হাজং-চাকমা নে মৰাণ-মটক? দায়সৰা মন্তব্যৰে পলাব খুজিছে নেকি হিমন্তবিশ্বই?

  Рет қаралды 144,001

NorthEast Now

NorthEast Now

Күн бұрын

Пікірлер: 343
@minaramsaikia3737
@minaramsaikia3737 5 ай бұрын
অসমৰ ভৱিষ্যত সংকটৰ গৰাহত। দুৰ্ভাগ্যজনক
@IamTimung
@IamTimung 5 ай бұрын
সকলোৱে এবাৰ হাত চাপৰি বজাই দিয়ক হিমন্ত বিশ্ব শৰ্মাৰ মিছলীয়াৰ প্ৰতি ।
@saytanathtamuli9975
@saytanathtamuli9975 5 ай бұрын
অসমৰ মন্ত্ৰী বিধায়ক সকলৰ সম্পতিৰ ওপৰত থাকিবলৈ দিয়ক।
@biswajitborgohain7291
@biswajitborgohain7291 5 ай бұрын
কিৰণ ৰিজিজুৱে মিছা নাইকোৱা। কৈছে মিছলীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেয়া প্ৰমাণ হব আগন্তুক দিনত।
@ranjitduttaey3967
@ranjitduttaey3967 5 ай бұрын
কিৰেণ ৰিজেজুৱে মিছা কথা কোৱা নাই মিছা কথা আমাৰ মুখ্যমন্ত্ৰী ক অমিত চাহে কৈছে বুলি মিছা কোৱা নাই অসমৰ মুখ্যমন্ত্ৰী হ'লে কি হ'ব কা আইন ৰ ক্ষেত্ৰত মেঘালয়ৰ মুখ্য মন্ত্ৰীয়ে কৰা নামানু বুলি ক'ব পাৰিলে আমাৰ মুখ্যমন্ত্ৰী নালাগে বুলি কিয় ক'ব নোৱাৰিলে এই ক্ষেত্ৰত দল বগৰাসকলে গৃহমন্ত্ৰী ৰ কথা ত মাত মতা অধিকাৰ মুখ্য মন্ত্ৰীৰ নাই বুলি অসমৰ সকলো ৰাইজে জানে গতিকে আমাৰ মুখ্যমন্ত্ৰী য়ে মিছা মাতিছে নহ'লে কিৰেণ ৰিজেজুৱে কেনেকৈ অসমত সংস্থাপন দিব বুলি ক'ব পাৰিলে দিল্লীৰ কথাত মাত মাতিব লৈ আমাৰ মুখ্যমন্ত্ৰী নাই নহ'লে অসমৰ ৰাইজে নিবিচৰা কা আইন অসমত জাপি দিব নোৱাৰিলে হেঁতেন
@gaurirabha3236
@gaurirabha3236 5 ай бұрын
সৰ্বানন্দ চাৰৰ মুখত মাত নাই নেকি? হিমন্ত মামাৰ মুখত সদায় মিছা মাত ।
@anjusaikia9306
@anjusaikia9306 5 ай бұрын
হিমন্তৰ কথাত পতিয়ন গলে বিপদ নিশ্চিত
@ronjitsaikia-wy3le
@ronjitsaikia-wy3le 5 ай бұрын
No BJP No CAA
@fakrulislam8319
@fakrulislam8319 5 ай бұрын
CAA Lage cAA 😅
@animaborboruah8016
@animaborboruah8016 5 ай бұрын
​@@fakrulislam8319কিয় লাগে কা নে তই বাংলাদেশী হয়
@MoranHurajit
@MoranHurajit 4 ай бұрын
​@@fakrulislam8319meya balagedesh sol fut goru khuwa
@bkp9774
@bkp9774 5 ай бұрын
কিৰণ ৰিজিজো সঁচা, মহন্ত বিস্ব দুপ্লিকেত। Hbs মিছা কথা কৈ থাকে, আমাক ঠগী আছে এইডালে ।
@bornaliboruah7521
@bornaliboruah7521 5 ай бұрын
😅
@Kripal_Das
@Kripal_Das 5 ай бұрын
আৰু বেছি দিন নাই । সত্য অতি সোনকালে পোহৰলৈ আহিব।
@kakoligayan2065
@kakoligayan2065 5 ай бұрын
অসম শেষ হৈ যাওঁক হিমন্ত যে ধন ঘটিব লাগে
@asaduzzaman1002
@asaduzzaman1002 5 ай бұрын
Ki koribo tare pisoto vote ahomiya bjp k die
@DineshMedhi-bc3mc
@DineshMedhi-bc3mc 5 ай бұрын
মূখ্য মন্ত্ৰীৰ কথা মিছা হব‌‌‌, তেওৰ অতীত বুৰঞ্জী চাওক
@doli720
@doli720 5 ай бұрын
কৰেন ৰিজেজুৰ জাতি প্ৰেম চাওক মুখ্য মন্ত্ৰী ডাঙৰীয়া
@pegu6282
@pegu6282 5 ай бұрын
Hy ......Kiran Rijeju r pora hikibologiya bohut ase cm dangoriyai.......
@Messi1530
@Messi1530 5 ай бұрын
Mak suda
@utpalmuchahary5026
@utpalmuchahary5026 5 ай бұрын
Hocha hochai missa misai.
@bandanaborgohain7331
@bandanaborgohain7331 5 ай бұрын
অসমৰ মানুহক তেওঁ নাঙথ কৰিব বিছাৰিছে. এই ৰাজনীতিত থাকিলে অসম খনক বাপেকৰ ঘৰৰ বুলি ভাবিছে
@chitrahazarika5794
@chitrahazarika5794 5 ай бұрын
এইজন প্ৰভুভক্ত ই অসম শেষ কৰিলে
@utpalmuchahary5026
@utpalmuchahary5026 5 ай бұрын
BJP HATAO ASSAM BASAO.HIMONTOK HONKALE BIDAI DIYOK AXOMOR RAIJ JAGIBOR HOL.
@KutubUddin-ur6gt
@KutubUddin-ur6gt 5 ай бұрын
Kiron Rejijo ajon clearcut bakti ,aur sat sahaj ache.
@KutubUddin-ur6gt
@KutubUddin-ur6gt 5 ай бұрын
BJP go back.
@KutubUddin-ur6gt
@KutubUddin-ur6gt 5 ай бұрын
Himanta B S. Murdabad.
@rajudihingia3172
@rajudihingia3172 5 ай бұрын
অলপমান শিক অ' জাতি-প্ৰেম কাক কয়। আমাৰ বুঢ়া শগুন কেইটাই কি বুজিব।
@PunaBorgohain
@PunaBorgohain 5 ай бұрын
অসমত মীছলীয়া মানুহ আছে যদি এইজনেই এইজনক চাই থাকিলে অসম ৰখা তলে যাব ।কৰন অৰুণাছলৰ মন্টীজনক কিহৰ খৰে খালে মিচাকে ক'বলৈ । এতিয়াও সময় আছে ৰাইজৰ হাতত ।
@harmohankalita2903
@harmohankalita2903 5 ай бұрын
হিমন্ত বিশ্বই উত্তৰ দিয়ক । এইবোৰ সচাঁ নে মিচা
@rajibboruah6800
@rajibboruah6800 5 ай бұрын
হিমন্ত অসমীয়া নহয়।সি এটা বহিৰাগত
@sitadeviray5007
@sitadeviray5007 5 ай бұрын
No BJP no caa MorO aitooye disition. BJP hatao desh bachao BJP go back Congress jeendabad 🇹🇯
@khagenkakati6380
@khagenkakati6380 5 ай бұрын
Bjp ক নিপাত নিয়াক৷ এইবাৰ বোলে চাকমা আনিব এই দগাবাজ টোৱে৷
@binoynath9605
@binoynath9605 5 ай бұрын
কালান্ত বিছাকেতুৰ মুখখন দেখিলেই গম পোৱা যায় সাংবাদিকৰ আগত গোকাট মিছা কথা কোৱা যেন লাগিছে।
@NaliniBorah-rm4uf
@NaliniBorah-rm4uf 5 ай бұрын
Rijiju is right
@jimikantadoley5659
@jimikantadoley5659 5 ай бұрын
420 himanta
@budheswarnath6516
@budheswarnath6516 5 ай бұрын
আলফা ( স্বাধীন) নে এই বিষয়ত একো নকয় নেকি ? নে হিমন্তই মেনেজ কৰি ৰাখিছে !!!!
@RanidharTalukdar
@RanidharTalukdar 5 ай бұрын
আমাৰ টোৱে মিছা মতা নাইটো! নহলে কেন্দ্ৰীয় মন্ত্ৰী জনক মিছলীয়া সজালে মুখ্যমন্ত্ৰী জনে।
@junbora3558
@junbora3558 5 ай бұрын
অসমৰ চুটিয়া, আহোম, মৰাণ, মটক গোষ্ঠী অৰুণাচলৰ ,কোন কোন অঞ্চলত আছে, CM ছাৰক জনাবলৈ অনুৰোধ জনালোঁ,
@ParthaBonia-ce3ch
@ParthaBonia-ce3ch 5 ай бұрын
এইবাৰ সুবিধা আছে। শৰ্মা চৰকাৰক উফৰাই দিয়ক।
@Savagehighlander
@Savagehighlander 5 ай бұрын
অসমখন যেন তাৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিব লৈছে । অসমীয়াই কি তাৰ মতে চলিব নেকি ? যি কব যি কৰিব তাকে চাই থাকিবলৈ । নিজৰ গাদীৰ কাৰনে হিমন্তই কটি চেলেকিব পাৰে । বিজেপিক ভোট নিদিব ৰাইজ ,এতিয়াই শেষ সময় আৰু উচিত প্ৰ্তুৎতৰ দিয়া সময় । জাতিক বেচি খোৱা দালাল বোৰক গতিয়াই উলিয়াই দিও আহক ।
@bipulborah2193
@bipulborah2193 5 ай бұрын
Ineer line permit কিয় অসমত হোৱা নাই ?
@woozie-rg7tf
@woozie-rg7tf 5 ай бұрын
Tik koisa
@lalitmedhi1103
@lalitmedhi1103 5 ай бұрын
অৰুণাচলৰ জাতীয়তাবাদী নেতাসকলক ধন্যবাদ,,,,, আমাৰ দালাল কেইটাই ৰিজিজুৰ দৰে হব নোৱাৰে
@rupjyotigogoi8413
@rupjyotigogoi8413 5 ай бұрын
মিছা কথা আমি মামাক বিশ্বাস নকৰো । মহিলা সকলক দহ হাজাৰ দিম বুলি কোৱা নাছিল নে দিলে নে ?
@BabiSiram-q6q
@BabiSiram-q6q 5 ай бұрын
Mamak kele bishwas koribo Lage ?...Amar mama bilak Shakuni mama,Kongso kama.Deshot koi mumai dangor nohoy... ..Moi Arunacholor .
@BornaliPatir-iw8ym
@BornaliPatir-iw8ym 5 ай бұрын
নামনি অসমৰ পালে ভাল ঠাই বিচাৰি সংস্থাপন দিলে ভাল হ'ব
@dibyaranjangogoi6238
@dibyaranjangogoi6238 5 ай бұрын
সকলো শেষ কৰি , লণ্ডনত ঘৰ লৈ লব কোনোবাই😢😢
@KM-tc3oe
@KM-tc3oe 5 ай бұрын
Kiran Rijiju saying the truth of BJP's planning
@umeshchbaishya9380
@umeshchbaishya9380 5 ай бұрын
অসম কাৰো পৈত্ৰিক সম্পত্তি নহয় যি মন যায় তাকে কৰিব
@nilutpalhazarika4391
@nilutpalhazarika4391 5 ай бұрын
মিচলিয়া শেষ কৰি দিলে
@bharatisaikia1388
@bharatisaikia1388 5 ай бұрын
ৰিনিকিৰ এশ বিঘা আছে নহয় তাতে থব লৈ দিব লাগে
@maynulhoque2927
@maynulhoque2927 5 ай бұрын
অৰুনাচলত ঠাই কম হৈছে নেকি
@nibagaro6976
@nibagaro6976 5 ай бұрын
দুয়োজন সছা কথা আছে।
@jayantipanchani9496
@jayantipanchani9496 5 ай бұрын
হিমন্তই আৰু কিমান মিছা কথা কৈ অসমৰ ৰাইজক বুৰ্বক বনাব।
@dipudas1526
@dipudas1526 5 ай бұрын
Rise Assam Rise
@bandanaborgohain7331
@bandanaborgohain7331 5 ай бұрын
তেওঁ পাগল হৈছে
@dhirendrakumarbaruah6906
@dhirendrakumarbaruah6906 5 ай бұрын
Immediately must be cleared by both Kiren nd our mama even Amit ji .
@dayarambharali7710
@dayarambharali7710 5 ай бұрын
কিৰেণ ৰিজেজু অসমৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চমক খবৰে তেখেতে আশীৰ্বাদ লাভৰ সম্ভাৱনা আছে।
@ranjandowari5480
@ranjandowari5480 5 ай бұрын
চাকমা হ ওঁক হাজঙেই হিমন্ত ই হ ওঁক কেন্দ্ৰীয় চৰকাৰে অসমত সংস্থাপন কৰিলে অসমীয়াই হেংদাং লোৱা বাহিৰে আন কোনো বিশেষ নাথাকিব।
@Jaggu12385
@Jaggu12385 5 ай бұрын
Kiren Rijiju sir is absolutely right.
@ManowaraBegum-g1y
@ManowaraBegum-g1y 4 ай бұрын
বিজিপিয়ে এতিয়া পটন হব❤
@rubikoch5083
@rubikoch5083 5 ай бұрын
সত্য সদায় জয়
@hemkantaborah7434
@hemkantaborah7434 5 ай бұрын
অলগদ্ধ মূখ্যমন্ত্ৰী।
@BimalaGogoi-q8j
@BimalaGogoi-q8j 5 ай бұрын
এইখন চৰকাৰে অসমৰ মানুহক ধ্বংস কৰি শেষ কৰিলে, আমাৰ অসমীয়া ৰাইজে বুজি পোৱা নাই আৰু হোৱালৈকে একো কৰিব নোৱাৰে, বিজেপি হাতাও কংগ্ৰেছ জিন্দাবাদ ✋✋
@gopinathtalukdar6013
@gopinathtalukdar6013 5 ай бұрын
দুই জনেই দুই নম্বৰি ধান্দাবাজি এজনকো বিশ্বাসত ল'ব নোৱাৰি
@devajitgogoi2828
@devajitgogoi2828 5 ай бұрын
অসম ধ্বংস কৰাৰ ব্লুপ্ৰিণ্ট
@budheswarnath6516
@budheswarnath6516 5 ай бұрын
হিমন্ত, সৰ্বানন্দ ই অসম তথা অসমীয়াক শেষ কৰিব এতিয়া... খাৰখোৱা অন্ধ ভক্ত সকল...
@sonaramnath5270
@sonaramnath5270 5 ай бұрын
Truth is always comes out.
@SunehwarSonowal-yl3ip
@SunehwarSonowal-yl3ip 5 ай бұрын
অৰুণাচলৰ চৰকাৰক ভাল হিধান্ত এক কথা
@AnjoyRajkhowa
@AnjoyRajkhowa 5 ай бұрын
CM Dog bas Asom And Asomiya Big Lost
@kharkhuaokhomia5949
@kharkhuaokhomia5949 5 ай бұрын
অসমৰ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ মিছলীয়া মূখ্য মন্ত্ৰী।তাৰোপৰি মাত্ৰ হাজাৰ টকাতে বিক্ৰী যোৱা বৰশীৰ টোপ গিলিবলৈ ৰৈ থকা প্ৰজাৰ সমৰ্থন থাকিলে কি নকৰিব এইজনে।
@RebaGogoi-zr3ts
@RebaGogoi-zr3ts 5 ай бұрын
গুৰুত্বপূৰ্ণ কথাবোৰত সৰ্বাদাদা নিমাতী কন্যা
@GoneshPatowary
@GoneshPatowary 5 ай бұрын
এইবোৰ চব মিছা ৰাইজ
@THEKING-ge1ur
@THEKING-ge1ur 5 ай бұрын
ৰাজনীতি নকৰিবা বন্ধু........! জাতি মাটি ভেটি....... হাতত লোটা ঘটি লৈ অসমীয়াই অসম এৰিবৰ হল ! 😢😢😢😢জয় আই অসম 😢😢😢
@probinbasumatary8619
@probinbasumatary8619 5 ай бұрын
কোন সঁচা কোন মিছা গম পোৱা গৈছে, আসাম ৰ কাৰণে অভিশাপ, অৰুণাচল আৰু ৰিজিজু ৰ কাৰণে আশীৰ্বাদ 😥
@ChaurupantarPungkhung
@ChaurupantarPungkhung 5 ай бұрын
We love your low sir
@MilanBasumatary-qh5uh
@MilanBasumatary-qh5uh 5 ай бұрын
ফচিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
@PabitraTeron-bi1xx
@PabitraTeron-bi1xx 5 ай бұрын
Kiren Rijiju ji ne sahi bola. Assam sarkar jarur sahai karega. Nagaland, Meghalaya aur Monipur ke sath sukti ho sakta hai? Assam ke janata bahut acha hai.
@nogensaikia2441
@nogensaikia2441 5 ай бұрын
কিৰেন ৰিজিজুৱে চাকমা হাজংৰ কথা কৈছে মৰাণ মতকৰ কথা কোৱা নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে হে মৰাণ মতকৰ কথা কৈছে।
@nitulbora374
@nitulbora374 5 ай бұрын
Stop caa
@novokachari4499
@novokachari4499 5 ай бұрын
Sarba is the main culprit in this issue .
@axomjintugamer7568
@axomjintugamer7568 5 ай бұрын
লাচিতে কৈ গৈছে দেশত কৈ মায়া ডাঙৰ নহয় মনত ৰখা দৰকাৰ ৰাইজ
@maynulhoque2927
@maynulhoque2927 5 ай бұрын
মামাতকৈ ৰিজুৰ Power বেছি আছে
@RitukrBorah
@RitukrBorah 5 ай бұрын
শিয়াল শৰ্মাই মিছা কথা কৈছে ।
@maynulhoque2927
@maynulhoque2927 5 ай бұрын
আমাৰ অসমতে কিমান মানুহ আছে আমি ভালদৰে দুবেলা দুমুঠি খাব পিন্দিব নেৱাৰো এই চিন্তা মামাই কৰা নাই
@jintumili1955
@jintumili1955 5 ай бұрын
আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব... অসমখনক ৰক্ষা কৰা প্ৰভূ...জাতিদ্ৰোহী BJP ক খেদিব লাগে.
@kripalsaikia924
@kripalsaikia924 5 ай бұрын
gAURAV GOGOI JINDAABAAD
@KhagenLagachuvlongs
@KhagenLagachuvlongs 5 ай бұрын
I'm can't choice who are right who are wrong I'm choice only not accept Hazong and Chakma people Joi aai Axom🤟🤟
@swarnapachani4653
@swarnapachani4653 5 ай бұрын
No caa no bj p .
@rebanandagogoi5410
@rebanandagogoi5410 5 ай бұрын
ইতিহাসৰ আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী জন 😂😂😂
@Royel-v8y
@Royel-v8y 5 ай бұрын
CM বাপেকৰ মাটি নেকি
@nripendas1254
@nripendas1254 5 ай бұрын
আমি চব ভাই ভাই চিন্তা নাই আহি থাকা অসম খুলি আ ছে
@RajibIslam-um6io
@RajibIslam-um6io 5 ай бұрын
Kiren rijiju ye ketiau misa nkoi
@aabirgogoi5923
@aabirgogoi5923 5 ай бұрын
BJP go back
@gobinsaikia9706
@gobinsaikia9706 5 ай бұрын
Misolia Himanta
@dilipgogoi6056
@dilipgogoi6056 5 ай бұрын
CAA.Mordabad
@sarmilaekka1181
@sarmilaekka1181 5 ай бұрын
কেঁকোৰাৰ মূৰ নাই মামাৰ কথাৰ সূৰ নাই হিমন্ত মুখ্যমন্ত্ৰী থাকে মানে অসম সুৰক্ষাৰ আশা নাই ।
@pravachutia931
@pravachutia931 5 ай бұрын
নুবুজে ,নুশুনে ,নাজানে অসমৰ মানুহে ।
@armanvideoofficialpage5675
@armanvideoofficialpage5675 5 ай бұрын
মামাৰ চতোৰালি দিন শেষ হোৱাৰ দিন আহি গৈছে😅
@AbulSarkar-zw7js
@AbulSarkar-zw7js 5 ай бұрын
উপায় নাই আপুনিও ময়ো সময়ত মিছা মাতিব লগা হয়,এই মিছাক তেখেতেনো আমাৰ লগত কিয় দিলে? এয়া চাগে আমাৰ পৰিক্ষা কৰণ হ'ব ই পাৰে।
@dhananjoyborah2041
@dhananjoyborah2041 5 ай бұрын
Himanta gat Badan's tag ase
@monalishasaiki7842
@monalishasaiki7842 5 ай бұрын
অসম বিদেশী দস্তবিন
@gh12138.
@gh12138. 5 ай бұрын
No caa no bjp😠
@JayPegu321
@JayPegu321 5 ай бұрын
বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী জনৰ নাম কি ।।।
@diptidevi4055
@diptidevi4055 5 ай бұрын
আমাৰ হিমন্ত মহাশয়ক কেৱল গাদী লাগে
@promudborgohain7920
@promudborgohain7920 5 ай бұрын
অসমৰ গৰু এচামে এতিয়াও বুজা নাই।১no আৰু ২no মহাদেৱপুৰ ৰ দেউৰী সকলৰ কি hoba???
@গোলাঘাটকাছমাৰীবদনহাজৰীকা-ভ৩ট
@গোলাঘাটকাছমাৰীবদনহাজৰীকা-ভ৩ট 5 ай бұрын
মিছলীয়া মুখ্যমন্ত্ৰীৰ কি বুলি কম ভাষা বিছাৰি পোৱা নাই অসম ৰসাতলে গল
@dilipgogoi9441
@dilipgogoi9441 5 ай бұрын
ইয়াৰ পৰিনাম এই ইলেকচনত পাব ।
@PranjalTamuli-sd4bl
@PranjalTamuli-sd4bl 5 ай бұрын
মৰাণ মটক আহোমলৈ মামাৰ ভৈ হৈছে গতিকে এনেকৈ কৈছে
@piolidutta3801
@piolidutta3801 5 ай бұрын
অসমৰ সকলো ৰাইজলৈ কথোৰ অনোৰুধ কোনো মানুহকে অসমৰ কতু জেগা নিদিব লাগে চৰকাৰি মাটিয়েই হ ওক
@bharatisaikia1388
@bharatisaikia1388 5 ай бұрын
আৰু দিব বি জে পি ভূট
@binoykalita7597
@binoykalita7597 5 ай бұрын
এই শিয়াল কেইতাক অসমীয়াই কেতিয়াও বিশ্বাখত নলব।
@RanjanMahanta-c2f
@RanjanMahanta-c2f 5 ай бұрын
কিৰন সছা, মূখ্যমন্ত্ৰী মিছা,বুজিবলৈ কাৰো বাকী থকা নাই 😮😮 এতিয়াও সময় আছে, অসমৰ মূখ্যমন্ত্ৰীয়ে কিৰণ ৰিজীজুৰ পৰা দেশ প্ৰেম জাতি প্ৰেম শিকক। 😮😮 ধিক্কাৰ অসমৰ মূখ্যমন্ত্ৰী 😮😮
@darshankhalkho1724
@darshankhalkho1724 5 ай бұрын
Mama মিছা
@woozie-rg7tf
@woozie-rg7tf 5 ай бұрын
Mama iman chalu
Good teacher wows kids with practical examples #shorts
00:32
I migliori trucchetti di Fabiosa
Рет қаралды 9 МЛН
Will A Guitar Boat Hold My Weight?
00:20
MrBeast
Рет қаралды 275 МЛН
How To Get Married:   #short
00:22
Jin and Hattie
Рет қаралды 27 МЛН
小天使和小丑太会演了!#小丑#天使#家庭#搞笑
00:25
家庭搞笑日记
Рет қаралды 45 МЛН
Good teacher wows kids with practical examples #shorts
00:32
I migliori trucchetti di Fabiosa
Рет қаралды 9 МЛН