চৰকাৰে বাৰে বাৰে কয় আহিছিল যে ঘোচ নিদিবৰ বাবে । গতিকে ঘোচ দিয়া বোৰক টকা ঘূৰাই দিব নালাগে কাৰন সিহঁতৰ টকা আছে কাৰনে ঘোচ দিছিল ইহঁতে আৰু ঘোচ দিব পাৰিব।পাছে আকৌ এটা কথা এই ঘোচ লোৱা কেইজনক কি শাস্তি দিয়ে দিয়ক। কিন্তু আইনৰ মতে ঘোচ দিয়া জনো অপৰাধী গতিকে এই ঘোচ দিয়া বোৰেও শাস্তি পাব লাগে মুঠতে কাকো ৰেহাই দিব নালাগে।
@kmnboro4135 жыл бұрын
Good job sir, 👌
@bikibhai52413 жыл бұрын
Ji khokole poisa disile khuhitok jail dibo ne??
@basantahira86453 жыл бұрын
টকা দিছিল কিয়??
@anirekhaborah67782 жыл бұрын
For the no
@liyanhira11736 жыл бұрын
kone Diba disi poisa seikeita poisare business Kariba noara sor Kari sakari Hale he hoinki... poisa Dia Keita he faltu manuh...
@MyLifestyle15094 жыл бұрын
Eitu BNC r nki.... Moi dekhisu yak Hengrabai t
@PBMUSIC-kp1zr3 жыл бұрын
Ghosh diya ru lua... Equel hasti homaan hobo lage
@jaanboruah86803 жыл бұрын
কিছুমান মানুহে এনেধৰণৰ প্ৰৱঞ্চকৰ সৃষ্টি কৰে নিজৰ ভুলৰ বাবেই, কোনো আগ গুৰি নজনাকৈ যদি ইমান লাখ লাখ টকা দিবই পাৰে এটা চাকৰি নামত সিমান খিনি টকাৰে নিজেই ভাল ব্যৱসায় এটা কৰিব পাৰিলে হয় । কিছুমান ভুল লোকক জাপি দিয়াতকৈ নিজৰ ভুল বোৰ চাব লাগে, পইচা দিয়াৰ আগতে ভালকৈ জানি বুজি লব লাগে এই দালাল বোৰ আচলতে কোন হয় ।
@deepshikhasonowal91816 жыл бұрын
very good
@dhurbajyotimoran89316 жыл бұрын
sir poisa khuwa bur jiman beya .hei tat koi beya poisa ghoss diya bur. heye Karu kei Jen Hari jab nidiye. hapehe hapor thang dekhe. shure he shur partner Pai. beye Manu bure hei beya kam Kora manuh logat sinaki hy.
@JANTATECHSUPPORT3 жыл бұрын
🤣😂🤣,,কি চলি আছে এইবিলাক
@yellowsapphire47985 жыл бұрын
ebur manhu society'r karone dhikar kintu tatkeu beya june poisa di sakori kine. jaar poisa maar khaise moi aku beya puwa nai poisa di sakori lobo goisil naa hetu beya
@hemcharannath42123 жыл бұрын
Ghor mati Gari croc kori aajiwan jel diok jodi shosa ai bilak kori thoka
@pranabdas71216 жыл бұрын
অসমত ভাল পুলিচৰ অভাৱ নাই ......
@dikramgohain14446 жыл бұрын
Best Assam police
@89skmamunulislam605 жыл бұрын
Babu,,,,, da r voice hoi😆😆😆🤣🤣🤣
@SD-ff1wc6 жыл бұрын
টকা দিয়া কেইটাকো ধৰিব লাগে৷
@minhajahmed80586 жыл бұрын
Good job AP
@jurishreekalita16495 жыл бұрын
Prag news tu apunar karonai sau.. Aru youtube ot video sau