Guwahati News: মহানগৰীৰ এসময়ৰ আঢ্যৱন্ত পৰিয়াল, এতিয়া হৈ পৰিছে পথৰ ভিক্ষাৰী!

  Рет қаралды 287,198

ND24

ND24

Күн бұрын

Пікірлер
@tutukathar8685
@tutukathar8685 5 ай бұрын
আইনৰ নি‌য়াই পালে নাই তাক লই আৰু এটা NEWS বনাৱ বুলি আশা থাকিল Waiting.............. কোনে কোনে বিচাৰে like এটা কৰি দিৱ.......
@runuchetia1658
@runuchetia1658 4 ай бұрын
শেষ পৰিনতি জানিবলৈ মনটো উতাৱল হৈ আছো
@BinapaniDas-d3g
@BinapaniDas-d3g 4 ай бұрын
​@@runuchetia1658are
@HiranDas-sj9wf
@HiranDas-sj9wf 4 ай бұрын
Qaą4q]₹-⅚ 😢#​@@runuchetia1658
@cha2.0
@cha2.0 5 ай бұрын
লৰা ছোৱালীক উচ্চ শিক্ষা দিয়া সকলো শ্ৰেণীৰ মানুহৰ সক্ষম নহব পাৰে কিন্তু চৰকাৰৰ ফালৰ পৰা গীতা ৰামায়ণৰ পুৰাণৰ শিক্ষা দিয়া বাধ্যতামূলক কৰিব লাগে । মানুহ ধনী হওঁক বা নহওঁক লৰা ছোৱালীয়ে সুন্দৰ সংস্কাৰ নিশ্চয় পাব মোৰ বিশ্বাস।
@bbsgaming5156
@bbsgaming5156 5 ай бұрын
ৰাধে ৰাধে
@anglecom.8659
@anglecom.8659 5 ай бұрын
Right
@raihanalam2019
@raihanalam2019 5 ай бұрын
সেই জোৱাইয়ে ছোৱালী জনীকো খেদি পঠাব এদিন ।।
@Akashdipboro
@Akashdipboro 5 ай бұрын
very right
@jitenrabha6430
@jitenrabha6430 5 ай бұрын
Right
@Ayushman-o9s
@Ayushman-o9s 5 ай бұрын
সেই হাল জী জোঁৱাইৰ জীৱনত কেতিয়াও সুখ নহয়।মাক দেউতাকৰ অভিশাপতো লাগিবই লগতে ৰাইজৰ অভিশাপো লাগিব।
@nabanitabora2073
@nabanitabora2073 5 ай бұрын
সকলো ছোৱালী একে নহয় ।
@2007alakesh
@2007alakesh 5 ай бұрын
​@@nabanitabora2073ajikali jitu trend soli ase...sob eke...kuneo hari najai
@Kamal1734
@Kamal1734 5 ай бұрын
Police ase lgt plus kunobai sanghamitra bula joni o ase aru kunuba thakibo pare Karan jiyori joni e okole koribo nuwaree . police k falibo lage ..birat poisa.khai
@dandeswarkalita4971
@dandeswarkalita4971 5 ай бұрын
Vidio dekha lekin ek bat problem of family is very dukhat isko kon thik karega crime ko kon dekhta
@Puspa-d6l
@Puspa-d6l 5 ай бұрын
Aapuni aanka sohai kori paisese ne
@NripenThakuria
@NripenThakuria 5 ай бұрын
দোষ আপোনালকৰে ৷ অগাধ সম্পত্তি গোটাই ছোৱালীক বিলাসী জীৱনযাপনৰ শিক্ষা দিলে কিন্তু সংস্কাৰৰ শিক্ষা নিদিলে যাৰ ফলস্বৰূপে আপোনালোকক নিজৰ ছোৱালীয়ে বনালে অঘৰী ৷ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এনেকুৱা যেন কাৰোৱেই নহয় ৷
@shellyghosh9374
@shellyghosh9374 5 ай бұрын
Aapne sahi kaha, ye itna jyada pyar karte hai bacche ko, accha bura shikhate nahi
@pinkuboruah2245
@pinkuboruah2245 5 ай бұрын
100% right koise
@tapanbaishya6208
@tapanbaishya6208 5 ай бұрын
Right
@abhijitkalita6938
@abhijitkalita6938 5 ай бұрын
​@@shellyghosh9374 People should give religious education to their kids from childhood 😊.
@MonujKonwar-h7s
@MonujKonwar-h7s 5 ай бұрын
Ak dom hosa ktha
@chiranjibsaikia96
@chiranjibsaikia96 5 ай бұрын
বিশ্বাস থাকিবই লাগিব, বিশ্বাসতে এই পৃথিবী চলি আছে। সকলো সন্তান এনেকুৱা নহয়টো। কথাটো হল ভাল সংস্কাৰ অভাব। লৰা ছোৱালীক ৰজাৰ দৰে ডাঙৰ কৰাৰ প্ৰয়োজন নাই। অভাব ৰ অনুভব কৰোৱাৰ দৰকাৰ। নহলে জীৱনবৰ অৰ্থ বুজি নুঠিব। ছোৱালী জনীয়ে খুৱ সোনকালে অনুভব কৰিব। ভগবানে নকৰক গিৰীয়েক জনেই তাইক উলিয়াই নিদিয়ে যেন।
@KBA481
@KBA481 5 ай бұрын
Oo xeitue hobo Jai ase Jen Lage. Xokolu property nijor namot Kori Giriyeke taik divorce dibo. Karon xi eta daal bekaar.
@stratpaul
@stratpaul 5 ай бұрын
Kotha hol axomiya manuh rakshash hoi. Axomiya manuh dore corrupt misoliya manuh dekha nai. Sob kaamot poisa khuje
@jayantadutta165
@jayantadutta165 5 ай бұрын
আইনৰ ওচৰ চাপক ন্যায় নিশ্চয় পাব ।
@Gunakantaboruah-up5vc
@Gunakantaboruah-up5vc 5 ай бұрын
সিহঁতে বেছি দিন খাবলৈ নাপায়। চাই থাকক। ধৈৰ্য ধৰক আপোনালোকে।ভগৱান আছে নহয়।বিচাৰ তেওঁ কৰিব।
@prasantagoswami1477
@prasantagoswami1477 5 ай бұрын
@@Gunakantaboruah-up5vc ছোৱালী জনীৰহে কষ্ট হ'ব।
@RippyDasGuwahati
@RippyDasGuwahati 5 ай бұрын
মাইকিমানো বোৰ বেছি বদমাচ আজিকালি দিনত । আৰু এটা কথা মানুহৰ ভুল হৈ কিন্তু যিবোৰ সন্তানক মাকবাপেকে পিতন দিয়ে সেইবোৰ সন্তান ভাল হৈ আৰু বেছি কলিজা , দেহা , সুনটো কোৱা সন্তান বোৰ এক নম্বৰ মিহি হাৰামি হয় ।
@durnaprovanarzari5259
@durnaprovanarzari5259 5 ай бұрын
মুখ্য মন্ত্ৰী ডাঙৰীয়াই ছোৱালী জনীক বিচাৰি আনি ব্যৱস্থাৰ গ্ৰহণ কৰিলে সকলোৱে ভাল পাব।
@indiafast4097
@indiafast4097 5 ай бұрын
Govt involves Acha bank responsible nohoy niki 😡😡😡
@sisirkumarbaishya
@sisirkumarbaishya 5 ай бұрын
এইটো বিষয়তো মুখ্যমন্ত্ৰীয়ে মূৰ ঘমাব লাগিলে অসমে আকাশ চুই দিবহে দাদা।
@ToponKalita-jy4jx
@ToponKalita-jy4jx 5 ай бұрын
Mukhyo mantri beleg kam nai aru byaktigoto xomoshyat kio xomoy nosto koribo aain ase aaine sabo
@chitrakumarhazarika6622
@chitrakumarhazarika6622 5 ай бұрын
জীৱনৰ কুটিলতা। সেই জী-জোঁৱাইৰ সুখ হ'বনে কেতিয়াবা। নিশ্চয় নহয়। অভিশাপতো লাগিবই।
@dutta6224
@dutta6224 5 ай бұрын
Ebur nai ajikyle ,hau sau
@jintudas4135
@jintudas4135 5 ай бұрын
তেন্তে এওঁলোক দুয়োও কিবা পাপ কৰিছিল নিচ্ছয়।
@JintiTalukdar-w7e
@JintiTalukdar-w7e 5 ай бұрын
Teur jiykok teur lora sowali tenek khabo
@jumonish
@jumonish 5 ай бұрын
Thikei koise...
@jumonish
@jumonish 5 ай бұрын
Napai dei....paap lagibo....khub beya kaam korise
@sonuborah4672
@sonuborah4672 5 ай бұрын
এসময়ত গাওঁৰ হোজা খেতিয়কৰ ঘৰত এজন মেধাৱী ল'ৰাৰ জন্ম হয়।হোজা বাপেকে কষ্টৰে পুতেকক পঢ়াই ডাঙৰ মানুহ কৰে।পুতেক জন এসময়ত সুপ্ৰতিষ্ঠিত হয়।বিয়া বাৰু কৰাই গাৱঁলৈ পিঠি দিয়ে। ঘৈনিয়েকে গাওঁত থকা নিজৰ ককাই ভাইৰ লগত সম্পৰ্ক কৰিবলৈ নিদিয়ে।এনে দৰে আপোন মানুহ বোৰ হেৰাই যায় আৰু টকাৰ মোহত ল'ৰা ছোৱালীয়ে সম্পৰ্ক আৱেগ,মানবীয়তা শিকিবলৈ সময়ে নাপায়।😮
@rupjyotisaikiaofficial
@rupjyotisaikiaofficial 5 ай бұрын
100% true
@anukulkalita1605
@anukulkalita1605 5 ай бұрын
Right
@dhirajkalita8092
@dhirajkalita8092 5 ай бұрын
Exactly. প্ৰায়বোৰ গাঁৱতে তেনেকুৱা দেখিবলৈ পোৱা যায়। চাহৰমুখি Micro Family ৰ পৰিণাম। সংস্কাৰ মাক বাপেক এ নিশিকিলে গতিকে লৰা ছোৱালীয়ে কৰ পৰা পাব।
@abhijitgoswami1101
@abhijitgoswami1101 5 ай бұрын
Xundor bislexon...
@Meghali369
@Meghali369 5 ай бұрын
একদম সঁচা কথা কৈছে আপুনি দাদা,
@anupjyotineog7709
@anupjyotineog7709 5 ай бұрын
ধন অৰ্জন কৰিলেই নহব সংস্কাৰ মূল বস্তু | আপোনালোকে সংস্কাৰ দিব নোৱাৰিলে| আইনৰ সহায় লওক |
@ToponKalita-jy4jx
@ToponKalita-jy4jx 5 ай бұрын
Right
@siddharthasankarkashyap6058
@siddharthasankarkashyap6058 5 ай бұрын
এই সকল মানুহে এটা সময়ত নিজৰ ঘৰ মানুহক চিনি নাপাইছিল..নিজৰ ছোৱালীৰ ওপৰতে টকা খৰচ কৰিছিল। দুখীয়া মানুহক কিবা এটা দি পাইছিল নে চাগে। সেইকাৰণে এতিয়া নিজৰ ছোৱালীয়ে নিজৰ মাক দেউতাকৰ লগত এই খন কৰিছে। সৰুপৰা তেওঁলোকে শিক্ষা দিয়া ভুল কৰিলে। স্বাৰ্থপৰ ভাৱে তুলিছিল সেইবাবে এতিয়া ফল পাইছে তেনেকৈয়ে।
@kuldeepbarman4487
@kuldeepbarman4487 5 ай бұрын
Apuni Kenke gom pale manuh kei gorakri r Kotha.... Ghr r manuh nk apunar ne Ene ji pai taake koi dile
@kabirsarma6573
@kabirsarma6573 5 ай бұрын
​@@kuldeepbarman4487তেওঁলোকৰ ওচৰ চুবুৰীয়াৰ কমেণ্ট দেখিছো ফেচবুকত। মানুহ গৰাকী হেনো বহুত বেছি অহংকাৰী আছিল। কোনোবা সৰু ল'ৰা এজন এদিন ভোকত খাদ্য খুজিছিল, ল'ৰাজনক বহুত বেয়া ব্যৱহাৰ কৰি খেদি দিয়া বুলি কমেণত কোৱা মই দেখিছো।
@Ujh476
@Ujh476 5 ай бұрын
Manuhok honman,hokolure logot mili thoka ,beya ke nukuwa,poriyalor logot bhal hoi thoka, eibur ataitkoi dangor hikhya
@tribenihazarika4244
@tribenihazarika4244 5 ай бұрын
Apuni yei manuh 2 ijonor enemy neki ....NIS manakhikota apuner
@LetsinfoPvtLtd
@LetsinfoPvtLtd 5 ай бұрын
লৰা ছোৱালীক আজাদী নহয় সংস্কাৰ দিব লাগে । এই খিনিৰ বাবে একমাত্ৰ দায়ী নিজে অৰ্থাৎ পিতৃ মাতৃ । আমি বহুত টকা খৰচ কৰি পঢ়ুৱাও কিন্তু লৰা ছোৱালীক মাত্ৰ ২০০ টকা খৰচ কৰি শ্ৰীমদ্ভগৱতগীতা কিনি নিদিও । গীতা শিক্ষা দিয়ক ।
@jeutibrahma3245
@jeutibrahma3245 5 ай бұрын
Jiyek jowayekor nam porichoy address doyak
@utpaldas5454
@utpaldas5454 5 ай бұрын
গৰু পিতন দিব লাগে জিয়েক জনীক।
@teenaslife9700
@teenaslife9700 5 ай бұрын
আপোনালোকে ভুল তাতেই কৰিলে লগাতকৈ বেছি দিলে সন্তানক যদি অলপো কষ্ট কৰিবলৈ নিদিয়ে, নিজে কেনেকৈ কষ্ট কৰি ইনকাম কৰিছে বুজিবলৈ নিদিয়ে, যি লাগে তাকেই দিয়ে তেন্তে শিকিব কেনেকৈ। সকলো মাক-দেউতাকে সন্তানে বিচৰা সকলো দিব বিচাৰে আৰু বহুতৰ ক্ষমতা থাকেও তথাপি কিন্তু বহুত কথা ভাবি জুখি মাখি দিয়ে যাতে সিঁহতৰ ভবিষ্যত ভাল হয়। আমাক সৰুতে অকল দৰকাৰ হোৱা খিনি দিয়াৰ বাবে আজি মা-দেউতাৰ কষ্ট বুজি পাওঁ। আপোনালোকৰ বুকুত কামোৰ মাৰি তাই ক'তো শান্তি নাপায়।
@kashmiriborah4529
@kashmiriborah4529 5 ай бұрын
Ekdom thik kotha koisa tumi.. aji kali mak deutae bacchak logatkoi besi diye,hehote kosto mul eku Buji napai.
@teenaslife9700
@teenaslife9700 5 ай бұрын
@@kashmiriborah4529 হয় দেই। তাই মোৰ ক্লাছমেট আছিল সেয়ে দেখিছিলো কিমান বেছি চৌখিন আছিল তাই।
@apurbabhuyan7365
@apurbabhuyan7365 5 ай бұрын
অপেক্ষা মাথোঁ সময়ৰ । কৰ্ম ফল ভোগ কৰিবই
@ashma304
@ashma304 5 ай бұрын
Kio aoloke nijor sosur sasu mar logt ane korise nki ba bea krisl nki
@MaaChakravarty
@MaaChakravarty 5 ай бұрын
Karmafal Adin nohoi Adin vog koriboi lagib sabe
@jahangirmondal3354
@jahangirmondal3354 5 ай бұрын
100 right
@Aviatorking-oy6zh
@Aviatorking-oy6zh 5 ай бұрын
No right kalponik
@pankajadevi3333
@pankajadevi3333 4 ай бұрын
কৃষ্ণ কৃষ্ণ 😢😢 শুনিয়েই ভয় লাগি গৈছে, এজনী নিজৰ ছোৱালীয়ে এনেকুৱা কৰিলে, কেনেকুৱা ছোৱালী ঔ 😡😰 নৰকত পঁচি মৰক অ, এনেকুৱা লৰা ছোৱালী, মিডিয়াই ইচ্ছা কৰিলে, সহায় কৰিব পাৰে , ছোৱালী জনীক বিচাৰি ওলিয়াই , কেচ কৰক, Please যি সকলে এখেত সকলক চিনি পায়, সহায় কৰক ।। বৰ দুখ লাগিছে অ , কত আছে বৰ্তমান তেওঁলোক, জানে যদি কব চোন কোনোবাই 🥺
@bibekchangmai7472
@bibekchangmai7472 5 ай бұрын
19:23 "কোনো পিতৃমাতৃয়ে নিজৰ লৰা ছোৱালীক বিশ্বাস কৰিব নালাগে।"..এইষাৰ কি কথা কব আহিছে...নিজৰ সন্তানক সংস্কাৰ দিব নোৱাৰিলে বুলি আনক এনেকুৱা কথা কব নাপায়..
@nilakhi2383
@nilakhi2383 5 ай бұрын
ঠিকেই কৈছে আপুনি....আমি দেখোন নিজৰ মা দেউতাক কিবা এটা খুজিবলৈও বেয়া পাওঁ...নিজৰ ছোৱালীক শিক্ষা দিব নোৱাৰিলে বুলি সকলোৱে তেওঁৰ ছোৱালীৰ দৰে হব বুলি কথা আছে নেকি.....
@VorunbkKhaklary
@VorunbkKhaklary 5 ай бұрын
Tene noholeu, beleg tu hoie dekhun. Ei j viral video, drugs mod bhang, toi noholi buli sobei nohobo ne
@basantidas4026
@basantidas4026 5 ай бұрын
হয় মুৰত তোলাৰ ফল পাইছে এতিয়া
@ToponKalita-jy4jx
@ToponKalita-jy4jx 5 ай бұрын
Right
@anitadeka8298
@anitadeka8298 5 ай бұрын
শিক্ষা তকৈ সংস্কাৰ বেছি দিব লাগে। ছোৱালীৰ বিৰুদ্ধে আইনৰ আশ্ৰয় লওঁক। আৰু জী-জোঁৱাইক মনৰ পৰাই অভিশাপ দিয়ক যাতে নৰকতো ঠাই নাপায়। আপোনালোকক দিয়া দুখত কৈ ১০০০ গুণ বেছি কষ্ট পায়। ভগৱানৰ বিচাৰ আছে।
@bbsgaming5156
@bbsgaming5156 5 ай бұрын
থাৰ্ড ক্লাছ ট্ৰেন লেবাৰ মানুহ মা আপোনি কোৱা এই শব্দ কেইটাতে সকলো প্ৰশ্নৰ উওৰ আছে ❤ ভগৱানে আপোনালোকৰ ভাল কৰক ৰাধে ৰাধে❤
@himangshubarman2135
@himangshubarman2135 5 ай бұрын
মানুহৰ মাজত এনেধৰণৰ শ্ৰেণীবিভাজন আৰু বৈষম্যৰ ফল স্বৰূপে আজি নিজেই পথৰ ভিক্ষাৰী, সন্তানক যি সংস্কাৰ দিছে তাৰেই প্ৰতিফল...! কুকুৰৰ নেজ চিধা নহয় আৰু চিধা হ'ল মানেই পগলা....!!
@behappy1903
@behappy1903 5 ай бұрын
Aibur xobdoi xuni scamme jen lagise
@bibekchangmai7472
@bibekchangmai7472 5 ай бұрын
এইবোৰ শব্দৰ পৰা গম পাব পাৰি যে এওঁলোকৰ নিচিনা মানুহহে নিজৰ ভাল দিনত সাধাৰণ লোকক চাগে কেনেকুৱা ব‍্যৱহাৰ কৰিছিল..
@bbsgaming5156
@bbsgaming5156 5 ай бұрын
@@behappy1903 ঈশ্বৰ সকলোৰে ভালৰ বাবে গতিকে তেওঁ সকলোৰে মংগল কৰক তাৰেই প্ৰাৰ্থনা কৃষ্ণ ৷
@Rontugogoi-ti3gt
@Rontugogoi-ti3gt 5 ай бұрын
You are right too.
@lakhyatamuli2741
@lakhyatamuli2741 5 ай бұрын
ছোৱালী বিলাকৰ মুখ খন কিয় ঢাকি দিয়া তোমালোকে এইটো বেয়া কথা সেই কাৰণে ইহঁতে সুবিধা পায়
@cosmixcrafts6480
@cosmixcrafts6480 5 ай бұрын
Husband is silent and wife is speaking 😅here daughter is like his mother 😅😅...karma
@arhisreshthachangmai9218
@arhisreshthachangmai9218 5 ай бұрын
বৰ্মা বৰটা চিন্তা নকৰিব কৰ্মা বুলি কথা এটা আছে....হয়তো কিবা ভূল আপোনালোকৰো হৈছে অতীতত....এতিয়াও ভাল মানু্হৰ সংখ্যা শেষ হোৱা নাই....আপোনালোকক অন্তৰেৰে ভালপোৱা মানুহ কোনোবা নহয় কোনোবা আছে নিশ্চয়, তেওঁলোকৰ লগত আলোচনাৰ মাধ্যমৰে জনা-শুনা অভিজ্ঞ আইনজ্ঞৰ ওচৰ চাপক আৰু উপযুক্ত পদক্ষেপ লওঁক ........
@mamondey6670
@mamondey6670 5 ай бұрын
Asole aponi kenay gom palay othitor vul or kotha?
@arhisreshthachangmai9218
@arhisreshthachangmai9218 5 ай бұрын
@@mamondey6670 আপোনি ভালদৰে কথাখিনি প্ৰথম শুণক বুজক তাৰপাছত ভাবক....আৰু মই তেখেতসকলৰ আগৰ থকা ঠাইৰে হয়
@banalatadas1824
@banalatadas1824 5 ай бұрын
মানুহে কয় লৰাই হেনো বুঢ়া বয়সত মাক দেউতাকক নাচাই মই কথাতো নামানো ছোৱালীও কম নহয় দেখিলে কি বদমাচ ছোৱালী মোৰ লৰা আৰু ছোৱালী দুয়ো জনে বহুত বেলগ মাক দেউতাকক যথেষ্ট গুৰুত্ব ৰাখে
@Prunima-y6l
@Prunima-y6l 5 ай бұрын
আইনৰ সহায় লৈ সিহঁতক ধৰাই দিয়ক ল'ৰাৰ ঘৰ য'ত তাত বা সেই ঠাইত ফটো দি পুলিচত ধৰাই দিয়ক।কিনো চাই আছে। ৰৈ থকা সময় নাই আৰু।
@RimjhimBaruah-w9x
@RimjhimBaruah-w9x 5 ай бұрын
Thik koise
@sburagohain5806
@sburagohain5806 5 ай бұрын
কিন্তু কোনেও হেনো সহায় সহযোগ কৰা নাই
@axomjintugamer7568
@axomjintugamer7568 5 ай бұрын
আপোনাৰ ছোৱালীক জোৱায় মাৰিব এতিয়া
@muninborah6784
@muninborah6784 5 ай бұрын
নিজে ৰাজসুখত থাকি আন লোকক গুৰুত্ব দিয়া নাছিল চাগে; ন'হলে এই সময়ত আত্মীয়ই আপোনালোকক আশ্ৰয় দিলে হেঁ‌তেন।
@rupasaikia8568
@rupasaikia8568 5 ай бұрын
@@muninborah6784 ajir jugot eitu nakhate, kon atmiyoi kak asroy diye, vl dinot so be lgt thake, beya dinot kono lgt nathake, atmio tu bixexkoi
@mayurigogoi4289
@mayurigogoi4289 5 ай бұрын
Ajikali relatives ba sinaki manuh jiey nohouk val dinot logot thakey aru bipod ba beyea dinot side katey
@protimadutta2890
@protimadutta2890 5 ай бұрын
হয় নিজৰ বুলিলৈ কোনো নাই নে ? যি এই বিপদত সহায় কৰিলে হেতেন ।
@jahnavidrija
@jahnavidrija 5 ай бұрын
,আপোনালোকৰ আত্মীয় কোনো নাই নেকি আৰু
@parineeta1727
@parineeta1727 5 ай бұрын
ছোৱালী জনীৰ অৱস্থাটো চাগে আৰু বেয়া হ'ব,মোৰ এনেকুৱা হে লাগিছে
@premsuba1847
@premsuba1847 5 ай бұрын
SBI ৰ কৰ্মচাৰী জডিত..SBI ত গ্ৰাহকৰ টকা হৰলুকী সাধাৰণ কথা হৈ পৰিছে।
@Adhirathi1
@Adhirathi1 5 ай бұрын
If you don't give gifts to children, they will cry for some time, but if you don't give them values, they will cry for the whole life.
@KabitaGoswami-y1u
@KabitaGoswami-y1u 5 ай бұрын
আপুনি ছোৱালীক ভাল সংস্কাৰ দিয়া নাই,, অকল টকা পইচাৰ লেবেল দিছিল
@Kisumanjanibolagia
@Kisumanjanibolagia 5 ай бұрын
সঁচা কৈছে ।
@namaste06
@namaste06 5 ай бұрын
mor anekuwa lagise mayek aru jiyeke agate dukhiya manuhak guratta diya nasil pura level di ghuri furisil
@PBMUSIC-kp1zr
@PBMUSIC-kp1zr 5 ай бұрын
সৌখিনত ৰখা টোৱেই ভুল আছিল।সম্ভৱ সমাজ প্ৰিয় নাছিল চাগে।সমাজ প্ৰিয় হবলৈ হলে সকলোৰে লগত মিলি জুলি থাকিব লাগে।যিটো নগৰীয়া সমাজত দেখা নেজাই।গাঁও সমাজত এইটো কিন্তু আছে।ভুল হয়টো এইবোৰৰ ও হব পাৰে।আৰু নিউজ চেনেল সমূহক এটা কথাই বেয়া লাগে বেয়া কাম কৰা মহিলা এগৰাকীক কিয় মুখ ঢাকি ঢাকি থয়।ভুল হলে ক্ষমা কৰিব দেই।
@dumahusoroniya6691
@dumahusoroniya6691 5 ай бұрын
আপুনি বহী ৰাজ্যৰ জোবাইক চাবি দিয়াৰ এইয়া পৰি নাম
@khanindrabordoloi6493
@khanindrabordoloi6493 5 ай бұрын
ধনে ধানে, সকলো আছিল,,,,,,, কিন্তু আপোনালোকৰ লগত "মানু্হ" নাছিল । বিলাসীতা ই বিপদ
@hirakjyotipatgiri5668
@hirakjyotipatgiri5668 5 ай бұрын
কোনো পিতৃ মাতৃ ৰ ক্ষেত্ৰতে এনেকুৱা হব নালাগে, বহুত বেয়া লাগিল, কিন্তু আপোনালোকৰ মানসিকতা ও ভাল নহয় , বনুৱা আহিলে কাৰণে ট্ৰেইনখন থাৰ্ড ক্লাছ হল নেকি?
@ToponKalita-jy4jx
@ToponKalita-jy4jx 5 ай бұрын
Manokhikotare fol manuhe vuge
@dhanadadevidoley8594
@dhanadadevidoley8594 5 ай бұрын
সকলো সন্তান একে নহয় ।গাৱৰ দুখীয়া লৰা ছোৱালীয়ে মাক বাপেক ক বৃদ্ধা আশ্ৰমত নথয়‌ ।থয় ধনী ঘৰৰ লৰা ছোৱালী য়ে হে গতিকে তেখেত‌ সকলৰ ছোৱালীক কিবা শিক্ষা দিছিল ।যাৰ কাৰণে আজি ‌নিজৰ ছোৱালীয়ে এনেকুৱা অৱস্থা কৰিলে ।
@trishnagogoiphukan5529
@trishnagogoiphukan5529 5 ай бұрын
অচিন কাঠৰ থুৰা সদায় বিপদজনক । মানুহ একাল সুখ একাল দুখ এইয়াই কলি যুগৰ নীতিয়ে যেন হ'বলৈ গৈছে ।।
@RikuTapanTopics
@RikuTapanTopics 5 ай бұрын
ওমমম…… 3rd class trainত লেবাৰৰ লগত আহিছে… ইয়াটো কিছু সংস্কাৰৰ কথা থাকিব পাৰে ন… বুজা সকলে বুজিছে বাৰু।। বাকি ভগৱনে মংগল কৰক…
@basisthaacharya6590
@basisthaacharya6590 5 ай бұрын
কিহৰ পাল্লাত পৰিল এই পৰিয়ালটো। ভাগ্যৰ বিড়ম্বনা। ভাগ্য বোলা শব্দটো সঁচাকৈয়ে বৰ অদ্ভূত শব্দ।😮😮😮
@mridulduwarah7897
@mridulduwarah7897 5 ай бұрын
বেছি ৰাণীৰ দৰে লালন-পালন কৰাৰ বাবেই আজি এই দশা.কিন্ত্ত আপোনাৰ জীউ বেছি দিন খাব নোৱাৰে.
@budhinsaikia6300
@budhinsaikia6300 5 ай бұрын
যেনে কৰ্ম তেনে ফল , প্ৰত্যক্ষ হয় তেনুৱাভাবে ঈশ্বৰৰ মহাবল ৷ যথাৰ্থতে - বৰ্তমানৰ ক্ৰিয়াত অতীত ৷ আৰু এনুৱা বৰ্তমানৰপৰাই গঢ়া হয় আমাৰ ভবিষ্যত ভেটি যথাৱৎ শিক্ষাই আঁটি ৷ দুয়োজনৰে কুশল কামনা কৰিলোঁ 🙏
@manjulaborah1351
@manjulaborah1351 5 ай бұрын
ভালৰ লগত সঙ্গ কৰিলে ভাল কাম কৰিব,চোৰৰ লগত থাকিলে চোৰেই হব ইয়াতকৈ কি আশা কৰিব, এইয়াই নতুন প্ৰজন্মৰ মানসিক ধাৰণা,পিচে সকলো নহয়,লাজ লগা কথা।
@amarendrasarmah921
@amarendrasarmah921 4 ай бұрын
বৰ ভাল লাগিল কথাখিনি। সঁচাকৈ এখন অদ্বিতীয় ঘৰ,এটা অদ্বিতীয় পৰিয়াল। ইয়াত বৰ্ণিত প্ৰতিজন সদস্যকে দেখাৰ সৌভাগ্য হৈছে।ঘৰখন সংৰক্ষণ কৰাৰ অতি প্ৰয়োজন।গিৰিনদা আৰু দ্বীপেনদা কিমান ভাল ক্ৰিকেটাৰ আছিল দেখাই জানে।আমিও দেখিছোঁ।শ্ৰী ভাগৱতীক ধন্যবাদ জনালো।
@অসমীৰঅসমীয়া
@অসমীৰঅসমীয়া 4 ай бұрын
আপুনি বেলেগৰ ভিডিঅ’ বৰুৱা পৰিয়ালৰ কমেণ্ট কৰিলেচোন 😅
@BalinKonwar
@BalinKonwar 5 ай бұрын
যেনে কৰ্ম তেনে ফল৷ তেখেতসকলৰ জীয়ে যদিহে এনে অপ কৰ্ম কৰিছে তাৰ ফল নিশ্চিতভাৱে ভোগ কৰিব ৷ বাতৰিটো চাই হৃদয় চুই গল ৷
@myrootsworld1497
@myrootsworld1497 5 ай бұрын
কিছুমান আধ্যবন্ত ঘৰৰ মাক দেউতাকে বিশেষকৈ মহানগৰীৰ লৰা ছোৱালীক যি লাহে তাকেই দি বহুত বেছি মৰম কৰি সন্তান মোহত একো মনা কৰিব নোৱাৰে। শুনি বেয়া লাগিছে।। এতিয়া কত কি কৰি আছে সেই খবৰ জনাব বুলি আশা ৰাখিলোঁ।
@sarataxom1651
@sarataxom1651 5 ай бұрын
অত্যাধিক মৰমে লৰা ছোৱালীক এনে কৰে .আৰু টকা পইছা হলে মানুহ বাস্তৱ জীৱনৰ আও ভাও বূজিব নিবিচাৰে
@monjudwaka801
@monjudwaka801 5 ай бұрын
ছোৱালীয়ে মাক দেউতাকক এনে কৰা কথাটো অসমত প্ৰথম আৰম্ভ হব ধৰিছে। এয়া অসমৰ বাবে বৰ ভয়ানক কথা। ইয়াৰ আইনী প্ৰকিয়া হব লাগে। কঠোৰ শাস্তি হব লাগে। এতিয়াই কঠোৰ ভাবে নিৰ্মূল কৰিব লাগে।
@dr.gobindamoral7359
@dr.gobindamoral7359 5 ай бұрын
এয়া এক অতি বেদনাদায়ক তথা ৰহস্য জনক ঘটনা ? অপেক্ষা কৰক সত্য উৎঘাতন হবই ! সেই সময়ত আপুনি নিজৰ সন্তান বুলি ক্ষমা নকৰিব । গীতাৰ বাণী মনত ৰাখিব - কৰ্ম মতে ফল পাবাই !
@manujkrhazarika102
@manujkrhazarika102 5 ай бұрын
Right now I am watching the video,I feel the mother has still mad love and affection for the daughter.
@h1239640
@h1239640 5 ай бұрын
কলিকতীয়া কেইটাই গোতেই অসমখন লুটি আছে, আপুনি সাধাৰণ
@dhritirekhadas2757
@dhritirekhadas2757 5 ай бұрын
নিজৰ জীয়েকে লুটিছে ৷
@pradiprabha9636
@pradiprabha9636 5 ай бұрын
Aaji Syamantika Sarmah o bhugi ase
@funwithmrinal1066
@funwithmrinal1066 5 ай бұрын
Kahilipara, gameshguri, lakhra paltabazar ,birubari, rihabari , আহি যাব। বেংগলী দপদপনিৰ কথা গম পাব।
@bedbratasarkar1954
@bedbratasarkar1954 5 ай бұрын
Moi furibo goisilu darjijilg Tare muslim aru hindu Bengali a 5000 toka lutile...next time moi pale pithi fali dim
@rinkigogoi7455
@rinkigogoi7455 5 ай бұрын
খুব দুখ লাগিল আপোনালোকক এনেকৈ দেখি,মই মোৰ সমৰ্থ অনুযায়ী আপোনালোকক কিবা এটা দিছোঁ, কালিৰ সাক্ষাৎ টো চাই,ভগবান সহায় হওঁক।দাদা জনক ভগৱানে ভাল কৈ ৰাখক
@parthajitable
@parthajitable 5 ай бұрын
Plz approach court of law, fradulent transactions can be traced, since it happened inside bank premise. Raise case against her. Hope you will get justice.এই বয়সত আপোনাৰ বহুত কষ্ট হৈছে৷ দেখি অন্তৰাত্মা কান্দি উঠিছে মোৰ
@phazarika4794
@phazarika4794 5 ай бұрын
শুনিছিলো লৰাতকৈ ছোৱালী বিলাকে মাক-বাপেকক বেছিকৈ লালন পালন কৰে আৰু তাৰ প্ৰমাণ মোৰ মা দেউতা আৰু বাইদেওদুজনি আৰু ভন্টিজনি। কিন্তু এইটো এটা বহুটো বিৰল দুঃখ লগা ঘটনা। এইবিলাক ছোৱালীযে এসময়ত হয়টো নিজে তাতোতকৈ অধিক ভুগিব।
@lukendrachutia242
@lukendrachutia242 5 ай бұрын
এই অভাজনো ongc ৰ employe.মোৰ কৰ্ম দিনৰ অভিজ্ঞতাৰ কিছু কথা কৱ খুজিছো যে বহো ব্যক্ৰিয়ে অন্যায় পথেৰে ধন ঘটে।যিবিলাক ব্যক্টিৰ এনে চৰিট্ৰ সেই ব্যক্টি বিলাকৰ এনে দুৰ্দশা হৈছে।হয়টো আপোনালোক সেই শ্ৰেণীত নপৰে আপোনালোকৰ দিনেই বেয়া।এতিয়া আপোনালোকে আইনৰ সহায় লওক।
@PrabinSaikia-c9h
@PrabinSaikia-c9h 5 ай бұрын
এই সমস্যাৰ আইনী সমাধান নাই নে কি? মুখ্য মন্ত্ৰী মহোদয়ে বিষযটোত হস্তক্ষেপ কৰা উচিত ।
@gamesoffreefireindia7622
@gamesoffreefireindia7622 5 ай бұрын
আইউদেহী বৰ দুৰ্ভগীয়া জীয়ৰী জনী কাৰণ এদিন ধ্বংস হব যে খাটাং ১০০%😅😅😅😅😅😅
@basantidas8161
@basantidas8161 4 ай бұрын
যি জনী ছোৱালীয়ে নিজৰ মাক দেউতাকক ঠগিব পাৰি ছে তেনেকুৱা কুলা্ংগাৰ ছোৱালী মৰি যোৱাই ভাল। ইয়াৰ কৰ্মফল তাই ভুগিব লাগিব।
@prasantaborah-kz6ds
@prasantaborah-kz6ds 5 ай бұрын
কবলৈ বেয়া লাগে যে চাকৰি জীৱনত আপোনালোকে মানুহক মানুহ বুলি গণ্য নকৰে অহংকাৰ হয় লৰা ছোৱালীক একো অভাৱ হবলৈ নিদি যিয়েই যি বিচাৰে তাকেই দিয়ে আৰু এতিয়া তাৰ ফল ভোগ কৰিব লগা। হৈছে। যি কি নহওঁক নিজৰ সন্তানৰ এনেকুৱা ব্যৱহাৰ সমাজৰ কাম্য নহয়। এনে সন্তান গৰিহণাৰহে যোগ্য। মাক দেউতাকৰ মনত আঘাত দিয়া সন্তানে তেওঁ লোকৰ বৃদ্ধ জীৱনতো এনে কৰ্ম্মফল ভোগ কৰিব লাগিব। পিতৃ মাতৃৰ মনত আঘাত দিয়া সন্তানে তেওঁলোকৰ জীৱন কেতিয়াও শান্তিৰে শুব খাব নোৱাৰে। এই বিলাক আ
@RinkumoniBaruah-jy3rw
@RinkumoniBaruah-jy3rw 5 ай бұрын
বৰ ভাল দুখীয়াৰক সহায় কৰেনে কেতিয়াবা আপোনালোকে ? নিজক চিনি পালে এনেকুৱাই হব মেদাম । ভাবা ভাবা ।
@tribenigogoi7273
@tribenigogoi7273 5 ай бұрын
আপোনাৰ জী জোঁৱাই আইনৰ যোগেদি ধৰি আনক আৰু সকলো আপোনালোকৰ প্ৰাপ্য লয় লওক।
@gitanjalibhagabati5666
@gitanjalibhagabati5666 5 ай бұрын
আচলতে আপোনালোকে ছোৱালী জনীক যে ৰাণীৰ নিচিনা ৰাখিলে সেইটোৱেই ভুল কৰিলে সংস্কাৰ দিব নাজানিলে, কেৱল টকা পইচা ধন সম্পদ এই বোৰহে শিকালে,
@riturajgogoi1075
@riturajgogoi1075 5 ай бұрын
জীয়েকৰ picture খন ৰাজস্থান ত থকা অসমীয়া লোকক দি দিয়ক । তেওঁলোকে সহায় কৰিব ।
@mystudyvibes_
@mystudyvibes_ 5 ай бұрын
তাই কতো শান্তি নাপায়.... এনেকুৱা পপীয়া সন্তান কাকো নিদিয়ক....মাক, দেউতাকৰ অভিশাপে মেৰিয়াই মেৰিয়াই ধৰক আৰু ক'বলৈ ভাষা নাই.... আধুনিক দিনৰ আধুনিক সন্তান ..... এয়াই উদাহৰণ .. এয়াই মাক, দেউতাকৰ ওপৰত দায়িত্ব নহয় নে,এয়াই মানৱীয়তা.. এনেকুৱা সন্তান গেলি গেলি মৰক
@ToponKalita-jy4jx
@ToponKalita-jy4jx 5 ай бұрын
Kothabur xunile kintu xontanok lalon palonotei dukh ase jn onuvob hoy gotike ji xikhyare xikhito korise xeyai xikise sage
@anuradhabaishya-xz1jm
@anuradhabaishya-xz1jm 5 ай бұрын
বেচি মৰম কৰিলে এনেকুৱা হয়। ভগবান আছে নহয়। তাৰ ফল পাব।
@ManasJyotiSarma-f5m
@ManasJyotiSarma-f5m 5 ай бұрын
I am putting all my life for my family. For mom and dad. May be my parents raised me as a real man.
@ambikakrishna5793
@ambikakrishna5793 5 ай бұрын
ঐশ্বৰ্য বিভূতি সকলো দিলে আপোনাৰ সন্তানক , কিন্তু নৈতিক শিক্ষাই নিদিলে।
@sneham57
@sneham57 5 ай бұрын
লৰা ছোৱালীক সদায় ভাল শিক্ষা দিয়াত বেছি গুৰুত্ব দিব লাগে , বেছি materialistic way ত ডাঙৰ কৰিলে ডাঙৰ হোৱাৰ পিছত পৰিয়াল, মাক দেউতাক এইবিলাক একো matter নকৰা হৈ পৰে, নিজৰ বিলাসী lifestyle ৰ বাবে মাক দেউতাক গুৰু গোঁসাই সকলো পাহৰি যায়।
@KamalGogoi-y8u
@KamalGogoi-y8u 5 ай бұрын
অসমত দৰা অভাৱ আছিল নেকি,এতিয়া কৈ কি লাভ,
@abhishekdevnath9959
@abhishekdevnath9959 5 ай бұрын
আপোনাৰ কথাই পৰিচয়। আপোনাৰ সয়স্কায। শ্ৰমিক হ'লে ও আপোনাৰ ছোৱালী তকৈ বহু পৰিমাণে ওপৰত।3rd class বুলি নকব
@Takar45
@Takar45 5 ай бұрын
Aajikali bohirajyot nijor ji k biya di ba ba loi maak bapeke
@ReemaBrahma-x7c
@ReemaBrahma-x7c 5 ай бұрын
Tike koise shemontika ki hoise kolikota biya hoi
@Sudeshna878
@Sudeshna878 5 ай бұрын
Exactly Bihari aru bengali r logote ei biya hbo dhorise
@prasantagoswami1477
@prasantagoswami1477 5 ай бұрын
অচিন কাঠৰ ঠোৰাৰ লগত জাতে সংগ নকৰে । আচৰিত ধৰণে আমাৰ ছোৱালী বিলাকক ঠগে। কাৰণ আমি সৰল ।এনেকুৱা ঘটনা টাৰগেট কৰি লয় তেল গেছ কোম্পানীত চাকৰী কৰা অসমীয়াৰ লগত হয়। ছোৱালীজনীয়ে বেয়া ফাণ্ডত পৰিলে। আৰু যাতে কাৰো এনেকুৱা নহয়🙏
@bhabenborah6730
@bhabenborah6730 5 ай бұрын
নিজৰ ককাই ভাই লগত সম্প নাথাকিলে এনে হয়
@ratulbarman-i2u
@ratulbarman-i2u 5 ай бұрын
ককাই ভাই তেনে নকৰিব বুলি কি কথা আছে
@rambalram2610
@rambalram2610 5 ай бұрын
পৃতি মাতৃ হাল আইনৰ সহায় লওক.. নিশ্চয় ন্যাই পাব...??? ভগৱান নো কত আছে এই পৃথিৱীত...???? হাই মানৱতা....!!! কলি যুগত ভগৱান ও অন্তৰ্ধান হল পৃথিৱীৰ পৰা....!!!
@sibaninath8483
@sibaninath8483 5 ай бұрын
পিতৃ মাতৃ ওচৰত যিমানেই টকা নাথাকক কিয় সন্তানক কেতিয়াও জানিবলৈ দিব নালাগে। অলপ অভাৱ কি লৰা ছোৱালীক শিকাব লাগে। লগা বস্তু তো দি দিব নালাগে সৰুৰ পৰা। সংস্কাৰ নশিকিলে।মৰম, দয়া,মমতা, শিষ্টাচাৰ, সন্মান একো শিক্ষা নললে তেওঁলোকৰ সন্তানে।
@iWannaTakeU
@iWannaTakeU 5 ай бұрын
Honorable CM of Assam plz look into dis matter 🙏
@PadmaDeka-y8j
@PadmaDeka-y8j 5 ай бұрын
ইমান বেছি বিশ্বাস কৰা বাবে এনেকুৱা হল দুখ লাগিছে ৷ মানুহ ইমান নিস্থুৰ হব পাৰে জন্ম দিয়া পিতৃ মাতৃৰ ক্ষেত্ৰত
@drajit2009
@drajit2009 5 ай бұрын
We need a strong law regarding this problem in Assam.
@pronamigogoi3676
@pronamigogoi3676 5 ай бұрын
সময়ে সময়ৰ কাম কৰিব অ নিজৰ ও তুলিছে নহয় লৰা ছোৱালী 😢
@Bringbest
@Bringbest 5 ай бұрын
ছোৱালী জনিৰ ফটো publish কৰক যতে পোৱা যাব তাতেই ধৰিব লাগিব।😢😢😢😢😢
@hirakjyotidutta7515
@hirakjyotidutta7515 5 ай бұрын
Ohonge poton.... Moja ....ei nhoi Mnuhok mnuh buli novoba guwahatir prai burr enkua hbo..... Kisumnk bad d ...
@hiyaaaaaa_
@hiyaaaaaa_ 3 ай бұрын
জোৱায়েক জীয়েকৰ ওপৰত কেচ দিয়া উচিত । লগতে চৰকাৰৰ পৰা সহযোগ বিচৰা উচিত । আপুনি আপোনাৰ শহুৰ-শাহু তথা স্বামীয়ে পিতৃ - মাতৃক যথোচিত আদৰ সন্মান কৰিছিল নে? এই কথা টোও মনত পেলাব । মোৰ বোধেৰে আপোনালোকে সেয়া কৰা নাছিল । কেৱল দম্ভ আৰু বিলাসীতা ত জীৱন কটাইছিল ।
@raihanalam2019
@raihanalam2019 5 ай бұрын
সেই জোৱাইয়ে ছোৱালী জনীকো খেদি পঠাব এদিন ।
@dineshrabha3031
@dineshrabha3031 5 ай бұрын
নাপাই নিজ পিতৃ মাতৃক এনেকোৱা কৰিব পাপে চুব..লোভে পাপ পাপে মৃত্যু হ'ব...বনৰী জাতৰ ছোৱালী ইয়াকে কয়
@manjulaborah1351
@manjulaborah1351 5 ай бұрын
হে হৰি,মৰমৰ চুমাই নাকতি ওফৰাই,ঘৰ শত্ৰু বিভিষণ,একদম নাপায় দেই,মাক দেউতাককৈ বাহিৰাগতো নিজৰ হল, ইয়াৰ ফল ভালকৈ পাব মৰমৰ স্বামীয়ে তাইক চাব কুকুৰৰ দৰে অৱস্থা কৰিব, টকা বোৰ শেষ হব দিয়ক 😮😮কুলক্ষণীয়া ছোৱালী 😢
@Pinuri2222
@Pinuri2222 5 ай бұрын
Thik kaise
@moonahmad484
@moonahmad484 5 ай бұрын
এওঁলোকে আগতে কিছু পৰিমাণে হ'লেও আনৰ বা নিজৰ পৰিয়ালৰ কাৰোবাক অনিষ্ট বা মনত কিৱা দোষ দি থৈছে নিশ্চয় তাৰে ফল ভূগিছে নহয়জানো কি কয়?
@bigboss.3213
@bigboss.3213 5 ай бұрын
আপোনালোকৰ জনী মহা rendi হ'ল বুলি ,সকলো ল'ৰা ছোৱালী একাকাৰ নকৰিব 🙏।
@hiramoniborah5125
@hiramoniborah5125 5 ай бұрын
জী জোঁৱাইৰ ওপৰত একো ব্যবস্থা লোৱা নাই নেকি
@vijaykumardev1345
@vijaykumardev1345 5 ай бұрын
সদাই বেলেঞ্চত থাকিব লাগে আৰু লৰা ছোৱালীকো বেলেঞ্চত ৰাখিব লাগে ৷অতি শাসনো বেয়া আৰু একেবাৰে শাসন নকৰাটোও বেয়া । জীৱন ভাৰসাম্যতাৰ নাম হয় । যদি একেবাৰে তাইক উঠাই নিদি কিছু পৰিমাণে শাসনত ৰাখিলে হয় আজি এই দশা নহলে হয় । যিকি নহওঁক আইন আছে কানুন আছে আৰু আইন কানুনো যদি টকাৰ বলত বহতীয়া হৈছে তেনেহলে সেই আইন সমাজ জীৱনৰ বাবে অভিশাপস্বৰূপ হয়।
@RunuDeviSharma-kp7lp
@RunuDeviSharma-kp7lp 3 ай бұрын
তেওঁ লোকে কিয় পুলিচ লগাই সিহঁতক ধৰাই নানে কিয়? এনেকুৱা পাপীষ্ঠ জীয়ৰীক শাস্তি দিব লাগে। তেওঁ লোকে ইয়াৰ বাবে ব্যৱস্থা কৰা নাই নেকি?
@phanidharrabha8057
@phanidharrabha8057 5 ай бұрын
পিতৃ -মাতৃৰ সংস্কাৰ নথকা বাবেই সন্তানৰ চৰিত্ৰ এনে নিকৃষ্ট হ'বলৈ পাইছে
@shashimaths1244
@shashimaths1244 5 ай бұрын
Wah apuni gomei pai gol karon....
@hirakkalita3111
@hirakkalita3111 5 ай бұрын
Right
@Rahul-fk3mf
@Rahul-fk3mf 5 ай бұрын
Oko makehe sign mara kotha koy .. Deutarr bhumika nasl nki.....sakori to bapekehe krisl .... Mota tuk tlot rakhi swalik alakhot rakhisl sage.... But conditions bht dukh loga .. Iseare mangl krk
@chandramapathak8243
@chandramapathak8243 4 ай бұрын
আইনৰ সহায় লওক
@kabirsarma6573
@kabirsarma6573 5 ай бұрын
দোষ আপোনালোকৰ। ছোৱালীক লগাতকৈ বেচিকে টকা-পইছা আৰু বিলাসী জীৱন দিলে কিন্তু সংস্কাৰ দিব পাহৰিলে। জীৱ-জন্তুৰ প্ৰতি বা মানুহৰ প্ৰতি মৰম কৰিব নিশিকালে, ভোকাতুৰৰ হাতত অলপ খাদ্য বা পিয়াহঁত আতুৰ জনক পানী অলপ দিবলৈ নিশিকালে। এইবোৰ তাৰেই ফল। কেৱল টকা হে দিলে। এতিয়া বেলেগক উপদেশ দি লাভ নাই। আমি দুখীয়া হ'ব পাৰো টকা-পইছা নাই কিন্তু লৰা-ছোৱালীক মানৱীয়তা গুণখিনি শিকাইছো।
@debasishbora1491
@debasishbora1491 4 ай бұрын
Bohut vaal kotha koise aapuni 🙏
@kalpanadikudailyvlogs7032
@kalpanadikudailyvlogs7032 5 ай бұрын
কেতিয়াও সুখী হব নোৱাৰে,❤❤
@pravachutia931
@pravachutia931 5 ай бұрын
দুখীয়াক দান নিদিয়া ফল ,পাপৰ ফল ধন বনালে মানুহ নবনালে ।
@gendaphysicalacademy9951
@gendaphysicalacademy9951 5 ай бұрын
ধন সম্পতি দুদিনিয়া সংস্কাৰ হে জীৱনৰ ঘাই । 😢
@digantagogoi2583
@digantagogoi2583 5 ай бұрын
আপুনি সন্তানক বিশ্বাস নকৰিবলৈ কলে????আপুনি ছোৱালীক মানুহ হবলৈ শিকাইছিল নে??
@BubuBorgohain-u2c
@BubuBorgohain-u2c 5 ай бұрын
আপোনালোকৰ বাৰু বংশৰ মানুহ কোনো নাই নেকি? চিন্তা নকৰিব এদিন যেতিয়া পইচা শেষ হব তাইৰ অৱস্থা পথৰ ভিক্ষাৰি হব
@BubuBorgohain-u2c
@BubuBorgohain-u2c 5 ай бұрын
আপোনালোকে বাৰু নিজে শহুৰ শাহু , মা দেউতাক অৱজ্ঞা কৰিছিল নেকি? নে ভাল আদৰ্শ নিদিলে চাগে
@DaisyRabhaDaisyRabha
@DaisyRabhaDaisyRabha 5 ай бұрын
এয়াই কৰ্মফল বুলিভাবক ভাঙি নপৰিব কিবা নহয় কিবা উপায় উলিয়াব উহঁ কি দুখৰ বিষয়
@tutukathar8685
@tutukathar8685 5 ай бұрын
মোৰ মতে SBI কৰ্মচাৰী আৰু অকিল জনক ধৰিৱ লাগে তেতিয়া সকলো উলাই জাৱ
@pallabiborah4144
@pallabiborah4144 5 ай бұрын
Really sad....im helpless if i could help them i would surely help them
@HariPriya-hi7rd
@HariPriya-hi7rd 5 ай бұрын
Because of daughters like this even my parents are starting to have doubts on me. I totally understand it's very natural for parents to feel scared. I am feeling so ashamed of this girl. I hope that girl gets caught soon and justice must be served.
@educationalplanet7565
@educationalplanet7565 5 ай бұрын
Direct arrest hobo lage. Aine hohoi korok..
@meenagogoi5349
@meenagogoi5349 5 ай бұрын
আপুনি এতিয়াও আনৰ ল'ৰাটোক দোষ দি আছে।আপোনাৰ পেটৰ সন্তানেই বিশ্বাস ঘাটক। এতিয়াও সময় আছে।তাইৰ ওপৰত কেচ ফাইল কৰক।
Каха и дочка
00:28
К-Media
Рет қаралды 3,4 МЛН
Мен атып көрмегенмін ! | Qalam | 5 серия
25:41