হাহিঁ থকা ব্যক্তিজনৰো আছে চকুপানীৰ হেজাৰ কাহিনী, কিন্তু ভাগৰা নাই Chakrapani Parashar interview

  Рет қаралды 83,434

Shemim Ahmed ssiddiki

Shemim Ahmed ssiddiki

Күн бұрын

Пікірлер: 161
@devikagogoi2898
@devikagogoi2898 Жыл бұрын
তোমালোক দুয়োজনকে ধন্যবাদ দিবলৈ মোৰ ভাষাৰ অভাৱ । ছেমিম আৰু চক্ৰপাণি তোমালোক আগবাঢ়ি যোৱা আশীৰ্বাদ সদায় আছে ।
@pilygoswami9414
@pilygoswami9414 Жыл бұрын
চেমিম অতি সুন্দৰ অনুষ্ঠান এটা উপহাৰ দিয়াৰ বাবে তোমালৈ বহুত বহুত ধন্যবাদ ।চক্ৰপানী সকলোৰে মৰমৰ এজন ব্যক্তি ।তোমালোক দুয়োৰে আগন্তুক দিনবোৰ আৰু বেছি সুন্দৰ হওক তাৰেই কামনা ।❤❤❤
@sikhadutta6493
@sikhadutta6493 Жыл бұрын
খুব সুন্দৰ অনুষ্ঠান। চক্ৰপাণি পৰাশৰ আগবাঢ়ি যাওক তাৰেই কামনা কৰিলোঁ
@dipalihazarika4250
@dipalihazarika4250 Жыл бұрын
দুজন প্ৰিয় ব্যক্তি একেলগে! বৰ ভাল লাগিল আজিৰ অনুষ্ঠানটো চেমিম|
@priyojonorbandhun
@priyojonorbandhun Жыл бұрын
এজন সঁচা ব্যক্তি খুব ভাল পাওঁ চক্ৰপাণিক তেখেতৰ কৰ্মক ।তাতোতকৈ ভাল পাওঁ তেখেতক প্ৰেৰণা দি থকা মৰমৰ পত্নীক। দুয়োৰে জীৱনটো উজ্জ্বল হওঁক।তেখেতৰ কৰ্মই সমাজখন সুন্দৰ কৰক।🙏🙏🙏
@nirusaikia7631
@nirusaikia7631 Жыл бұрын
ছেমিন মহাশয়া আৰু চক্ৰপাণি মহাশয় আগুৱাই যাওক, ভগৱানে কৃপা কৰক 🙏 🙏 🌹
@altabali7249
@altabali7249 Жыл бұрын
বাতালাবৰ ভিডিও সদায় চাই বহুতভাল লাগে দুয়োজনোৰ কথাবোৰ বহুত ভাল লাগিল সদায় এনেকো কাম কৰি আগবাঢি যায়ক তাৰে কাৰণে আল্লাহৰ ওচৰত দোৱা থাকিল
@navanitadutta8852
@navanitadutta8852 Жыл бұрын
আপোনালোক দুইজনেই মোৰ প্ৰিয় মানুহ। অনুষ্ঠানটো চাই হেপাহেই নপলাল ইমান ভাল লাগিল। শুভকামনা জনালোঁ।
@PurabiBaishya-zx7iw
@PurabiBaishya-zx7iw Жыл бұрын
আপোনালোকৰ অনুষ্ঠানটো চাই বহুত ভাল লাগিছে তাতকৈয়ো ভাল লাগিছে চক্ৰ পানী দাদাক তেখেত মানুহজন ইমান মৰম লগা মুখত মিঠা হাহি দেখিবলৈ ধুনীয়া ইমান সহজ সৰল ব্যক্তি আৰু ভাল লাগে চক্ৰ দাৰ কৰ্মক তেখেত সদায় ভালে থাকক কুশলে থাকক এয়ায়ে ভগৱানৰ ওচৰত কামনা ধন্যবাদ ।
@Jyotsnaagogoi
@Jyotsnaagogoi Жыл бұрын
মানুহজনৰ ব্যক্তিত্ব সচাই ভাল লাগে.., প্ৰিয় মানুহজন❤️❤️❤️🧿
@arotiphukan6989
@arotiphukan6989 Жыл бұрын
ম ইয়ো সিদিনা ভগৱানক তোমাৰ সুস্থতাৰ বাবে প্ৰাৰ্থনা জনাইছিলো পৰাশৰ।কাৰণ,তোমাৰ কামবোৰ আৰু তোমাৰ ব্যক্তিত্ব মোৰ বহুত ভাল লাগে।তোমাৰ জীৱনৰ সফলতা বাঢ়ক ।ভৱিষ্য়ৎ উজলি উঠক তাৰে কামনা কৰিলোঁ।
@hemprovasaikia7205
@hemprovasaikia7205 2 ай бұрын
ইমান ভাল লাগিছে কথাবোৰ।দুয়োলৈকে শুভেচ্ছা থাকিল।
@moonmikalita
@moonmikalita 6 ай бұрын
বহুত সুন্দৰ অনুস্থান ❤❤❤ধন্যবাদ।
@binagohain9329
@binagohain9329 Жыл бұрын
Bht vl lagil dhonyabad jonalu
@sumitradeb8538
@sumitradeb8538 Жыл бұрын
খুৱেই ভাল লাগিল আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ 🙏 ভগৱানৰ চৰনত
@manibankalitanath3648
@manibankalitanath3648 Жыл бұрын
খুব ভাল লাগিল দেই আজিৰ অনুষ্ঠানটো । চক্ৰপানী পৰাশৰ এজন উজ্জ্বল ব্যক্তিত্বৰ অধিকাৰী। আজি তেওঁৰ জীৱনৰ বিষয়ে জানিব পাৰিলোঁ । ক্লাছ ১২ ৰ পিছত হে উশাহ লৈছো ,,, শুনি খুব হাহিঁলো😊 পৰ্বতৰ শিখৰলৈ আগুৱাই যাওক দুয়োজনলৈ আন্তৰিক শুভেচ্ছা থাকিল 💐💐
@jahnovikhanikar3028
@jahnovikhanikar3028 Жыл бұрын
বহুত ভাল লাগিল।দুয়োজনলৈ শুভেচ্ছা যাচিলোঁ।
@chitrineeborah2241
@chitrineeborah2241 Жыл бұрын
চেমিম অনুষ্ঠানটি চাই বহুত ভাল লাগিল ।তোমালোক দুয়োজনে মোৰ প্ৰিয় ❤❤
@dulpachanipachani9110
@dulpachanipachani9110 Жыл бұрын
অতি সুন্দৰ অনুস্থান বৰ ভাল লাগিল।
@gunakantabaruah1988
@gunakantabaruah1988 9 ай бұрын
তোমালোক দুয়ো লৈকে শুভেচ্ছা জনালোঁ।❤
@sumitapathak5713
@sumitapathak5713 Жыл бұрын
উৎসাহ আৰু অনুপ্ৰেৰণাৰ উৎস চক্ৰপাণি পৰাশৰ .... বৰ ভাল লাগে এখেতক । মোৰ ভাল লগা এজন সাংবাদিক... ইমান সুন্দৰকৈ কয় কথাবোৰ
@NiruBhuyan-oj1fk
@NiruBhuyan-oj1fk 6 ай бұрын
19:31
@SajidaNaseen-m2m
@SajidaNaseen-m2m Жыл бұрын
বৰ ভাল্ লাগিল। দুয়ো আগুৱাই যোৱা
@mbegum5806
@mbegum5806 Жыл бұрын
চেমিম বা আৰু চক্রপানী দাৰ কথা বিলাক শুনি বহুত বেছি ভাল লাগিছে দে ❤❤❤ দুইয়োজনকে বহুত বেছি ভাল পাওঁ
@sandhyadas7651
@sandhyadas7651 Жыл бұрын
চক্ৰপাণি তোমাক বৰ ভাল পাওঁ আৰু চেমিম তো তোমাকো ,নিশ্চয় আগবাঢ়ি যাব পাৰিবা,
@kalpanachoudhury3973
@kalpanachoudhury3973 Жыл бұрын
বৰ সুন্দৰ মানুহ ভাল লাগে শুভেচ্ছা জনালো❤
@junugogoi4458
@junugogoi4458 Жыл бұрын
বৰ ভাল লাগিল দোয়োগৰাকী লৈ বহুত শুভেচ্ছা থাকিল
@JUMON488
@JUMON488 10 ай бұрын
Shemim, tumar anusthan Mur khub priyo,Tumi jikaijon bioktir interview loisa,Sai hokolu biokti muru priyo.sakropani parakhorok teaur kamor karone moi respect koru, tumaluk duijon nijor nijor kamot aaguwai jua,amar aaxirbad sadai thakibo.👍👍♥️♥️
@aparnabhagwati6630
@aparnabhagwati6630 Жыл бұрын
Semim , Interview tu Sai bahut bhal Palo ,Chakrapanir accident r samayato moi bhagabanak parthana karisilo ,God bless all of you
@chandramatamuli6421
@chandramatamuli6421 Жыл бұрын
ভাল লাগিল চক্ৰপাণি ❤ভগবানে ভালে ৰাখক
@bibiborah8629
@bibiborah8629 Жыл бұрын
দুয়ো জনলৈ শুভেচ্ছা থাকিল
@barashanath1639
@barashanath1639 Жыл бұрын
Bohut besi val manuh apuni 😊xodai vale raxe jate vogobane apunak 😊dada 😊
@nirupankashyap4572
@nirupankashyap4572 Жыл бұрын
Bhal lagila chakrapani congrulations
@kukimahanta2815
@kukimahanta2815 Жыл бұрын
দুয়ো জনলৈ অশেষ শুভকামনা জনালোঁ
@pallabiborh8746
@pallabiborh8746 Жыл бұрын
আপোনাৰ ব্যক্তিত্ব ভাল লাগে❤❤
@inugogoi2477
@inugogoi2477 Жыл бұрын
চক্ৰপাণি পৰাশৰক বহুত ভাল লাগে, সুন্দৰ সুস্থ সবল, সুমধুৰ কণ্ঠ👌
@ranjuhazarika8799
@ranjuhazarika8799 Жыл бұрын
Chacropañi poràshor ok bohut bhal lage Thañks
@anjananath8470
@anjananath8470 Жыл бұрын
বহুত ভাল লাগে চাই বিষেক ভাবে দাদাৰ কথাবোৰ বহুত ভাল লাগে ।
@GitimoniChutia-q4g
@GitimoniChutia-q4g Жыл бұрын
তোমাক ধন্যবাদ দিবলৈ মোৰ ভাষাৰ অভাৱ ।পৰাশৰ আগুৱাই যোৱা (শিৱসাগৰ। পৰা)
@harshitaart2345
@harshitaart2345 Жыл бұрын
Bohut val lagil....Chakra da hodai a mur priyo....
@123janmoni
@123janmoni Жыл бұрын
Shemim, চক্ৰপাণি পৰাশৰ , বৰ ভাল, ভদ্ৰ, অমায়িক লৰা যেন লাগে। বহুত ভাল পাওঁ তেওঁক।
@JitenBorah-g9l
@JitenBorah-g9l Жыл бұрын
চক্ৰপাণি পৰাশৰৰ আলোচনাৰ পৰা কিবা কিবি নজনা জনিলো।বহুত বহুত ধন্যবাদ ।
@ArunaChutia-k1k
@ArunaChutia-k1k Жыл бұрын
Bhaa shemim thank you
@manjubarman1855
@manjubarman1855 Жыл бұрын
অনুস্থানটো খুব ভাল লাগিল। চক্ৰপাণি মোৰ প্ৰিয় সাংবাদিক। ❤
@nilutpalbaruah4245
@nilutpalbaruah4245 Жыл бұрын
Very positive interview. Keep it up .
@jitpalroy6470
@jitpalroy6470 Жыл бұрын
Thank you so much chakrapani tumar khotha bur xuni thakibo mon jay
@haimabatikakati4041
@haimabatikakati4041 Жыл бұрын
Very good interview.Thanks Samim.
@kasturichangmai4033
@kasturichangmai4033 Жыл бұрын
এই মানুহ জন মোৰ প্ৰিয়,,,,,,, কথা কাম সকলো বোৰ মোৰ ভাল লাগে, ভগৱানে সদায়ে এই দাদাক ভালে ৰাখে যেন,,,,,
@nirupomachetia327
@nirupomachetia327 3 ай бұрын
😮চহক্ৰপনি simplecity can sake the world .
@MerajulIslam-offical
@MerajulIslam-offical Жыл бұрын
মোৰ মনৰ মানুহ জন ❤❤love you চক্ৰ দা
@nirmalibaishya6593
@nirmalibaishya6593 8 ай бұрын
Bar val lage Cakra Da k .Bahut vadra manuh.God always bless Him.
@Dr.GitimoniHatimuria
@Dr.GitimoniHatimuria Жыл бұрын
চেমিম আপোনাৰ সৰলতাই মুগ্ধ কৰে। চক্ৰপাণিদাদালৈ নমস্কাৰ জনাইছোঁ।
@kalpanabora788
@kalpanabora788 Жыл бұрын
Bhal lagil❤❤
@paporisaikia4160
@paporisaikia4160 Жыл бұрын
কবলৈ ভাষা নাই love from Tezpur
@hasnabegum4419
@hasnabegum4419 Жыл бұрын
Duyujone Mur favrt person ❤❤
@Onebite_wdSwati
@Onebite_wdSwati Жыл бұрын
Shemim ba khub vl lge ...sokro pani da tu nkoue ....xrur pora dangor xokolure priyo dada❤
@aratigohain5885
@aratigohain5885 10 ай бұрын
বৰ সুন্দৰ অনুস্থান ।
@krishnakalita9821
@krishnakalita9821 Жыл бұрын
Bohut val lgile ajir video tu..
@munmirajbongshi8731
@munmirajbongshi8731 Жыл бұрын
Really bhut vl lagil lgt khub njoy krilu ...by the way ki premik koi ... xey2 hl durdanto premik
@munmirajbongshi8731
@munmirajbongshi8731 Жыл бұрын
NO means Next Opportunity
@biplabiboruah9746
@biplabiboruah9746 Жыл бұрын
Duijonai priyo❤
@sandhyaranideka1392
@sandhyaranideka1392 Жыл бұрын
বৰ্তমান আমাৰ সমাজ খনত আপোনা( চক্রপানী পৰাশৰ ছাৰ)ৰ দৰে এজন ব্যক্তি খুবেই প্রয়োজন। ভালে থাকক আপুনি ❤
@manjulasaikia5329
@manjulasaikia5329 Жыл бұрын
Val lagil parasarr kahinibur Jani dukhu lagil aguai jaouk aidare ❤❤❤😂😂🎉🎉
@ranjudoley530
@ranjudoley530 Жыл бұрын
Motivation speech ❤❤❤
@assammaker6911
@assammaker6911 Жыл бұрын
Bahut bhal lagil.❤
@himashreesandhyagoswami44
@himashreesandhyagoswami44 Жыл бұрын
One of my favourite person
@miminathnaskar
@miminathnaskar Жыл бұрын
Dhainiya interview...❤😊 #kolkata
@rajashreebhattacharjee5014
@rajashreebhattacharjee5014 Жыл бұрын
Bohu bohut bhal lagil onushthan ti,duiugorakie oti prio
@popyboruah3261
@popyboruah3261 Жыл бұрын
Bor Vall lagil ❤
@putulkalita7782
@putulkalita7782 Жыл бұрын
আজিৰ ভিডিও টো অকমান ব্যাতিক্ৰমি কিয়নো তোমালোক দুয়োজনকে বহত ভাল পাও আৰু কথাবোৰো দুয়োজনৰেই গহীন ❤❤
@malobikamahanta7453
@malobikamahanta7453 Жыл бұрын
Bor bhal lagil .porasoror kotha Bor bhal lage .sadai bhale thakok ..🙏🙏
@tultulboruah9037
@tultulboruah9037 Жыл бұрын
Cemim ba apunak bhut dhoinyabad..iman ata vl onusthan amk saboli hubidha kori dia krone
@sandhyaranideka1392
@sandhyaranideka1392 Жыл бұрын
Heart tausing poem❤ 🔥❤
@archanadas3866
@archanadas3866 Жыл бұрын
সচাই ভাল লাগে
@nirmaliboruah5669
@nirmaliboruah5669 Жыл бұрын
Gyani,bhadra,sensitive, responsible n top of that bor omayeek lora bhogowane husaisthore dirghojibi korok.
@NajiraParbin-yy5vq
@NajiraParbin-yy5vq Жыл бұрын
My favourite person ❤❤❤❤
@pronamikahazarika3522
@pronamikahazarika3522 Жыл бұрын
Great sir
@pratimaray5773
@pratimaray5773 Жыл бұрын
Moi ataitkoi basi Val powa hangbadik gorakiyei hol ckakrapani porakhor da. Bohut vodro aru omayik manuhjon. Jodiuba log powa nai kintu vedio burot dekhiye manuh jonok bohut besi a Val lage. Vogowane apunak hoday vale kukhole rakhok.
@maramimedhidas63
@maramimedhidas63 8 ай бұрын
বহুত ভাল লাগিল
@BhubanLataMedhi-jz8fd
@BhubanLataMedhi-jz8fd Жыл бұрын
দুৰ্দান্ত প্ৰেমিক বুলি কয়❤
@ChakradharSaud-qq1rj
@ChakradharSaud-qq1rj Жыл бұрын
Good interview.
@chiyagogoidancevideos2012
@chiyagogoidancevideos2012 Жыл бұрын
ভাল লাগিল
@Mridu-to6uy
@Mridu-to6uy Жыл бұрын
Bahut val lagil.praranar utkha
@nayanmoidhar6740
@nayanmoidhar6740 Жыл бұрын
Aji bahut basi val lagil katha khini huni
@poribora3262
@poribora3262 Жыл бұрын
Bhut val lagil senel tu Sai
@aratiborkakati3519
@aratiborkakati3519 6 ай бұрын
Bohut Val lagil Video to sai .Moi due jonorai video sai thaku .
@junmoniphukan6436
@junmoniphukan6436 Жыл бұрын
মানুহজনৰ ব্যক্তিত্ব সচাঁকৈয়ে বহুত ভাল লাগে।
@firdusali-zv1vr
@firdusali-zv1vr Жыл бұрын
Video.to.val.lagil
@nilishaika5262
@nilishaika5262 Жыл бұрын
Bohut. Bhal. Lagil
@junmonichutia7419
@junmonichutia7419 Жыл бұрын
তোমাৰ অনুস্থান চাই ভাল লাগে চক্ৰ পানী পৰাশৰ ইমান সহজ সৰল বক্তি
@pronitasonowal1233
@pronitasonowal1233 Жыл бұрын
Bhut val loga manuhjon
@hobibakhatoon6749
@hobibakhatoon6749 Жыл бұрын
মানুহজনৰ ব্যক্তিত্ব সাংঘাটিক।বহুত বেছি ভাল লগা এজন ।
@indranigogoi4233
@indranigogoi4233 Жыл бұрын
চক্রপানি দাক বহুত বেছি ভাল লাগে মোৰ। ❤
@darshanasaikia9267
@darshanasaikia9267 Жыл бұрын
My favourite person
@sufiachoudhury4203
@sufiachoudhury4203 Жыл бұрын
Very very nice ❤
@mixmasalainformation5097
@mixmasalainformation5097 Жыл бұрын
Doujonei mor priyo ❤❤
@moonmoonthakuria1113
@moonmoonthakuria1113 Жыл бұрын
Hosai bohut bhaal parasar 🙏🙏🙏
@BIPULGOGOI
@BIPULGOGOI Жыл бұрын
Very good ❤❤❤
@Rekhafamilyvlogs-
@Rekhafamilyvlogs- Жыл бұрын
Bor val lagil video tu sai ❤
@chamsulhaque4782
@chamsulhaque4782 Жыл бұрын
Chakrapani and semim are both my favourite persons
@diptirealvlogster6804
@diptirealvlogster6804 Жыл бұрын
Bor val lage❤❤❤
@bhaktadhadumia7217
@bhaktadhadumia7217 Жыл бұрын
লিমাৰিক্--- পৰাশৰদেৱে স্থলে জলে চক্ৰ ঘূৰাই বাৰ্তালাপৰ যোগে সৱৰে মন জুৰাই ছেমীমো জেনুইন চেনেলৰ যেন কুইন আল্লা ঈশ্বৰক একেলগে খোৱাই ফুৰাই ।
@LearnwithAdrisha
@LearnwithAdrisha Жыл бұрын
Bohut val lagil.mur doujonokai val lage
@shamratborah
@shamratborah Жыл бұрын
Bohut val lagel .
@nikitagogoinikitagogoi598
@nikitagogoinikitagogoi598 Жыл бұрын
Bohut val lagile