No video

Happy Mothers Day , but still ther are few mother's weeping on such a blissfull day, Know why!

  Рет қаралды 674,117

Prag News

Prag News

Күн бұрын

Happy Mother's Day , but still ther are few mother's weeping on such a blissfull day, Know why!
Watch the full clip to know more about this story.
#pragnews #Mothersday #HappyMothersday #Amma #Assamnews #oldagehome
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com

Пікірлер: 664
@filmyhouse.1144
@filmyhouse.1144 2 жыл бұрын
মা নহলে জীৱন আধৰুৱা । Love you maaaa..🥰🥰🥰
@rishichoudhury6632
@rishichoudhury6632 2 жыл бұрын
ভগৱানক আমি দেখা নাপাও । কিন্তু মা ৰ ৰূপত আমি ভগৱান পাইছোঁ 🙏🏻🙏🏻❤️। সকলোঁ মা লৈ মোৰ সেৱা জনাইছোঁ ❤️🙏🏻
@madhurjyamohonchutia9453
@madhurjyamohonchutia9453 2 жыл бұрын
আই তোমালোকে দুখঃ নকৰিবা । কলিৰ কালত সেই শ্ৰৱণ কুমাৰ আৰু নাই । তোমালোকৰ চকুলো ওলালে মোৰ ও ওলাই কাৰণ মই ও সৰু থাকোঁতে মাতৃ হেৰুৱালোঁ । মাতৃৰ সুখ কি ভাল দৰে বুজিকে পাবলৈ নাপালোঁ 😢😢😢 । মই বুজি পাইছো নিজৰ সন্তানৰ পৰা নিজ পিতৃ - মাতৃয়ে কেনেদৰে আঁতৰি থাকিব পাৰে । মই পিতৃ মাতৃৰ সকলো মৰম মোৰ মৰমৰ তথা শ্ৰদ্ধাৰ দেউতাৰ পৰাই পাইছো । আৰু যি নিজ পিতৃ মাতৃক অলপ শ্ৰদ্ধা কৰিব নাজানে তেনে সন্তাক মই কুলঙ্গা বুলি কৈছো । আই মাতৃ সকল তোমালোকে চিন্তা নকৰিবা ভগৱানে সকলোৰে হিচাপ ৰাখে , তোমালোকক দিয়া সেই দুখঃ এদিন সিহঁতক ও দিব । শেষত তোমালোকক ভগৱানে কুশলে ৰাখকক তাকে ভগৱানৰ ওচৰত প্রার্থনা কৰিছো । 🙏🙏🙏
@lakhimpurroster360k8
@lakhimpurroster360k8 2 жыл бұрын
Same bro😭
@snnn2500
@snnn2500 2 жыл бұрын
মা মা মা তোমালোকলৈ মোৰ অজস্ৰ হিয়াৰ মৰম শ্ৰদ্ধা নিবেদন জনাইছো ।
@phukanarmylovers2782
@phukanarmylovers2782 2 жыл бұрын
কেনেকৈ মানুহ ইমান স্বাৰ্থপৰ হব পাৰে বাৰু 😒 যি গৰাকী মাতৃয়ে সৰুৰে পৰা একো কষ্ট একো অভাৱ নিদিয়াকৈ ডাঙৰ দীঘল কৰি নিজে নাখাই নিজ সন্তানক খুৱাই , সেই গৰাকী মাতৃক নিজ ঘৰৰ পৰা কেনেকৈ উলিয়াই দিয়ে 😭। সেই বিলাকে মাকৰ যি মৰম আদৰ এইবোৰ একো এই বুজি নাপায় 😠। বৃদ্ধা আশ্ৰমৰ সকলো মাৰ বাবে ভগৱানৰওচৰত শক্তি আৰু সু স্বাস্থ্য কামনা কৰিলোঁ 🙏 মাতৃ দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু মৰম জনাইছোঁ সকলো মা লৈ ❤️🌍😘। নৈৰ সমান বব কোন আই সমান হব কোন ☺️ মা আপোনালোক অমৰ হৈ ৰওক 🙏।
@momiboruah355
@momiboruah355 2 жыл бұрын
হয় মাতৃক কেতিয়াও এনেকোৱা কৰিব নাপায়. কিনতু নিজে বোৱাৰী হিচাপে গম পাইছো, সকলো বোৱাৰীয়ে বেয়া নহয়. কিছুমান শাহু বহুত বেয়া হয়. ময়েই যিমানেই শাহুক ভাল পাবলৈ যত্ন কৰো, সিমানেই মোকহে বেয়া পায়, আৰু যিজনী বোৱাৰীয়ে তেওক বেয়াকৈ গালি গালাজ পাৰি থাকে তাইকে ভাল পাবলৈ যতন কৰি থাকে. মই personally গম পাইছো যাক কোনোবাই অনতৰৰপৰা বেয়া পায়., তেও যিমানেই চেচা নকৰক কিয় ভাল কেতিয়াও নাপায়. মোক যিমানেই বেয়া পাওক মই শাহুৰ প্রতি কৰিবলগা দায়িত্বখিনি কৰি যাম. কিনতু কেতিয়াবা খুব দুখ লাগে
@djrock5500
@djrock5500 2 жыл бұрын
আজি দিনটো বহুতে মাতৃ দিৱস উদযাপন কৰিছে , ফেচবুক , হোৱাটচাপত মাতৃ দিৱস ৰ বহুত ষ্টেটাচ দেখিছোঁ । কিন্তু মাতৃ পিতৃক নিজৰ হৃদয়ত আৰু নিজৰ লগত ৰাখক কাৰণ মাতৃ পিতৃ বাবে আমি এই সুন্দৰ পৃথিৱীৰ খন দেখিছোঁ। সেইবাবে এদিন মোবাইলত ষ্টেটাচ দিয়াত কৈ সদায় নিজৰ লগত ৰাখক চাব সেয়া কিমান আনন্দ।
@pobanchandraborgohain5703
@pobanchandraborgohain5703 2 жыл бұрын
Lots of loves & humble respect to all my dearmost mothers.
@ranasharma1259
@ranasharma1259 2 жыл бұрын
"মা " শব্দ ৰ গভীৰতা আৰু বিশালতা প্ৰশান্ত মহাসাগৰতকৈ বহুতো ওপৰত
@manalishadas2421
@manalishadas2421 2 жыл бұрын
পৃথিৱীৰ সকলো ধুনীয়া মা সকলক মাতৃ দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু মৰম জনালো ❤😘🙏💫
@pollabdeori4156
@pollabdeori4156 2 жыл бұрын
😏😏
@mituldeka6992
@mituldeka6992 2 жыл бұрын
@@bharat9515 00000plp
@pinkygohain8092
@pinkygohain8092 2 жыл бұрын
@@pollabdeori4156 k nmlM
@momiboruah355
@momiboruah355 2 жыл бұрын
@@pollabdeori4156 ui
@Mompipathori.123
@Mompipathori.123 11 ай бұрын
সেই কাৰনে কিয় পুতেকক চিনি পাবা বিবাহৰ পিছত,ভাতৃ চিনি পাবা সমপতি ৰ ভাগত,ভাৰযা চিনি পাবা বৃদ্ধ কালত।চৰকাৰে কঠোৰ আইন কৰিব লাগে এইবিলাকক শাস্তি দিবলৈ।
@user-vj2kb1sb8k
@user-vj2kb1sb8k 2 жыл бұрын
মোৰ মা , আৰু সকলোৰে মা লৈ মোৰ বহুত বহুত মৰম যাচিলো 💓 সংসাৰত মাৰ সমান কোনো হব নোৱাৰে , নৈৰ সমান কোনো বব নোৱাৰে 🥰
@kanchanboruah2096
@kanchanboruah2096 2 жыл бұрын
Bor dukh Lage
@nitiskitchen4659
@nitiskitchen4659 2 жыл бұрын
যিবোৰে নিজৰ মাকক এনেকুৱা কৰিছে সিহঁতৰো এনেকুৱা অৱস্হা হ'ব, সিহঁতৰ ল'ৰা ছোৱালী নিশ্চয় আছে,
@nayanmonidutta9768
@nayanmonidutta9768 2 жыл бұрын
🙏🙏🙏🙏যেতিয়া প্ৰতিগৰাকী মাতৃয়ে সুখী হ'ব তেতিয়াহে মাতৃ দিৱসে সাৰ্থকতা পাব | বৃদ্ধাশ্ৰমত থকা বা ঘৰত থকা বেছিভাগ মাতৃয়েই যেন আজি সুখী নহয় 😪😪😪🙏🙏🙏
@julibaruahbaruah9616
@julibaruahbaruah9616 2 жыл бұрын
মা মাথোঁ এটি শব্দ নহয় ই আবেগ মাতকৈ শ্ৰেষ্ঠ এই ধৰাত একো নাই । পৃথিৱীৰ সকলো মা লৈ সেয়া জনালোঁ ।
@dayanandaentertainmentambi9187
@dayanandaentertainmentambi9187 2 жыл бұрын
Maa r homan hobo nu kuun! Noirr homan bobo nuu kuun! Amar maa dewtar dore hoyok amar val puya siro seujia. Love you maaaa
@miriboy5074
@miriboy5074 2 жыл бұрын
মই বহুত গৌৰৱ অনুভৱ কৰো কিয়নো মিচিং মানুহে আজিলৈকে কোনো এজন মাকক বিদ্ধাশ্ৰমত নাৰাকে
@jyotismitadeka8808
@jyotismitadeka8808 2 жыл бұрын
kio narakhe kobo paribo ne ?
@miriboy5074
@miriboy5074 2 жыл бұрын
@@jyotismitadeka8808 আৰে ভাই আমাৰ ভগৱানৰ দৰে শ্ৰদ্ধা কৰে আৰু বুঢ়ী হলে কাম কৰিব দিব নাপায় আমাৰ সমাজত আৰু আপুনি কেতিয়াবা দেখিছে বুলি কব পাৰিবানে?
@jyotismitadeka8808
@jyotismitadeka8808 2 жыл бұрын
@@miriboy5074 hy diyok... maa dauta bhogowan swrup..
@miriboy5074
@miriboy5074 2 жыл бұрын
@@jyotismitadeka8808 you are right 👍
@chayagogoi1011
@chayagogoi1011 2 жыл бұрын
Love all mother 😊❤when I see this video that time I can't stop crying. Long live mother
@educationcompany.6793
@educationcompany.6793 2 жыл бұрын
তেওঁলোকৰ ও এনেকুৱা হ'ব এদিন।
@biswajittasa146
@biswajittasa146 2 жыл бұрын
Love you maa and love to all mother in this beautiful mother's day
@dipurajgogoi4531
@dipurajgogoi4531 2 жыл бұрын
"মা" মা,পৃথিৱীৰ শ্ৰেষ্ঠতম এটা নাম🌚। মা,তকৈ সহজ গভীৰ কোনো অনুভূতি নাই!.💗
@vaitinath6146
@vaitinath6146 2 жыл бұрын
হে ভগবান কত আছা জি গিতা লৰাই মাকক বাপেকক এনেকোৱা কৰিচে খিহতকো জাতে এনেকুয়াই কৰি দিয়া আৰু🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@huminiyt2044
@huminiyt2044 2 жыл бұрын
Happy mother's day ......i love you maa
@junakgaming4047
@junakgaming4047 2 жыл бұрын
I love you মা আমি সদায় আপোনালোকৰ লগত আছোঁ ❤️❤️❤️
@jundas7979
@jundas7979 2 жыл бұрын
মই মোৰ মাক নেদেখা বাবে আজি বহুত কষ্টৰ জীবন পাৰ কৰিছোঁ, যাৰ মাক নাই খেইজনে বুজে জীবন কিমান কষ্টৰসন্মুখীন হয়
@trishnasarania1281
@trishnasarania1281 2 жыл бұрын
Stay strong ❤️ jibonot aguwai juwa
@theexplore19
@theexplore19 2 жыл бұрын
মা-দেউতাক কেতিয়াও অৱহেলা অনুগ্ৰহ কৰি নকৰিবা প্লিজ 🙏🙏🙏 বহুত দুখঃ পাইছোঁ ! দাদা বাইদেউ সকল নিজৰ নিজৰ মা দেউতাক উভতাই ঘৰত নি নিয়া l মোৰ ভগৱান মা দেউতা যি জনে জন্ম দি ডাঙৰ দীঘল কৰি আজি পথ দেখুৱালে তেখেত সকলক নিজৰ গৃহৰ পৰা বাহিৰ কৰি দিলা l মোৰ মা দেউতা নাই বহুত দুখ কৰোঁ l এনেকৈ বহুত আছে প্লিজ তেনেকে কেতিয়াও দূৰত আঁতৰাই নিদিবা l
@dayanandaentertainmentambi9187
@dayanandaentertainmentambi9187 2 жыл бұрын
I love you❤ maaa.... Love you all mother s
@pinkygohain8092
@pinkygohain8092 2 жыл бұрын
KPnn zpapN. Lspb. All,b,non
@nipulsaikia8671
@nipulsaikia8671 2 жыл бұрын
মানবীয়তা থকা লৈকে আমি সকলো পৃথবীত একলগ হৈ থাকিম।
@Razz...552
@Razz...552 11 ай бұрын
Maa t koi dangor amar jibonot kunu hobo noware I love you maa
@pallabidas2890
@pallabidas2890 2 жыл бұрын
সঁচাই ভাবিলে ভয় লাগে ....আমাৰ বা আকৌ কী গতি হয় ...কিমান যে দূখ লগা কথা 😥😥
@BhadraDekaBoruah
@BhadraDekaBoruah 3 ай бұрын
😂🎉😢😢😅😅❤😮😅
@mixedindia6977
@mixedindia6977 2 жыл бұрын
সেই বৃদ্ধাশ্ৰম কোনে নিৰ্মাণ কৰিছিলে.....সেই ধাৰনাই মানুহক বেয়া কৰিছে ..যদি এনে ব্যৱস্হা নথকা হলে সকলোৱে ঘৰত মাক দেউতাক ৰাখিলে হয়...ইয়াৰ ওপৰত চৰকাৰৰ বহুত কৰনীয় আছে.যদিহে বৃব্দ গৰাকীৰ পুএই চাকৰি কৰে তেতিয়া আধা দৰমহা মাতৃ বা পিতৃক প্ৰদান কৰিব লাগে ...তেতিয়া দেখা যাব কেইজনে মাতৃ বা পিতৃক বৃদ্ধাশ্ৰমত ৰাখে...
@sumonrkalita6999
@sumonrkalita6999 2 жыл бұрын
Ji hokaLor Lara swaLia sakari kore tewLukar maa deuta hokoL he bidhya ashramt thake khetiyak, hajira kora hokoLor nathake...
@mixedindia6977
@mixedindia6977 2 жыл бұрын
@@sumonrkalita6999 hy . moi hei hokolke kob bisarisu...
@sumonsaikia1825
@sumonsaikia1825 2 жыл бұрын
Happy mother's day ..... 🙏 GOD bless all of you...
@ASMXBOT
@ASMXBOT 2 жыл бұрын
I love you mom dad💜💚❣️💕
@sanatanchetia88
@sanatanchetia88 2 жыл бұрын
Happy mother's day..i love you maa ❤️❤️❤️
@mitalidas9182
@mitalidas9182 2 жыл бұрын
Happy mother's day 😭😭😘😘
@thebossyt631
@thebossyt631 2 жыл бұрын
LOVE YOU GRANDMOTHER
@dibrugarhentertainments3145
@dibrugarhentertainments3145 2 жыл бұрын
Happy mothers day maaa
@deepsikhaborah6233
@deepsikhaborah6233 2 жыл бұрын
Happy mother's day 🌹🌹🌼🌼🌼🌼
@prabhatkumargogoi2717
@prabhatkumargogoi2717 2 жыл бұрын
বৃদ্ধাশ্ৰমৰ বাসিন্দা কোনেও হবলৈ নিবিচাৰে, বাধ্য হৈহে বাসিন্দা হৈছে ৷ কিয় তালৈ আহিবলগীয়া হ’ল এই কথাটো কোনেও পৰাপক্ষত প্ৰশ্ন নকৰাই শ্ৰেয় ৷ এই প্ৰশ্ন কৰিলেই অতীতৰ দুখ বোৰ সোঁৱৰাই দিয়াহে হব আৰু ইয়াৰ ফলত সকলো আইতাৰে মনলৈ নিজৰ নিজৰ তিতাকেহা অতীত বোৰে আমনি কৰিব ৷ যোগাত্মক প্ৰশ্ন কৰক , ভালবোৰ সোধক, গান গাবলৈ নাচিবলৈ দিয়ক ,কবিতা সাধু সাঁথৰ কবলৈ দিয়ক , তেতিয়া সকলোৰে মনলৈ ফুৰ্টি আহিব , আহিব মনলৈ স্বাচ্ছন্দ্য ৷ আইতা কেইগৰাকীৰ চকুপানী টুকি থকা ভিডিঅ চাই দুখ লাগে ৷
@pratimaboruah8718
@pratimaboruah8718 2 жыл бұрын
Always Luv u my Mother and all Mother s. ❤❤❤❤❤❤❤❤❤
@surenboro6975
@surenboro6975 2 жыл бұрын
Maa o maa apunalukor choronot xoto kouti pronam .
@lukumoninath9096
@lukumoninath9096 Ай бұрын
Tekhet hokolor lora suwali eu jen tekhet hokolok tenekowai kore vagbanor usrt mor parthona 🙏 har har Mahadev .. radhe radhe
@Taralibaishya729
@Taralibaishya729 2 жыл бұрын
Happy mothers day... ❤🙏❤
@Tired524
@Tired524 2 жыл бұрын
Matrik ji lora suwali ye bridhya boyoxot morom kore xei lora suwaliye jibonot xofolota labh kore.Ishworor patot sob likha thake. love to all mothers.
@chandanbaruahvulag9168
@chandanbaruahvulag9168 2 жыл бұрын
ধনী , ধনী মানুহৰ ল’ৰা’’ বোৰে হে মাক , বাপেকক এনেকোৱা কৰে প’ৰিষ্টিতিৰ কৰে , দুখীয়া ল’ৰা’’ ছোৱালী বোৰে এনে কাম নকৰে
@kray3759
@kray3759 2 жыл бұрын
মোৰ মৰমৰ মা।
@biswagogoi8523
@biswagogoi8523 2 жыл бұрын
Love you maa ❤️❤️❤️❤️❣️❣️💞💞💞
@rumiborah531
@rumiborah531 2 жыл бұрын
Xakalu maa loi sardha aru pranam janalu.I love you maa
@hazarikaassam9627
@hazarikaassam9627 2 жыл бұрын
Ma....... Bohut dhuniya modhur kotha bur hikai se Aita 2maluke kukhole thakokk
@White-vt9yy
@White-vt9yy Ай бұрын
Krishno 🙏😭
@hemkantaborah7434
@hemkantaborah7434 2 жыл бұрын
সেই পুত্ৰ বোৱাৰীবোৰৰ একে অৱস্থাত হ'ব। আৰ্জিলে ফল ভূঞ্জিবলৈ পায়।
@tushargoswami6036
@tushargoswami6036 2 жыл бұрын
জগতৰ সমূহ আই মাতৃলৈ সচৰধ প্ৰনাম ।
@monim_raja
@monim_raja 2 жыл бұрын
HAPPY MOTHER'S DAY
@mayurrsarma8652
@mayurrsarma8652 2 жыл бұрын
Manuh bure kunu kotha chinta koribo nuara hol.maa sobtu ekebare dhansha korile .
@ANAZORY09
@ANAZORY09 2 жыл бұрын
Dukh lagil ma hbdo Tu je ata kiman hundr jar nai hi he bujibo😰😰😰😰love you all mothar ❤
@Hiracreation170
@Hiracreation170 2 жыл бұрын
আমি ভগবান দেখা নাই কিন্ত মা দেখিছোঁ ভগবানৰ আন এটি ৰূপ মা মাৰ অবিহনে জীৱনটো কল্পনাই কৰিব নোৱাৰি চবৰে মৰম খলনি হব পাৰে কিন্তু মাৰ মৰম কেতিয়াও খালনি নহৈ মা অভাৱ কোনেও পো ৰাব নোৱাৰে ,,,,ক্ষকলোৱে মা খাদাই সুখত ৰাখিব ,,,❤️❤️❤️❤️
@sanjivsaikia3061
@sanjivsaikia3061 2 жыл бұрын
মই নিজে মৰি যাম, কিন্তু মই মোৰ মাক বিদ্ধা শ্ৰমত নথ ও।
@Mvlog8913
@Mvlog8913 2 жыл бұрын
Love you all mothers 🙏🏼🙏🏼
@CRPF_COMMANDOs
@CRPF_COMMANDOs 2 жыл бұрын
Xasakoi Ajir jugot o emn nisthur manuh ase ne. Bahut beya lage aibor drishya dekhi bhagabane vale rakhak aapnalokak🙏🙏🙏🙏 Happy mother's day.
@Assamreceipevlogs01
@Assamreceipevlogs01 11 ай бұрын
😢😢😢😢❤❤❤ like u maa god bless u maa,,
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Жыл бұрын
Heart' touching videos. Bohut bohut xuvokamona jonaloo Xokolu maak . Xokolubur maak mur Voktivora sewa jonaloo. God bless to all grand father.
@jatinhazarika3798
@jatinhazarika3798 2 жыл бұрын
I love you....maa......
@sushilmili159
@sushilmili159 2 жыл бұрын
Happy mother's day to all of you, I lost my mother 6 th month ago I really miss you maa !!!
@SaralaDas-dc8jg
@SaralaDas-dc8jg 2 ай бұрын
Ma abihne kunu nai ❤❤❤❤ Love you ma
@jitumonibora2874
@jitumonibora2874 2 жыл бұрын
মাতৃ দিৱস আমাৰ জীৱনৰ প্ৰতিটো দিনেই বুলি পালন কৰা উচিত।এটা দিনত মাতৃৰ ত্যাগ মনত পেলালে নহ'ব।যিসকল লোকে মাতৃ দিৱসৰ বিষয়ে নাজানে, সেইসকল সহজ সৰল গাঁৱৰ সন্তানে মাকক মৰমেৰে সদায় ৰাখিছে।কিন্তু দেখাত শিক্ষিত যেন লগা এচামেহে মাক দেউতাকক অৱৰ্জনাৰ দৰে মন গ'লেই দলিয়াই দিছে।এনে মানসিকতাৰ ধ্বংস হওক।মাক-দেউতাকৰ সপোনবোৰ পূৰ হওক।
@anjalikumar2129
@anjalikumar2129 2 жыл бұрын
মা,তকৈ সহজ আৰু গভীৰ কোনো অনুভূতি নাই। সকলো মালৈ মোৰ আন্তৰিক মৰম তথা শ্ৰদ্ধা যাচিলো।
@dipengogoi5076
@dipengogoi5076 2 жыл бұрын
মাৰ শব্দৰটো পৃথিৱীৰ আটাইতকৈ সুখী মাৰে হল মৰম পৃথিৱীৰ কোমল কোলা শান্তি আশাৰ জীৱনৰ 🙏🙏
@bhobenjyotiphukan91
@bhobenjyotiphukan91 2 жыл бұрын
কুলাঙ্গাৰ সন্তান আছেই । সকলো সন্তান পপীয়া অৱশ্যে ই নহয় যদিও । মঙ্গল হওঁক বৃদ্ধা আশ্ৰমৰ সকলোৰে ।
@alokadas8085
@alokadas8085 2 жыл бұрын
Happy mother's day
@gabardharay3294
@gabardharay3294 2 жыл бұрын
love you maaa love you so much
@gaganthakuria3133
@gaganthakuria3133 2 жыл бұрын
Sakur pani olai gol oo maa hot ..I love you...maaa
@anjumoni3006
@anjumoni3006 11 ай бұрын
সেৱা জনাইছো সকলো ভালকৈ থাকক.
@1mikon
@1mikon 2 жыл бұрын
সকলো মাতৃয়ে বৃদ্ধঅৱস্থাত আদৰ যত্ন পাব লাগে। হয়। বেদনা দায়ক এনে দুখ দেখিলে। কিন্তু কেতিয়াবা অৰ্থনৈতিত অৱস্থাৰ কাৰণে বা পৰিয়ালৰ মানুহবোৰ বৰ্হিৰাজ্যত থাকিব লগা হ’লে বৃদ্ধ অৱস্থাত মাক দেউতাকক শুশ্ৰুষা কৰিব খুজিলেও নোৱাৰে। তেতিয়া নিদেই বহুতে বৃদ্ধাশ্ৰমলৈ যাব খুদে বা যায়। কিছুমান বৃদ্ধাশ্ৰমত ককা আইতা হতে ইমান হাহিঁ ধেমালি আৰু স্ফূৰ্তিত থাকে । বেয়া লাগিল ইয়াত সকলোৱে বেচি দুখ কৰি থকা দেখিলো। আশাকৰো তেওঁলোকৰ দৈনিক মনোঞ্জনৰ কাৰণে কত্তৃপক্ষই কিছুমান activities আৰম্ভ কৰে যেন যি activities এ তেওঁলোকক আনন্দ দিয়ে।
@gayatreedas7147
@gayatreedas7147 11 ай бұрын
দূর্ভাগা সেই সন্তান যার মার জন্য সর্বউচ্চ অনুভূতি নাই। জয় মাতৃ জাতির জয়।❤❤❤❤❤
@dipjyotikalita2758
@dipjyotikalita2758 Жыл бұрын
Maa always maa, love you always
@assamescuteactorandactress5220
@assamescuteactorandactress5220 2 жыл бұрын
I love u maa
@pranitakonwar1413
@pranitakonwar1413 2 жыл бұрын
আজি মাতৃ দিৱসত সকলো মাতৃসম "মা" লৈ শ্ৰদ্ধা জনালোঁ 🙏
@priyangshugogoi3062
@priyangshugogoi3062 2 жыл бұрын
Happy Mothers day Mom's 💓 💗 💖 Love you all 😘😘😘💐💐❤❤
@krishmipatar206
@krishmipatar206 2 жыл бұрын
Love you all Mothers
@madhusmita9931
@madhusmita9931 2 жыл бұрын
I love you 😘maaa..... Love you all mothers day ❤️
@lathugogoi7779
@lathugogoi7779 2 жыл бұрын
পৃথিবীৰ সকলো মাতৃয়ে যাতে সুখ আৰু ‌শান্তিয়ে‌ থাকক তাৰে কামনা কৰিলোঁ
@debajitdas9136
@debajitdas9136 2 жыл бұрын
Love. You. Ma
@nilakshigogoivlogs5434
@nilakshigogoivlogs5434 2 жыл бұрын
I love you maa❤️ Bohut beya lagile aibur dekhi😥😥😥 Love you all mothers.
@SatishchNath-gg1bz
@SatishchNath-gg1bz 2 жыл бұрын
I love aita all ,, happy mother's Day
@krishnavbaruah7106
@krishnavbaruah7106 2 жыл бұрын
Kulangar buror kotha dekhai kele Mother’s Day tu depressing bonua hoise....valke thaka maak buroku dekhauk 🙏🏻🙏🏻🙏🏻
@silpineog
@silpineog 2 жыл бұрын
Happy mother's day😍😘😘
@ritisha8889
@ritisha8889 2 жыл бұрын
Moi egoraki durvogia matri mur antorot bohut dukh lukao ase. kintu kak kom mur dukhor kothabur
@hirensaikia3810
@hirensaikia3810 2 жыл бұрын
হৃদয় বিদাৰক কাহিনী 🙏🙏
@moushumideka3778
@moushumideka3778 2 жыл бұрын
Happy mother's to all of u❤
@priyankabaruah2311
@priyankabaruah2311 11 ай бұрын
এইবোৰ দেখি শুনি এনেকুৱা হৈছে যে সদায় ভগৱানক দিনে ৰাতিয়ে প্ৰাৰ্থনা কৰোঁ সোনকালে যেন সংসাৰ সাগৰৰ পৰা লৈ যায়। কিবা ভাল নলগা হৈছেগৈ আৰু । জীৱনৰ অসহায় দিনবোৰত কিহেবা অপেক্ষা কৰি আছে আমাৰ এই ভয়ে খেদি খেদি মাৰিছে।
@donaranibhowmick7258
@donaranibhowmick7258 2 жыл бұрын
Happy Mother's Day ... ❤
@surjyabordoloi6006
@surjyabordoloi6006 11 ай бұрын
আইতা সকল সদায় আনন্দত থাকক।
@jugalbhuyan5318
@jugalbhuyan5318 2 жыл бұрын
I could not stop my tears I hope never come such situation In every bodies life that they have to leave their mother I love my mother self lesly And i prey to Good please give me the enargy that i love my mother endlessly
@sumusaikia2600
@sumusaikia2600 18 күн бұрын
I love you maa ❤
@poliborah4815
@poliborah4815 2 жыл бұрын
হৃদ‌য় চুই গ'ল অ' , আৰু বৃদ্ধাশ্ৰম নহওক
@mrinmoykalitaart50
@mrinmoykalitaart50 2 жыл бұрын
মাতৃ এনে এটা শব্দ যাৰ বাবে আমি এনে ধুনীয়া নেদেখা পৃথিৱীৰ বাসিন্দা হৈছো।
@bubugohain6712
@bubugohain6712 2 жыл бұрын
সচাকৈ বৰ দুখ লাগিল । আপোনাৰ লোকৰ কথা বোৰ সেই কোলাংগা ল'ৰা বোৰে শুনিছে জানো ? আপোনালোকে শাও নিদিলেও শাও লাগিব । সিহঁতকো এদিন ল'ৰা বোৰে এনেকুৱা কৰিব ।
@nayanmonisaikia4517
@nayanmonisaikia4517 2 жыл бұрын
মা ❤
@ushajanamesewingtrainingce3749
@ushajanamesewingtrainingce3749 11 ай бұрын
মা সদায় মা য়ে হয় ,
@rupalideka5595
@rupalideka5595 2 жыл бұрын
I love you all mother s
@jurigoswami1149
@jurigoswami1149 2 жыл бұрын
পৃথিৱীৰ সকলো মাক সেবা জনালোঁ
@bibiboradas3053
@bibiboradas3053 2 жыл бұрын
সকলো মা লৈ🙏🙏🙏🙏🙏
@suhanaahmed1371
@suhanaahmed1371 Жыл бұрын
Moi jabo bisarisu address please
@himanshuphutal916
@himanshuphutal916 2 жыл бұрын
I love you maa 🥰😘😘😘