How to Control Chilli Viral Diseases ? Bhut jolokia, ভোট জলকীয়া Insect Control Tips in Assamese

  Рет қаралды 290,582

Krishi aru Vigyan

Krishi aru Vigyan

Күн бұрын

Пікірлер
@anilphukan902
@anilphukan902 2 жыл бұрын
উপকৃত হলো। অমিতা গছ আৰু ফলত লগা বেমাৰ প্ৰতিৰোধৰ ওপৰত জনাবচোন ৷
@moijoyshree6921
@moijoyshree6921 Жыл бұрын
love from golaghat❤️❤️❤️❤️❤️
@prasantagoswami1477
@prasantagoswami1477 3 жыл бұрын
খুউব ভাল কাম হৈছে। ভাল পালো।
@heimangshumedhi9057
@heimangshumedhi9057 4 жыл бұрын
thanks for informative knowledge, waiting for more such videos, gr8 work Sir, keep it up...👍🙏
@manabroy6718
@manabroy6718 3 жыл бұрын
Very nice educative and real video.thnx.carry on.
@krishiaruvigyan1464
@krishiaruvigyan1464 3 жыл бұрын
Thank you brother for taking a look at our channel.
@earthisbeautiful2527
@earthisbeautiful2527 3 жыл бұрын
Video is quite informative.👌👏❤️
@lonetraveller96
@lonetraveller96 4 жыл бұрын
Bohut Val information dise aponaloke, bohut upkritaw holu
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
ধন্যবাদ । উপকৃত হোৱা বুলি জানিব পায় ভাল পালো । অনুগ্ৰহ কৰি subscribe আৰু share কৰিব ।
@sarojinipatgiri7950
@sarojinipatgiri7950 2 жыл бұрын
বহুত ভাল লাগিল
@sunilsunilkhanikar7922
@sunilsunilkhanikar7922 4 жыл бұрын
Bohut bohut thanxs agoleu anekoi aru vedio pam buli akja rakhilu
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
ধন্যবাদ খনিকৰ ডাঙৰীয়া । দুই এদিনতে নতুন video দিম আমি । অনুগ্ৰহ কৰি Share আৰু Subscribe কৰিব ।
@pramodrao8347
@pramodrao8347 4 жыл бұрын
Bohut bohut dhanyobad .. Bohut bhal lagise bondhu..this is perfect channel ?
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
আপোনাৰ এইষাৰ কথায়ে আমাক দুগুন উৎসাহ দিলে । আৰু ভাল video বনোৱাৰ প্ৰতিশ্ৰুতি দিলোঁ । ধন্যবাদ । অনুগ্ৰহ কৰি Subscribe আৰু Share কৰিব ।
@PRAHLAD-JAIHINDJAIBHARAT
@PRAHLAD-JAIHINDJAIBHARAT 4 жыл бұрын
Sir bohut dhunia gyan dile Aapunaloi bohut dhanyawad thakil
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
ধন্যবাদ আমাৰ video চোৱা বাবে ।
@PRAHLAD-JAIHINDJAIBHARAT
@PRAHLAD-JAIHINDJAIBHARAT 4 жыл бұрын
@@krishiaruvigyan1464 Sir hosakoiye bhal gyan palu
@binudutta8071
@binudutta8071 Жыл бұрын
val. lagil
@subhashbanik5488
@subhashbanik5488 4 жыл бұрын
বহুত কথা জানিব পাৰিছো। ভাল লাগিল। ধন্যবাদ। বেগেনা আৰু বিলাহী ওপৰত ভিডিও দিবলৈ আন্তৰিক অনুৰোধ কৰিলো।
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
ধন্যবাদ আমাক উৎসাহ দিয়া বাবে । নিশ্চয় বনাম Season আৰম্ভ হোৱা আগে আগে, আমাৰ লগত জড়িতহৈ থাকিব বুলি আশা কৰিলোঁ ।
@rajenm3777
@rajenm3777 3 жыл бұрын
bohut bhal lagil.
@farhansamad4831
@farhansamad4831 4 жыл бұрын
Its a very useful vdo sirr..keep it up
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
Thank you very much for your kind words of appreciation. Check out our other videos too. Plz do subscribe and share. Thank you.
@apurvass8013
@apurvass8013 Жыл бұрын
Mojha
@kamaldas7418
@kamaldas7418 4 жыл бұрын
Very useful information. Thanks
@Uttarannursery
@Uttarannursery 4 жыл бұрын
সুন্দৰ
@amarchadbagan8667
@amarchadbagan8667 3 жыл бұрын
খুব সুন্দর সেয়ার দাদা ভাই ভালো লাগলো
@harinarayankashyap7537
@harinarayankashyap7537 4 жыл бұрын
বহু উপকৃত হলো
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
ধন্যবাদ থাকিল ।
@ntamuli8224
@ntamuli8224 11 ай бұрын
Val lagil
@solemchuishiro895
@solemchuishiro895 4 жыл бұрын
How I wish this video was in English. Highlighting the important point in English will be highly appreciated
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
As per your request this time we tried to highlight important points in English. Please do watch our recent video on chilli dieback and fruit rot. Thank you.
@woman178
@woman178 7 ай бұрын
Assaamese khetiyak bhoot jolokiya jeevan udhar kawrat success 💪hol Assam sampad khud jolokiya jeevan udhar t u success hawbuli sampurna asabadi Asamiya Khetiyak r jawi Assam r jawi
@M_Blowing_shorts
@M_Blowing_shorts 4 жыл бұрын
সঁচাকৈ অতি সুন্দৰভাৱে বুজাই দিলে ৷ অশেষ ধন্যবাদ
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
আমাক উৎসাহ দিয়াৰ বাবে আপোনালৈও বহুত বহুত ধন্যবাদ । অসুবিধা নাথাকিলে Share আৰু Subscribe কৰিব ।
@M_Blowing_shorts
@M_Blowing_shorts 4 жыл бұрын
@@krishiaruvigyan1464 নিশ্চয় ৷ ইতিমধ্যে কৰিলোঁৱেই ৷
@atsassam5767
@atsassam5767 4 жыл бұрын
Bht dhuniya video mr eta bhut jolokiyat bemar hoise jolokiya bur posi jai ru apuni kuwa dhore bemar bur hoise ru jolokiya buror jola tu bht km please solutions diae jen upokrito hm buli akha rakhilu
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
প্ৰথমতে ধন্যবাদ দিলোঁ আপোনাক video টো চোৱা বাবে । প্ৰথম প্ৰশ্নৰ উত্তৰ: জলকীয়া পঁচি যায় Anthracnose বা chilli dieback নামৰ বেমাৰ এবিধ হ'লে । এই বেমাৰটো গৰম দিন আৰু বৰষুণ দিলে বেছিকৈ হয় । ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ তলৰ যিকোনো এবিধ দৰব স্প্ৰে কৰিব পাৰে - ১) Difenconazole (1 গ্ৰাম এক লিটাৰ পানীত) বা ২) Carbendazim (1 গ্ৰাম এক লিটাৰ পানীত) বা ৩) Tebuconazole 50% + Trifloxystrobin 25% WG (2 গ্ৰাম এক লিটাৰ পানীত) বা ৪) Blitox 50% WP (2 গ্ৰাম এক লিটাৰ পানীৰ হিচাপত) ২-৩ বাৰ স্প্ৰে কৰিব ১০-১৫ দিনৰ অন্তৰালত । মনত ৰাখিব - ১) স্প্ৰে কৰা আগতে পুৰঠ জলকীয়াবোৰ ছিঙি ল'ব, ২) একেদৰে স্প্ৰে কৰাৰ পাছত অন্তত 5-7 দিনলৈ জলকীয়া নিছিঙিব । বেমাৰী গছবোৰৰ জলকীয়া বীজ হিচাপে অহা বছৰ ব্যৱহাৰ নকৰিব, নহ'লে আকৌ একে হ'ব । বেমাৰ বিধ বীজৰ জৰিয়তে বিয়পে । শুভেচ্ছা থাকিল । ধন্যবাদ
@atsassam5767
@atsassam5767 4 жыл бұрын
@@krishiaruvigyan1464 lots of thanks
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
আপোনাৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰ দিব থাকিল, জলকীয়াৰ জলা বহুতো কাৰণত কম হব পাৰে, প্ৰথম কাৰণ হৈছে ভোট জলকীয়া অন্য জলকীয়াৰ লগত cross হলে, মাটি যদি উপযুক্ত নহয়, অত্যাধিক পানী দিয়া ইত্যাদি ইত্যাদি । আপোনাৰ জাতটো যদি cross হৈছে তেনেহলে বীজবোৰ অহা বছৰ সলাব । আৰু ৰোৱা মাটি বাৰীমাটিৰ নিচিনা হলে ভাল হয় । অনুগ্ৰহ কৰি Share আৰু Subscribe কৰিব ।
@shreyadutta9732
@shreyadutta9732 4 жыл бұрын
Very nicely explained... Very informative and easy understandable. Keep it up !!
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
Thank you !!
@kamrup134
@kamrup134 Жыл бұрын
@@krishiaruvigyan1464 Aru vedio diyok bhut jolokiya khetir
@terapanging5627
@terapanging5627 Жыл бұрын
❤ super
@ankurborah8217
@ankurborah8217 Жыл бұрын
Good explanation
@dasarathdas9588
@dasarathdas9588 4 жыл бұрын
ভাল লাগিলে আপুনাৰ ভিদিওতো আৰু খেতিৰ বিষয়ে দি থাকিব। নিম তেল কত পোৱা জাব জনাব ছোন।
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
ধন্যবাদ দাস ডাঙৰীয়া । Pure নীম তেল তেনেকে যতে ততে কিনিব নাপাব পাৰে কিন্তু অনলাইন পায় যাব । এনে agricultural বস্তু বেচা দোকানত নীম তেলৰ পৰা বনোৱা দৰব পায় ।
@BikashTiku
@BikashTiku 4 жыл бұрын
ভাল হৈছে..👍👍
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
ধন্যবাদ জনালোঁ ।
@ankursaikia4378
@ankursaikia4378 4 жыл бұрын
Best video thank you👍👍👍
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
ধন্যবাদ শইকীয়া ডাঙৰীয়া ।
@londonlip2425
@londonlip2425 2 жыл бұрын
very nice 👌👍
@dr.ajitkumarsavani6642
@dr.ajitkumarsavani6642 4 жыл бұрын
Good sir
@ratulphukan4294
@ratulphukan4294 4 жыл бұрын
বৰ ভাল লাগিল, মই ভিডিও টো চাই যথেষ্ট উপকৃত হলো, অমিতা খেতিৰ বিষয়ে এনে ধৰণৰ দিহা পৰামৰ্শ দিব চাৰ।
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
ধন্যবাদ । নিশ্চয় অমিতা খেতিৰ বিষয়ে জনাম । বৰ্তমান অমিতা পুলি ৰুৱা সময় পাৰ হ'ল ।
@ratulphukan4294
@ratulphukan4294 4 жыл бұрын
@@krishiaruvigyan1464 অমিতা পুলি পচোৱা উপযুক্ত সময় কোন মাহ।
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
অমিতাৰ পুলি ৰুৱা হয় বহাগ-জেঠৰ পৰা আহাৰ-শাওন মাহলৈকে । তাৰকাৰণে আপুনি ফেব্ৰুৱাৰী-মাৰ্চতে গুটি পচাব লাগিব । অসমত কৰি থকা অমিতাৰ হাইব্ৰীড জাত দুটামান হৈছে Red Lady আৰু Sapna F 1 ।
@ratulphukan4294
@ratulphukan4294 4 жыл бұрын
@@krishiaruvigyan1464 মই ৰেড লেদি টো কৰিম এবিঘা , সম্পূর্ণ তথ্য খিনি আপোনাৰ পৰা আশা কৰিছো চাৰ।
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
ঠিক আছে মই দিম, আপুনি krishi aru vigyan ফেচবুক পেজ টোত মেছেজ কৰিব ।
@nirmalgogoivlogs
@nirmalgogoivlogs 4 жыл бұрын
Thank you
@bhupentumung5420
@bhupentumung5420 4 жыл бұрын
Bhal. Lagi.
@ranjanasaikia5132
@ranjanasaikia5132 3 жыл бұрын
Nice video,sir aapunar phone number tu dibo nki?
@krishiaruvigyan1464
@krishiaruvigyan1464 3 жыл бұрын
আপুনি আমাক আমাৰ facebook পেজ krishi aru vigyan ৰ জৰিয়তে যোগাযোগ কৰিব পাৰিব ।
@BikashNath123
@BikashNath123 7 ай бұрын
Moi deegree complete korilu aaru bortoman bekar gotike ai ghrote olp vut jolokia 100 jupaman logai frst experience ata koribo bisarisu apunar diha pora morxo bor xubdor, nirvor jugya jen lagise apunar mbl nmbr 2 pua hole😊
@krishiaruvigyan1464
@krishiaruvigyan1464 7 ай бұрын
ধন্যবাদ, Krishi aru Vigyan ফেচবুক পেজত আমাৰ লগত কথা পাতিব পাৰে। আপোনাৰ জিলা কোনখন আছিল ?
@anoysaikia3384
@anoysaikia3384 4 жыл бұрын
Thank you so much..
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
Welcome 🙏
@jaansaikia9308
@jaansaikia9308 4 жыл бұрын
Val lagil....moi aibar 200 gos logam allrdy puli bonuwa hol next manth logam bt....Bemar buror karone alop jani luwa to val ....apunar vedio to pai val lagil production besi koribo karone ki vitamin dibo lagibo jonaxun...anei moi gubor asei ghort ...Aku bemar nahoi jodi ki ki vitamin dibo lagibo....
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
Video টো আপুনি চাই ভাল পোৱা বুলি জানি ভাল পালো । আমি ইতিমধ্যে কেইবাবাৰো আপুনি জানিব বিচৰা প্ৰশ্নৰ উত্তৰ এই video টোৰ comment box ত দিছোঁ । আপুনি প্ৰশ্ন উত্তৰ বোৰ চালে জানিব পাৰিব । তাৰো উপৰি আমাৰ Krishi aru Vigyan নামৰ facebook page টোতগৈ পোনপটীয়াকৈ আমাৰ লগত কথা পাতিব পাৰিব । ধন্যবাদ ।
@jaansaikia9308
@jaansaikia9308 4 жыл бұрын
Parile ata whatsup group khulok....anekuwa intrst prson...aji kali grupot diskas hoi...abar vabi saboxun....thanks...4m udalguri...
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
ভাল উপদেশ দিছে, আমি ভাবিম বাৰু । আমাৰ অন্যান্য video বোৰো চাব, কামত আহিব পাৰে ।
@jaansaikia9308
@jaansaikia9308 4 жыл бұрын
Nai apunar cenel subs kori thoi disu. .karon next mahot puli logam mur dorkar hoboi apunak.....apuni aru khetir notun notun vedio bur uplode dibo aru agotiya koi keneke kheti kom khorost koribo pari parile tenekuwa vedio bonabo....
@charichari5172
@charichari5172 6 ай бұрын
What medicine to be use leaf curl?
@gandharabha3845
@gandharabha3845 3 жыл бұрын
Bohut dhuniya moi fbt sms di asu bemaror pat bur jnobo sun 100 jupa lugiselu pat bur gha nesina oporot uthi goi pisphale ghor khai goise pat bur halodhiya hui goise dada plz jnobo dun
@krishiaruvigyan1464
@krishiaruvigyan1464 3 жыл бұрын
ধন্যবাদ, মই reply কৰিম বাৰু ।
@binitarajbongshi3592
@binitarajbongshi3592 Жыл бұрын
Moi keijopaman ruisilo...fulib dharotei mujura lagi goise patbor...ki dile val hy jnabsn
@krishiaruvigyan1464
@krishiaruvigyan1464 Жыл бұрын
আমাৰ চেনেলটোতে আৰু এটা video আছে ফল পঁচা বেমাৰ বুলি, সেইটোতো কোৱা হৈছে ।
@joyeducatum6001
@joyeducatum6001 4 жыл бұрын
Nice brother
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
আপোনালৈ ধন্যবাদ জনালোঁ । অনুগ্ৰহ কৰি SUBSCRIBE আৰু SHARE কৰিব ।
@runjundeka1490
@runjundeka1490 4 жыл бұрын
Moi grte lgaisu emn dhuniakoi lgse mn2e bhl lge dkhile kn2 jolokia2 dngr hoi aha lge lge pokibo lwa timet jolokia dlr ji dal thari khai dl geli jwa nsnkoi jai ru jolokia2 side side bea hoi jai ai pblm2r ata solution dile bht upkrito hom .
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
Anthracnose বা chilli dieback নামৰ বেমাৰ এবিধ হ'লে এনে হোৱা দেখা যায় । ভেঁকুৰৰ পৰা হোৱা এই বেমাৰটো গৰম দিন আৰু বৰষুণ দিলে বেছিকৈ হয় । ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ তলৰ যিকোনো এবিধ দৰব স্প্ৰে কৰিব পাৰে - ১) Difenconazole (1 গ্ৰাম এক লিটাৰ পানীত) বা ২) Carbendazim (1 গ্ৰাম এক লিটাৰ পানীত) বা ৩) Tebuconazole 50% + Trifloxystrobin 25% WG (2 গ্ৰাম এক লিটাৰ পানীত) বা ৪) Blitox 50% WP (2 গ্ৰাম এক লিটাৰ পানীৰ হিচাপত) ২-৩ বাৰ স্প্ৰে কৰিব ১০-১৫ দিনৰ অন্তৰালত । মনত ৰাখিব - ১) স্প্ৰে কৰা আগতে পুৰঠ জলকীয়াবোৰ ছিঙি ল'ব, ২) একেদৰে স্প্ৰে কৰাৰ পাছত অন্তত 5-7 দিনলৈ জলকীয়া নিছিঙিব । বেমাৰী গছবোৰৰ জলকীয়া বীজ হিচাপে অহা বছৰ ব্যৱহাৰ নকৰিব, নহ'লে আকৌ একে হ'ব । বেমাৰ বিধ বীজৰ জৰিয়তে বিয়পে । শুভেচ্ছা থাকিল । ধন্যবাদ
@prahladdeuri5513
@prahladdeuri5513 4 жыл бұрын
Bhalo lagil Moi logisu 150 jupa.
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
ধন্যবাদ দেউৰী ডাঙৰীয়া । অনুগ্ৰহ কৰি Subscribe আৰু Share কৰিব ।
@luciddream6983
@luciddream6983 4 жыл бұрын
এই লঙ্কা পশ্চিমবঙ্গে *ভূতলঙ্কা* বা *বিষলঙ্কা,* বাংলাদেশে *ঘিয়া মরিচ*-এবং উড়িষ্যায় *কারভাঙ্গা লঙ্কা* নামে পরিচিত। ভালো লাগলো ভিডিওটা।
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
আপনাকে বহুত বহুত ধন্যবাদ এই তথ্যগুলো দেওয়ার জন্য । (I am a non bengali guy, sorry if I am saying it incorrectly)
@luciddream6983
@luciddream6983 4 жыл бұрын
@@krishiaruvigyan1464 I know you are Assamese but you've type here everything is correct. মই পচিমবঙ্গৰ বঙালী, মই অসমীয়া সকলু বুঝাৰ পাৰে আৰু কিছুমান কওয়াৰ পাৰে। But I can speak উৰিয়া better than অসমীয়া। ধন্যবাদ।
@how2950
@how2950 4 жыл бұрын
Whitefly afid thrips r bba profex spray kribo prim na
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
প্ৰথম কথা Profex পাচলি খেতিত মৰা দৰব নহয় । এই দৰবৰ সলনি Imidachloprid 70% WG নাইবা Thiamethoxam 25WG নাইবা Lamda-cyhalothrin 5% EC নাইবা Emmamectin benzoate 5% SG স্প্ৰে কৰিব পাৰে ।
@how2950
@how2950 4 жыл бұрын
ধন্যবাদ।
@dipankarhazarika3901
@dipankarhazarika3901 3 жыл бұрын
Profex kenekua khetrat use kora hoi...????Moi alut maru kintu.. Kam diye
@hirakjyotithakuria7668
@hirakjyotithakuria7668 2 жыл бұрын
Dada nim oil tu kot pam mk jonabo son
@khargesewarboro7892
@khargesewarboro7892 2 жыл бұрын
Dada mur jolokiya gosor pat tu alop yellow coloror hoise ki dorop use korim.
@krishiaruvigyan1464
@krishiaruvigyan1464 2 жыл бұрын
ফটো পঠাওকচোন krishi aru vigyan ফেচবুক পেজটোত ।
@knowledgetv3821
@knowledgetv3821 4 жыл бұрын
Horise adha geli... Bhutt ru ag pat bur futfutia brown colour hoisee plzzz rplyyyy diboo ki krimm
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
জলকীয়া এই সময়ত সাধাৰণতে গেলে Anthracnose বা chilli dieback নামৰ বেমাৰৰ এবিধৰ কাৰণে । এই বেমাৰটো গৰম দিন আৰু বৰষুণ দিলে বেছিকৈ হয় । ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ তলৰ যিকোনো এবিধ দৰব স্প্ৰে কৰিব পাৰে - ১) Difenconazole (1 গ্ৰাম এক লিটাৰ পানীত) বা ২) Carbendazim (1 গ্ৰাম এক লিটাৰ পানীত) বা ৩) Tebuconazole 50% + Trifloxystrobin 25% WG (2 গ্ৰাম এক লিটাৰ পানীত) ২-৩ বাৰ স্প্ৰে কৰিব ১০-১৫ দিনৰ অন্তৰালত । মনত ৰাখিব - ১) স্প্ৰে কৰা আগতে পুৰঠ জলকীয়াবোৰ ছিঙি ল'ব, ২) একেদৰে স্প্ৰে কৰাৰ পাছত অন্তত 5-7 দিনলৈ জলকীয়া নিছিঙিব । বেমাৰী গছবোৰৰ জলকীয়া বীজ হিচাপে অহা বছৰ ব্যৱহাৰ নকৰিব, নহ'লে আকৌ একে হ'ব । বেমাৰ বিধ বীজৰ জৰিয়তে বিয়পে । শুভেচ্ছা থাকিল । ধন্যবাদ । অনুগ্ৰহ কৰি Share আৰু Subscribe কৰিব ।
@bijoymali1605
@bijoymali1605 4 жыл бұрын
thanks
@jijnashikashyap2618
@jijnashikashyap2618 4 жыл бұрын
The king chilli plants in my garden is not growing at all.. it's still having the same height.. what should I do??
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
Mam, (1) loosen up the soil near the root zone without damaging roots. (2) mix half tea spoon full each of urea, super and potash with half mug of vermicompost or any organic manure and apply this mixture around the base (3) Regularly water (avoid waterlogging)
@jijnashikashyap2618
@jijnashikashyap2618 4 жыл бұрын
@@krishiaruvigyan1464 thanks. I will surely try it
@bikramraut8363
@bikramraut8363 3 жыл бұрын
I need help my chilli garden has happened cucumber mosaic virus what drop should I spray
@Luhit100
@Luhit100 2 жыл бұрын
উভালি দিয়ক. ভাইৰাছ আক্ৰমন কৰিলে দৰৱ মাৰি কাম নাই।
@banikantasonowal6473
@banikantasonowal6473 4 жыл бұрын
Prodaksnr karne ki drb dib lage
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
Production বঢ়াবলৈ আপুনি- ১) Balance fertilizer দিব, ২) ইউৰিয়া DAP এইবোৰ সাৰ জোখতকৈ বেছি নিদিব । নহলে ফুল কমকৈ ধৰিব । ৩) গছৰ গুৰিত বেছি পানী নিদিব ৪) 30 দিনৰ মূৰে মূৰে micronutrient স্প্ৰে কৰিব পাৰিলে ভাল, ৪) জলকীয়াৰ যিমানবোৰ ফুল ফুলে চবগৈ জলকীয়া নহয়গৈ । প্ৰায় ভাগ সৰি যায় । এতিয়া যদি আপুনি ফুল সৰা কমাব পাৰে তেনেহলে জলকীয়াও বেছি লাগিব । তাৰ কাৰণে আপুনি Planofix নামৰ দৰব বিধৰ 10 মিলি লিটাৰ 45 লিটাৰ পানীত মিহলাই ফুল ফুলা সময়তে এবাৰ মাৰিব লাগে । 2nd স্প্ৰেটো দিব লাগে 20-25 দিনৰ পাছত । কিন্তু তাৰ লগতে আপোনাৰ জলকীয়া গছবোৰো স্বাস্থ্যবান হব লাগিব । যদি নহয় গুটিবোৰ বাঢ়িব কেনেকৈ । গতিকে এই সকলো দিশ চাই লব লাগিব । ধন্যবাদ ।
@lonetraveller96
@lonetraveller96 4 жыл бұрын
Dangoriya, mor bhot jolokiya bor jetiya olop pokiboloi arambha kore tetiya falboror kisu kisu ongkhaw posiboloi arambha kore ki bemer eitu aru pratirodhor kiba upai ase Niki? Please provide me some information
@lohitbblogs6690
@lohitbblogs6690 3 жыл бұрын
Apunar channel 2 sai moi kheti koribole hahok paisu
@krishiaruvigyan1464
@krishiaruvigyan1464 3 жыл бұрын
আপোনাৰ এইষাৰ কথাই আমাকো আগুৱাই যাবলৈ সাহস দিলে । অশেষ ধন্যবাদ ।
@bikramraut8363
@bikramraut8363 3 жыл бұрын
Bro plzz replay if Cucumber mosaic virus happen to our chilli
@krishiaruvigyan1464
@krishiaruvigyan1464 3 жыл бұрын
Once your plants get infected theere is no cure. You can only prevent its spread to other healthy plants. Uproot the infected plants & spray insecticides on healthy plants as described in this video. Do not spray insecticides when your chilli plants are bearing fruit.
@krishiaruvigyan1464
@krishiaruvigyan1464 3 жыл бұрын
Make sure it's cucumber mosaic virus or sap sucking insect damage.
@rupamborgohain615
@rupamborgohain615 4 жыл бұрын
Sir bhut jolokiya kuntu mahot rule mane besi vall hoi..?
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
সাধাৰণতে ভোট জলকীয়া চেপ্টেম্বৰ পৰা নৱেম্বৰ মাহত গুটি পচোৱা যায় আৰু প্ৰায় ৩০ - ৪০ দিনৰ পিছত পুলি ৰুব পৰা হয় । ঠাই বিশেষে গুটি পচোৱা জানুৱাৰী-মাৰ্চ মাহটো কৰে । গতিকে আপোনাৰ যদি পথাৰত পানী দিব পৰা ব্যৱস্থা আছে তেনেহ'লে জানুৱাৰী ফেব্ৰুৱাৰী মাহত লগাব পাৰিলে আগতীয়াকৈ জলকীয়া উলিয়াব পাৰিব ।
@Lifestyleabhi1
@Lifestyleabhi1 4 жыл бұрын
Dada jolokiya bilakot ag bilak geli goise ki koru
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
আপোনাৰ বাৰু ফুলবোৰ সৰি গৈছে নেকি ?
@baburajuwar7275
@baburajuwar7275 4 жыл бұрын
Etu to apunar pawnd mariley gusi jabo, kintu hipat ba gurit, puke ba bhayrass pale ki kora jabo
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
Pawnd mane apuni Pound naamor insecticide tur ktha koise sage, Acetamiprid 20% SL. Thike koise maaribo pare. Gosor xipaak virus a pale buli kole alop bhul hobo. Xipaat xadharonote fungus (ভেঁকুৰ) bacteria (বেক্টেৰিয়া), nematode (পেলু), aru bohut dhoronor puk'r aakromon hoi. Eta dorob di xokolu control koribo pora najai. Agote janibo lagibo kihor karne hoise.
@kundanpathak9818
@kundanpathak9818 3 жыл бұрын
Dada, genuine bhoot jolkia seed or plant...But should be genuine .. I will pay the cost...
@krishiaruvigyan1464
@krishiaruvigyan1464 3 жыл бұрын
Pathak, nor I am a vendor neither I deal in any agro product businesses. মই তেনেকে guarantee দি ক'ব নোৱাৰো । শিৱসাগৰৰ মগৰহাটৰ এজন ল'ৰায়ে এনে ব্যৱসায় কৰে, আপুনি তেওঁৰ লগত যোগাযোগ কৰিব পাৰে । ধন্যবাদ ।
@deepshikhaDeka97
@deepshikhaDeka97 4 жыл бұрын
আমাৰ ভোট জলকীয়া গছৰ জলকীয়া লাগি থকা দুটামান ডাল লেৰেলি মৰি গৈছে। গোটেই গছডাল এতিয়ালৈকে মৰা নাই ।কিহৰ বাবে হব পাৰে জনাবছোন ছাৰ ।যোৱা 15 দিনমান বৰষুণ দিছিল, কিন্তু আমি ওপৰত প্লাষ্টিকৰ চাল দিছিলো ।কিন্তু ৰ'দো দিয়া নাছিল বহুত দিন।fungal infection হব পাৰে নেকি? কি use কৰিব লাগে জনাবছোন । Video টো যথেষ্ট informative আছিল । Thank you.
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
আপুনি কোৱা condition বোৰ শুনি লাগিছে আপোনাৰ গছবোৰৰ Die back হৈছে । আপুনি কোৱাৰ দৰে ই fungal infection এ হয় । Colletotrichum capsici নামৰ fungi বিধে কৰে । সাধাৰণতে এই ৰোগ হ'লে জলকীয়াবোৰো পচে । বিশেষকৈ পকা বোৰ । আপুনি চাবচোন । ইয়াক control কৰিবলৈ তলত fungicide কেটামানৰ নাম দিছোঁ, তাৰে যিকোনো এটা স্প্ৰে কৰিব পাৰে - ১) Difenconazole (1 গ্ৰাম এক লিটাৰ পানীত) বা ২) Carbendazim (1 গ্ৰাম এক লিটাৰ পানীত) বা ৩) Tebuconazole 50% + Trifloxystrobin 25% WG (2 গ্ৰাম এক লিটাৰ পানীত) এই fungicide বোৰে বেমাৰটো spread হ'ব নিদিয়ে । ২-৩ বাৰ স্প্ৰে কৰিব ১০-১৫ দিনৰ অন্তৰালত । মনত ৰাখিব - ১) স্প্ৰে কৰা আগতে পুৰঠ জলকীয়াবোৰ ছিঙি ল'ব, ২) একেদৰে স্প্ৰে কৰাৰ পাছত অন্তত 5-7 দিনলৈ জলকীয়া নিছিঙিব । শুভেচ্ছা থাকিল । ধন্যবাদ । অনুগ্ৰহ কৰি Share আৰু Subscribe কৰিব ।
@pinkydas7076
@pinkydas7076 4 жыл бұрын
Mur bhoot jolar puli tu dangor hobo jona nai ki korim dada ...
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
আপুনি প্ৰতি জোপা পুলিৰ গুৰিত পঁচা গোবৰ সাৰ বা কেঁচুসাৰ (vermicompost) একপোৱা বা আধা কেজিমান লগতে ইউৰিয়া, চুপাৰ সাৰ আৰু পটাছৰ প্ৰত্যেকৰে আধা চামুচকৈ ভালকৈ মিহলাই প্ৰতিটো পুলিৰ গুৰিৰ চাৰিওফালে দি মাটিৰ লগত মিলাই দিব । এই দৰে প্ৰতিটো পুলিত দিব । ঘাঁহ বন চিকুনাব । পুলি ৰোৱা সময়ত শিপাত কষ্ট পালে কেতিয়াবা বাঢ়োঁতে দেৰি হয় । আৰু বহুতো কাৰণ থাকে বাৰু ।
@dipdas1234
@dipdas1234 Жыл бұрын
দাদা মই ৰোৱা জলকীয়া গছবোৰৰ ফুলবোৰ(কলি) হালধীয়া হৈ সৰি গৈছে ।কিহৰ বাবে হৈছে জনাবচোন
@rontudowerah3352
@rontudowerah3352 Жыл бұрын
Sam
@anamikadas5077
@anamikadas5077 2 жыл бұрын
Bhut jalokiya dalr phul br phuli xori pare tar kiba upai ase neki
@barnalisaikia6693
@barnalisaikia6693 Жыл бұрын
To see by😂❤🎉
@nayonborthakur2023
@nayonborthakur2023 4 жыл бұрын
Dangoriya mor 200jopa vot jolokiya kheti ase... Bortaman lagiboloi aramva korise.. Kintu gosbor t guri posa bemar lagise.. Etimodhye 11jopa moril... Baki kebajopato lagib aramva korise... Ki byabhar korile poritran pam baru... Jonabson..
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
আপুনি পাৰিলে পুলিৰ গুৰিটো আৰু সম্পূৰ্ণ গছ জোপাৰ ফটো দুখন মান আমাৰ krishi আৰু vigyan ৰ facebook page টোত পঠাবচোন ।
@theolderplanet3208
@theolderplanet3208 3 жыл бұрын
নমস্কাৰ। ভিডিঅ'টোৰ দ্বাৰা নিশ্চয়কৈ উপকৃত হ'লো। মোৰ ভোট জলকীয়াৰ পুলিবোৰত এটা বেমাৰ দেখিছোঁ। পুলিবোৰৰ ঠাৰিৰ আগ অংশ পচি পুলিটো মৰি থাকে। কিবা প্ৰতিকাৰৰ বিধান পাম নে? মই SAAF মেডিচিনটো স্প্ৰে কৰিছোঁ। সুফল পোৱা যাবনে জনাব নেকি?
@krishiaruvigyan1464
@krishiaruvigyan1464 3 жыл бұрын
ধন্যবাদ । ঠাৰিৰ অংশ সাধাৰণতে দুটা কাৰণত পচি মৰে । ভাইৰেল বেমাৰ আৰু anthracnose বেমাৰ হ'লে এনে হয় । anthracnose টো আপুনি SAAF স্প্ৰে কৰিলে ভাল হ'ব কিন্তু ভাইৰেল হ'লে নহ'ব । anthracnose হ'লে আপোনাৰ লাগি থকা জলকীয়াবোৰো পচিব আৰু গছৰ এটা দুটা ডাল শুকাই যাব । ভাইৰেল লাগিলে আপোনাৰ সাধাৰণতে গছৰ কুঁহবোৰ মৰহি যায় । আৰু পিছলৈ জলকীয়া নলগা হয় ।
@theolderplanet3208
@theolderplanet3208 3 жыл бұрын
বহুত ধন্যবাদ আপোনাৰ পৰামৰ্শৰ বাবে
@purnachandrark710
@purnachandrark710 4 жыл бұрын
Please kindly share the English version
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
We'll try to update the video with subtitles very soon.
@dipjyotisharma4451
@dipjyotisharma4451 2 жыл бұрын
My 50 Pic are infected vairas.. How can I relieve this..
@heritage-musicdownmemoryla4922
@heritage-musicdownmemoryla4922 3 жыл бұрын
Put caption plz
@starlordquinnsuprcool9924
@starlordquinnsuprcool9924 2 жыл бұрын
উপহী গছত হালধীয়া বেমাৰৰ বিষয়ে জনাব ০
@apurvass8013
@apurvass8013 Жыл бұрын
Aap usko upay aur medicine bataiye
@r.production9878
@r.production9878 4 жыл бұрын
Moi mati alp prostut korsu next yr babe.. mati khni bor vl nhoi.. knke ki korbo lgbo jonbo sun
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
মাটিখিনি কেনেকুৱা ? বাৰী মাটি নে পথৰুৱা । বালিচহীয়া নে পলসুৱা
@r.production9878
@r.production9878 4 жыл бұрын
Barir mati.. mati khini ronga khub tan hoi... Moi jabor alp thoi disu jolai dim vabsu.. ru ki korbo parim
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
প্ৰথম কথা জাৱৰ খিনি নজলাব, তাৰ সলনি সেইখিনি পচনসাৰ বনাই মাটিত প্ৰয়োগ কৰক। আপোনাৰ মাটি খিনি ৰঙা মাটি, এই ধৰণৰ মাটিত জৈৱিক পদাৰ্থ কম থাকে, যাৰ কাৰণে মাটি টান হয় লগতে পানী ধৰি ৰাখিব নোৱাৰে । সেয়েহে যিমান পাৰে জৈৱিক পদাৰ্থ যেনে, গোবৰ, পচন সাৰ ইত্যাদি দিলে ভাল । এনে মাটিত মাহ জাতীয় খেতি কৰিব পাৰে তেনেহলে মাটিখিনিৰ কাৰণে ভাল । এনে মাটি সাধাৰণতে খেতিৰ কাৰণে বৰ এটা ভাল নহয় । কিন্তু আপুনি যদি প্ৰচুৰ পৰিমাণে গোবৰ যাবৰ মাটিৰ লগত হাল বাই মিলাই দিয়ে তেন্তে পাৰিব । তাকে নকৰি আৰু এটা উপায়েৰে জলকীয়া কৰিব পাৰে, পুলি ৰোৱা সময়ত ১ x ১ ফুট গাত খান্দি তাত পঁচা গোবৰ বা যিকোনো পচন সাৰ আৰু মাটি সমানে আধা আধা মিহলাই তাত পুলি লগাব পাৰে । এনে কৰিব নোৱাৰিলেও আপুনি গছে প্ৰতি প্ৰায় ১-১.৫ কেজি মান গোবৰ বা পচন সাৰ দিব পুলি ৰোৱা সময়ত বা পিছত ।
@r.production9878
@r.production9878 4 жыл бұрын
Dhanyabad jonua babe.. puk porua karne ki use korm thom.. moi sun ani thoisu use korboloi
@r.production9878
@r.production9878 4 жыл бұрын
Dolomite use korile vl hbo nki.. mati khni kumal korboloi
@dhainyashreesaikia4790
@dhainyashreesaikia4790 4 жыл бұрын
Mur vut jolokia burot khub bisa hoise aru jolokiabur hori goise.. ki koru jonabosun
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
তাৰ আগতে দুটামান কথা জনাবচোন । 1) কিমান জোপা জলকীয়া আছে আপোনাৰ ? 2) জলকীয়া ছিঙিবৰ হৈছে নেকি ? 3) পুলি গুৰিত পানী জমা হৈছে নেকি বা শুকান হৈ গৈছে নেকি ? 4) জলকীয়াবোৰ পঁচিছে নেকি গছতে ?
@dhainyashreesaikia4790
@dhainyashreesaikia4790 4 жыл бұрын
@@krishiaruvigyan1464 moi gutei jolokia bur pot t disu ghoror pisfale emn mati nothokar babe. Jolokia ase 40 jupa man tare keijupa manot hoise bisa.. matit pani joma hua nai .. sob thike ase.. posa nai jolokia bur.. moi 2din man agot sun pani disilu
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
আপুনি দিয়া ফটোবোৰ পোৱা নাই । বাৰু প্ৰথম আহোঁ বিছা নিয়ন্ত্ৰণৰ কাৰণে কি কৰিব, যদি বহুত বেছি নাই লগা তেনেহ'লে হাতেৰে এ নষ্ট কৰি দিব । যদি বেছিকে লাগিছে তেনেহলে • Novaluron 10 % EC (1.5 মিলি লিটাৰ 1 লিটাৰ পানীত ) নহলে • Malathion 50 % EC (1 মিলি লিটাৰ 1 লিটাৰ পানীত ) নহলে • Neem oil (3 মিলি লিটাৰ 1 লিটাৰ পানীত ) যিকোনো এবিধ পানীত মিহলাই স্প্ৰে কৰিব । যদি নিয়ন্ত্ৰণ নহয় 7-10 দিনৰ পাছত আকৌ এবাৰ স্প্ৰে কৰিব । স্প্ৰে কৰা আগতে পৈণত জলকীয়াবোৰ ছিঙি লব । একেদৰে স্প্ৰে কৰাৰ 5 দিন মানলৈ জলকীয়া নিছিঙিব । দ্বিতীয়তে আহোঁ ফল সৰালৈ, তাৰ কাৰণে আপুনি Planofix নামৰ দৰব বিধ 1 মিলি লিটাৰ 4.5 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে । আপুনি ফটোবোৰ দিয়া হলে কিয় ফুলবোৰ সৰিছে সঠিককে কব পৰা গ'ল হয় । ধন্যবাদ । Subscribe আৰু share কৰিব ।
@dhainyashreesaikia4790
@dhainyashreesaikia4790 4 жыл бұрын
Thank u so much.. moi photo bur dim baru
@kidsgame2997
@kidsgame2997 4 жыл бұрын
Jolokia bur kio beya hoi jai aru eya bhl rokhar upai ki ase ..,..
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
জলকীয়া বেয়া হয় মানে আপুনি গছতে পঁচি যোৱা দ্বৰে হোৱা কথা কৈছে যদি, সেই বিধ Anthracnose নামৰ এবিধ বেমাৰৰ কাৰণে হয় ।ভেঁকুৰৰ পৰা হোৱা এই বেমাৰটো গৰম দিন আৰু বৰষুণ দিলে বেছিকৈ হয় । ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ Difenconazole (1 গ্ৰাম এক লিটাৰ পানীত) বা Carbendazim (1 গ্ৰাম এক লিটাৰ পানীত) বা Tebuconazole 50% + Trifloxystrobin 25% WG (2 গ্ৰাম এক লিটাৰ পানীত) হিচাপত 3 বাৰ স্প্ৰে কৰিব 10-15 দিনৰ অন্তৰালত । স্প্ৰে কৰা আগতে পুৰঠ জলকীয়াবোৰ ছিঙি ল'ব । একেদৰে স্প্ৰে কৰাৰ পাছত অন্তত 5-7 দিনলৈ জলকীয়া নিছিঙিব ।
@kidsgame2997
@kidsgame2997 4 жыл бұрын
@@krishiaruvigyan1464 emn khni hohari diyar babe dhnnyabad ...agoloi tumr chnel aguwai jawk take akha korilu .....
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
অশেষ ধন্যবাদ । আমাৰ উদ্দেশ্য সেয়া এ দৰকাৰ হোৱা সময়ত খেতিয়কৰ হাতৰ লাখুটি হোৱা । Share আৰু subscribe কৰিব নাপাহৰিব ।
@ashimgogoi8957
@ashimgogoi8957 4 жыл бұрын
Jolokia gosburr patbur haldhiya futfutiya Hy upr falr pora Hari goise kiyo..
@ashimgogoi8957
@ashimgogoi8957 4 жыл бұрын
@@krishiaruvigyan1464 ফটো পঠিয়ালো, এতিয়ালৈকে বহু দৰব প্ৰয়োগ‌ কৰিছো ভাল ফল পোৱা নাই।।।
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
১) পাতত পৰা ঘূৰণীয়া ফুটফুটীয়া দাগবোৰ cercospora leaf spot নামৰ বেমাৰতো হৈছে । তাৰ কাৰণে আপুনি তলত দিয়া যিকোনো এবিধ দৰব স্প্ৰে কৰিব - Blitox ২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত Bavistin ১ গ্ৰাম প্ৰতি লিটাৰ পানীত Indofil M 45 ২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত ২) বেমাৰ লগা পাতবোৰ ছিঙি দূৰত পেলাব । ৩) কুমলীয়া পাতবোৰ হালধীয়া পৰা দেখি লাগিছে আইৰণৰ অভাৱ (iron deficiency) হৈছে । পুলিৰ গুৰিত পানী জমা হ'ব নিদিব । ভালকৈ সাৰপানী দিব । ৩) কিছুমান পাত পাতলকৈ জ্বলি যোৱা যেন হৈছে, দুটা কাৰণত হ'ব পাৰে, পাতৰ ৰস শুহিখুৱা পোক লাগিব পাৰে নহ'লে কিবা দৰব কাঢ়াকে মাৰিলে । কোনটো কাৰণ আমাক জনাব । ৪) এতিয়ালৈকে কি কি দৰব মাৰিলে জনাব ।
@ashimgogoi8957
@ashimgogoi8957 4 жыл бұрын
Inboxt p2 potaixu dorburr sabsun.
@rajibpegu5585
@rajibpegu5585 3 жыл бұрын
কেৰেলাৰ ওপৰত তো video বনাব
@krishiaruvigyan1464
@krishiaruvigyan1464 3 жыл бұрын
কেৰেলাৰ বিষয়ে কি যানিব বিচাৰে ?
@shyamoldutta778
@shyamoldutta778 4 жыл бұрын
Dada Thanda dinot bhut jolokia hoi na
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
শ্যামল ডাঙৰীয়া আপুনি আমাৰ Krishi are Vigyan Facebook page টোত inbox কৰক । অলপ বহলাই কব লাগিব ।
@paragpathak9829
@paragpathak9829 4 жыл бұрын
Mor phul bor sori ase ruwa nai ki korim
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
জলকীয়াৰ ফুল বহুতো কাৰণত সৰে, ইয়াৰ ভিতৰত পুলি গুৰিত পানী জমা হোৱা এটা মূল কাৰণ । আপুনি জনাব মোক তেনেকুৱা হৈছে নেকি । তাৰ পাছত উপায় দিম বাৰু ।
@paragpathak9829
@paragpathak9829 4 жыл бұрын
@@krishiaruvigyan1464 Bastat ropan korisulo fun Diya aramva hoise kin2 sori ase
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
আপুনি Planofix নামৰ দৰব বিধৰ 1 মিলি লিটাৰ 4.5 লিটাৰ পানীত মিহলাই ফুল ফুলি থকা সময়ত স্প্ৰে কৰিব । 2nd স্প্ৰেটো দিব একে দৰবৰে 20-25 দিনৰ পাছত । দৰবৰ মাত্ৰা বেচিও নকৰিব কম ও নকৰিব কিন্তু । সাৰপানী জোখত দিব, বেছি বা কমকৈ নহয় । উচৰা উচৰিকৈ গাতে গা লাগি bag বোৰ আছে যদি অলপ আঁতৰ কৰি দিব ।
@d.nsports3218
@d.nsports3218 4 жыл бұрын
Mur 300 jupa gos ase.... mur joloki bur geli goise kesa thakute.... daily 1 kg man geli jai...
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
জলকীয়া সাধাৰণতে গেলি যোৱা বেছিকৈ দেখা যায় বৰষুণৰ অহা পিছত । ইয়াৰ কাৰণ হ'ল Anthracnose নামৰ ভেঁকুৰৰ পৰা হোৱা বেমাৰ এবিধ । গৰম দিন আৰু বৰষুণ দিলে বেছিকৈ হয় । ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ Tebuconazole 50% + Trifloxystrobin 25% WG (2 গ্ৰাম এক লিটাৰ পানীত) নহ'লে Difenconazole (1 গ্ৰাম এক লিটাৰ পানীত) বা Carbendazim (1 গ্ৰাম এক লিটাৰ পানীত) হিচাপত 3 বাৰ স্প্ৰে কৰিব 10-15 দিনৰ অন্তৰালত । স্প্ৰে কৰা আগতে পুৰঠ জলকীয়াবোৰ ছিঙি ল'ব । একেদৰে স্প্ৰে কৰাৰ পাছত অন্তত 5-7 দিনলৈ জলকীয়া নিছিঙিব । নহলে তাত ঔষধবোৰ লাগি থাকিব আৰু সেবোৰ খালে অপকাৰ হ'ব পাৰে । আৰু এটা কথা ফল বিন্ধা কৰা পোক লাগিলেও ফলবোৰ পঁচি যায় ।আপুনি দৰব মৰা আগতে ভালকৈ চাই ল'ব । ধন্যবাদ । অনুগ্ৰহ কৰি Subscribe আৰু Share কৰিব ।
@gh7638
@gh7638 4 жыл бұрын
Kothabur val lgise tumar
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
অশেষ ধন্যবাদ আপোনালৈ আমাক অনুপ্ৰেৰণা দিয়া বাবে ।
@knowledgetv3821
@knowledgetv3821 4 жыл бұрын
Pat bur loror fale kus khale ki krimmm
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
আপোনাৰ খুব সম্ভৱ mites পোক লাগিছে, সেইবোৰে পাতৰ ৰস শুহি খোৱা কাৰণে পাতবোৰ তললৈ ঘোৰ খাইছে । আপুনি ভালকৈ পাতৰ তলফালে চাব । Mites বোৰ খুব সৰু । যদি আছে তেনেহলে Lambda-cyhalothrin 5% EC 2 মিলি লিটাৰ প্ৰতি লিটাৰ পানীত নহলে Imidacloprid 17.8 SL নামৰ দৰবৰ 3 মিলি লিটাৰ 10 লিটাৰ পানীত মিহলাই পাতৰ তল উপৰ তিতাকে স্প্ৰে কৰিব । VIDEO টোত আমি কৈছিলোঁ বাৰু । অনুগ্ৰহ কৰি SUBSCRIBE আৰু SHARE কৰিব । ধন্যবাদ ।
@sarveswargogoi9056
@sarveswargogoi9056 4 жыл бұрын
Jolokia bilak geli goise kia
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
Anthracnose বা chilli dieback নামৰ বেমাৰ এবিধ হ'লে এনে হোৱা দেখা যায় । ভেঁকুৰৰ পৰা হোৱা এই বেমাৰটো গৰম দিন আৰু বৰষুণ দিলে বেছিকৈ হয় । ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ তলৰ যিকোনো এবিধ দৰব স্প্ৰে কৰিব পাৰে - ১) Difenconazole (1 গ্ৰাম এক লিটাৰ পানীত) বা ২) Carbendazim (1 গ্ৰাম এক লিটাৰ পানীত) বা ৩) Tebuconazole 50% + Trifloxystrobin 25% WG (2 গ্ৰাম এক লিটাৰ পানীত) বা ৪) Blitox 50% WP (2 গ্ৰাম এক লিটাৰ পানীৰ হিচাপত) ২-৩ বাৰ স্প্ৰে কৰিব ১০-১৫ দিনৰ অন্তৰালত । মনত ৰাখিব - ১) স্প্ৰে কৰা আগতে পুৰঠ জলকীয়াবোৰ ছিঙি ল'ব, ২) একেদৰে স্প্ৰে কৰাৰ পাছত অন্তত 5-7 দিনলৈ জলকীয়া নিছিঙিব । বেমাৰী গছবোৰৰ জলকীয়া বীজ হিচাপে অহা বছৰ ব্যৱহাৰ নকৰিব, নহ'লে আকৌ একে হ'ব । বেমাৰ বিধ বীজৰ জৰিয়তে বিয়পে । শুভেচ্ছা থাকিল । ধন্যবাদ
@diluwarabibi4359
@diluwarabibi4359 3 жыл бұрын
মই ঘৰত দুই জোপা ভোট জলিকিয়া ৰুইছিলো পাট বোৰ কেকুৱা হৈছে কিয় কৰিলে ভাল হৱ
@Luhit100
@Luhit100 2 жыл бұрын
Mor aibar 1000 gol...emn dorob mari ho nuwarilu bosabo
@tilakchutia1821
@tilakchutia1821 3 жыл бұрын
Guti posaote ki dorp dm kobo
@krishiaruvigyan1464
@krishiaruvigyan1464 3 жыл бұрын
সেই সময়ত অলপ মান গুটিৰ লগত Bavistin, বা Saaf বা Captaf নামৰ ভেকুৰনাশক দিলে গুটিৰ লগতে পুলিৰ গুৰি পঁচা বেমাৰ নালাগে । পুলি গজাৰ 20 দিন মানৰ পিছত imidacloprid নামৰ দৰব বিধ 1 মিলিলিটাৰ প্ৰতি লিটাৰ পানীৰ হিচাপত স্প্রে কৰিব । তেতিয়া পাত চিৰিলি বেমাৰ অনা পোকবোৰ নাইকিয়া হ'ব । বাকী কি কৰিব এই video টোত দিয়া আছে ।
@GTVpage
@GTVpage 4 жыл бұрын
Sir mur bhut jolokia olop ase ফলবিলক হৰি গৈছে কি কৰিব লাগিব জনাব।
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
আপুনি Planofix নামৰ দৰব বিধৰ 10 মিলি লিটাৰ 45 লিটাৰ পানীত মিহলাই যিবোৰ গছত ফুল ফুলি আছে সেইবোৰত স্প্ৰে কৰিব । 2nd স্প্ৰেটো দিব একে দৰবৰে 20-25 দিনৰ পাছত । দৰবৰ মাত্ৰা বেচিও নকৰিব কম ও নকৰিব । পুলিত পানী বেছি নিদিব মানে গুৰিটো ভিজি থাকিব নিদিব, পুৰঠ জলকীয়া বোৰ চিঙিব নহলে জলকীয়াবোৰ সৰি যাব । ধন্যবাদ ।
@nirmalasonowal2500
@nirmalasonowal2500 4 жыл бұрын
নেমু গছৰ ফুল আৰু কলিবোৰ সৰি গৈছে কিবা উকাই দিব নেকি ? আগবোৰো কোচ খাই গৈছে কিবা উপায় দিবনকি ?
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
উত্তৰ দিয়াত অলপ পলম হ’ল বেয়া নাপাব । টেঙাৰ ফুল ফল বেমাৰ আজাৰ নহলেও এনেও তিনিটা সময়ত সৰে । গছ জোপাই যেতিয়া জোখতকৈ বেছি ফুল ফল ধাৰণ কৰে তেতিয়া এনেকুৱা হয় । এয়া প্ৰাকৃতিক নিয়ম । গছ জোপাই যিমানৰ বুজা ল’ব পাৰে সিমান খিনি হে ৰাখিব । ইয়াৰ উপৰিও অন্য কাৰণ আছে যেনে গছ জোপাই ফুল ফুলা সময়ত পানী নাপালে, অত্যাধিক গৰম পৰিলে, সাৰ পানীৰ অভাৱ হ’লে, পোক আৰু বেমাৰ ইত্যাদিটো লাগিলেও সৰে । এতিয়া আপুনি মোক কওক গছ জোপাৰ ফুল ফল বোৰ গছত পঁচিছে নেকি, বা সাৰ পানী ভালকৈ দিছে নে নাই ।
@swmkhwrdaimaryyy7363
@swmkhwrdaimaryyy7363 2 жыл бұрын
I want virus name vitamin
@Lifeofalpana
@Lifeofalpana 4 жыл бұрын
Moi 5 ta puli ruisu tare 2 puli dangor hoboi para nai, jeneke ruisilu tatke olopman he dangor hoise aru patbur kekuriyai goise.. moi DOP aru potas milai disu tothapiu iman eta bhal result puwa nai.. apunar pora khomoisya tur khomadhan Pam buli akha korilu..
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
পাতবোৰ কেঁকুৰীয়া হোৱা মানে খুব সম্ভৱ পুলি অৱস্থাতে পাতৰ ৰস শুহি খোৱা পোক লাগিল, পাছলৈ ভাইৰাচ জাতীয় বেমাৰ লাগিছে । যদি তেনে হৈছে তেনেহলে সেয়া ভাল হোৱাৰ সম্ভাৱনা খুব কম থাকে । পাৰিলে সেয়া পুলি উঠাই নতুন পুলি লগাব, ন'হলে কাষৰ ভাল হয় থকা পুলিবোৰটো লাগিব পাৰে । ধন্যবাদ ।
@Lifeofalpana
@Lifeofalpana 4 жыл бұрын
Nai tabot beleg beleg koi rui su. Kharot ki khar bebohar korile bhal fol Pam jonabo sun
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
আপুনি যিহেতু ঘৰৰ কাৰণে ২-৪ জোপামান লগাইছে গতিকে ৰাসায়নিক সাৰ দিয়াৰ প্ৰয়োজন নাই । তলত দিহা কেইটামান দিছোঁ সেইকেইটা মানিলে যথেষ্ট - ১) ভাল quality ৰ কেঁচুসাৰ (vermicompost) আধা mug মান প্ৰতি জোপা গছৰ গুৰিত মাটিৰ লগত মিহলাই দিব, ২) যদি পায় তেনেহ'লে কেঁচুসাৰ লগত ভাল কোম্পানীয়ে বনোৱা Trichoderma বা Pseudomonas নামৰ জৈৱিক সাৰ বিধৰ দুই চামুচ মান প্ৰতি জোপা গছৰ হিচাপত দিব, ৩) Urea জাতীয় সাৰ বেছি নিদিব নহলে ফুল কমকৈ ফুলিব, ৪) পানী পাতলীয়াকৈ দিব, সদায় নিদিব । মানে পুলিৰ গুৰিবোৰ ভিজি থাকিব নিদিব নহ'লে ফুল ফুলা দেৰি হ'ব । ধন্যবাদ । অনুগ্ৰহ কৰি Share আৰু Subscribe কৰিব ।
@Lifeofalpana
@Lifeofalpana 4 жыл бұрын
Dhoinobad..
@JayantaLahon-ss9ki
@JayantaLahon-ss9ki Жыл бұрын
Lagibo sinta nokorio
@Rashmitagogoi-o9d
@Rashmitagogoi-o9d Жыл бұрын
পাতবোৰ সৰি গৈছে,ঠাৰি গেলি গৈছে,কি কৰিম দা দা,জনাব নি?
@krishiaruvigyan1464
@krishiaruvigyan1464 Жыл бұрын
গুৰিত পানী জমা হৈছে নেকি ? আপুনি আমাৰ চেনেলত থকা ভোট জলকীয়াৰ ফল পঁচা বেমাৰ বুলি থকা video টোতে সমিধান পাব ।
@ratulphukan4294
@ratulphukan4294 4 жыл бұрын
Trichoderma dile nahobo neki.
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
Trichoderma এ প্ৰত্যক্ষ ভাবে কীট পতংগ আৰু ভাইৰাচ নিয়ন্ত্ৰণ নকৰে । কিন্তু পৰোক্ষ ভাবে সহায় কৰে গছজোপাক এইবোৰৰ আক্ৰমণৰ পৰা বচাবলৈ । ধন্যবাদ ।
@kamalakolita8197
@kamalakolita8197 3 жыл бұрын
কাপচিকাম কোন মাহত গুটি ৰোপন কৰে
@krishiaruvigyan1464
@krishiaruvigyan1464 3 жыл бұрын
কেপচিকামৰ গুটি ছেপ্টেম্বৰৰ শেষৰ ফালে নহ'লে বা অক্টোবৰ মাহৰ আৰম্ভণি ফালে নাৰ্ছাৰী বেদত পেলাব লাগে ।
@কৰুণাময়সাংস্কৃতিককেন্দ্ৰ
@কৰুণাময়সাংস্কৃতিককেন্দ্ৰ 4 жыл бұрын
জলকীয়া গছ জোপা লেৰেলি মৰি গলে কি দৰৱ মাৰিব লাগে
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
জলকীয়া গছ বহুতো কাৰণত লেৰেলি মৰে, ১) বেক্টেৰিয়া জনীত ৰোগ ২) ভেঁকুৰ জনীত ৰোগ ৩) গুৰি কটা পোকৰ আক্ৰমণ ৪) শিপাত পেলু জাতীয় কীট লাগিলে ৫) গুৰিত পানী জমা হ'লে ইত্যাদি ইত্যাদি । এতিয়া ইয়াৰ ভিতৰত আপোনাৰ কোনটো হৈছে জানিব লাগিব । আপুনি এই facebook page টোত ফটো পঠাব পাৰিলে m.facebook.com/100384441665532/ যিমান পাৰোঁ সহায় কৰিম । ধন্যবাদ ।
@RajeshKumar-bf6ku
@RajeshKumar-bf6ku 4 жыл бұрын
Hindi me video banane ki kirpa Kare is mirch ko kaise lagaya jata hai
@surajyotitaye6936
@surajyotitaye6936 4 жыл бұрын
কি ঔষধ দিলে ভোট জলকীয়া গুটি বেছি লাগে ?
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
চাওক যিকোনো জলকীয়াৰ যিমানবোৰ ফুল ফুলে চবগৈ জলকীয়া নহয়গৈ । প্ৰায় ভাগ সৰি যায় । এতিয়া যদি আপুনি ফুল সৰা কমাব পাৰে তেনেহলে জলকীয়াও বেছি লাগিব । তাৰ কাৰণে আপুনি Planofix নামৰ দৰব বিধৰ 10 মিলি লিটাৰ 45 লিটাৰ পানীত মিহলাই ফুল ফুলা সময়তে এবাৰ মাৰিব লাগে । 2nd স্প্ৰেটো দিব লাগে 20-25 দিনৰ পাছত । কিন্তু তাৰ লগতে আপোনাৰ জলকীয়া গছবোৰো স্বাস্থ্যবান হব লাগিব । যদি নহয় গুটিবোৰ বাঢ়িব কেনেকৈ । গতিকে এই সকলো দিশ চাই লব লাগিব । ধন্যবাদ । অনুগ্ৰহ কৰি share আৰু subscribe কৰিব ।
@allcreators2962
@allcreators2962 4 жыл бұрын
জৈৱিক ঔষধ সকলো ঔষধৰ দোকানতে পোৱা যাবনে ?
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
হয় পাব । খালি কিনা আগতে manufacturing date টো চাই ল'ব । ৪-৫ মাহতকৈ বেছি পুৰণা হলে তাৰ গুণাগুণ বোৰ কম হয় । আৰু সদায় ভাল কোম্পানীৰ কিনিব ।
@allcreators2962
@allcreators2962 4 жыл бұрын
@@krishiaruvigyan1464 vl company ki hb nm tu kok sun !
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
Excell crop care, multiplex
@r.p7883
@r.p7883 4 жыл бұрын
Die back holae ki korim
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
জলকীয়া খেতিত সাধাৰণতে গৰম আৰু বৰষুণ পৰা পিছত Anthracnose আৰু chilli dieback নামৰ ভেঁকুৰ জনীত বেমাৰ বিধ হ'বলৈ ধৰে । ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ তলৰ যিকোনো এবিধ দৰব স্প্ৰে কৰিব পাৰে - ১) Difenconazole (1 গ্ৰাম এক লিটাৰ পানীত) বা ২) Tebuconazole 50% + Trifloxystrobin 25% WG (2 গ্ৰাম এক লিটাৰ পানীত) নহলে ৩) Carbendazim (1 গ্ৰাম এক লিটাৰ পানীত) ২-৩ বাৰ স্প্ৰে কৰিব ১০-১৫ দিনৰ অন্তৰালত । মনত ৰাখিব - ১) স্প্ৰে কৰা আগতে পুৰঠ জলকীয়াবোৰ ছিঙি ল'ব, ২) একেদৰে স্প্ৰে কৰাৰ পাছত অন্তত 5-7 দিনলৈ জলকীয়া নিছিঙিব । বেমাৰী গছবোৰৰ জলকীয়া বীজ হিচাপে অহা বছৰ ব্যৱহাৰ নকৰিব, নহ'লে আকৌ একে হ'ব । বেমাৰ বিধ বীজৰ জৰিয়তে বিয়পে । শুভেচ্ছা থাকিল । ধন্যবাদ ।
@lamminthanghaolai5546
@lamminthanghaolai5546 3 жыл бұрын
please translate in to hindi
@Rashmitagogoi-o9d
@Rashmitagogoi-o9d Жыл бұрын
পুলিবোৰ গেলি গৈছে
@krishiaruvigyan1464
@krishiaruvigyan1464 Жыл бұрын
Captaf বা bavistin বা blitox নামৰ fungicide কেইবিধৰ যিকোনো এটাৰ 2 গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই পানী দিয়া জিনজাৰীৰে পুলিবোৰৰ গুৰিত মাটি তিতি যোৱাকৈ ঢালক ।
Grow World's Hottest Pepper in Pots | SEED TO HARVEST
13:36
Urban Gardening
Рет қаралды 205 М.
-5+3은 뭔가요? 📚 #shorts
0:19
5 분 Tricks
Рет қаралды 13 МЛН
ССЫЛКА НА ИГРУ В КОММЕНТАХ #shorts
0:36
Паша Осадчий
Рет қаралды 8 МЛН