হিয়াভৰা শুভকামনাৰে || Hiyabhora Xubhokamonare || ডলী ঘোষ || Dolly Ghosh

  Рет қаралды 3,003

Geet Sankalan

Geet Sankalan

Күн бұрын

Пікірлер: 3
@dilipnath7240
@dilipnath7240 Ай бұрын
Nice song ❤❤❤
@uttamkumarroy2583
@uttamkumarroy2583 2 жыл бұрын
চিৰসেউজ বোলছবি"পিতা-পুত্ৰ"ৰ এটি কালজয়ী গীত। গীতিকাৰ শ্ৰদ্ধাৰ হেমন্ত দত্ত আৰু সংগীত পৰিচালক ভূপেন উজীৰ দেৱ। দৰদী কন্ঠ শিল্পী ডলী ঘোষ বাইদেউৰ এটি চিৰসেউজ গীত। তেখেতৰ গায়কী অতি উচ্চ মানদণ্ডৰ।"বুকু ভৰা এই মৰম,থাকে যেন ওৰে জীৱন....…","নাহৰ ফুলা বতৰতে মন, পাখি লাহি মনৰ মাজত, কিহে জানো পিৰে পিৰাই যায়... ……","অসমী আইৰে লালিতা পালিতা, মই তোলনীয়া জী, অসমীৰ সন্মান সদায়েই ৰাখিময়ে আৰু নো ক‌ও মই কি....","এই বিহুৰে উৰুকা নিশা, মোৰ কলিজা পৰিছে শাঁত,....","ভাল লাগে মোৰ ফুল পাহি, পুৱা উঠিয়েই দেখি....""কুঁৱলীৰ এই ছবিখন, সপোনৰ মিঠা ইন্ধন....","মোৰ জীৱনৰ নকোৱা সাধু, ইতিহাস তুমি ৰচিবা, যি কাহিনী ৰয়, ধৰাৰ বুকুতে সেই কাহিনী তুমি শুনাবা, শুনাবা....","দুহাততে দিছা মোক ফুল, ভাষা নাই মোৰ ওলগৰে...…"(শ্ৰী মতী মহিমা ময়ী),""নীলা আকাশৰে ৰূপোৱালী পৰী, জিঞাৰে দুখনি পাখি, আলফুলে উৰি আহে লগতে তৰাৰে চাকি...…"(বোলছবি-শ্ৰী মতী মহিমা ময়ী) আদি অসংখ্য চিৰসেউজ গীতেৰে অসমৰ সংগীত জগতৰ এখন সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে।এই গৰাকী মহান দৰদী শিল্পীলৈ মোৰ শত সহস্ৰ প্ৰণাম জনাইছোঁ 🙏.
@geetsankalan2020
@geetsankalan2020 2 жыл бұрын
ধন্যবাদ 🙂
"Идеальное" преступление
0:39
Кик Брейнс
Рет қаралды 1,4 МЛН
-5+3은 뭔가요? 📚 #shorts
0:19
5 분 Tricks
Рет қаралды 13 МЛН
Aajolit Mor Ekajoli Pani ( আঁজলিত মোৰ একাজলি পানী) - by Dolly Ghosh
4:22
Assamese Old Songs অসমীয়া পুৰণি গীত
Рет қаралды 10 М.
Melodies of the Oud | 29 Minutes of Light Oud Background Music
29:13
"Идеальное" преступление
0:39
Кик Брейнс
Рет қаралды 1,4 МЛН