Рет қаралды 432,630
হিমন্ত বিশ্ব শৰ্মাক খুৰধাৰ সমোলচনা হাগ্ৰামাৰ
বিটিআৰত চলিছে নিৰ্বাচনী গৰম বতাহ। ইতো ৰাজনৈতিক দলে আনটো ৰাজনৈতিক দলক বোকা চটিয়াৰ খেল এটিয়া বিটিআৰত সুলভ। নিৰ্বাচনী প্ৰচাৰ সভা অনুস্থিত কৰি ৰাজনৈতিক দল সমূহে নিজৰ শক্তি পদৰ্শন কৰি আহিছে।
#timesguwahati #bpf #bjp ✅Follow Pulak Nath as Your friend at Facebook
/ pulaknath123
For any Detais please inbox or comment