Рет қаралды 5,351
Audio Credits :-
*Singer : Neer Nilav
*Music : Neer Nilav
*Drums : Sazid Hazorika
*Lyrics : Bikash Bailung, Neer Nilav
*Tune : Neer Nilav
*Mix/Mastered : Dirghajyoti
*Recording Studio : ( DJ Music Studio Sonari )
Live Show Progarm Con't Number :- 60036 09815
Special Thanks : Ma - Deuta, Probal Gogoi, Rituraaz Ranjan, Surjya Phukon, Lakhi Nandan, Shimanta Kanchan, Ritupon Dutta
Lyrics :-
হেঁপাহেৰে তোমাকে ল'লো
হিয়াতে তোমাকে থ'লো
হেঁপাহেৰে তোমাকে ল'লো
হিয়াতে তোমাকে থ'লো
মনে মনে প্ৰেমতে
পৰিলো মই তোমাৰে
তোমাকে মই বিচাৰো সদায় কাষতে
অজানিতেই চোৱাহি কানে কোৱাহি
মোক এবাৰ ভালে পাও বুলি
মোক এবাৰ ভালে পাও বুলি
মোক এবাৰ ভালে পাও বুলি
হেঁপাহেৰে......
হিয়াৰে কোনতে
তোমাকেই ৰাখিছো
প্ৰেমৰে শিকলিয়েই
তোমাকে বান্ধিছো
হিয়াৰে কোনতে
তোমাকেই ৰাখিছো
প্ৰেমৰে শিকলিয়েই
তোমাকে বান্ধিছো
বুজা নে তুমি নুবুজা
মোৰে মনক বুজা না
যদি তুমি নোহোৱা
মই হৈ যাম পগলা
অজানিতেই চোৱাহি কানে কোৱাহি
মোক এবাৰ ভালে পাও বুলি
মোক এবাৰ ভালে পাও বুলি
মোক এবাৰ ভালে পাও বুলি
হেঁপাহেৰে......
#HEPAHERE#NeerNilav#AssameseSong
Thank You...