Рет қаралды 4,487
হৰিনামৰ ধ্বনিৰে মুখৰিত আজিৰে পৰা ম’হবন্ধাৰ এৰালতলি পথাৰ। পুৱাৰে পৰা উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত। বিভিন্ন ঠাইৰ পৰা আহি উপস্থিত হৈছেহি ভকত-বৈষ্ণৱসকল। যোৰহাটৰ পৰা আমাৰ এক প্ৰতিবেদন।
#PratidinTime #AssamNews #assam #jorhat