হেৰী, লৰাই বিয়া পাতে..........

  Рет қаралды 108,553

BOHAGI TV

BOHAGI TV

Жыл бұрын

হেৰী, লৰাই বিয়া পাতে//Assamese sad Video//Assamese short Video//Assamese short film//Assamese Video.
About this Video
আজি আপোলোকৰ মাজলৈ আকৌ এটি নতুন ভিডিঅ লৈ আহিছো নাম হেৰী, লৰাই বিয়া পাতে............| আশা কৰো অপোনালোকে চাই ভাল পাব |
অভিনয় - ইন্দ্ৰমোহন বৰুৱা, ৰুহিত বৰা, ৰাইহান শ্বাহ আলম, আইমনি বৰা, দিশা বৰা, গৌৰৱ কুণ্ডু, বনশ্ৰী বৰা, সমীক্ষা বৰা
চিত্ৰনাট্য - মফিদুল হক।
মেকাপ - নিৰু বৰা।
পোহৰ - উজ্জল বৰুৱা।
বাহীঁ - প্ৰনয় বৰঠাকুৰ।
পৰিচালনা-কেমেৰা-সম্পাদনা - মফিদুল হক।

Пікірлер: 37
@kolpochitra3869
@kolpochitra3869 Жыл бұрын
ভাল লাগিল। বৰ্তমান সময়ত সঁচাকৈ ল'ৰাবোৰেহে বুজি পালে সুখৰ সংসাৰ হ'ল হেঁতেন!আপোনালোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏🙏🙏
@bohagitv2250
@bohagitv2250 Жыл бұрын
আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |
@kolpochitra3869
@kolpochitra3869 Жыл бұрын
@@bohagitv2250 সু প্ৰভাত 🙏🌞
@Nijara
@Nijara Жыл бұрын
Bohut bohut bohut val lagil
@bohagitv2250
@bohagitv2250 Жыл бұрын
আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |
@sameerdeka5893
@sameerdeka5893 10 ай бұрын
Val message disa dei.. Moza
@bohagitv2250
@bohagitv2250 10 ай бұрын
Thanks
@khadasabegum4877
@khadasabegum4877 Жыл бұрын
Bahut Val lagil aji kali Lara suwali sab ready lage
@bohagitv2250
@bohagitv2250 Жыл бұрын
আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |
@bankimsarma6359
@bankimsarma6359 10 күн бұрын
Young idle generation should learn from it
@bohagitv2250
@bohagitv2250 9 күн бұрын
Thanks for comment
@tapanbhuyan2853
@tapanbhuyan2853 Жыл бұрын
Bar val lagil agoloi aru video bonijok
@bohagitv2250
@bohagitv2250 Жыл бұрын
Thanks
@chatanyamandal2300
@chatanyamandal2300 Жыл бұрын
Bhal lagil cai nice video
@bohagitv2250
@bohagitv2250 Жыл бұрын
Thanks
@swapandutta972
@swapandutta972 Жыл бұрын
Very very nice history
@bohagitv2250
@bohagitv2250 Жыл бұрын
Thanks
@bijubharali8484
@bijubharali8484 Жыл бұрын
এটা কাহিনী আছিল "অপনী কমাঈ" নকল কৰি বনাইছে। ভাল লাগিল। এনে কৰিলেহে লৰাই উপাৰ্জনৰ মূল্য বুজিব দেউতাককধন্যবাদ😅😅😅
@bohagitv2250
@bohagitv2250 Жыл бұрын
Right
@user-ri6tg8nz7k
@user-ri6tg8nz7k Жыл бұрын
This is the real picture of our society. Thanks for this video.
@bohagitv2250
@bohagitv2250 Жыл бұрын
আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |
@debasishborah883
@debasishborah883 Жыл бұрын
Oti hundor ovinoy val lagil
@bohagitv2250
@bohagitv2250 Жыл бұрын
Thanks
@bikashdutta4968
@bikashdutta4968 Жыл бұрын
Hosa kpth
@bohagitv2250
@bohagitv2250 Жыл бұрын
ok
@chatanyamandal2300
@chatanyamandal2300 Жыл бұрын
Gourav dak abr lobo sun chennal t bhal lagibo cai
@bohagitv2250
@bohagitv2250 Жыл бұрын
উপাই নাই তাৰ মাকে নিদিয়ে অভিনয় কৰিবলৈ। আমি এতিয়া কি কৰিম কওঁকচোন ?
@borahsomnath
@borahsomnath 8 ай бұрын
Sundar hoise ....keep it up.....
@bohagitv2250
@bohagitv2250 8 ай бұрын
Many many thanks
@nabingogoi8689
@nabingogoi8689 Жыл бұрын
ভাল হৈছে ।সাজপাৰ কথাখিনিৰ লগত মিলা নাই ।
@bohagitv2250
@bohagitv2250 Жыл бұрын
আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ | আগলৈ সৰ্তক হম |
@user-mn9su8kc4s
@user-mn9su8kc4s 25 күн бұрын
সুন্দৰ উদাহৰণ দিছে❤
@bohagitv2250
@bohagitv2250 24 күн бұрын
Thanks
@junmonibora8194
@junmonibora8194 Жыл бұрын
Q
@bohagitv2250
@bohagitv2250 Жыл бұрын
???
@chatanyamandal2300
@chatanyamandal2300 Жыл бұрын
Gourav k ki bhair kori disa naki chennal r pora
@bohagitv2250
@bohagitv2250 Жыл бұрын
আমি বাহিৰ কৰি দিয়া নাই। সি নিজে নিজে ওলাই গৈছে। মাকে নিদিয়ে।
100❤️
00:19
MY💝No War🤝
Рет қаралды 22 МЛН
Cat Corn?! 🙀 #cat #cute #catlover
00:54
Stocat
Рет қаралды 15 МЛН
I CAN’T BELIEVE I LOST 😱
00:46
Topper Guild
Рет қаралды 119 МЛН
শাহু বোৱাৰী | Assamese Video | PANJ Creator
14:10
ৰিক্সাৱালাৰ জীয়েক
28:30
PANJ Creator
Рет қаралды 798 М.
হাজিৰা বিচাৰি...........
12:22
BOHAGI TV
Рет қаралды 184 М.
腹黑小天使把黑天使整惨了#short #angel #clown
0:20
Super Beauty team
Рет қаралды 42 МЛН
САМЫЙ ЖАРКИЙ ШТАТ (@therealoscarmendez - TT)
0:23
В ТРЕНДЕ
Рет қаралды 22 МЛН