হৰ্ষিতা মাইনা ৷ বহুত ধন্যবাদ তোমাক ৷ তুমি যে অসমী আইৰ বৰপুত্ৰ ড°ভূপেন হাজৰিকাৰ গান গাইছা ৷ নহ'লে আজিৰ গায়ক-গায়িকাই তেখেতৰ গান নাগায় ৷ বহুত অাশীৰ্বাদ থাকিল ৷ তুমি বহুত আগুৱাই যোৱা ৷ তোমাৰ নাম এসময়ত অসমত জিলিকি থাকিব ৷
@dhantimedhi20215 жыл бұрын
ধন্যবাদ চক্তবৰ্তী ডাঙৰীয়া।আপুনিও মোৰ দৰে ভূপেনদাৰ গান ভাল পায় নিশ্চয়।
@alakeshchakraborty98645 жыл бұрын
ভাল পাওঁ মানে ৷ বহুত ভাল পাওঁ ৷ তেখেতৰ গীতৰ প্ৰতিটো শব্দই একোটি সুৰ ৷ যিয়ে জীৱনত আগুৱাই যাবলৈ প্ৰেৰণা দিয়ে ৷ তেখেত সাধাৰণ হৈও অসাধাৰণ ৷৷৷