 М.
27:51
প্ৰিয়ংকা ভৰালীৰ কেইটামান SECRET... Episode:02
BAARTA LAAP
Рет қаралды 313 М.
12:17
ৰাজ্য চৰকাৰৰ একাংশ মন্ত্ৰীৰ টুলুঙা মন্তব্যই বিপাঙত পেলাইছে মুখ্যমন্ত্ৰীক
ND24
Рет қаралды 1 М.
7:07
Sumi Borah News: মুকলি আকাশৰ তললৈ আহিব নেকি চুমি বৰা?
ND24
Рет қаралды 853
7:33
Debabrata Saikia News: আৰক্ষী দায়বদ্ধতা আয়োগখনৰো কৰ্তৃত্ব হ্ৰাস হ’ল - দেৱব্ৰত শইকীয়া
ND24
Рет қаралды 550
00:39
Что будет если украсть в магазине шоколадку 🍫
Miracle
Рет қаралды 3,2 МЛН