Home tour Assam ll বাঁহৰ কেঁচা-গোৱৰ মাটিৰ সুগন্ধ বিয়পা গাঁৱৰ তেনেই এখন সাধাৰণ ঘৰ ll চাওঁ আহকll

  Рет қаралды 451,425

Shree's World

Shree's World

Күн бұрын

টেকনিকেল কাৰণ বশত: ভিডিঅটোৰ ভইচ খিনি/কথা খিনি পূৰ্বৰ তুলনাত আজিৰ পৰা অলপ খেলি - মেলি হৈ গৈছে🙏
বুজি পোৱাত অসুবিধা হ'লে দায় নধৰিব।
#Shree's_World 💌 (04/06/2022)
📍My Instagram link- / jayshree_bhuyan
📍insta crafty link - / craftshrees
📍Facebook id- Jayshree bhuyan
#biswanathchariali #Biswanath #hometour #homedecor #assamhome #assam #myhome #handmadecraft #homedesign #homelovers #ourhomesteaddiary #assamesehome #ourhome
#assamhome #tour #অসমীয়া #myhome #shree #decoration #unique #viralhome #assam #diy #bnchannel #homeideas #assamese #selfmade #uniqueshorts #ideas #unique #bnctv ‪@shreesworld5657‬ #Shree's_world #biswanathghat #biswanath #bnc

Пікірлер: 1 700
@shreesworld5657
@shreesworld5657 Жыл бұрын
টেকনিকেল কাৰণ বশত: ভিডিঅটোৰ ভইচ খিনি/কথা খিনি পূৰ্বৰ তুলনাত আজিৰ পৰা অলপ খেলি - মেলি হৈ পৰিল😢🙏 বুজি পোৱাত অসুবিধা হ'লে দায় নধৰিব। #Shree's_World 💌 (04/06/2022) গাঁৱৰ ঘৰৰ আচৰিত😮 Room tour video চাওঁক-👇 kzbin.info/www/bejne/bqu2g5l4n9KZsNE
@champaksaikia3761
@champaksaikia3761 4 күн бұрын
Bohut dhunia lagise. Bahor ghor mur bor priyo, kesa matir poroh ase.
@Bhreetutalukdar
@Bhreetutalukdar 7 ай бұрын
ইমান ধুনীয়া পৰিস্কাৰ এখন ঘৰ❤❤ দেখিয়েই মনটো ভাল লাগি গৈছে।। ডাঙৰ ডাঙৰ অট্টালিকাই ও পাট্টা নাপাই এনেকুৱা ঘৰৰ লগত।।
@shreesworld5657
@shreesworld5657 7 ай бұрын
আন্তৰিক ধন্যবাদ আপোনাক।
@parthaborah2984
@parthaborah2984 2 жыл бұрын
যি জন ব্যক্তিয়ে বনাইছে সেইজন প্রকৃততে বিশ্বকৰ্মা।আপোনালৈ প্ৰণাম
@rinadutta7598
@rinadutta7598 2 жыл бұрын
কি সুন্দৰ ঘৰ। বনোৱা জনক বহুত ধন্যবাদ দিছো।কি মনোবল।কিমান মগজু খটাই বনাইছে
@shreesworld5657
@shreesworld5657 2 жыл бұрын
অশেষ ধন্যবাদ আপোনাক 🙏
@silentkhushieatings8258
@silentkhushieatings8258 2 жыл бұрын
Moi u take kobo loisilu
@sumonsuresh9724
@sumonsuresh9724 2 жыл бұрын
@@shreesworld5657 hi
@Akstatus0.2
@Akstatus0.2 2 жыл бұрын
Khosa d
@salmassimplelife790
@salmassimplelife790 2 жыл бұрын
Pls mor video bilk o okonman sabo Rina baa
@bobyborah28
@bobyborah28 2 жыл бұрын
অসাধাৰণ সুন্দৰ মনৰ গৰাকীৰ এখন সুন্দৰ ,পৰিপাটী ঘৰ । just wow.
@SaklinVlogs.
@SaklinVlogs. 2 жыл бұрын
kzbin.info/www/bejne/Z5bTemCtbrxmabc VIDEO AIHE GOL PLZ SUBSCRIBE TO MY CHANNEL AND SHARE 🙏🙃 THANK YOU 💞
@salmassimplelife790
@salmassimplelife790 2 жыл бұрын
Pls baby borah baideu mor video bilk okonman sabo
@hajaratali70
@hajaratali70 2 жыл бұрын
দেখাত বহুত Simple যেন লাগিলেও বহুত কষ্ট কৰি বনাইছে❤️❤️bht bht dhuniya lgil 😊🤍
@upamadas2196
@upamadas2196 2 жыл бұрын
কি সুন্দৰ ঘৰ খন🥰🥰 এনেকুৱা ঘৰ হলে পকী ঘৰ নহলেও হৈ যায় 🥰
@salmassimplelife790
@salmassimplelife790 2 жыл бұрын
Pls mor video bilk okonman sabo buli Akha rakhilo
@anumali842
@anumali842 2 жыл бұрын
সচাঁকৈ আকৰ্ষণীয় সুন্দৰ ঘৰ এখন ,চালেই চকু ৰোৱা । যোনে তৈয়াৰ কৰিছে তেওঁ লৈ অন্তৰৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ । এখন মনোমোহা সুন্দৰ ঘৰ 🙏🙏🙏
@salmassimplelife790
@salmassimplelife790 2 жыл бұрын
Pls mor video bilk okonman sabo buli Akha rakhilo 🙏
@mukulmahanta6529
@mukulmahanta6529 7 күн бұрын
অপূৰ্ব সুন্দৰ । ভাল লাগিল । বনোৱা জনক শতবাৰ প্ৰণাম🙏🙏🙏🙏🙏
@acray2978
@acray2978 2 жыл бұрын
মই আজিলৈকে কাৰো এনেকুৱা ঘৰ দেখি পোৱা নাছিলো। বহুত বেছি ভাল 🔥❤️
@shreesworld5657
@shreesworld5657 2 жыл бұрын
অশেষ ধন্যবাদ আপোনাক
@himakshidas5249
@himakshidas5249 2 жыл бұрын
অতি মনোমোহা আৰু অসাধাৰণ সৃষ্টি তেখেতলৈ অশেষ শুভকামনা থাকিল আৰু তোমালৈকো ধন্যবাদ জ্ঞাপন কৰিলো ইমান সুন্দৰ পৰিৱেশৰ এখন সুন্দৰ ঘৰ দেখুৱাৰ বাবে।প্ৰকৃততে এই ঘৰখন পকী অট্টালিকাতকৈ কোনো গুনে কম নহয় ।টিভি থোৱা বাকচটো মোকো বৰ দৰকাৰ হৈছিল 😊
@shreesworld5657
@shreesworld5657 2 жыл бұрын
আন্তৰিক ধন্যবাদ আপোনাক ♥️🙏
@salmassimplelife790
@salmassimplelife790 2 жыл бұрын
Pls mor video bilk okonman sabo buli Akha rakhilo
@deepikadeuri
@deepikadeuri 2 жыл бұрын
সঁচাকৈ বহুত ধুনীয়া লাগিল home tour চায়। মাটিৰ ঘৰ হ'লেও কিমান ধুনীয়াকৈ সজাব পাৰি এই ভিডিঅ চায়ে শিকিব পাৰি।
@swagotabora2201
@swagotabora2201 6 күн бұрын
তোমাৰ video প্ৰথম বাৰ বাবে চাইছিলো comment নকৰাকৈ নোৱাৰিলো।এনে কোৱা এখন ঘৰ থাকিলে মানুহক ডাঙৰ ডাঙৰ অট্টালিকাৰ কোনো প্ৰয়োজন নাই গম পোৱানে। খুব সুন্দৰ। যি কেইজন ব্যক্তিৰ হাতৰ পৰশত ঘৰ খন হৈ উঠিল তেওঁলোক শ্ৰদ্ধা নিবেদন কৰিছো।
@shreesworld5657
@shreesworld5657 6 күн бұрын
ইমান ধুনীয়া কৈ কৈছে।❤️ আপোনাক আন্তৰিক ধন্যবাদ।
@jyotishikhadas7368
@jyotishikhadas7368 Жыл бұрын
বা আপোনালোকৰ ঘৰটো সঁচাই বৰ মোহনীয়😍❣️ হাতৰ কলাৰে পৰিপূৰ্ণ🤗 বহুত মৰম লগা ঘৰখন
@shreesworld5657
@shreesworld5657 Жыл бұрын
অশেষ ধন্যবাদ ভনী ❤️✨
@anjumonihazarika8953
@anjumonihazarika8953 2 күн бұрын
যি জনে বনাইছে তেওঁ ক মনিছোঁ 🙏🙏 কি সুন্দৰ ঘৰ ❤️❤️❤️
@himanshugogoi219
@himanshugogoi219 2 жыл бұрын
সুন্দৰ এখন ঘৰ । ভাল লাগিল চাই । আজি প্ৰথম চাইছো আপোনাৰ video.
@Rimpi598
@Rimpi598 8 ай бұрын
Mur video bur o sabo dei
@ankitagogoi9756
@ankitagogoi9756 8 ай бұрын
কি সুন্দৰ ❤️যিজনে বনাইছে তেওঁক সেৱা জনাইছো 🙏🙏 সদায় সুস্থ থাকক 🙏 তোমাকো ধন্যবাদ ভিডিওটো আগবঢ়োৱা বাবে আগুৱাই যোৱা তুমিও ❤ শিৱসাগৰ পৰা বহুত মৰম ❤️
@shreesworld5657
@shreesworld5657 8 ай бұрын
আন্তৰিক ধন্যবাদ দেই। আগলৈও মৰম দি যাব। আপোনাৰ পৃথিৱী খনও খুব ভালে থাকক।💚
@sashipatowary8614
@sashipatowary8614 2 жыл бұрын
সুন্দৰ এখন ঘৰ, আজি প্ৰথম দেখিছোঁ বহুত ভাল লাগিল
@tinaboruah3894
@tinaboruah3894 2 жыл бұрын
সঁচাকৈ আকৰ্ষণীয় বহুত বহুত ভাল লাগিছে ঘৰখন
@padumitalukdar6621
@padumitalukdar6621 2 жыл бұрын
সুন্দৰ আটোমটোকাৰী ঘৰ এখন চালো।মন জু ৰ। পৰি গৈছে।কলাসূলভ মনৰ পৰিচায়ক। ধন্যবাদ
@shreesworld5657
@shreesworld5657 2 жыл бұрын
অশেষ ধন্যবাদ 🙏🌻
@RajibSonowal-re6lj
@RajibSonowal-re6lj 2 күн бұрын
নিজ চকুৰে চাবলৈ বহুত মন গৈছে জনাবলৈ নাপাহৰিব চোন কোন ঠাইত আছে এনেকুৱা বিৰল প্ৰতিভা সম্পণ ভক্তি ৰসেৰে বিলোৱা গৰাকী প্ৰভুক এবাৰ দৰ্শন কৰিবলৈ ধন্যবাদ থাকিল
@preronabhuyan22
@preronabhuyan22 2 жыл бұрын
কাৰিকৰী শিল্পী জনৰ শলাগ লৈছোঁ 🙏🙏
@its....gungun5759
@its....gungun5759 2 жыл бұрын
Bohut val lagil ghrkhn......bohut hundor
@shreesworld5657
@shreesworld5657 2 жыл бұрын
Dhnyobad
@apuarupborah7184
@apuarupborah7184 2 жыл бұрын
সঁচাই বহুত সুন্দৰ কৈ সজাই তুলিছে। সৰু ৰেষ্টুৰেণ্ট খনত চাহ একাপ খাবলৈ আহিম দেই বিহুত।
@mrvlog4125
@mrvlog4125 2 жыл бұрын
বহুত ধুনীয়া ঘৰ খন। ঘৰখন দেখি মনটো ভাল লাগি গ'ল ।
@shreesworld5657
@shreesworld5657 2 жыл бұрын
আন্তৰিক ধন্যবাদ
@joyapgogoi3122
@joyapgogoi3122 2 жыл бұрын
ইমান সুন্দৰ ঘৰ!শিল্পীসুলভ মনৰ পৰিচায়ক।🙏🙏🙏
@kakolichetia8696
@kakolichetia8696 2 жыл бұрын
Wow so artistic .
@user-munu.dhon123
@user-munu.dhon123 6 күн бұрын
সঁচাই বহুত ধুনীয়া
@phukongirl1402
@phukongirl1402 2 жыл бұрын
দেখিবলৈ যিমান আকৰ্ষণীয় লাগিছে কষ্ট ও মানিব লগীয়া❤️❤️❤️
@atikulahmed2692
@atikulahmed2692 2 жыл бұрын
ঘৰ খন চাই সচাই বহুত ভাল লাগিল,, বনোৱা জনক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো 🙏🙏
@paparihaloi1250
@paparihaloi1250 2 жыл бұрын
কি Art ও এয়া...কি সাংঘাটিক Creativity ❤️ চালে চাই থাকিব মন যায়। বনোৱা জনলৈ মোৰ অলেখ প্ৰণাম 🙏
@dhrubajyotisarma9322
@dhrubajyotisarma9322 2 жыл бұрын
খুব সূন্দৰ....sound টো অলপ loud কৰি দিলে ভাল লাগিব।।
@DhritishmaBasistha-vf3el
@DhritishmaBasistha-vf3el 8 ай бұрын
প্ৰকৃত অসমীয়া ঘৰ❤️🌸💕🌼
@shreesworld5657
@shreesworld5657 8 ай бұрын
আন্তৰিক ধন্যবাদ ❤️
@dipikagogoidipika1340
@dipikagogoidipika1340 2 жыл бұрын
এখন পৰিপূৰ্ণ ঘৰ❤️❤️ যি খন ঘৰত সকলো দেখা পোৱা গৈছে। এটি মনোৰম প্ৰকৃতি দিশ্য ❤️❤️
@shreesworld5657
@shreesworld5657 2 жыл бұрын
আন্তৰিক ধন্যবাদ আপোনাক ♥️🙏
@shahaalomvlogs4301
@shahaalomvlogs4301 2 жыл бұрын
ইমান দুনিয়া ঘৰ Fast Time দেখিছো. Bhal Lagise.
@DEBRAJGolaghat
@DEBRAJGolaghat 2 жыл бұрын
সুন্দৰ। সচাই ভাল লাগিল
@jambholo3093
@jambholo3093 2 жыл бұрын
বহুত ধুনীয়া এখন ঘৰ, সুন্দৰ কাৰিকৰী ....
@pritishmitakataki2971
@pritishmitakataki2971 2 жыл бұрын
ইমান ধুনীয়া ঘৰ খন,কবলৈ ভাষা নাই ইমান সুন্দৰ,
@localentertainment2730
@localentertainment2730 2 жыл бұрын
বহু ত বহুত বেছি ভাল লাগিল দেই ঘৰৰ চৌহদ আৰু ভিতৰখন। ধুনীয়া কৈ সজাই তুলিচা। সঁচা এক বুজাব নোৱাৰা অনুভূতি। মাটিৰ ঘৰত থকা মজাই বেলেগ। তাতে আকৌ গাঁৱলীয়া পৰিবেশ। মইও এজন গাৱলীয়া লৰা। কোন ঠাই হয়। চাবলৈ যাবলৈ মন আছে।
@shreesworld5657
@shreesworld5657 2 жыл бұрын
আপোনাক অশেষ ধন্যবাদ 🙏🙏 বিশ্বনাথ চাৰিআলিত হয়
@localentertainment2730
@localentertainment2730 2 жыл бұрын
@@shreesworld5657 বিশ্বনাথ চাৰিআলি,, বেছি দূৰ নহয় বাৰু আমাৰ ইয়াৰ পৰা। মোৰ ঘৰ উত্তৰ লক্ষীমপুৰত হয়। আপোনাৰ নাম টো কি কব নেকি
@maniktanti8841
@maniktanti8841 2 жыл бұрын
Hundor💐💐💐💐💐👏👏👏👏🙏🙏🙏
@abdurrachid7433
@abdurrachid7433 2 жыл бұрын
Salute iman dhuniyakoi sajoi tola silpijanaloi.
@shayu...5729
@shayu...5729 2 жыл бұрын
Hosakoi eman dhuniyakoi hojaise 🥰 nijoke gourav anubhab koru assamt jonmograhon korisu 😘 ata monomoha poribekh 😍😍😍😍😍 wow... Koboloi bhakha nai eman dhuniya ghr 🥰.
@jimidevi3569
@jimidevi3569 2 жыл бұрын
Khub dhunia.jabo mon goise sabole.khub dhunia poribekh.
@puspanjalideka9541
@puspanjalideka9541 2 жыл бұрын
সাধাৰণতে Home tour নেচাওঁ।কিন্তু তোমাৰ ভিডিঅ টো skip কৰিব নোৱাৰিলোঁ। অপূৰ্ব।
@shreesworld5657
@shreesworld5657 2 жыл бұрын
অশেষ ধন্যবাদ আপোনাক🌻🙏
@dekasankumonikashyap1740
@dekasankumonikashyap1740 2 жыл бұрын
Shilpir hator porshot sundor ekhn ghr.kot ase ghar khn?
@shreesworld5657
@shreesworld5657 2 жыл бұрын
Biswanath chariali t
@bithikayein9623
@bithikayein9623 2 жыл бұрын
Ghor tu sai bohut val lagil🙏
@coverworld1266
@coverworld1266 2 жыл бұрын
আচৰিত প্ৰতিভা, বনোৱা জনক সেৱাহে আৰু দেই,,কি কম কবলৈ ভাষা হেৰাই গৈছে😍😍
@shreesworld5657
@shreesworld5657 2 жыл бұрын
অশেষ ধন্যবাদ 🙏
@pranitakakati9658
@pranitakakati9658 2 жыл бұрын
বহুত ধুনীয়া জয় !! আচলতে হাতত যাদু থাকিলেহে এনে সৌন্দৰ্য্য ফুটি উঠে ।
@shreesworld5657
@shreesworld5657 2 жыл бұрын
ধন্যবাদ মৰম♥️😘
@AjijulRahman-d2f
@AjijulRahman-d2f 7 ай бұрын
ঘৰখন সচাকৈ বৰ ধুনীয়া যি জন ব্যক্তি বনায়চে অন্তৰৰ পৰা ধ্যনবাদ।🙏
@shreesworld5657
@shreesworld5657 7 ай бұрын
আন্তৰিক ধন্যবাদ
@priyakhisworld4918
@priyakhisworld4918 2 жыл бұрын
অতি সুন্দৰ ঘৰ👍👍
@rikashreethengal874
@rikashreethengal874 2 жыл бұрын
ঘৰখন দেখিবলৈ অতি মনোমোহা হৈছে 🥰
@pahiphukan8201
@pahiphukan8201 2 жыл бұрын
কি যে মনোমোহা এটি পৰিৱেশ ,কবলৈ একো ভাষা নাই 🙏🙏🙏
@PubaliDutta-fo7fh
@PubaliDutta-fo7fh 3 күн бұрын
Bohut dhuniya ❤😍
@chayanikagogoi5654
@chayanikagogoi5654 2 жыл бұрын
উফ! সচাই বহুত বেছি মনোমোহা আৰু সুন্দৰ পৰিৱেশ ❤️!মই খুউবেই বেছি ভাল পাঁও এনে পৰিৱেশবোৰ😊🌼
@shreesworld5657
@shreesworld5657 2 жыл бұрын
অশেষ ধন্যবাদ ♥️☺️
@smucha604
@smucha604 2 жыл бұрын
Bohut bohut dhuniya ghor bonowa jonok dhoinobad dai
@pujaphukon3168
@pujaphukon3168 2 жыл бұрын
ঘৰ খনে ইমান মনটো আকৰ্ষণ কৰিলে যে আপোনাক আপোন যেন লাগিল,এইখিনি সদায় অক্ষুন্ন হৈ থাকক💞
@shreesworld5657
@shreesworld5657 2 жыл бұрын
আন্তৰিক ধন্যবাদ আপোনাক ♥️🙏
@swapnasaikia7675
@swapnasaikia7675 2 жыл бұрын
এনেকুৱা এখন ঘৰত থাকিবলৈ পালে পকী ঘৰলৈ মনতেই নপৰিব।।বহুত সুন্দৰ
@sonalibhattacharjee6410
@sonalibhattacharjee6410 2 жыл бұрын
So beautiful house..... Everything is so creative😍
@jahnabineog7990
@jahnabineog7990 2 жыл бұрын
Eman saf sikun ghor to bor pripati ghor khonor manuh kini dekha bor mon asil ru kune hajise sai bor val lagil
@shreesworld5657
@shreesworld5657 2 жыл бұрын
Okhex Dhnyobad 🙏 nisoy dekhuam
@BTidea
@BTidea 2 жыл бұрын
এতো সুন্দর ঘর এর আগে কখনও দেখিনি। দেখে মন ভরে গেল।🥰
@deuka9545
@deuka9545 2 жыл бұрын
Val val poka building ghororu aitu ghoror dekhi laj pabo. Hosai bor dhuniya creativity. .
@bitunath8748
@bitunath8748 2 жыл бұрын
Wah ইমান ধুনীয়া লাগিছে । কি পকী ঘৰৰ দৰকাৰ হে ? 👍👍👍👍
@violinadasvlogs
@violinadasvlogs 2 жыл бұрын
Eman dhunia tumar ghor khon... Katyaba nij sokure dekhibo pala bohut bhal lagil hoi
@junglemanfood6133
@junglemanfood6133 2 жыл бұрын
ধুনীয়া ঘৰ তোমাকো ধুনীয়া লাগিছে
@seemamaram105
@seemamaram105 2 жыл бұрын
সঁচাকৈয়ে বহুত ধুনীয়া ঘৰ। মোৰ এনেকুৱা ঘৰ আৰু পৰিৱেশ বহুত ভাল লাগে। ইমান ধুনীয়াকৈ ৰাখিছে বস্তুবোৰ।
@shreesworld5657
@shreesworld5657 2 жыл бұрын
অশেষ ধন্যবাদ আপোনাক 🙏♥️
@pragyaboruah1356
@pragyaboruah1356 11 ай бұрын
তোমাৰ হাতৰ কামেই হয় এইবিলাক mini design বোৰ 😂😂 খুব সুন্দৰ 👍👍👍ঘৰ টো তোমাৰেই হয় ❤️ am I right ❤😂
@gcvlogs1394
@gcvlogs1394 2 жыл бұрын
প্ৰথম বাৰ দেখিবলৈ পালো ইমান ধুনীয়া ঘৰ ঔ ভগৱান 🙏
@majulimissingkoneng4314
@majulimissingkoneng4314 2 жыл бұрын
বহুত ধনীয়া লাকীছে ঘৰখন
@lotifaskitchenvlogs7996
@lotifaskitchenvlogs7996 2 жыл бұрын
এই ঘৰ তো বনোৱা শিল্পী জনক নমস্কাৰ জনাইছোঁ ।এইটো আপুনি কোৱা ধৰণৰ সাধাৰণ ঘৰ নহয় ।অতি আপুৰুগীয়া এটি সম্পদ ।খুব আলফুলে ৰাখিব দেই ঘৰটো ।আজি ৰাতিপুৱাই ভিডিও তো চাই মনটো ভাল লাগি গল ।😍😍😍😍
@shreesworld5657
@shreesworld5657 2 жыл бұрын
অশেষ ধন্যবাদ আপোনাক ♥️🙏
@rumideka4459
@rumideka4459 2 жыл бұрын
ভিডিঅ'টো ময়ো চালোঁ আৰু মাকো দেখুৱালো । বৰ ভাল লাগিল।😊
@shreesworld5657
@shreesworld5657 2 жыл бұрын
অশেষ ধন্যবাদ আপোনাক☺️🙏
@leezayesmin5752
@leezayesmin5752 2 жыл бұрын
Xosai mon2 a kiba Val lgi gol ghor tu dekhi🥺❤️...imn dhuiya ufff...ata dhuniya poki ghorotkoi bhut besi mrm loga ghor hoi🥰...vakhare koi khex koribo nuwarim bhut besi vall lgise ❤️😭
@shreesworld5657
@shreesworld5657 2 жыл бұрын
Okhex Dhnyobad 🙏
@inupahigogoi
@inupahigogoi 2 жыл бұрын
সাংঘাটিক পছন্দ হৈছে ঘৰখন 😍
@shreesworld5657
@shreesworld5657 2 жыл бұрын
অশেষ ধন্যবাদ
@taniasvlogs168
@taniasvlogs168 2 жыл бұрын
এটা পকি অতালিকা ঘৰ ত কৈ বহুত বেছি ধুনীয়া তুমি দেখুওৱা ai বাঁহৰ ঘৰ তি ❤️❤️❤️❤️❤️❤️❤️❤️
@subhadraborah2999
@subhadraborah2999 2 жыл бұрын
ধুনীয়া এখন অসমীয়া ঘৰ .... চাফা কৰি ৰাখিবলে অলপ কষ্ট হয় চাগে
@shreesworld5657
@shreesworld5657 2 жыл бұрын
অশেষ ধন্যবাদ ।
@Borkharaniborah
@Borkharaniborah 7 ай бұрын
ইমান ধুনীয়া ঘৰ🥰 ভাল লাগিল
@ranjuworld6900
@ranjuworld6900 2 жыл бұрын
ইমান ধুনীয়া ঘৰখন❤
@Rimpi598
@Rimpi598 8 ай бұрын
Mur video bur o sabo dei😊
@poriphukanvlog613
@poriphukanvlog613 2 жыл бұрын
সঁচাকৈ কবলৈ ভাষা নাই ইমান ধুনীয়াকৈ bonaise বনুৱা জনক বহুত বহুত শুভেচ্ছা জনালোঁ দেই 🙏👍👌
@shreesworld5657
@shreesworld5657 2 жыл бұрын
অশেষ ধন্যবাদ 🙏♥️
@SweetysMiniWorld
@SweetysMiniWorld 2 жыл бұрын
সঁচাকৈ আকৰ্ষণীয় 💕
@JOD___504
@JOD___504 Ай бұрын
Bohut dhunia ghr ❤❤❤
@beautipayeng523
@beautipayeng523 2 жыл бұрын
আটোমটোকাৰিকৈ সজাই তোলা জয়াৰ ঘৰখন ❤️❤️ এদিন আমিও জিৰামগৈ।
@shreesworld5657
@shreesworld5657 2 жыл бұрын
উলাবা লৈ যাম🥰
@jintumanidas4010
@jintumanidas4010 2 жыл бұрын
ভাষা নাই কবলৈ ইমান ধুনীয়া
@shreesworld5657
@shreesworld5657 2 жыл бұрын
ধন্যবাদ জনাইছো
@Sudiptaa_Gogoi.
@Sudiptaa_Gogoi. 2 жыл бұрын
এনেকুৱা এখন ঘৰ থাকিলে আৰু কি লাগে 😍
@shreesworld5657
@shreesworld5657 2 жыл бұрын
Dhnyobad ❣️🥺
@purabikalita4864
@purabikalita4864 2 жыл бұрын
ঘৰখন বহুত এ বেছি ধুনীয়া লাগিছে ,,, ভিদিওটো চাই বহুত ভাল লাগিল ধন্যবাদ ইমান ধুনীয়া এটা ভাল লগা ভিদিও আমাৰ বাবে আগবঢ়াই দিয়া বাবে ,,,
@shreesworld5657
@shreesworld5657 2 жыл бұрын
আন্তৰিক ধন্যবাদ 🙏
@cakepicture9337
@cakepicture9337 2 жыл бұрын
Beautiful home 👍👍
@sewalibaishya9118
@sewalibaishya9118 2 жыл бұрын
কমেন্ট নকৰাকৈ থাকিব নোৱাৰিলোঁ..🥰🥰 সচাঁকৈয়ে ঘৰটো বৰ সুন্দৰকৈ সজাই তুলিছা😍😍😍 ঘৰটো বনাওতে কিমান যে যত্ন কষ্টৰে বনাইছে সেইয়া ঘৰটো দেখিলে গম পোৱা যায়।🌼💖🔥🔥 এনেকুৱা ঘৰ থাকিলে পকী ঘৰৰ প্ৰয়োজন অনুভৱে নহয়♥️♥️♥️♥️♥️♥️♥️♥️♥️
@shreesworld5657
@shreesworld5657 2 жыл бұрын
আন্তৰিক ধন্যবাদ ♥️♥️🙏🤗
@pritirekhagogoi5652
@pritirekhagogoi5652 2 жыл бұрын
খুউব ধুনীয়া ❤️
@creativeshorts9612
@creativeshorts9612 2 жыл бұрын
Eman dhunia poribesh.... Ghor tu bor acharit bhabe bonaisa... Matir ghor tu eman dhunia koi xojai rakhisa... Dekhi a val lagil... Agota dekha nasilu anakua stylish Matir ghor..😘
@rasminsultana8454
@rasminsultana8454 2 жыл бұрын
Beautiful home🥰
@binagohain9329
@binagohain9329 2 жыл бұрын
Bor hundor hoise
@pubalisaikia3201
@pubalisaikia3201 2 жыл бұрын
Wow, everything is so creative ❤️
@shreesworld5657
@shreesworld5657 2 жыл бұрын
Thank you 🌻
@sangitacookingchannel7620
@sangitacookingchannel7620 2 жыл бұрын
ইমান সুন্দৰ ঘৰ।ঘৰখন ইমান সুন্দৰকৈ ৰাখিছে আৰু ঘৰখনৰ পৰিবেশটো বহুত চাফা । ভিডিঅ'টো চাই বহুত ভাল লাগিল।
@shreesworld5657
@shreesworld5657 2 жыл бұрын
ধন্যবাদ আপোনাক
@kimronprotimphukan7359
@kimronprotimphukan7359 2 жыл бұрын
Speechless.... Truly every article in this House shows, with how much love the owner has been crafted everything. Beautiful ❤❤❤❤❤✨✨✨✨
@salmassimplelife790
@salmassimplelife790 2 жыл бұрын
Pls mor video bilk okonman sabo buli Akha rakhilo
@momichetia8267
@momichetia8267 2 жыл бұрын
nisoi jam.. Muru sabo
@sunsunkonwarj487
@sunsunkonwarj487 2 жыл бұрын
বা আজি প্ৰথম তোমাৰ ভিদিউ চালো ভাল লাগিল আৰু friend হলো আৰু তোমাৰ লোকৰ ঘৰটো ইমানেই ধুনীয়া লাগিছে কি কম।
@nayandas5790
@nayandas5790 2 жыл бұрын
Beautiful home
@momikalita2054
@momikalita2054 2 жыл бұрын
Emn dhunia lgise... Anykua ghr thakile ki aru poka ghr lage o... Magaju kintu blg dei... ❤️👍
@tundraligogoi5592
@tundraligogoi5592 2 жыл бұрын
Just wow.....such a beautiful house...so creative...
@jaangogoi2002
@jaangogoi2002 2 жыл бұрын
1st time dekhisu anekua ghr... Bhut dhuniya lagise
@shreesworld5657
@shreesworld5657 2 жыл бұрын
Okhex Dhnyobad 🙏
@barashadeka6380
@barashadeka6380 Жыл бұрын
Video 2 sai bhut vl lagil🥰❤️🔥🔥
@ashmanasani5984
@ashmanasani5984 2 жыл бұрын
A peaceful home ❤️❤️
@shreesworld5657
@shreesworld5657 2 жыл бұрын
Thank you🌻♥️
@rubulali902
@rubulali902 2 жыл бұрын
Nice voido
@lipikadas4122
@lipikadas4122 6 ай бұрын
বৰ ভাল লাগিছে। অসাধাৰণ। 👌👌
@shreesworld5657
@shreesworld5657 6 ай бұрын
অশেষ ধন্যবাদ💚
@mousumikonwar9450
@mousumikonwar9450 2 жыл бұрын
Beautiful home 🥰
@shreesworld5657
@shreesworld5657 2 жыл бұрын
Thank you 🌻
@junmonibora6615
@junmonibora6615 9 ай бұрын
Ba apunalukr ghorr nisina kotu dekha nai eman dhuni a dekhible ❤️ So nice
@parismitabaishya3660
@parismitabaishya3660 2 жыл бұрын
Emn dhuniya lagise ghr khn 🥰
@rishitasarma1190
@rishitasarma1190 2 жыл бұрын
Hi parismita ba tumar photo khonot sai kobat dekha jen lagise . Tumar ghor Nalbari t neki?
@parismitabaishya3660
@parismitabaishya3660 2 жыл бұрын
@@rishitasarma1190 umm..
@rishitasarma1190
@rishitasarma1190 2 жыл бұрын
@@shreesworld5657 nohoi ba comment t likha Baa janir kotha koisu de
@rishitasarma1190
@rishitasarma1190 2 жыл бұрын
@@parismitabaishya3660 Shankar dev sisu niketan ,ghograpar t pohisila neki? moi i tate pohu Tumak dekha jen laagise
@rishitasarma1190
@rishitasarma1190 2 жыл бұрын
@@shreesworld5657 nice sweet home
@avinashgogoi2944
@avinashgogoi2944 8 күн бұрын
Ati hundhar akarhoniyo bor val lagil
إخفاء الطعام سرًا تحت الطاولة للتناول لاحقًا 😏🍽️
00:28
حرف إبداعية للمنزل في 5 دقائق
Рет қаралды 44 МЛН
哈哈大家为了进去也是想尽办法!#火影忍者 #佐助 #家庭
00:33
Watermelon magic box! #shorts by Leisi Crazy
00:20
Leisi Crazy
Рет қаралды 66 МЛН
home tour দি দিলো🌄 sivasagar আহিছোঁ ❤️
9:33
إخفاء الطعام سرًا تحت الطاولة للتناول لاحقًا 😏🍽️
00:28
حرف إبداعية للمنزل في 5 دقائق
Рет қаралды 44 МЛН