||ঢোলবাদন||ঢোলৰ মালিতা আৰু কোঢ়া চৰাই হাত||সৰুপাই (দাস) ওজা

  Рет қаралды 399,830

Janam Kashyap

Janam Kashyap

Күн бұрын

Пікірлер: 538
@ajitkumarphukan9736
@ajitkumarphukan9736 3 жыл бұрын
প্ৰভু ভগৱন্তই আপোনাক কৃপা কৰক কৃষ্ণ,অতি সুন্দৰ হৈছে প্ৰভু 🙏
@diptitalukdar8882
@diptitalukdar8882 8 ай бұрын
এই বয়সতো ইমান ধুনীয়া কৈ গাব পাৰিছে।জীয়াই থাকক কৃষ্টি আপোনালোকৰ জহতে।🙏🙏🙏
@l.brecreation6074
@l.brecreation6074 4 жыл бұрын
আমাৰ গৌৰৱ... অসমৰ গৌৰৱ... তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ...।
@janamkashyap461
@janamkashyap461 4 жыл бұрын
ধন্যবাদ 😊🙏
@kaushikhandique1117
@kaushikhandique1117 3 жыл бұрын
অতি সুন্দৰ ককা🙏,,,নেদেখাজনৰ ওচৰত আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ🙏
@janamkashyap461
@janamkashyap461 3 жыл бұрын
❤️❤️❤️
@jayantaboruah3440
@jayantaboruah3440 3 жыл бұрын
@@janamkashyap461 ģr
@bhargyaraj9778
@bhargyaraj9778 3 жыл бұрын
❤❤❤❤❤
@thenextchapter2946
@thenextchapter2946 4 жыл бұрын
ককা আমাৰ মেইন😍😍😍সুন্দৰ প্ৰচেষ্টা ভাই #জনম । ককাক ভগবানে সুস্থ ৰাখকক।
@janamkashyap461
@janamkashyap461 4 жыл бұрын
ধন্যবাদ ভাই ❤️ ককাৰ চিনাকি দিয়াৰ এক সৰু প্ৰচেষ্টা 😊
@PalashDas-ec4hs
@PalashDas-ec4hs Жыл бұрын
আপুনি অতি সুন্দৰ পৰিবেশন কৰিছে ককা প্ৰভু আপোনাক ভগৱানে মংগল কৰক❤🎉😊
@RamChandra-ks1wf
@RamChandra-ks1wf Жыл бұрын
Krishno krishno krishno🙏🙏🙏🙏
@prodipbora4558
@prodipbora4558 8 ай бұрын
বহুত বহুত সুন্দৰ হৈছে ককা। আশাকৰো আপোনাৰ পালি সকলেও আপোনাৰ দৰেই শিক্ষা পাইছে। সশ্ৰদ্ধ প্ৰণিপাত জনালো আপোনাক। ভগবানে আপোনাক দীৰ্ঘায়ু আৰু সুস্বাস্থ্য প্ৰদান কৰক 🙏🙏
@narendranathsaikia5532
@narendranathsaikia5532 8 ай бұрын
সৰুপাই দাদা : আপুনী আমাৰ গৌৰব ; অসমৰ গৌৰব ; তিতাবৰৰ গৌৰব ; আপোনাৰ সু-সাস্থ্য কামনা কৰিলো ! ভগৱানে ভালে ৰাখক ।
@dilipkakoti173
@dilipkakoti173 8 ай бұрын
আপোনাক ভগৱানে বহুত দিন জীয়াই ৰাখক। সুন্দৰ পৰিবেশন।
@dhirajdas7365
@dhirajdas7365 Жыл бұрын
আপোনাৰ দৰে এজন ব্যক্তি আমাক বহুত প্ৰয়োজন। আপুনি অমৰ হৈ ৰওক।❤
@Flax444-u7z
@Flax444-u7z 8 ай бұрын
ককা ,ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো আপোনাৰ সুস্বাস্থ্যৰ কাৰনে ৷
@pankajtamuli8970
@pankajtamuli8970 3 жыл бұрын
বহুত ধুনীয়া বৰদেউতাক দেখি , এতিয়াও যে আপুনি ইমান ধুনীয়া কৈ গাব পাৰিছে , ভগৱানে সদাই আপোনাক ভালে ৰাখক 🙏🏼🙏🙏🙏🙏🙏🙏🙏🙏🙏
@Balamurali8039
@Balamurali8039 Жыл бұрын
আপোনাৰ সুন্দৰ মনোমোহা ধোল বাদন বৰ ভাল‌লাগিছে‌ কৃষ্ণ কৃষ্ণ হৰি হৰি‌ ৰাম ‌ৰাম‌‌ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ভগৱানে ভালেই ৰাখক
@Ajithazarika1976
@Ajithazarika1976 9 ай бұрын
ভাল লাগিল, ভগৱানে দেউতাজনক কুশলে ৰাখক ।
@debboruah6976
@debboruah6976 3 жыл бұрын
One of the Veteran Dhol Badaks of Assam....aamaar sraddha janalo....
@santanabora5677
@santanabora5677 8 ай бұрын
কৃষ্ণ কৃষ্ণ ককা আপোনাৰ সহস্ৰ প্ৰনাম
@rumeekalita3812
@rumeekalita3812 3 жыл бұрын
😊অতি সুন্দৰ | আপোনাক অশেষ ধন্যবাদ জনাইছোঁ ককা💐💐🙏আমাৰ অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ অৱদান বহুত |✊আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ|🙏
@Pratikhyaa_Sarma
@Pratikhyaa_Sarma 4 жыл бұрын
ককাৰ ঢোলবাদন শুনি আপ্লুত হৈ পৰিলো😍। সঁচাকৈয়ে এই বয়সতো তেওৰ ঢোল বজোৱাৰ প্ৰতি থকা উদ্যমৰ শলাগ ল'ব লাগিব। বহুত সুন্দৰ এটি প্ৰচেষ্টাৰে তেওৰ এই সাধনাক youtubeৰ জৰিয়তে সকলোৰে মাজলৈ আগবঢ়াই দিছা। তাৰ বাবে ধন্যবাদ। ককাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।😊🙏
@janamkashyap461
@janamkashyap461 4 жыл бұрын
বহু দিনৰ আশা আছিল মোৰ ককাৰ ভিডিঅ'এটি বনোৱাৰ 😊 সেই সপোন পুৰ কৰিবলৈ পাই মই সুখী হ'লো🙏 সকলোৱে আদৰি লৈছে তাৰ কাৰণে ধন্যবাদ 🙏
@Pratikhyaa_Sarma
@Pratikhyaa_Sarma 4 жыл бұрын
@@janamkashyap461 ❤❤❤
@mahendraborah9206
@mahendraborah9206 4 жыл бұрын
কৃষ্ণ🙏🙏🙏🙏 ককা ঢোল বাদন অতি সুন্দৰ হৈছে,,, আপুনাৰ শৰীৰৰ সুস্থ আৰু দীর্ঘায়ু কামনা কৰিলো পৰমেশ্বৰ ওচৰত কৃষ্ণ,
@janamkashyap461
@janamkashyap461 3 жыл бұрын
ধন্যবাদ ❤️
@nimishakrishnatraya5227
@nimishakrishnatraya5227 3 жыл бұрын
ককা আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো। ভগৱানে আপোনাক ভালে ৰাখক❤️
@monnilimofficial5274
@monnilimofficial5274 3 жыл бұрын
Hundor koka aapuni hodai kukhole thakok tare kamona korilu 💖😘😘😘
@biswasaikia4169
@biswasaikia4169 3 жыл бұрын
Bohut dhunia,ami valy thakok koka
@PalashDas-ec4hs
@PalashDas-ec4hs Жыл бұрын
জয় শ্ৰী ৰাম জয় শ্ৰী কৃষ্ণ প্ৰভু
@atulbhuyan1863
@atulbhuyan1863 9 ай бұрын
প্ৰভু ভগৱন্তই আপোনাক অধিক শক্তি দি ভক্তিৰ নিজৰা বোৱাওক
@sendas3017
@sendas3017 3 жыл бұрын
Koka bhut bhl lagise apunak dekha pai krishna 🙏🙏🙏
@RituponBorah-v3v
@RituponBorah-v3v 8 ай бұрын
মজা
@jitusahariah8517
@jitusahariah8517 3 жыл бұрын
kka bhut val lgise
@dipukalindi4077
@dipukalindi4077 3 жыл бұрын
Bhut val lagile koka.😍😍😍❤❤❤
@DBRG4815
@DBRG4815 3 жыл бұрын
ককা আপুনি ভালে থাকে তাকে ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিলো🙏🙏
@chowsingkai86
@chowsingkai86 3 жыл бұрын
Heritage+ art+age+ energy= amazing!!! Hats off to u, koka..
@rbvlog9402
@rbvlog9402 3 жыл бұрын
Hundor koka 😮🤓
@Rs-eg2on
@Rs-eg2on 3 жыл бұрын
Extra ordinary mind blowing grandfather and keep it up.
@warzone6840
@warzone6840 3 жыл бұрын
Heavy. Moja. Legend koka.
@nitugogoi2057
@nitugogoi2057 3 жыл бұрын
ককা আপোনাক ঈশ্বৰ যেন মানিছো ... আপোনাৰ দীঘায়ু কামনা কৰিলোঁ 🙏🙏
@jilikaxopun3853
@jilikaxopun3853 3 жыл бұрын
Bor vl lagise dai ❤️❤️ koka❤️❤️😘
@janamkashyap461
@janamkashyap461 3 жыл бұрын
❤️❤️❤️
@tarunhandique8106
@tarunhandique8106 8 ай бұрын
❤❤❤❤❤❤ bohut dhuniaa borrttaa💓💓❤️💞💞💖💕💗
@mrinmay_N
@mrinmay_N 4 жыл бұрын
আপোনালৈ শ্ৰদ্ধা নিবেদিলো। Uploaderলৈ অশেষ ধন্যবাদ থাকিল। আৰু দিব হে এনেধৰনৰ সুন্দৰ video কৃতাৰ্থ হ'ম।
@janamkashyap461
@janamkashyap461 4 жыл бұрын
ধন্যবাদ 😊 তেওঁ মোৰ ককা হয়, আৰু নাতি হিচাপে মোৰ এইটো দায়িত্ব তেওঁৰ প্ৰতিভা কিছু পৰিমাণে হ'লেও ধৰি ৰখাৰ 😊 আগলৈও আৰু ভিডিঅ'আগবঢ়াই দিম
@njvlogs244
@njvlogs244 3 жыл бұрын
ধুনিয়া হৈছে ককা 🥰🥰🥰🥰🥰🥰😘😘😘😘😍😍😍😍😍😍😍
@musiranium
@musiranium 3 жыл бұрын
Apunak kho kho pronam...🙏🙏🙏🙏🙏🙏 Guru
@mahfuzaahmed6793
@mahfuzaahmed6793 4 жыл бұрын
Wowww such energy and such a powerful voice even at this age is simply amazing 👌👌🥰🙏🏻🙏🏻🙏🏻
@janamkashyap461
@janamkashyap461 4 жыл бұрын
Yeah💕💕💕
@indreswargogoi5149
@indreswargogoi5149 3 жыл бұрын
ব্য়শে ভাতি দিলেও প্ৰতিভা আছে
@anchalicbeermahabhairabclu2519
@anchalicbeermahabhairabclu2519 4 жыл бұрын
সুন্দৰ প্ৰদৰ্শন বহুত ভাল লাগিল বহুত বহুত শুভেচ্ছা জনালোঁ৷
@janamkashyap461
@janamkashyap461 4 жыл бұрын
বহুত বহুত ধন্যবাদ 😊🙏❤️
@stuntboylee_harsh1969
@stuntboylee_harsh1969 3 жыл бұрын
Koka apuni jui 🔥 bihu r huvesha lgt a apunar agontuk dirghayu jibonor kamona krilu 💕💕❤️🔥
@santanuborah8008
@santanuborah8008 3 жыл бұрын
ককা আপোনাক যাতে ভগৱানে সদায় এনেকৈ শক্তি দি যায় ❤️🙏🙏🙏🙏🙏
@janamkashyap461
@janamkashyap461 3 жыл бұрын
❤️❤️❤️
@biplabshorts123
@biplabshorts123 3 жыл бұрын
Eman dhuniya 💓 aata tumk bhogowane val rakhok😘😘😘😘
@warzone6840
@warzone6840 3 жыл бұрын
Moja koka.I am from titabar. Jalukanibari
@probalkhataniar2919
@probalkhataniar2919 8 ай бұрын
বহুত সুন্দৰ,অসমীয়া সংস্কৃতিৰ প্ৰধান বাঢ়ক এখেতলোক।শিল্পী ৰ সাহাৰ্য্য পোৱাৰ উচিত।🙏🙏
@DJVlogs372
@DJVlogs372 3 жыл бұрын
Bohot hundar koka 👌👌👌
@aruplahon3148
@aruplahon3148 3 жыл бұрын
খুব সুন্দৰ হৈছে ককা আপুনাক ভগৱানে কুশলে ৰাখক
@janamkashyap461
@janamkashyap461 3 жыл бұрын
ধন্যবাদ ❤️
@bhairab_dutta_official4375
@bhairab_dutta_official4375 Жыл бұрын
দেউতাৰ অভিগ্ৰতা চাই সচাকে অনুপ্ৰাণিত হলো।🙏❤️
@radhaborgohain2558
@radhaborgohain2558 3 жыл бұрын
বহুত ভাল লাগিল।
@bkfilmokum4558
@bkfilmokum4558 Жыл бұрын
Ba Ba Very nice Ki jadu Dhul Ram Ram Super aru Jiyai Takok dei Kokka
@bhaskarjyotimech9069
@bhaskarjyotimech9069 3 жыл бұрын
বহুত ধুনীয়া ককা
@parumaudchandrabaruhabaruh7734
@parumaudchandrabaruhabaruh7734 3 жыл бұрын
Koka moja lagisa🙏🙏🙏🙏😍😍😍
@janamkashyap461
@janamkashyap461 3 жыл бұрын
❤️❤️❤️
@banjyotinathcreator7882
@banjyotinathcreator7882 3 жыл бұрын
অতি বিনন্দীয়া
@joondasjdvlog1270
@joondasjdvlog1270 3 жыл бұрын
সুন্দৰ ওজা পালি।
@meghalidas8616
@meghalidas8616 Жыл бұрын
❤❤❤❤❤
@sumanjitdutta1185
@sumanjitdutta1185 3 жыл бұрын
ককা বহুত ওপৰৰ মাল আছে। ✌❤❤❤❤❤
@DhuliyaNayan
@DhuliyaNayan Жыл бұрын
ককা আপুনি ভালে থাকক ভগৱানৰ ওচৰত এয়াই পার্থনা 😊❤
@praneswargoswami8208
@praneswargoswami8208 8 ай бұрын
Govt has paid Silpi Pension for your great contribution to Assamese community till the date.It has surprised me. You apply in the month of October/nov every year.You are deserved to get this award.god will help you.
@jaanmechjaanmech8592
@jaanmechjaanmech8592 3 жыл бұрын
Old is golddd🔥🔥🔥🔥🔥🔥🔥
@assamboypk0707
@assamboypk0707 3 жыл бұрын
Ati hundor bojai sa🙏
@jintusaikia4256
@jintusaikia4256 3 жыл бұрын
প্রনাম ককা, আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।
@dipensaikia509
@dipensaikia509 8 ай бұрын
🙏🙏🙏 bahut din jiyai thakok koka dhunia hoise
@swarajpriyo
@swarajpriyo 4 жыл бұрын
Keep documenting and keep posting ❤️
@janamkashyap461
@janamkashyap461 4 жыл бұрын
Yeah sure😊😊😊next video will uploading soon
@AvirazGogoiMusic
@AvirazGogoiMusic 3 жыл бұрын
How it is possible godddddd????? It's sooo good❤❤❤❤
@janamkashyap461
@janamkashyap461 3 жыл бұрын
Thanks a lot 😊
@dynamomagicianimpossible331
@dynamomagicianimpossible331 3 жыл бұрын
Only One Word For Him ULTRA LEGEND
@ConceptsPlanet
@ConceptsPlanet 3 жыл бұрын
Awesome, age is just a number 😍😍😍👌
@janamkashyap461
@janamkashyap461 3 жыл бұрын
❤️❤️❤️
@bikegames4313
@bikegames4313 3 жыл бұрын
তুমি বহু দিন জীয়াই থাকা ককা 😘😘😘😘
@pankhy333
@pankhy333 4 жыл бұрын
Speechless ❤️👌
@janamkashyap461
@janamkashyap461 4 жыл бұрын
❤️❤️❤️
@chandicharangoswami2987
@chandicharangoswami2987 3 жыл бұрын
বৰ ভাল লাগিল৷আমাৰ এনে নি’ভেজাল কৃষ্টি চাই সচাকৈয়ে ভাল লাগিল৷
@madhabkaibarta2653
@madhabkaibarta2653 3 жыл бұрын
Dhuniya 🙏❤️🔥
@dhurbanath7214
@dhurbanath7214 3 жыл бұрын
Moja kka ❤️❤️❤️
@kangkanphukan7578
@kangkanphukan7578 3 жыл бұрын
ককা আপোনাক ভগৱানে কুশলে ৰাখক তাৰে কামনা কৰিলো। আপুনি এক আদৰ্শ।
@rameshdeka1808
@rameshdeka1808 3 жыл бұрын
🙏🙏🙏🙏❤️❤️❤️ ককা বৰ সুন্দৰ নিদৰ্শন দেখিবলৈ পায় ভাল লাগিলে
@kumardipak261
@kumardipak261 3 жыл бұрын
ককা দীঘায়ু কামনা কৰিছোঁ নেদেখা জনৰ ওচৰত।
@Umakantspandit1990
@Umakantspandit1990 3 жыл бұрын
Bahut sundar 🙏🙏🙏🙏🙏🙏🙏🙏
@gilpindas6881
@gilpindas6881 3 жыл бұрын
অতি সুন্দৰ ককা...
@tridishasharma4278
@tridishasharma4278 4 жыл бұрын
বৰ ধুনীয়া লাগিলে পাই, যিটো আনন্দৰে ঢোল বজাইছে, চায়ে ভাল লাগিছে
@janamkashyap461
@janamkashyap461 4 жыл бұрын
বহু দিনৰ আশা আছিল মোৰ ককাৰ ভিডিঅ'এটি বনোৱাৰ 😊 সেই সপোন পুৰ কৰিবলৈ সক্ষম হ'লো 🙏 সকলোৱে আদৰি লৈছে তাৰ কাৰণে ধন্যবাদ 😊
@SleepyBoat-sw6sg
@SleepyBoat-sw6sg 9 ай бұрын
​@@janamkashyap461momh 0:25
@alokdutta8749
@alokdutta8749 3 жыл бұрын
অতি সুন্দৰ হৈছে ককা ।
@monuranjankonwar4217
@monuranjankonwar4217 3 жыл бұрын
Koka bohut moja.
@pujasaikia5879
@pujasaikia5879 2 жыл бұрын
Vll lagil koka........ Dirghaiu kamona korilu 👍
@janamkashyap461
@janamkashyap461 2 жыл бұрын
Dhoinyobaad ❤️
@MrJintu939
@MrJintu939 3 жыл бұрын
Awesome👍👏👏.....
@janamkashyap461
@janamkashyap461 3 жыл бұрын
Thanks a lot 😊
@digantadas8112
@digantadas8112 3 жыл бұрын
Dhunia lgise koka .... happy rangali bihu
@dibyajyotisaikia8624
@dibyajyotisaikia8624 3 жыл бұрын
বহুত সুন্দৰ। ভগৱানে ভালে ৰাখক।
@janamkashyap461
@janamkashyap461 3 жыл бұрын
❤️❤️❤️
@dilipadhikari9660
@dilipadhikari9660 8 ай бұрын
Nice performance. God bless you. Long live
@parthapratimdutta5744
@parthapratimdutta5744 2 жыл бұрын
মজা 🙏🙏🙏🙏🙏🙏
@swargadewnavajyoti540
@swargadewnavajyoti540 3 жыл бұрын
সুন্দৰ ককা..... নেদেখা জনৰ ওচৰত প্ৰাথনা কৰিলো যেন আপোনাক কোশলে ৰাখে....
@janamkashyap461
@janamkashyap461 3 жыл бұрын
❤️❤️❤️
@humeswardas404
@humeswardas404 3 жыл бұрын
Moja koka aro bhal koi boja bo
@abhinabgogoi2655
@abhinabgogoi2655 3 жыл бұрын
O koka eman hundor koi bojaise ,,,bohut val lagil
@janamkashyap461
@janamkashyap461 3 жыл бұрын
❤️❤️❤️
@homemademedicinemkbs8440
@homemademedicinemkbs8440 3 жыл бұрын
No words....Bestest' ever...
@arinditabordoloi5945
@arinditabordoloi5945 3 жыл бұрын
অতি সুন্দৰ ককা👌 ভগৱানে যাতে আপোনাক সদায় কুশলে ৰাখে
@satyasut9463
@satyasut9463 4 жыл бұрын
কি বুলি মন্তুব্য দিম আৰু ভাষা নাই বহুত বহুত ধুনীয়া।
@janamkashyap461
@janamkashyap461 3 жыл бұрын
ধন্যবাদ ❤️
@dwipen.4567
@dwipen.4567 3 жыл бұрын
😍moja bappppppp.........
@monjeetbora2899
@monjeetbora2899 3 жыл бұрын
ধন্যবাদ কাক ইমান কঠিন এখন ওজা শুনুবাৰ বাবে 🙏🙏👍👌
@janamkashyap461
@janamkashyap461 3 жыл бұрын
Dhoinyobaad
@sangitaborah1072
@sangitaborah1072 6 ай бұрын
ককা আপুনি জুই🔥🔥🔥🔥
@brishtidas4825
@brishtidas4825 4 жыл бұрын
Amazing performance by Koka ♥️♥️
@janamkashyap461
@janamkashyap461 4 жыл бұрын
💕💕💕
@debajitpatar3871
@debajitpatar3871 3 жыл бұрын
কৃষ্ণ প্ৰভু ককাক খদাই এনেকৈয়ে ৰাখক 🙏🙏🙏
@biswajitarandhara9829
@biswajitarandhara9829 3 жыл бұрын
ককা ধুনীয়া হৈছে। ভালে থাকক
@bituponsaikia5307
@bituponsaikia5307 3 жыл бұрын
ভাল লাগিল ককা আপোনী মহান
@dipenkumargohain5351
@dipenkumargohain5351 3 жыл бұрын
সংস্কৃতিক কিমান ভাল পালে এই বয়সতো চৰ্চা অক্ষুন্ন ৰাখিব পাৰি। এইজন দেউতা তূল্য ব্যক্তিৰ তাৰে সুন্দৰ নিদৰ্শন ।
СИНИЙ ИНЕЙ УЖЕ ВЫШЕЛ!❄️
01:01
DO$HIK
Рет қаралды 3,3 МЛН
Enceinte et en Bazard: Les Chroniques du Nettoyage ! 🚽✨
00:21
Two More French
Рет қаралды 42 МЛН
We Attempted The Impossible 😱
00:54
Topper Guild
Рет қаралды 56 МЛН
Support each other🤝
00:31
ISSEI / いっせい
Рет қаралды 81 МЛН
Bihu Intro and Performance 1
12:13
Mick Pickard
Рет қаралды 3,3 МЛН
জয়ন্ত (ওজা)
15:09
Dhulor Uja Jayanta
Рет қаралды 49 М.
СИНИЙ ИНЕЙ УЖЕ ВЫШЕЛ!❄️
01:01
DO$HIK
Рет қаралды 3,3 МЛН