চাহখেতিত সঘনাই ব্যৱহাৰ হোৱা PPC বা Plant Protection Code মানে কি আৰু আমি PPC কিয় মানিব লাগে, এই নিয়ম সমুহ নামানিলে কি হব? জানিবলৈ ভিডিঅ’টো চাবচোন ৷ 👇 kzbin.info/www/bejne/an20ZKppisyIqac
@omprakashsharma6403Ай бұрын
লাঠাৰ নাম কি আছিল। জনাবচোন
@Tea_GardeningАй бұрын
এই ভিডিঅটো এবাৰ চাই লব- kzbin.info/www/bejne/fKjTcpKBrNd5eLM
@ssgidea352 Жыл бұрын
kritem vabapari naki janaba
@Tea_Gardening Жыл бұрын
Buji napalu ki koise, sorry.
@bhimlalkurmi-jw4mi5 ай бұрын
Hellopeltis এ নষ্ট কৰা পাত হয় ।
@Tea_Gardening4 ай бұрын
হয়
@awesomeme84963 жыл бұрын
aru bemar buror video bonouk please
@Tea_Gardening3 жыл бұрын
নিশ্চয় চেষ্টা কৰিম বাৰু। মতামতৰ বাবে ধন্যবাদ ৷ পাৰিলে channel টো subscribe কৰিব আৰু ভিডিঅ’বোৰ ভাল পালে Like আৰু share কৰিব 🙏
@ৰঙিনপৃথিৱী2 ай бұрын
লালপোক আৰু হেলপেলটিচ একে লগে মাৰিব পৰা যায় নেকি
@Tea_Gardening2 ай бұрын
প্ৰায়বোৰ লালপোক আৰু হেলপেলটিচৰ দৰৱ একে লগে মাৰিব পৰা যায় । কিন্তু ভেঁকুৰৰ দৰৱ (Fungicide) সদায়ে অকলে মাৰিব লাগে ।
@Krisnadeepdohutia Жыл бұрын
Red spider uporot ata bonaouk
@Tea_Gardening Жыл бұрын
sure 😊
@t.rtafikvlog12415 ай бұрын
NETSURF organic products used
@Tea_Gardening5 ай бұрын
NETSURF অৰ দুটামান বটল আমাৰ ঘৰতে পৰি আছে ।
@surajborah18602 жыл бұрын
এই দৰৱ টো কিমান কিমান মাৰিলে ভাল হ'ব
@Tea_Gardening2 жыл бұрын
ভিডিঅটোত দৰৱৰ পৰিমান সমুহ দিয়াই আছে, আকৌ এবাৰ চাব চোন ৷ মহৰ বাবে Thiamethoxam টোৰ ২৫ বা ৩০ গ্ৰাম ১০০ লিটাৰ পানীত দি মাৰিব ৷
@surajborah18602 жыл бұрын
@@Tea_Gardening ধন্যবাদ
@debabrataray9109 Жыл бұрын
Hindi may vedio banaiya
@RahulSingh-tg4he Жыл бұрын
For thrips which medicine
@Tea_Gardening Жыл бұрын
Thiamethoxam is one of the best chemical to control all Sucking pests like aphids, Helopeltis, thrips, etc
@RahulSingh-tg4he Жыл бұрын
@@Tea_Gardening what will be concentration in 100 liter of water of thiamethoxam( which one 25 percent or 30 percent)
@Tea_Gardening Жыл бұрын
25% is recommended by company/authority. But you can use 30% for better result.
@chiranjibhandique73482 жыл бұрын
ভাল production pabole kun2 vitamin use kribo lage jonabo nki 🙏
@Tea_Gardening2 жыл бұрын
ভিটামিন মৰাতকৈ জিংক, ইউৰিয়া, mop আৰু মেগনেছিয়াম ছালফেট মিক্স কৰি ১৫/২০ দিনৰ মূৰে মূৰে স্প্ৰে কৰিব ৷ ভাল ফল পাব ৷ জিংকৰ সলনি Zinatra 700 দ্ৰব্যটো 100 লিটাৰত 50 গ্ৰামকৈ দি মাৰিব পাৰে ৷ চাহ খেতিয়কৰ এটা ফেচবুক গ্ৰুপ আছে। তাত কেইবাজনো চাহ বিশেষজ্ঞও আছে। তাতে join হৈ লৈ প্ৰশ্নবোৰ শুধিলে সোনকালে উত্তৰ পাব : facebook.com/groups/1146054072404848/
@manashjyotidas3584 Жыл бұрын
Syngenta company Quantise marok sah gosor hompurna ahar puwa jai aru koliu hunkale ulai ..