হাহাকাৰ লাগিছে বিজেপীত।তহঁতি যদি বাঘ আমি সিংহ।বব্বৰ ছেৰ ।/Virel news

  Рет қаралды 13,713

Shyamal's vlogs

Shyamal's vlogs

Күн бұрын

Пікірлер: 45
@ganeshdas808
@ganeshdas808 2 ай бұрын
বি জে পি ৰ মানুহ বিলাকেহে সকলো বুজি পায় | বাকী ভাৰতবৰ্ষৰ সকলো মানুহ বুৰ্বক | মুঠতে ৰংগ্রেছে নকৰিলে সিহতেও নকৰে ,ইহতে যে নোৱাৰে সেইটো স্বীকাৰ নকৰে | কিমান মিছা কব ? সকলো গম পাই গৈছে ভাৰতবৰ্ষৰ মানুহে |
@KHARGESWARHAZARIKA-zm7pf
@KHARGESWARHAZARIKA-zm7pf 2 ай бұрын
বাহিৰা ৰাষ্ট্ৰৰ মানুহ অসমলৈ আহিব পৰাকৈ " কা " বলবত কৰিছে হয়নে নহয় দিলীপ শৰ্মা । " অসম চুক্তি " ফালি চিৰাচিৰ কৰিছে , অসমৰ সম্পদ সমূহ লুটি পুটি নিছে , ছয় জনগোষ্ঠী জনজাতিকৰন কৰিব বুলি ৰাম ঠগন দি আছে , হয়নে নহয় দিলীপ শৰ্মা । তুমি আৰু অলপ তেল মাৰা " কেন্দ্ৰীয় মন্ত্ৰী " পাই যাবা ।
@MonuramMonuramtaid
@MonuramMonuramtaid 2 ай бұрын
বিজেপি সোঁপা কথাৰ চহকী তাৰ বাদে একো নহয়।তাকো অসমীয়াৰ ওপৰতেহে কথাৰ উস্তাদি দেখুৱাই।দিল্লীৰ ওচৰত ভিজামেকুৰি।
@ganeshnath5843
@ganeshnath5843 2 ай бұрын
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ ।পলাশ চাংমাই ডাঙৰীয়া জিন্দাবাদ ।
@manjubarman1855
@manjubarman1855 2 ай бұрын
টকশ শ্ব'ত চৰকাৰী পক্ষৰ প্ৰতিনিধি মাতিব নালাগে।
@golenurhoque8038
@golenurhoque8038 2 ай бұрын
শৰ্মা ডাঙৰীয়াই আপুনি কিছুদীন আগলৈ বি জে পিক তুলাধুনা দিছিল এতিয়া আকৌ বি জে পি হৈ ওকালতি কৰা ই কেনে ৰাজনীতি
@TulikaboraKkp
@TulikaboraKkp 2 ай бұрын
কেৱল ৰাজনীতি মানুহ সোপাকে টকশ্বলৈ কিয় মাতে ?তাতকৈ সৰ্বসাধৰণ নাগৰিকক কিয় নামাতে ?তেখেত সকলে যিখিনি জ্ঞান গভীৰ কথা কব তেল মৰা সোপাতকৈ বহু গুণে শেষ্ঠ ৷
@ganeshnath5843
@ganeshnath5843 2 ай бұрын
অসমত দিল্লীৰগোলামী কৰা ফফ্‌লা চৰকাৰ ।এই চৰকাৰৰ কাম নাই ।
@mukutborah4081
@mukutborah4081 2 ай бұрын
এই গৰাকীয়ে বাজেট কি নিজে গম নাপাই। বজেট নধৰাকে পাছত বিজেপি য়ে সমপ্রতি বিক্রি কৰি দিব। চালে বেৰে কথা কৈ লাভ নাই। সাংসদ গৈ টোপনি গৈ থাকিলে হয়।
@AbudulaAli
@AbudulaAli 2 ай бұрын
Aamar Dhubri r MP jonok sudhak chan asom t flood problems buli kiba aase ne , carom problem he aase .
@kamaleswarbordoloi993
@kamaleswarbordoloi993 2 ай бұрын
চকি বচাবই লাগিব । তাকে কৰাৰ বাবেহে জুই লাগিছে । বিপদৰ বন্ধুক শলাগ নললে অজিন পাতকী । হোৱাটো হৈয়েগল আহাটোহে থিক কৰিব লাগে ।
@manjubarman1855
@manjubarman1855 2 ай бұрын
এতিয়া ডিজিটেল যুগ হাৰি নাযাব।আমি প্ৰত্যেকেই অসমৰ অতন্দ্ৰ প্ৰহৰী। গতিকে অযুক্তিকৰ কথা কয় মানুহৰ হাঁহিয়তিৰ পাত্ৰ নহ'ব।বিশেষকৈ নৱপ্ৰজন্মৰ চকুত আপোনালোক হাৰি নাযাব।
@ganeshdas808
@ganeshdas808 2 ай бұрын
হব দে, তহতে আশ্বাসতে সন্তুষ্ট থাক | মুঠতে নাও ডুবিলেও টিঙৰ পৰা নামাৰিবি |
@dukedihingia1804
@dukedihingia1804 2 ай бұрын
Assamor dolongbur Chainar bhayathe hoise aru hobo unnatir. Bhabdharati misa
@gobinbhuyan2158
@gobinbhuyan2158 2 ай бұрын
Ai jone budget khan bhalkoi bujise...gatike kouk..kiman taka Assam r babe ai budget t dile.. Assam r janatak bujai kouk....
@LolitGogoi-e9k
@LolitGogoi-e9k 2 ай бұрын
দ'ল বাগৰা জনে কি কয় হে?যিটো দলত থাকি খাই-বই নুদুকাটো হল সেইটো দলকে কিহতে গালি দিয়ে হে!
@abulhussain3801
@abulhussain3801 2 ай бұрын
We should get rid of being devotees of some specific political leaders otherwise we shall not be able to develop our beloved Assam .
@gobinbhuyan2158
@gobinbhuyan2158 2 ай бұрын
Mainkathaloi ahiba lage baan niyantanar babe ai budget khanat Assam k..kiman kuti taka dile heitu hudhak...
@girishchtalukdar2574
@girishchtalukdar2574 2 ай бұрын
Look your past. Now he is great budgitien
@KHARGESWARHAZARIKA-zm7pf
@KHARGESWARHAZARIKA-zm7pf 2 ай бұрын
দিলীপ শৰ্মা বোলাতোক কঁথা কব দিব নালাগে ।
@dipakdas1170
@dipakdas1170 2 ай бұрын
Not wrong few days back , he is stand for congress
@GCNath-ed7im
@GCNath-ed7im 2 ай бұрын
এই গৰাকী আৰু একোপ চৰা
@mominulislam8531
@mominulislam8531 2 ай бұрын
বিজেপিৰ চামশাৰ চাইলোবা এইবোৰ সবদাদাগিরি কোনো দোলের m. L লেক খাতিরনকরে
@manjubarman1855
@manjubarman1855 2 ай бұрын
গাঁৱৰ সাধাৰণ মানুহকো মাতিব চোন টক শ্ব'লৈ। তেতিয়া ৰাজনীতিৰ আচল ছৱিখন দেখা পাব।
@iswarpatar3842
@iswarpatar3842 2 ай бұрын
কাল ৩ টা।ভূত,বৰ্তমান আৰূ ভবিষ্যত। দিলো,দিছো আৰু দিম । দিলো অথাৎ যি পালা যি খালা। দিছো অথাৎ লোৱা আৰু খোৱা। দিম অথাৎ সময়ে কব। যদি হাতত আহে দিম পাবা তেতিয়া খাবা।
@manjubarman1855
@manjubarman1855 2 ай бұрын
বাজেতখন হৃদয়ঙ্গম কৰিব লগা বস্তু নেকি?এইখন উপন্যাস নেকি শৰ্মা ডাঙৰীয়া?
@dipakdas1170
@dipakdas1170 2 ай бұрын
Dilip Sarma belongs to which party
@brddddd
@brddddd 2 ай бұрын
Saku mudi aswasto hobo nuari . Axomot banpani hua nedekha hokolok kune saku meluabo ? vaw dhori hua jonok jogua tan Eman siorise axomot banpanir hitanit kiman toka dile kowk
@KHARGESWARHAZARIKA-zm7pf
@KHARGESWARHAZARIKA-zm7pf 2 ай бұрын
দিলীপ শৰ্মা তুমি বিহাৰতে ঘৰটো বনাই লোৱা ।
@gobinbhuyan2158
@gobinbhuyan2158 2 ай бұрын
Khub bhal hoise..komse kom voter xakaleu..tu bujak amar votere nibasita netai biharar baanpani hey dekhise Assam r banpani nai dekha...khubhal hoise bajju Tali 😝😜😜😜
@gunaramdas131
@gunaramdas131 2 ай бұрын
কংগ্ৰেছক সেই কাৰণে ক্ষমতাৰ পৰা আঁতৰাই অসমৰ ৰাইজে আপোনা লোকক সমৰ্থন কৰিছিল, সেইকথা টো আপো না লোকে পাহৰি নেজাব!
@akbarhussain5118
@akbarhussain5118 2 ай бұрын
Kala dise axom k
@BubuSaikia-e1g
@BubuSaikia-e1g 2 ай бұрын
B j p go back 🎉
@kushalbaruah8438
@kushalbaruah8438 2 ай бұрын
BJP HATAW ASOM Desh BASAW
@DibakorKaman-q6s
@DibakorKaman-q6s 2 ай бұрын
Vedeotut okol mattuhe huniboloi puwa jai, sobitu kiyo dekhiboloi puwa bhai?
@NivaManiDas-v4f
@NivaManiDas-v4f 2 ай бұрын
Bjp go back👍
@manjubarman1855
@manjubarman1855 2 ай бұрын
অ শৰ্মাইহে বুজিলে বাজেটখন।আমিবোৰ গাধ বহি আছো বুলি ভাৱিছে নেকি?অলপ অসমৰ ৰাইজৰ কথা ভাৱিব বুজিছে?কেৱল তৈল্য মৰ্দ্দন কৰি নাথাকিব। আমি ভোট দিলেহে আপোনালোকৰ গাডী বাচিব।কংগ্ৰেছে যি কৰে আপোনালোকেও তাকেই কৰিব নেকি?
@TulikaboraKkp
@TulikaboraKkp 2 ай бұрын
মোডীৰ ভৃত্য হে অসমৰ মূখ্যমন্ত্ৰী ৷যদি হে মোডীৰ বিপৰীতে কথা কবলৈ হয় জানেই চকী টো লুটি খাবই আৰু কি হব ৷?
@AbdulHakim-ev1tf
@AbdulHakim-ev1tf 2 ай бұрын
বাজেট করিলে কি মানুহে পায় নেকি পয়ার পিছত হে কবো লাগে
РОДИТЕЛИ НА ШКОЛЬНОМ ПРАЗДНИКЕ
01:00
SIDELNIKOVVV
Рет қаралды 3,9 МЛН
My Daughter's Dumplings Are Filled With Coins #funny #cute #comedy
00:18
Funny daughter's daily life
Рет қаралды 31 МЛН
Миллионер | 1 - серия
34:31
Million Show
Рет қаралды 2,9 МЛН
РОДИТЕЛИ НА ШКОЛЬНОМ ПРАЗДНИКЕ
01:00
SIDELNIKOVVV
Рет қаралды 3,9 МЛН