এই ৫ মিনিট সময় কেৱল আপোনালোকৰ বাবে। Thank You

  Рет қаралды 26,600

Homoy

Homoy

Күн бұрын

Пікірлер: 712
@KushalTaye-qc1sj
@KushalTaye-qc1sj 3 ай бұрын
সময় দাক ভাল পোৱা সকলে এটা like কৰি দিব
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 3 ай бұрын
সময় গগৈ, সময় গগৈ তাৰমানে সময়ে সদায়ে আনৰ বাবেই সময় দি আহিছে আৰু দি থাকিব ।
@kjeng9809
@kjeng9809 3 ай бұрын
তোমাৰ "মা"ক এবাৰ দেখুৱাবা চোন এনে এজন ব্যক্তিৰ মাতৃক চাব মন যায়।
@AbhinavShukla-wy9fw
@AbhinavShukla-wy9fw 3 ай бұрын
YEH HUWI NA BAAT BHI PAISA AISA KHARCHA KARO YOH APKO KHUSHI DE AUR USKE AGE BHAGAWAN BHI HAR MANLETA HAIN PROUD OF YOU BRATHER 🎉🎉🎉
@manojdas-c9b
@manojdas-c9b 3 ай бұрын
Xomoy Da jib jontu bork rescue korar babe aru Manuhok xohai korar babe apunaloi dhynabad thakil mor marmor xomoy Da Best Best KZbinr ❤Joi aii Axom
@akulroy8908
@akulroy8908 3 ай бұрын
অন্ন-বস্ত্ৰ-বাসস্থান হীন নিঃসহায় লোক সকলৰ বাবে, ৰুগ্ন লোক সকলৰ বাবে আপুনি দেৱতুল্য । ভগৱানৰ ওচৰত আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ 🙏🙏🙏🙏❤❤❤❤
@parthamixarsassam6762
@parthamixarsassam6762 3 ай бұрын
নিস্বাৰ্থ ভাৱে সহায় কৰা মানুহজন। যাৰ তুলনা বিহীন
@mallikadeka2360
@mallikadeka2360 3 ай бұрын
ভগৱানে তোমাক সদায় কুশলে ৰাখক সময়,,সমাজ খনক নতুন নতুন চিন্তা ধাৰা ৰে আগুৱাই নিয়া, তোমাৰ এই মহান চিন্তা ধাৰা ক শ্ৰদ্ধা জনাইছোঁ,, All the best 🎉🎉🎉
@JyotishmanGogoi-y4u
@JyotishmanGogoi-y4u 2 ай бұрын
Amak dhonyobad di laaz kio diye baru amare major kisumane tu nijok a vall k hongsthapon dibo pora nai.....apuni tu bohut dangor kam kari ase....... Ami aku koribo nuarileu like.comment.shere kori a sympathy lou..... Aru dhonyobad apunak he diluu......❤❤❤
@khamsenggogoi7903
@khamsenggogoi7903 3 ай бұрын
তোমাৰ সমান কাৰো তুলনা নাই ভাইটি। তুমি সদায় এনেকৈয়ে আগুৱাই যোৱা। ভগৱানে তোমাক সদায় কুশলে ৰাখক🙏🙏
@bhanunag1763
@bhanunag1763 3 ай бұрын
Congratulations ❤❤❤ Kun Kun Homoy Gogoi r logot ase like kora❤❤
@kabitamoran6158
@kabitamoran6158 3 ай бұрын
কাৰ্বি আংলঙৰ পৰা মৰম যাঁছিলো। সদাই ভগবানে কুশলে ৰাখক তাকেই কামনা কৰিলো ❤❤❤❤❤
@sineswarmoran4006
@sineswarmoran4006 3 ай бұрын
কাৰ্বি আংলং জিলাত কি কৰি আছে ?
@kaleswarrabha83
@kaleswarrabha83 3 ай бұрын
নিস্বাৰ্থ ভাবে মানুহক সহায় কৰা মানুহজন যাৰ তুলনা বিহীন । আৰু এনেদৰে মানুহক সহায় কৰিবলৈ ভগৱানে আপোনাক আৰু শক্তি দিয়ক । মই গোৱালপাৰা জিলাৰ পৰা বহুত বহুত মৰম যাছিলো মৰমৰ সময় দা❤❤❤
@RakashNath-u4j
@RakashNath-u4j 3 ай бұрын
আপোনাক হে ধন্যবাদ মোৰ ফালোৰ পৰা
@মেছাগড়ৰমৌচুমী
@মেছাগড়ৰমৌচুমী 3 ай бұрын
ভগৱানে আপোনাক সদায় সুস্থ কৰি ৰাখক।ভোলানাথ তেওঁৰ ওপৰত সদায় তোমাৰ হাতখন ৰাখিবা।
@Animash22135
@Animash22135 3 ай бұрын
Homoy dak val lage jodi like kora jai bojorong boli🚩🙏❤😊😊
@Kalpakalita333
@Kalpakalita333 3 ай бұрын
Jay Shree Ram 🚩🕉️✨
@Prasantaroy7334
@Prasantaroy7334 3 ай бұрын
Jay jay bajarangballi 🚩🚩🚩🚩
@PranabjyotiMahanta-ys3pw
@PranabjyotiMahanta-ys3pw 3 ай бұрын
Homoy Dak bhal Puwa hokole ata like.
@aparajitatamuli7273
@aparajitatamuli7273 3 ай бұрын
সময় বোপা ভগৱন্তই কুশ লে ৰাখক ❤
@krishnasaharia1043
@krishnasaharia1043 3 ай бұрын
সময় দা আপুনি সদায় আগুৱাই যোৱা ❤❤ জয় আই অসম 🇮🇳🇮🇳❤❤
@bobykonwarkotoky9226
@bobykonwarkotoky9226 3 ай бұрын
সময় তোমাকো ধন্যবাদ।কাৰণ আমি কৰিম বুলি ভাবিলেও কৰিব নোৱাৰা কাম তুমি কৰিছা।ভগৱানৰ আশীৰ্বাদ তোমাৰ লগত আছে।তুমি আগবাঢ়ি যোৱা সময়।লগতে মোৰো আশীৰ্বাদ সদায় আছে আৰু সদায় সদায় থাকিব।
@Black-oe8os
@Black-oe8os 3 ай бұрын
Love from kumrup
@anjanahazarika2740
@anjanahazarika2740 3 ай бұрын
সময় এটা ঘড়ী বহু ত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো বেটা টিমটোলৈ মৰম দিলো
@nimilagogoi2451
@nimilagogoi2451 3 ай бұрын
তুমি বহুত মহান । যাৰ তুলনা নাই ।
@Kumoijyoti-kumoi-assam
@Kumoijyoti-kumoi-assam 3 ай бұрын
very good dada
@monster250_DADUL
@monster250_DADUL 3 ай бұрын
Khodai axomor priyo manuh jon ❤
@BGEDITZ2821
@BGEDITZ2821 3 ай бұрын
" BOR AXOM "💓💓💓
@dipaklama6711
@dipaklama6711 3 ай бұрын
Video tu sai val lagil.. Dhanyabad
@comedymasterab6962
@comedymasterab6962 3 ай бұрын
আপোনাৰ কাম আৰু আপোনাৰ কথা সলাগ ল'ব লগিয়া। নিজৰ দেশৰ প্ৰতি থকা প্ৰেম ভাল পোৱাই আৰু আপোনাক আগবঢ়ায় নিব।
@lukendrachutia242
@lukendrachutia242 3 ай бұрын
সময় তুমি যিমান পাৰা আগবাঢ়ি যোৱা।ঈশ্বৰে তোমাক নিশ্চয় সহাই কৰিব। আমাৰ ফালৰ পৰা ধন্যবাদৰ লগতে আশীৰ্বাদ কৰিছো।
@RimjhimBasumatary
@RimjhimBasumatary 3 ай бұрын
ভগৱানৰ সদায় কৃপা থাকক তোমাৰ ওপৰ সময় দা❤❤
@anusaikia2104
@anusaikia2104 3 ай бұрын
তোমাকো বহুত ধন্যবাদ জনালো।
@lakhindratairai5278
@lakhindratairai5278 3 ай бұрын
ভগৱানে সদায় কুশলে ৰাখক তোমাক ❤❤❤❤ আগলৈ আৰু আগবাঢ়ি যোৱা।
@jitensaikia2925
@jitensaikia2925 3 ай бұрын
🙏সময়ৰ প্ৰধান বৈশিষ্ট্য = নম্ৰতা,কৃতজ্ঞতা,সহনশীল,দয়াশীল।
@apurbaborha3621
@apurbaborha3621 3 ай бұрын
মৰম পাবলগীয়া কাম কৰাৰ বাবে ৰাইজে মৰম দিছে । ভগৱানে আপোনাক কুশলে ৰাখক ।
@bishwajitkonwar1473
@bishwajitkonwar1473 3 ай бұрын
সময় দাদাই সোণৰ অসম গঢ়ি তুলিবলৈ চেষ্টা কৰিছে, কিন্তু কাৰ পৰা আমাৰ পৰা হে, সেয়েহে সময় দাদাক ভাল পোৱা সকলে লাইক চেয়াৰ কৰক আৰু সু-স্বাস্থ্যৰে আগবাঢ়ি যাবলৈ ভগৱানক সেৱা কৰক 🙏🪔 ।
@rekhamonibharali383
@rekhamonibharali383 3 ай бұрын
তোমাক বহুত বহুত ধন্যবাদ জনাইছোঁ ঈশ্বৰ তোমাৰ সহায় হক। ঈশ্বৰক কোটি কোটি বাৰ ধন্যবাদ জনাইছোঁ মৰমলগা ভাইটিটোক আশীৰ্বাদ কৰিবা।
@NNG-SINGER
@NNG-SINGER 3 ай бұрын
ইমিন ধুনীয়া ধুনীয়াকমেণ্ট্।তুমি সদায় ভালে থাকা দুলীয়াজানৰ পৰা মৰম যাচিলো ।
@AnjaliDevi-ce8sr
@AnjaliDevi-ce8sr 3 ай бұрын
বহুত ধন্যবাদ আপোনাক। দুখীয়া দৰিদ্ৰৰ ভগবান।
@mirrorofmajuli905
@mirrorofmajuli905 3 ай бұрын
মাজুলীৰ পৰা সময় দালৈ অশেষ মৰম যাচিলো। ❤
@user-A_J_P
@user-A_J_P 3 ай бұрын
ভগৱানে তুমাক চিৰকাল জিয়াই ৰাখক মানুহৰ ৰূপত তুমি যে ভগৱান
@pabitraborah632
@pabitraborah632 3 ай бұрын
বহুত বহুত মৰম তোমালৈ❤️❤️ আৰু আগুৱাই যোৱা,,, ভালে থাকা সদায় 🙏🙏❤️
@jugenborah7842
@jugenborah7842 3 ай бұрын
ভগৱানে তোমাক শট বছৰ আয়ুখ দিয়ক ❤❤❤❤❤
@Dpnlama
@Dpnlama 3 ай бұрын
❤We love You ###HomoY Daa❤❤❤❤❤
@rupagogoi930
@rupagogoi930 2 ай бұрын
তোমাৰ মাতৃ বহুত মহান তোমাৰ দৰে ভগবান সত্নান পাইছে
@dhurbajyotiborah8743
@dhurbajyotiborah8743 3 ай бұрын
তোমাক ভাল পোৱা মানুহ বেছি সেই কাৰণে তুমি আগবাঢ়ি গৈছা সময়।
@gohandroburagohain3571
@gohandroburagohain3571 3 ай бұрын
শদিয়াৰ পৰা মৰম যাচিলো । আৰু ভবিষ্যতে ভাল ভাল কাম কৰি যোৱা । ❤❤❤❤
@monditabakalial3928
@monditabakalial3928 3 ай бұрын
Aii sarthopor prithibit apuni ajon nirshartho byokti... U are the gem of assam❤😊.
@mr.random462
@mr.random462 3 ай бұрын
সদায় এনেকৈ থাকিবা নিষ্ঠা আৰু সততাৰে আগবাঢ়ি যোৱা তাৰ কামনাৰে❤🎉
@Assamesecelebritiesfan
@Assamesecelebritiesfan 3 ай бұрын
, ভগৱানে তোমাক কুশলে ৰাখক।❤❤❤❤
@KaSiYali
@KaSiYali 3 ай бұрын
সততাৰে সদায়ে কৰি যোৱা সময়।তোমাক সন্মান কৰোঁ।শুভেচ্ছা আৰু মৰম আগলৈও থাকিব।
@GitaliPhukan-l2b
@GitaliPhukan-l2b 3 ай бұрын
ঈশ্বৰে সদায় কুশলে ৰাখক। আগবাঢ়ি যোৱা ।
@anjanahazarika2740
@anjanahazarika2740 3 ай бұрын
তুমি কলি ঘুগৰ. যীচু ভগৱান
@banjitchangmai4047
@banjitchangmai4047 3 ай бұрын
কাম নাই তোৰ, কি ভগবান
@LovelyFlowerBouquet-om2vq
@LovelyFlowerBouquet-om2vq 3 ай бұрын
পৃথিৱীলৈ আহিব লগা বা জন্ম হ'ব লগা সন্তানবোৰ যাতে তোমাৰ দৰে হবলৈ ভগৱানক প্ৰাৰ্থনা জনাইছোঁ , মোৰ 17 বছৰীয়া ল'ৰাটোও যাতে তোমাৰ দৰে হওঁক, তোমাৰ আৰু তোমাৰ সহযোগী বন্ধুসকলোৰলৈ ধন্যবাদ থাকিল 🥺🙏
@ManabBordoloi-l1n
@ManabBordoloi-l1n 3 ай бұрын
সময় দা আপুনাক বহুত বহুত ধন্যবাদ জনালু মই সোণাপুৰৰ পৰা
@papukalita1164
@papukalita1164 2 ай бұрын
সদায় ভগবানে ভালে ৰাখক সুষ্ঠ সবল কৰি ৰাখক আৰু যাতে আগুৱাই যাওক ❤
@DamuYy-q9x
@DamuYy-q9x 3 ай бұрын
Thank you homoy da
@hemantakumarborooah1104
@hemantakumarborooah1104 3 ай бұрын
ৰাইজৰ কাৰণেই তোমাক ভগৱানে এই সুন্দৰ পৃথিৱীখনলৈ পঠিয়াইছে ৷ তোমালৈ আমাৰ আশীৰ্বাদ সদায়ে আছে সদায়ে থাকিব ৷ শুভ ৰাত্ৰি জনালোঁ ভতিজা ৷
@udiptathengal3116
@udiptathengal3116 3 ай бұрын
Apunak u bout bohut dhanybad emn vl km bur kri jua krne❤❤ god bless you
@lookmetazlina7199
@lookmetazlina7199 3 ай бұрын
সময় তুমি... মানুহে মানুহৰ বাবে... দুখীয়াৰ দুখ পূৰ হোৱাৰ বাবে.. অসহায়ক সহায়ৰ বাবে... খুউব সোনকালেই তোমাক লগ পাম....sure 😊
@prativahazarika1727
@prativahazarika1727 3 ай бұрын
Homoy tmi bhut besi val kam kri asa ....aru aguai jua ... God bless you 🙏❤
@nikhitagogoi6795
@nikhitagogoi6795 3 ай бұрын
সময় দা জিন্দাবাদ ❤ সময় দা অন্তৰত সোমাই গৈছে সকলোৰে ❤...
@niromaboruah143
@niromaboruah143 3 ай бұрын
নিস্বাৰ্থ ভাৱে সহায় কৰা মানুহ জনে হ'ল সময় ❤️❤️
@bhanibalasaikia5176
@bhanibalasaikia5176 3 ай бұрын
ঈশ্বৰে মংগল কৰক, আগুৱাই গৈ থাকা আশীৰ্বাদ কৰিছো ।
@HelenRay-py6lr
@HelenRay-py6lr 3 ай бұрын
Provur priyojon tumi God bless you ❤❤❤
@nayanvlogs3050
@nayanvlogs3050 3 ай бұрын
Bhogobane aponak hodai vale rakhok ❤🎉 Love from labdangguri Baksa district
@SangitaboruahSangitaboruah-j9l
@SangitaboruahSangitaboruah-j9l 3 ай бұрын
তোমাক ভগৱানে সদায় কুশলে ৰাখক আৰু আগবাঢ়ি যোৱা❤❤❤❤।
@rajeshtirkey6514
@rajeshtirkey6514 3 ай бұрын
You are the best of the of Assam. Support from Jorhat Assam.
@birajborah3589
@birajborah3589 3 ай бұрын
Apunalukar family tu sab mon ase ❤❤❤ family tu dekhab. Adinn ❤❤ love from jorhat ❤️🥰
@santanachetia3556
@santanachetia3556 3 ай бұрын
আপোনাক বহুত শুভেচ্ছা জনালোঁ
@bitugarem8810
@bitugarem8810 3 ай бұрын
তোমাৰ ভবিষ্যতে উজ্বল হক ❤❤❤❤❤❤❤❤❤
@Mofidul3542
@Mofidul3542 3 ай бұрын
Homoy dada thanks
@happysoul6952
@happysoul6952 3 ай бұрын
Thank you so much to you to also...❤ Apuni aguwai jaok 🙏
@jayantirabha3325
@jayantirabha3325 3 ай бұрын
Val Lagise Raiyor Asirbad Tumar Logot Hoday Thakiba Agbari Joya
@dipabhuyan3684
@dipabhuyan3684 3 ай бұрын
ভাল লাগিলে আগোৱাই গৈ থাকা তোমালৈ আশীৰ্বাদ কৰিছো
@nitubarua3352
@nitubarua3352 3 ай бұрын
তুমি এনেদৰেই আগবাঢ়ি যোৱা,তোমাৰ প্ৰতিটো কামত ভগৱান তোমাৰ সাৰথি হওক আৰু তোমাক কুশলে ৰাখক ,বহুত বহুত অভিনন্দন তোমালৈ ❤
@Pulinbora-us6qp
@Pulinbora-us6qp 3 ай бұрын
ভগবানে তোমাক সদাই ভালে ৰাখক সময়❤❤❤❤🙏🙏🙏
@gchelleng4265
@gchelleng4265 3 ай бұрын
ভগৱানে ভালদৰে ৰাখক। ,,,,প্ৰথনা 🙏🙏🙏🙏❤
@tarali2276
@tarali2276 3 ай бұрын
আপুনি আৰু ভাল ভাল কাম কৰি যোৱা দাদা। আমাৰ ফালৰ পৰা সদায় মৰম আশীৰ্বাদ কৰি যাব চেষ্টা কৰিম♥️🙏🏻🙏🏻💐💐।। আপুনি ভগৱান হয় ,,,, আপোনালৈ ধন্যবাদ জ্ঞাপন থাকিল 🙏🏻 ওদালগুৰি জিলাৰ পৰা মৰম স্নেহ যাচি লো।।
@Village_vlock_786
@Village_vlock_786 3 ай бұрын
Ane Dore Lagi Thakok, Thanku DaDa.🎉🎉🎉❤🎉🎉🎉
@Mintu577
@Mintu577 3 ай бұрын
Assamese No 1 youtuber 🎉🎉 Thank you god bless you 🎉
@Joba222
@Joba222 3 ай бұрын
Bhogobanok aji loi dekha nai jodiu... Tumak dekhile bhogobanok dekha puwa jen lage . Hodai bhale thaka tumi ta kei kamona korisu🙏🙏
@SabitaRay-tx6bk
@SabitaRay-tx6bk 3 ай бұрын
সময় তোমাক বহুত বহুত ধন্যবাদ জনালে❤❤❤❤
@buddhadevbarman7832
@buddhadevbarman7832 3 ай бұрын
Bhogobane apunak soday valy rakhok Love from bongaigaon
@gogoidavlogs5866
@gogoidavlogs5866 3 ай бұрын
Gogoi manu bohut bhal
@GamePlay-ib2cj
@GamePlay-ib2cj 3 ай бұрын
Gogoi jati manu bhal manu.
@amartanti1488
@amartanti1488 3 ай бұрын
you are the legend for ASSAM love you ❤❤❤❤❤Homoy Daa apuni aneka thokhok god bless you 😊😊😊😊😊
@Bishnuxyz9
@Bishnuxyz9 3 ай бұрын
Congratulations brother for the strong family you have archived ❤
@Pranjalsaikia-n8b
@Pranjalsaikia-n8b 3 ай бұрын
All the best 👍
@trishna-colourful-kitchen-vlog
@trishna-colourful-kitchen-vlog 3 ай бұрын
বহুত ভাল কাম কৰিছে ❤ তোমাৰ নামটো যিমান ধুনীয়া তেনেদৰে তুমি কামো কৰিছাঁ। আৰু আগবাঢ়ি যোৱা ❤❤❤
@Kaushikcutboy
@Kaushikcutboy 3 ай бұрын
Aru Kori juw...Ami hodai axu tumar logat....joi ai axom
@RanjitTaid-b3h
@RanjitTaid-b3h 3 ай бұрын
1 million joli kori diyo all my friends❤❤❤❤
@ipathak0
@ipathak0 3 ай бұрын
Thank you for the video also to you and your team, You are chosen and guided by the Almighty Lord, rise and shine, God bless you
@MayrumBegum
@MayrumBegum 3 ай бұрын
সময় দা তুমি আৰু আগুৱাই যোৱা ❤❤❤❤
@Babita_4x
@Babita_4x 3 ай бұрын
Homoi dada ❤❤❤
@babluhajong7257
@babluhajong7257 3 ай бұрын
Val lga Kam khini Val lge agowai jwa aro lgote sobesha thakil joi ai axom
@sauravborah482
@sauravborah482 3 ай бұрын
Vogobane apunak aru hokti diok ❤️👏👏
@mixpolakh4385
@mixpolakh4385 3 ай бұрын
Congratulations সময় তুমি আৰু আগুৱাই গৈ থাকা এইয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৃষ্ণ ........🙏
@mamonibora2577
@mamonibora2577 3 ай бұрын
Yutube ba Fb bohute active, kintu Tumi je raijor babe aag barhi ahila, ❤ & thnk
@hirakroy5818
@hirakroy5818 3 ай бұрын
@ritamoniphukon2461
@ritamoniphukon2461 3 ай бұрын
তোমাৰ সকলো মনৰ আশা পূৰণ কৰিব পৰা ভগৱানে সদায় তোমাক কুশলে ৰাখক
@rajatrabha3465
@rajatrabha3465 3 ай бұрын
Murbabe..tumi.hoday.vogoban.. Ago loi.goithaka.anedore.akhirbad.dilu
@AzizAli-rh5ys
@AzizAli-rh5ys 3 ай бұрын
My favourite ❤️❤️ apuni xodai vale thake jen aru aguwai jowa dada
@bloggeroum
@bloggeroum 3 ай бұрын
Homoy dai Padma poraskar pabo lage buli akha rakhilu 🌷🌹👏🙏🙋
What's in the clown's bag? #clown #angel #bunnypolice
00:19
超人夫妇
Рет қаралды 39 МЛН
НАШЛА ДЕНЬГИ🙀@VERONIKAborsch
00:38
МишАня
Рет қаралды 3,3 МЛН
30 OCTOBER 2024 LPS CHIBAI MIZORAM
24:58
LPS VISION
Рет қаралды 3,9 М.
Neihpuia Mamit thah a ni | Thil thlen dan report kimchang
33:50
Mr Wheelchair Official
Рет қаралды 26 М.
What's in the clown's bag? #clown #angel #bunnypolice
00:19
超人夫妇
Рет қаралды 39 МЛН