Рет қаралды 245,418
এই ৫ জোপা গছ ঘৰৰ সন্মুখত আছে যদি আতৰাই দিয়ক || নহ'লে অঘটন হ'ব || Vastu Tips Plants || Assamese ||
#motivational #assamese #god
About This Video
৫ জোপা গছ ঘৰৰ সন্মুখত আছে যদি আতৰাই দিয়ক। ৫ জোপা গছ কেতিয়াও ঘৰৰ সন্মুখত থাকিব নালাগে। নহ'লে অঘটন হয়, দুখ দৰিদ্ৰতা বৃদ্ধি পায়। কোনবোৰ গছ ঘৰৰ সন্মুখত থাকিব নালাগে আৰু কোনবোৰ গছ ঘৰৰ চৌহদত থকাটো ভাল সেই সন্দৰ্ভত প্ৰস্তুত কৰা হৈছে এই ভিডিঅটো।
Your Queries :-
৫ জোপা গছ ঘৰৰ সন্মুখত থাকিব নালাগে
কোনবোৰ গছ ঘৰত থাকিব নালাগে
ঘৰত কি গছ ৰোপন কৰিব
নিম গছৰ উপকাৰিতা
বেল গছ
অমিতা গছ
মানি প্লান্ট
মানি প্লান্ট কাটিং
মানি প্লান্ট লগোৱাৰ নিয়ম
money plant
money plant kaise lagaye
vastu tips for home
vastu tips for plants at home
তুলসী শুকাই গলে কি কৰা উচিত
তুলসী কোন দিশত থাকিব লাগে
assamese motivational video
assamese video new
অসমীয়া ভিদিও
বাস্তুশাস্ত্র মতে গৃহ নির্মাণ অসমীয়া
Disclaimer
এই ভিডিঅ' বাস্তু শাস্ত্ৰ, বিভিন্ন গ্ৰন্থ আৰু লোক বিশ্বাসৰ ওপৰত আধাৰিত। ইয়াৰ লগত বিজ্ঞানৰ কোনো সম্পৰ্ক নাই। যিসকলে বাস্তু বা ভগৱানক বিশ্বাস কৰে তেওঁলোকৰ বাবে এই ভিডিঅটো প্ৰস্তুত কৰা হৈছে। ইয়াত থকা তথ্যৰ সৈতে আপুনি একমত নহলে আমাৰ চেনেল জগৰীয়া নহয়।
#motivation #motivationalspeech #motivationalvideo #motivationalquotes #motivationalstatus #motivationalspeaker #motivationalvideos #plants #plant #vastutips #vastu #vastugyan #moneyplant #vastushastra