Рет қаралды 76,844
How to make mekhela-chadar from shari /শাৰীৰ পৰা মেখেলা-চাদৰ কেনেকৈ বনাব পাৰি?
hello everyone ....
মই তৃপ্তি আপোনালোকক Stitch & Style with Tripti চেনেলটিলৈ স্বাগতম জনাইছো । আশা কৰো আপোনালোকে এই চেনেলটোৰ জৰিয়তে অলপ হলেও কিবা শিকিব পাৰিছে । মই যিমান পাৰো চেষ্টা কৰিছো ভিডিঅ'বিলাকত ভালদৰে বুজাবলৈ । যদিহে বুজাত কিবা অসুবিধা পায় বা ভালদৰে বুজিব পাৰিছে তেতিয়াহলে অনুগ্ৰহ কৰি কমেন্ট কৰি জনাবচোন ।
আপোনালোকৰ এটি সহাঁৰিয়ে মোৰ বাবে বহুত । আপোনালোকৰ সহাৰি পালে মই কাম কৰিবলৈ উৎসাহ পাম ।❤
#Saree #MekhelaSador
Meesho app downland link👉 meesho.com/inv...
pico 👉 • Saree Pico Stitching/s...
mask👉 • diy face mask । No Sew...
anniversary gift ideas👉 • diy face mask । No Sew...
sador poti👉 • Easy method how to sti...
• Meesho Nighty / meesho...
nighty👉
saree fall👉 • শাৰীৰ ফলচ্ এই নিয়মত লগ...
Instagram👉 Stitch & Style with Tripti
#saree #mekhelasador #meesho #Amazon